Tmi Bhai Agor Porai Bohut Talented. Tmr Kothabur r Mat Khube Xubola. Eibar HS tu Top Holder Hola. Tmi Yaar Prapya. Proud Of You Brother. Jibon t Aru Bohu Dur t Aguai Jua...
Salute to You Bro,its not easy!!! 1st position in HSLC-2020 1st position in HS(Science)-2022 You are the Real Gem of our Region. Plz revive the uneducated society.
Make your own strategy..... Because of we depend for everything from for the toppers....ex...notes,time of study....for this Assam's students can not succeed. Stop viewing strategy videos...make your own strategy.
ধৃতিৰাজৰ পিতৃলৈ অসীম শ্ৰদ্ধা জনাইছোঁ। তেখেতৰ উচ্চ চিন্তা আৰু ভাৱনাৰ মূৰ্ত প্ৰতীক ধৃতিৰাজ বাস্তৱ কলিতা।
মই লৰা জনকৈ তাৰ মা দেউতালৈ ধন্যবাদ জ্ঞাপন কৰিলো কাৰণ লৰা ছোৱালী সপোন মা দেউতা দেখুৱাই
অভিভাৱক হিচাপে তেওঁ কোৱা কথাখিনি একেবাৰে সময়োপযোগী আৰু যুক্তিসংগত। ধন্যবাদ থাকিল।
মই এজন ছাত্ৰ। মইও ধৃতিৰাজ ভাইটিৰ পৰা বহুতো নজনা কথা শিকিলোঁ। ভাইটিৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
ধৃতিৰাজ দাদা তোমাৰ পৰা বহুতো ব্যক্তিগত কথা কেইটা সোনি বহুতো ভাল লাগিল । মই ও তোমাৰ দৰে পঢ়াত মনোযোগ দিম দাদা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
তেওঁ কোৱা ভাষা সমূহ অতিকৈ উচ্চ মানদণ্ডৰ ....বৰ সুন্দৰ
hi
Hii
Hii
Goi
Bohut guruttapurna kotha eman hundark koise teu👌👌🤙👍👍
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ মইনা। ইমান সহজ নহয় দুয়োটা মূল পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰাতো। তোমাক লৈ অসমবাসীয়ে বহুত আশা কৰিছে। আশাকৰোঁ তুমি অসমীয়া জাতিৰ ভোটাতৰা হৈ জিলিকি থাকিবা। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। তুমি বহুত ডাঙৰ মানুহ হ'বা। আশীৰ্বাদ থাকিল।❤️
কথা শুনি থাকিবলৈ মন jai ভাইটি জনৰ ইমান সহজ সৰল ..সুস্বাস্থ্য হোৱা সদায় ভালে থকা ভাইটি ❤️❤️❤️
BESTBEST BEST😎😎🥰😎😎🥰😎😎😎🥰😎😎🥰😎😎💟💟💟💟💟💟💟💟💟💟💟💟💟💟
ইমান কম বয়সতে ইমান ভাবগধুৰ কথা ! ভিডিঅ'টো আগতে চোৱা হোৱা নাছিল । অতিশয় মুগ্ধ হ'লোঁ ধৃতিৰাজ বাবা । তুমি বিশ্ববন্দিত হোৱা ।
বন্ধু খুব উৎফুল্লিত হ'লো তোমাৰ কথাত। অমায়িক তোমাৰ ব্যৱহাৰ। বহু কথা শিকিলো তোমাৰ পৰা। তোমাৰ লক্ষ্য পূৰণ হওক। খুৰাজনো ইমান সৰল মনৰ। ভাল লাগিল ভিডিওটি চাই। তোমাৰ কথা ময়ো মানি চলিম ভৱিষ্যত জীৱনত😊।
ধৃতিৰাজৰ ব্যৱহাৰতেই মই অনুমান কৰিব পাৰিছো যে সি বহুত বহুত সহজ সৰল মনৰ। ধৃতিৰাজ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
Om ❤
@@anjumalif4896 p
Ati bhal lagil
Nitisikhar kotha gurutta je ase kuwa babe dhanyabad
8টটে।অষন
Deutak or kotha khni akdom true...bhut bhal kotha koise deutake..bhut 😌 bhal lagil teur kotha xuni
Dhritiraz baba tumi mor sowalijanik akanman asirbad dibason.tmak bhagabane aru besi Gyan diyak ❤❤
ধৃতিৰাজ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।
hi
Good 🙋
Umm xosa
Bohut morom aru aakhirbaad tumaloi bhaity.. tumi amar axom or ejon hompod hoi wish you a very bright future keep shining always ❤️❤️
ধৃতিৰাজ তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ। তোমাৰ পিতৃ মাতৃ আৰু সহায় সহযোগিতা আগবঢ়োৱা সকলক অভিনন্দন জনালোঁ।
He's the real Little Hero having wonderful moral knowledge. God bless u..., May God fulfill ur all dreams 🙏
Good spech
true
Tmi Bhai Agor Porai Bohut Talented. Tmr Kothabur r Mat Khube Xubola. Eibar HS tu Top Holder Hola. Tmi Yaar Prapya. Proud Of You Brother. Jibon t Aru Bohu Dur t Aguai Jua...
ভিডিঅ'টিৰ জৰিয়তে শিক্ষাৰ্থী সকল বহুতো উপকৃত হ'ব……… ধৃতিৰাজৰ উজ্বল ভবিষ্যত কামনা কৰিলো।
ধন্যবাদ আপোনালৈ
জীৱনৰ লক্ষ্য ত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আশীৰ্বাদ কৰিব
ধৃতিৰাজ তুমি আমাৰ বাবে গৌৰৱ।তোমাৰ সাফল্যৰ ধাৰা অব্যাহত থাকক। তুমি যদিও মোক চিনি নোপোৱা তথাপি তোমাৰ মা-দেউতা,খুৰা,মামাহতৰ লগত এক আন্তৰিক সম্পৰ্ক আছে। মই হেমন্ত বৰুৱা।মোৰ ঘৰ কৈকৰাত।চাকৰি সূত্ৰে বাহিৰত থকা বাবে তোমাক দেখা কৰিব যাব নোৱাৰিলো। দূৰৈৰ পৰাই মৰম আৰু শুভেচ্ছা জনালো।
ধৃতিৰাজৰ অনাগত দিনবোৰৰ উজ্জ্বল কামনা কৰিলো ।
dhritiraj tumi kun khon college ot admission lola
Iman moram loga loratu.god bless you beta❤️❤️❤️.Tumi aru bohut duroloi aguai jua....
He maintained his consistency and secured 1st position in HS again. Proud of you Brother!❤️
তোমাৰ পৰা বহুতো নজনা কথা জানিবলৈ পালোঁ দাদা বৰ ভাল লাগিল ❤️
❤️❤️মোৰ ভাগিন ক সকলোৱে আশীৰ্বাদ কৰিব🙏🙏
Umm
😊😊😊😊
Muk akhibad koribo hokoluye 🙏🙏🙏🙏
jat ram
Oo mama❤
ধৃতিৰাজ আৰু তেওঁৰ দেউতাকৰ কথাখিনি বৰ ভাল লাগিল। ধৃতিৰাজ তোমাৰ ভবিষ্যত উজ্জল কামনা কৰিলো।
বহুত ভাল লাগিল । ধৃতিৰাজ তোমাৰ উজ্বল ভৱিষ্যতৰ বাবে মই আন্তৰিক শুভেচ্চা জ্ঞাপন কৰিলো। এনেকৈয়ে যাতে জীৱনত আগবাঢ়ি যোৱা তাকেই কামনা কৰিলো। ❤❤
Good
@@matin.gaming123 umm
পিতৃ তথা পুত্ৰ দূয়োজনলৈ মোৰ আন্তৰিক ধন্যবাদ জনালো।
ধৃতিৰাজ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ। তুমি আমাৰ সমাজ তথা দেশৰ সু নাম কঢ়িয়াই আনিলা❤️😘
মাক দেউতাকৰ কাৰনে আজি ল'ৰা ই এয়াই ফল দিছে ❤❤❤❤,🙏🙏🙏🌹🌹🌹🌹🌹
ধৃতিৰাজ তুমি আগুৱাই যোৱা, আমাৰ আশীষ থাকিল।
ধৃতিৰাজৰ উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলো। আৰু আগবাঢ়ি যোৱা।
সুন্দৰ ভৱিষ্যত কামনা কৰিলো ধৃতিৰাজ । তোমাৰ আদৰ্শ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰওক ।
ধৃতিৰাজ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিছো
বহুত সুন্দৰ দাদা। আপোনাৰ জৰিয়তে বহুতো কথা জানিব পাৰিছো। আপোনলৈ ধন্যবাদ জ্ঞাপন কৰিছো । 🙏🏼
বহুত ধন্যবাদ আপোনালৈ
Keep his results aside , his speaking ability is most appreciable
Feeling proud........ Dhritii..... U r my best Student.....forever.
Dhunia mat kotha lgote otike medha tumi ujoli utha moiuu jen tmr dre hbo nuarilew kintu bhal km kri jm
ধৃতিৰাজ ৰ কথাখিনিয়ে আমাৰ ভৱিষ্যত প্ৰজন্মলৈ এক শুভ বাৰ্তা কঢ়িয়াই অনা বুলি মই ভাবোঁ। এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবঢ়োৱাৰ বাবে আপোনাকো ধন্যবাদ জনাইছোঁ।
Bahut dhanybad #pranjal_tamuli_musical
Salute to You Bro,its not easy!!!
1st position in HSLC-2020
1st position in HS(Science)-2022
You are the Real Gem of our Region.
Plz revive the uneducated society.
Hi
Fa
Dhitiraj dada apunar pora bohut hahokh paiso moiu apunar dore agbarhi jabloi sesta korisu apunar kothai bohut hahokh paisu apuni aru agbarhi jaok tare kamona korisu vogobanor usorot
ধৃতিৰাজৰ পিতৃৰ কথাখিনি খুব ভাল লাগিল।
Hi
Tumi Hslc exam 2020 disa naki
Pilese
@@camadyvideo2967 mane
Monika sarkar Tumi 2020 Hslc exam disila naki ?
জীৱনত আৰু আগবাঢ়ি যোৱা ❤️
তোমাৰ পৰা বহুত অনুপ্ৰেৰণা লাভ কৰিলোঁ।
Hosai tumar dore moi hoboloi sesta korisu... Tumar kotha burote proman hoi je tumi khub bhall lora
ঠিক কৈছা দাদা তোমাৰ কথা বোৰ ভাল লাগিল
Tumaloi antarik dhanyabaad thakil dhrithiraj bastov kalita bhai ...🙏🙏🙏🕉🤲🔱
Deutakor kotha khini bor vl lgise xuni☺️gat dhorise ji koise hosa kotha koise deutak anekuwa hole lora nitsoi vl hbo💕🥰
Aponar lagat akmat
তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।💕💕❤️❤️
ধৃতিৰাজ তোমাৰ মুখমণ্ডলত উজ্জ্বলি থকা জ্যোতিয়ে সকলোকে
উজ্জ্বলাই তোলক৷বহুতো মৰম আৰু আশীৰ্বাদ থাকিল তোমালৈ৷ জ
Apuni kuwa kotha khni mor khube vl lagsi aru moi agoraki sosaton matrii hispe apunar kotha khni t akmot
You are great dhritiraj dada
Moiu aber HSLC exam dim ......tmr kotha khuni ...moi bhut perona lav krisu.....moiu bisaru tmr dore hb ......🥰....
Moi Kori dim de dhritirajor dore mor tat ah
God bless you ,aru val howak tumar .
ধূতিৰাজ, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
তোমাৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ 🙏🙏🙏🙏
পিতৃ-মাতৃ সদায় এনেকুৱা হ'ব লাগে ।
Congratulations Dhritiraj
তোমাৰ কথা খিনি শুনি বহু ভাল লাগিছে
Not practice make man perfect (perfect practice make man perfect)
NOT perfect practice make man perfect
✓(perfect practice makes man perfect)
ভুল ধৰাটো একেবাৰেই সহজ Maddam
ধৃতিৰাজ তোমাৰ সাক্ষাৎকাৰটো শুনি ভাল লাগিল। তুমি আৰু আগুৱাই যোৱা। তোমাৰ ভৱিষ্যতৰ উজ্বল কামনা কৰিলো
Example of consistency 🔥
God bless you always .you are a great man in your future life and a best singer same to zubeen gurg.
Long live your Education life
God bless you dhiritiraj
Tumar kotha suni thakibar mon jai tumar udjal bhabishyat kamana krilu
বহুত ভাল লাগিল দাদা আগবাঢ়ি যোৱা god blesse you☺
শুনি বহুত ভাল লাগিল তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।
ধন্যবাদ
Good bless you❤❤ Dhiriraj dada
He got 1st Position in Hs final year from TRINITY (Congratulations brother)
ধৃতিৰাজৰউজ্জ্বল ভৱিষ্যত কামনা কৰিলো ।
চচচচচচচচচচ
God bless you vaiti❤️ ,i m frm Nagaon(assam)
Proud to dhritiraj bastav kalita
DhritiRaj Tumi jate Bhavishyate Indian Icon huwa Elon muskor Dare Take Aaxa karilo♥️♥️♥️♥️ .
This boy is very cute and genius 💐💐😊
Congratulation God bless you
Dhritiraj da r kotha huni bohut bhal lagil moiu teur nisinake pohiboloi Shreshtha korim
ধৃতিৰাজ খুড়া ভাল লাগিছে
😂
মই আপোনালোকৰ আলোচনা বহু বাৰ দেখিছো শুনিছো বহুত ভাল লাগিছে , আলোচনা হব লাগে আপোনালোকৰ দৰে গঠন মুলক আপোনালোকক ধন্যবাদ
বহুত ধন্যবাদ আপোনালৈ। এনেধৰণৰ গঠন মূলক মন্তব্য বা দিহা পৰামৰ্শ ই আমাক উৎসাহিত কৰে।
change your path not your goal .....nice line 💫
তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো
God bless you dhritiraj
God bless him.
তুমি আগুৱাই যোঁৱা🤝
Valke porhek baba thanks su must i love you to ❤️❤️
Proud to be a Bjvian. My mother his teacher
Keep going Dhritiman 👍
God bless you Dada
ধৃতিৰাজ তোমাৰ কথাখিনিৰে মন চুই গল।
ধৃতিৰাজ তোমাৰ উজ্বল ভবিচ্ছত কামনা কৰিলো
Nice bhut val kota koysa bhut bhut bhut bhut val hoy
Tumr utjal vabisot kamona krilu.aguai juwa
Bohut hundor baha koise hi bobhisot aguai jabo
Make your own strategy..... Because of we depend for everything from for the toppers....ex...notes,time of study....for this Assam's students can not succeed. Stop viewing strategy videos...make your own strategy.
Proud of you brother 😊❤❤❤❤
Real hero😍
I wish you a bright future
2mi hody aguai jua Dhritiraz 👍👍😘😘
Excellent💯 God bless🙏 u
Excellent advise by Dhritiraj father
Dhitiraj tumar dara world star hoi giiliki rock God bless You
ধৃতিৰাজ তোমাৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিছোঁ। তোমাৰ দৰে ময়ো ভাবো সুস্থ সমাজ এখনৰ বাবে ১৯৮৭ চনৰ আগতে বিদ্যালয়ত চৰিত্ৰ পাঠ পুঠি খনৰদৰে এতিয়াৰ বিদ্যালয় বিলাকতো চৰিত্ৰ পাঠ পঢ়োৱাৰ প্ৰয়োজন হৈ পৰিছে।
Go ahead dhritiraz
God bless you 🙏 dhitiraj 🙂❤