খুব সহজ সৰল ভাষাত বুজোৱা বাবে বহুত ধন্যবাদ। কোনো বাহুল্য কথা নাই, কোনো repeat নাই, কোনো music নাই। ভাল লাগিল।আগলৈ আমি এনেকুৱা সাবলীন ভাষাত তথ্য গধূৰ কথা জানিব পাৰিম বুলি আশা কৰিলো। ধন্যবাদ।
খুব স্পষ্ট আৰু সুন্দৰ কৈ বুজাই দিলে । খুব ভাল ভিডিঅ' । Bohu kotha sikibo parilo. Informative. Keep it up. Next ako tene informative video pam buli skha thakle.
অসম চুক্তিখন যিকেইজনে ছহী কৰিছিল সিহতে বিদেশী বহিস্কাৰ আইন 1959 যে আছি নাজানিছিলোঁ,গতিকে সেই চুক্তি মূল্যহীন নঠি.আৰু সেই কেইজনক কোনে অধিকাৰ দিছিল যে 1979হব.
অতি সুন্দৰ কৈ অসম চুক্তিৰ সম্পৰ্কে বুজাই কোৱাৰ বাবে ধন্যবাদ 🙏🙏🙏
সবাতোকৈ সুন্দৰ কৈ অসমৰ জনতাক পাত পাত কৈ বুজাই দিছে। আপোনাক বহুত বহুত বহুত ধন্যবাদ ❤❤❤ ভগৱানে আপোনাক মঙ্গল কৰক ।
ধন্যবাদ
Si😮
Hundor
অতি সুন্দৰ কথা উল্লেখ কৰিছে ভাল লাগিল
বহুত ভাল লাগিল। খুব সুন্দৰকৈ বুজোৱা হৈছে ।
সুন্দৰ ব্যাখ্যা । আতাইখিনি কথা এটা ভিডিঅ তে পালো । ভাল কৰিছে ।
অসম চুক্তি দুখ জনক 10:45 সুন্দৰ কৈ বুজাই কৈছে ৷
Best video on assam acord. Details video. Thanks
বৰ ভাল লাগিল। ধন্যবাদ জনালোঁ।
@@minotideka8967 thank you
Very informative 👏
Good msg. ❤😊
খুব সহজ সৰল ভাষাত বুজোৱা বাবে বহুত ধন্যবাদ। কোনো বাহুল্য কথা নাই, কোনো repeat নাই, কোনো music নাই। ভাল লাগিল।আগলৈ আমি এনেকুৱা সাবলীন ভাষাত তথ্য গধূৰ কথা জানিব পাৰিম বুলি আশা কৰিলো। ধন্যবাদ।
ধন্যবাদ
খুব স্পষ্ট আৰু সুন্দৰ কৈ বুজাই দিলে । খুব ভাল ভিডিঅ' । Bohu kotha sikibo parilo. Informative. Keep it up. Next ako tene informative video pam buli skha thakle.
Very nice God bless you
@@janajyothi7544 thank you
Very informative. Carry on👍
Many many thanks
Many many thanks
Apona loi dhanyabad thakil. Bhut janilu aru khikilu.
Eesware kripa. Korok bor bhal lagil
ধন্যবাদ
বহুত ভাল লাগিছে ভাগিন ভগৱানে তোমাক মঙ্গল কৰক
ধন্যবাদ
❤❤❤
Good. Explan
Good new
Tq bro
Right now dada
চুক্তি বা আন্দোলন কৰিলেহে পাই অসমে।নহ'লে নিদিয়ে😓
অসম চুক্তিখন যিকেইজনে ছহী কৰিছিল সিহতে বিদেশী বহিস্কাৰ আইন 1959 যে আছি নাজানিছিলোঁ,গতিকে সেই চুক্তি মূল্যহীন নঠি.আৰু সেই কেইজনক কোনে অধিকাৰ দিছিল যে 1979হব.
Tribal belt and block hungkrito koribo lagibo
অসম ধংসৰ আন্দোলন, ইয়াৰ কথা কৈ থাকিলে নহ'ব, নিবাৰণ বৰা হিতেশ্বৰ শইকীয়াৰ মতে এতিয়াও ১৯৫১ চনৰ ভিত্তিত বংশৰ নাগৰিকত্ব পঞ্জীয়ন উলিয়ায় লৈ অসমীয়া জাতি গঠন কৰাত ব্ৰতী হৈ লোৱা। দালাই লামাৰ লগত অহা বোৰৰ,লগতে নতুন অসমীয়া য়া ওলাই পৰিব ছহিদৰ তেজৰ মুল্য পাব নহ'লে । অসমীয়া ভগনীয়া হ'বলৈ গৈছে।
অসম চুক্তি মানিলে 1971 চনটো ভিত্তি বৰ্ষ হব বিদেশী খেদাৰ। কিন্তু অসম চুক্তি নামানিলে ভিত্তি বৰ্ষ হব 1951। গতিকে অসমীয়া মানুহে আমাক নালাগে বুলি কলেই হল। তেতিয়া হলে supreme court ৰ judgement টোৰ কোনো মূল্য নাথাকিব। অসম চুক্তি খন বৰ্তমান কোনে বিচাৰিছে। অসম চৰকাৰ অাৰু assu য়ে। তেওঁলোকৰ উদ্দেশ্য অসমৰ ভালৰ কাৰণে নহয় নিজৰ সুবিধাৰ বাবে। অসম চৰকাৰক লাগে হিন্দু বেংগলীৰ সুৰক্ষা। অসম চুক্তি খন যদি নাথাকে aasu য়ে কি কৰি থাকিব। তাতকৈও দুখৰ কথা aasu ৰ মুৰব্বী জন এজন হিন্দু বেংগলী লোক যিটো কথা অসমৰ মানুহে গমেই নাপায়।
সাংবিধানিক ৰক্ষাকবচৰ কথাটো কি হল??
নহয় তেওঁ অসমীয়া , ভালকৈ অধ্যয়ন কৰি কথা কব
Bengladesi issue loi khokolo student neta hol jodi issue to. Khekh kore. Rajnetit. Aeko. Naikiahobo.
Axom khan sonor axom hook axomia Boro missing Tiwari Kartik okay daphala Hatake loi bar axom garbo Bihari marowari. Hatake loi nahai
De
Prafulla mahanta kam nohowa person
Corang. Not. Emplimant. S
Bor bal lahel 1971tu mur1951h hobbo large
Tarmane asom actt asomr indegenious str karne big zero
Corang. Not. Disaid. Empliment. This. Sukti
Beautifully explained. 😊
Thanks