Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
সচাকৈ অতি সুন্দৰ কণ্ঠ একেবাৰে মাকৰ দৰেই ।আকৌ ভিতালী দাসক ঘূৰাই পোৱা যেন লাগিছে
বৰ্তমানৰ বহুত নামী গায়িকা ত কৈ হাজাৰ গুনে ভাল গাইছে।বহুত মৰম
Gtffcfvdhgxhsjtkdn HCM f CJn HC GK😊😮🎉😂❤
অতি সুন্দৰ কণ্ঠ। তোমাৰ মা, ভিতালী বাৰ কন্ঠ গোটেই আছে।এইয়া হয়তু মাৰ আশীৰ্বাদ।লগতে আমাৰো তোমালৈ বহুতো আশীৰ্বাদ থাকিল।
ভিতালী বাইদেউক ঘূৰাই পোৱা যেন কোনোবা খিনিত। কুমলিকাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
🙏 অসমৰ ৰাইজে কমলিকাক আশীৰ্বাদ কৰিব যাতে আৰু আগবাঢ়ি যাব পাৰে 🙏
সাইলাখ মাতৃৰ কণ্ঠ ফুটি উঠিছে... আগুৱাই যোৱা...❤❤❤
বহুত ভাল লাগিছে মাজনী। আগুৱাই যোৱা , আশীৰ্বাদ সদায় আছে তোমাৰ লগত।
বৰ সুন্দৰ কণ্ঠ,, একে বাৰে ভিতালী বাইদেৱে গাই থকা যেন লাগিছে ,,কি বুলি যে প্ৰশংসা কৰিম ভাবিয়েই পোৱা নাই,, বহুত বহুত মৰম দিলোঁ❤❤❤ আৰু আগুৱাই যোৱা আশীৰ্বাদ থাকিল
মাজনী, এনেদৰে গাই যোৱা; খুবেই সুন্দৰ হৈছে❤❤
সচাই মাজনী তুমি মাৰাৰ জীয়ৰী৷ বহোত বহোত শোভকামনা জনালোঁ৷ আগুৱাই যোৱা৷❤❤
প্ৰিয় গায়িকা গৰাকীৰ গীতত প্ৰিয় অভিনেত্ৰী গৰাকীৰ নৃত্য। উফ্ ❤ সঁচাকে বহুত বেছি ভাল লাগিল।
একেবাৰে মাকৰ দৰেই একেই কণ্ঠ,❤❤ আগুৱাই যোৱা তুমি, ভাল লাগিল
কমলিকা তোমাৰ কণ্ঠত ভিতালীবাক ঘুৰাই পোৱা যেন লাগিছে। এনে দৰে আগুৱাই যোৱা। ❤❤
সছা শিল্পী.. একেবাৰে পৈনত হৈ অহা… keep it up…❤❤
ব হুত সুন্দ ৰ গাইছে,মাক ৰ নাম ৰাখ ক।তাৰে কাম না ক ৰিলো❤❤❤আশীৰ্বাদ দিছোঁ❤
এই ভিডিও টো চাই যিমান ভাল লাগিল ❤ সিমান মনটো বেয়া লাগিল 🥲🥲কিয়নো ভিতালী বা লৈ বহুত মনত পৰিলে🥺🥲🥲।
অতি সুন্দর কণ্ঠ। ঈশ্বরে আরু কৃপা করক।
অলপো তাল কটা নোযোৱাকৈ ইমান ধুনীয়া কণ্ঠৰে আজিৰ নামি দামী গায়ক গায়িকাতকৈ বহু গুণে ওপৰত গাইছে ॥ দামী গায়ক গায়িকা আধাইটো বাহিৰা কথা কৈয়ে অনুষ্ঠান শেষ কৰে...😮!! কমলিকাৰ কুশল কামনা কৰিলো
ভিতালী দাসলৈ মনত পৰি গ'ল।যোগ্য মাকৰ যোগ্য কণ্যা। তেওঁ লৈ মৰম জনালোঁ 💚
সুন্দৰ কণ্ঠ তোমাৰ মাৰ দৰে, বহুত ভাল লাগিছে আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ।
সকলোফালে একেবাৰে মাকেই আৰু❤️ বহুত আগবাঢ়ি যোৱা মাইনা ❤️
সুন্দৰ কৈ মায়ে দিয়া দৰে কাজবোৰ দিছা টানিবও পাৰিছা ধন্যবাদ।🎉❤🎉❤
জিয়াই থাকিল ভিতালি বা আমাৰ মাজত কোমলিকাৰ ৰূপত
বহুত ভাল লাগিল। শুভেচ্ছা জনাইছোঁ আগুৱাই যোৱা।❤️❤️
Bohut bohut bohut dhuniya hoise vonti......anekoi agbahi jua
অতি সুন্দৰ কন্ঠ। ভগৱানে কৃপা কৰক।
Mind-blowing, outstanding, yihe makor suwali , Bhagabane tumak bohut bohut aguwai loi jabo eitu nichito .
Bohut bhal hoise program 👍👍👍👍👍... Eman dhuniya voice . Bhitali baidow r voice jen lagise .... Best among new singers
Bohut dhunia gaisa bohut val lagil ake bare maa dre ❤❤❤❤❤❤❤❤❤❤❤❤❤❤👍👍👍👍👍👍👍👍
Hidina Ami goisilu eman bhal lagisil khub hundor ...bhitali baa k Sai thokar dorei lagisil
Voice of Kamalika Kashyap is very soft & heart touching & best & the Bihu conferance organise by Guwahti Bihu sanmilan is very prestigious one ,thanks.
Khundor poribekhon baidew apunar.bohut val lagil huni❤️.apunar konthor majere Vitali baidewk jen ako ghurai paisu tene onuvob.hoise..aounar ujjwal vobissot kamona 🙏korilu
কিমান যে চালো।। সকলো ফালৰ পৰাই perfect ❤️❤️❤️
In love with your simplicity....Vitali Baa is back our childhood ❤❤
Bohut Bohut dhuniya hoise
Aji klir singer ot koi bohut uporot❤❤❤❤
বৰ সুন্দৰ , ভিতালী বাইদেউক ঘূৰাই পোৱা যেন লাগিছে সঁচাকৈ।ভগৱানে ভালে ৰাখক
বহুত সুন্দৰ পৰিবেশন । বহুত ভাল লাগিল। আৰু আগুৱাই যোৱা ❤
ভিটালী বা কন্ঠ টি যেন কন্যা দেহত পবেশ কৰিলে এনে ভাৱ হৈ যায় ভগৱানে ভালে ৰাখক আমাৰ শ্ৰোতা ৰাইজৰ বাবে 🙏
Khub dhuniya voice 👌👌bhal lagil. God bless you🙏
Aag bahi juwa ❤❤ bohut morom tumaloi❤
Bohut bohut vl lagile deiii vonti.... Ru agnahi jua tumi
বহুত বহুত মৰম লগতে শুভাৰ্শীষ যাচিছোঁ, ভগৱন্তই তোমাক এনেদৰে আগলৈকে আগুৱাই যাবলৈ সাহস আৰু শক্তি দিয়ক,মাৰাৰ আৰ্শীবাদ তোমাৰ লগত সদায়েই আছে মাজনী ❤❤❤
আগুৱাই যোৱা, বহুত শুভকামনা জনালো🌹
Aiyahe asol gayika...atikoi hundor.❤❤
Hosakoi bht hundor aji kali abur gan hunib nupua holu .. Mn bea lagile o jodi atort baji thake .. Hemeka mn tu vl hoi jy .. ❤❤❤❤❤❤
Uff ki dhunia voice tumr akdm ma dore akei...aru aguai jua tumi amr morm axibad hdi ase..❤
Wowww ki buli prokhongkha korim bohut besi val lagil dei ❤❤
সঁচাকৈ দিতীয় জনী ভিতালী বা আৰু, তোমাৰ আৰু ভাল হওঁক
ভিতালী বা লৈ মনত পৰি গল,হুবহু কন্ঠ
Bahut bahut duniya lagisa❤❤❤❤❤❤❤❤Dhemaji machkhowa❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সুন্দৰ কণ্ঠ, আগুৱাই যোৱা তুমি, শুভেচ্ছা থাকিল ll
❤❤ outstanding beti tumar utjal bhavisat kamona karilu...
ভিটালী বা কিমান যে মৰমৰ আছিল ভাষাৰে বুজাব নোৱাৰো।মাৰ আৰ্শীবাদ আছে।আমাৰ মৰম আছে।তুমি আগুৱাই যোৱা।
Xosai bohut dhuniya gaisa tumi,, aru aguwai juwa, akhirbad korisu, tumar konthote vitali bak ghurai puwa jen lagise,, ❤❤❤❤❤❤❤❤❤❤❤❤
সুন্দৰ. বিহু.গীত.বহুত ভাল লাগিল ❤❤❤
Sundor kantho shilpigorakir logote xundor abhinetri.
ati sundor,,,,konth manib logia,,, aaguaw jowa,,,,🙏🙏
Dhuniya hoise❤❤
Emn dhuniya hoisa xosaka 🎉🎉❤
টেঙাপুখুৰি কেন্দ্ৰীয় ৰঙালী বিহু আমি তেওখ নিমন্ত্ৰন কৰিছিলো বহুত ধুনিয়াকৈ গীত পৰিবেশন কৰি গৈছে
Bhout bhout bhout dhuniya hoise ❤❤❤
বহুত মৰম লগা হয়❣️
Vitali ba loi.monot pori gol Bhogowany aru aguai loi jau maina jonikstay bless
Mojja🎉🎉 Bhitali baar nisina kontho❤❤bahut val lagil👌👌
Bhitali baa is back...❤❤❤❤❤❤❤❤❤❤❤❤❤
ভীতালী বাক ঘুৰাই পোৱাৰ দৰে লাগিছে আগবাঢ়ি যোৱা
সঁচাকৈ বহুত ভাল লাগিল ❤❤❤
Bor dhuniya hoise
Dhuniya hoise da
সচাই মাকৰ কণ্ঠৰ দৰেই অতি সুমধুৰ। ভবিষ্যতে আৰু সুন্দৰ গান শুনিবলৈ আশা কৰিলোঁ লগতে কুশল কামনা কৰিলো।
Khub sundor.aguwai jua 🙏🙏🙏
বৰ সুন্দৰ।বৰ ভাল লাগিল
Bohut bohut besi val lagiseeeee
Bohut bohut val lagise aru aguwai juwa tumi axirbad thakil
Bhut bhut morom thakil...❤❤❤❤❤❤
Tuona bihin high tune , god gifted ,it much touch anybody' s heart ...God bless her ....
May achieve International voice of acceptance in folk music .....
Tumar voice tu ekdom professional .God bless you ❤️
সুন্দৰ হৈছে ❤
বহুত সুন্দৰ হৈছে। আগুৱাই যোৱা
Best female bihu singer in future of Assam.
Bohut dhunia hoise❤❤❤
Vitali baa loi monot pore gol😢😢aaguai jua tumi ❤🙏🙏
Bahut bhal gaise, god bless you
Aru aguwai juwa asibad thakil
God bless you kamalika🎉❤
আগুৱাই যোৱা আৰু ❤❤
সুন্দৰ হৈছে আজিমাৰালৈমনত পৰিছে।
ধুনীয়া ❤
Oti khundor ❤ program
Khub sundor hoise❤❤
ভগৱানে মঙ্গল কৰক
Komolika tumar pramgram sai bhaut val lage
তুমি আগোৱাই যোৱা ❤❤❤❤❤
সুন্দৰ পৰিবেশন
Dhunia hoise.
বহুত ধুনীয়া গাইছা আগবাঢ়ি যোৱা
ভিতালী বা ঘূৰাই পোৱা নিচিনা লাগিছে ❤
Really heart touching song ❤ nd with your voice
সচাকৈ অতি সুন্দৰ কণ্ঠ একেবাৰে মাকৰ দৰেই ।আকৌ ভিতালী দাসক ঘূৰাই পোৱা যেন লাগিছে
বৰ্তমানৰ বহুত নামী গায়িকা ত কৈ হাজাৰ গুনে ভাল গাইছে।বহুত মৰম
Gtffcfvdhgxhsjtkdn HCM f CJn HC GK😊😮🎉😂❤
অতি সুন্দৰ কণ্ঠ। তোমাৰ মা, ভিতালী বাৰ কন্ঠ গোটেই আছে।এইয়া হয়তু মাৰ আশীৰ্বাদ।লগতে আমাৰো তোমালৈ বহুতো আশীৰ্বাদ থাকিল।
ভিতালী বাইদেউক ঘূৰাই পোৱা যেন কোনোবা খিনিত। কুমলিকাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
🙏 অসমৰ ৰাইজে কমলিকাক আশীৰ্বাদ কৰিব যাতে আৰু আগবাঢ়ি যাব পাৰে 🙏
সাইলাখ মাতৃৰ কণ্ঠ ফুটি উঠিছে... আগুৱাই যোৱা...❤❤❤
বহুত ভাল লাগিছে মাজনী। আগুৱাই যোৱা , আশীৰ্বাদ সদায় আছে তোমাৰ লগত।
বৰ সুন্দৰ কণ্ঠ,, একে বাৰে ভিতালী বাইদেৱে গাই থকা যেন লাগিছে ,,কি বুলি যে প্ৰশংসা কৰিম ভাবিয়েই পোৱা নাই,, বহুত বহুত মৰম দিলোঁ❤❤❤ আৰু আগুৱাই যোৱা আশীৰ্বাদ থাকিল
মাজনী, এনেদৰে গাই যোৱা; খুবেই সুন্দৰ হৈছে❤❤
সচাই মাজনী তুমি মাৰাৰ জীয়ৰী৷ বহোত বহোত শোভকামনা জনালোঁ৷ আগুৱাই যোৱা৷❤❤
প্ৰিয় গায়িকা গৰাকীৰ গীতত প্ৰিয় অভিনেত্ৰী গৰাকীৰ নৃত্য।
উফ্ ❤ সঁচাকে বহুত বেছি ভাল লাগিল।
একেবাৰে মাকৰ দৰেই একেই কণ্ঠ,❤❤ আগুৱাই যোৱা তুমি, ভাল লাগিল
কমলিকা তোমাৰ কণ্ঠত ভিতালীবাক ঘুৰাই পোৱা যেন লাগিছে। এনে দৰে আগুৱাই যোৱা। ❤❤
সছা শিল্পী.. একেবাৰে পৈনত হৈ অহা… keep it up…❤❤
ব হুত সুন্দ ৰ গাইছে,মাক ৰ নাম ৰাখ ক।তাৰে কাম না ক ৰিলো❤❤❤আশীৰ্বাদ দিছোঁ❤
এই ভিডিও টো চাই যিমান ভাল লাগিল ❤ সিমান মনটো বেয়া লাগিল 🥲🥲কিয়নো ভিতালী বা লৈ বহুত মনত পৰিলে🥺🥲🥲।
অতি সুন্দর কণ্ঠ। ঈশ্বরে আরু কৃপা করক।
অলপো তাল কটা নোযোৱাকৈ ইমান ধুনীয়া কণ্ঠৰে আজিৰ নামি দামী গায়ক গায়িকাতকৈ বহু গুণে ওপৰত গাইছে ॥ দামী গায়ক গায়িকা আধাইটো বাহিৰা কথা কৈয়ে অনুষ্ঠান শেষ কৰে...😮!! কমলিকাৰ কুশল কামনা কৰিলো
ভিতালী দাসলৈ মনত পৰি গ'ল।যোগ্য মাকৰ যোগ্য কণ্যা। তেওঁ লৈ মৰম জনালোঁ 💚
সুন্দৰ কণ্ঠ তোমাৰ মাৰ দৰে, বহুত ভাল লাগিছে আৰু আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ।
সকলোফালে একেবাৰে মাকেই আৰু❤️ বহুত আগবাঢ়ি যোৱা মাইনা ❤️
সুন্দৰ কৈ মায়ে দিয়া দৰে কাজবোৰ দিছা টানিবও পাৰিছা ধন্যবাদ।🎉❤🎉❤
জিয়াই থাকিল ভিতালি বা আমাৰ মাজত কোমলিকাৰ ৰূপত
বহুত ভাল লাগিল। শুভেচ্ছা জনাইছোঁ আগুৱাই যোৱা।❤️❤️
Bohut bohut bohut dhuniya hoise vonti......anekoi agbahi jua
অতি সুন্দৰ কন্ঠ। ভগৱানে কৃপা কৰক।
Mind-blowing, outstanding, yihe makor suwali , Bhagabane tumak bohut bohut aguwai loi jabo eitu nichito .
Bohut bhal hoise program 👍👍👍👍👍... Eman dhuniya voice . Bhitali baidow r voice jen lagise .... Best among new singers
Bohut dhunia gaisa bohut val lagil ake bare maa dre ❤❤❤❤❤❤❤❤❤❤❤❤❤❤👍👍👍👍👍👍👍👍
Hidina Ami goisilu eman bhal lagisil khub hundor ...bhitali baa k Sai thokar dorei lagisil
Voice of Kamalika Kashyap is very soft & heart touching & best & the Bihu conferance organise by Guwahti Bihu sanmilan is very prestigious one ,thanks.
Khundor poribekhon baidew apunar.bohut val lagil huni❤️
.apunar konthor majere Vitali baidewk jen ako ghurai paisu tene onuvob.hoise..aounar ujjwal vobissot kamona 🙏korilu
কিমান যে চালো।। সকলো ফালৰ পৰাই perfect ❤️❤️❤️
In love with your simplicity....Vitali Baa is back our childhood ❤❤
Bohut Bohut dhuniya hoise
Aji klir singer ot koi bohut uporot❤❤❤❤
বৰ সুন্দৰ , ভিতালী বাইদেউক ঘূৰাই পোৱা যেন লাগিছে সঁচাকৈ।ভগৱানে ভালে ৰাখক
বহুত সুন্দৰ পৰিবেশন । বহুত ভাল লাগিল। আৰু আগুৱাই যোৱা ❤
ভিটালী বা কন্ঠ টি যেন কন্যা দেহত পবেশ কৰিলে এনে ভাৱ হৈ যায় ভগৱানে ভালে ৰাখক আমাৰ শ্ৰোতা ৰাইজৰ বাবে 🙏
Khub dhuniya voice 👌👌bhal lagil. God bless you🙏
Aag bahi juwa ❤❤ bohut morom tumaloi❤
Bohut bohut vl lagile deiii vonti.... Ru agnahi jua tumi
বহুত বহুত মৰম লগতে শুভাৰ্শীষ যাচিছোঁ, ভগৱন্তই তোমাক এনেদৰে আগলৈকে আগুৱাই যাবলৈ সাহস আৰু শক্তি দিয়ক,মাৰাৰ আৰ্শীবাদ তোমাৰ লগত সদায়েই আছে মাজনী ❤❤❤
আগুৱাই যোৱা, বহুত শুভকামনা জনালো🌹
Aiyahe asol gayika...atikoi hundor.❤❤
Hosakoi bht hundor aji kali abur gan hunib nupua holu .. Mn bea lagile o jodi atort baji thake .. Hemeka mn tu vl hoi jy .. ❤❤❤❤❤❤
Uff ki dhunia voice tumr akdm ma dore akei...aru aguai jua tumi amr morm axibad hdi ase..❤
Wowww ki buli prokhongkha korim bohut besi val lagil dei ❤❤
সঁচাকৈ দিতীয় জনী ভিতালী বা আৰু, তোমাৰ আৰু ভাল হওঁক
ভিতালী বা লৈ মনত পৰি গল,হুবহু কন্ঠ
Bahut bahut duniya lagisa❤❤❤❤❤❤❤❤Dhemaji machkhowa❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সুন্দৰ কণ্ঠ, আগুৱাই যোৱা তুমি, শুভেচ্ছা থাকিল ll
❤❤ outstanding beti tumar utjal bhavisat kamona karilu...
ভিটালী বা কিমান যে মৰমৰ আছিল ভাষাৰে বুজাব নোৱাৰো।মাৰ আৰ্শীবাদ আছে।আমাৰ মৰম আছে।তুমি আগুৱাই যোৱা।
Xosai bohut dhuniya gaisa tumi,, aru aguwai juwa, akhirbad korisu, tumar konthote vitali bak ghurai puwa jen lagise,, ❤❤❤❤❤❤❤❤❤❤❤❤
সুন্দৰ. বিহু.গীত.বহুত ভাল লাগিল ❤❤❤
Sundor kantho shilpigorakir logote xundor abhinetri.
ati sundor,,,,konth manib logia,,, aaguaw jowa,,,,🙏🙏
Dhuniya hoise❤❤
Emn dhuniya hoisa xosaka 🎉🎉❤
টেঙাপুখুৰি কেন্দ্ৰীয় ৰঙালী বিহু আমি তেওখ নিমন্ত্ৰন কৰিছিলো বহুত ধুনিয়াকৈ গীত পৰিবেশন কৰি গৈছে
Bhout bhout bhout dhuniya hoise ❤❤❤
বহুত মৰম লগা হয়❣️
Vitali ba loi.monot pori gol
Bhogowany aru aguai loi jau maina jonik
stay bless