দীপলিনা ডেকাৰ সৈতে বাৰ্তালাপ Episode 01
Вставка
- Опубліковано 4 жов 2024
- দীপলিনা ডেকাৰ সৈতে বাৰ্তালাপ Episode 01
Social mediaত কিয় ইমান চৰ্চা হয় দীপলিনাকলৈ?
#deeplinadeka #chakrapaniparashar #baartalaap #deeplina #deeplinadeka #deeplinadeka🌸 #deeplinadekalive #deeplinadekasong❤️ #deeplinadekaphotos #deeplinadekalovers #deeplinadekafanclub
-------------------------------------------------------------
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
Bohut val lagil baa kotha khni huni baa bohut dhunia dhunia kotha kola.... show 2 bohut hunkale hak hua dora lagil ...
চক্ৰ দা আপুনি প্ৰশ্ন বোৰ ধুনীয়া কৰে । আমাৰ মনত জি বোৰ প্ৰশ্ন হৈ থাকে আপুনি বুজি পাই ।🔥🔥🔥🔥🔥❤️❤️❤️❤️❤️
Hi nice #07N vlogs Assam Dhamij😊👍
অশেষ ধন্যবাদ মিমাৰ সকলৰ বিষয়ে কোৱাত 😊😊 । কাৰণ মইয়ো এটা মিমাৰ , মিম মেইন মুঠতে ❤️😁
ইমান মৰম লগা কৈ কয় কথাবোৰ,, বহুত ভাল লাগে দেই Deeplina ক।
মই মদ খায় পথৰ কাষত উৰে ৰাতি পৰি থাকো কিন্তু মদাহী নহয় দৈই,,
😂😂😂 epic
ছোৱালী মিছা প্ৰমত পৰাতকৈ মদ খাই খালত পৰা এই ভাল,,,,, কোনো বাই উঠাই দিব,,,,চাল্লা প্ৰেমত পৰিলে কোনো নাহে কাষলৈ,মৰিব টো অকলে লাগে
জুবিন দাই কিমান ক এটা nice life দিছে, জয় জুবিন দা ♥️
বহুত ভাল লগা এটা মূহুৰ্ত ❤
বহুত বেছি ভাল লাগে যেতিয়া দিপলীনা বাই পোন প্রথমে নলবাৰীত ঘৰ বুলি কয়।।।।।।।।।।। মইও নলবাৰীৰ❣️ ❤অসম ❤
Achurjya dak lage next show...kune kune busare tick mari jab
Mur ati priyo apunar gaan sob gaan. Sui diyana gaan tu sunar pisot mur montu out of the world jen bhav hoi.
Val lagil...jomai dise,,bar kothabur val lagil
Isn't he married with a kid
Deeplina Deka My all time favorite singer ❤️❤️❤️😘😘😘😍😍😍
দাদা, জুবিন দাৰ লগতো বাৰ্তালাপ কৰিবচোন🙏❣️
Yes
Discussionটো very progressive হৈছে। Thanks to all.
Chakrapani da mane Deeplina baa oha karone akdom full on mood. Like he is not flower in this show he is full fire. Good dada keep it up always.
My fvt...hahile tumi..
Mukuta moni hore
#Deeplina Deka
বৰ সুন্দৰ বাৰ্তা লাপ
In Bollywood- Kapil Sharma
In Jollywood-Chakrapani Parashar
Khub bhal lagil aanunthanti,Deeplina tumi aguai jua
Dhuniyaa deeplina deka baa mojja 👍👍😄😄
Vll loga ❤️🥰😘😍 baa joine. Sai hondiiya time2 vll lgilaa 😍😍 aru dada auponi2 main ❤️
Chakra da "Jatiyo rajnoitik dol" good punch line bt unfortunately deeplina ba can't catch 😉 the .!!!!! 😁
Nuwari nuwari pora Deeplina mur fvrt ❤️❤️
Aji video Tu eman joldi hek hol jen lagise..,............. Deeplina ba. Chakrapani da kotha huni thakia val lage
দীপলীনা বা মোৰ প্ৰিয়। তেওঁ কথাবোৰ ইতিবাচক, বহুত ভাল লাগে।
22:45 minutes ...ufff jui. মই তৃণভোজী কিন্তু মাংস খাওঁ। 😁😁😁
🤣🤣🤣
😂😂😂
চেনী-পানী-পৰাশৰ 😊
Amr legend k lge adin #zubeen 😍💗
Love you deeplina ba ❤️❤️❤️ aro tomar hahi to eman ne val lage ba
চক্ৰ ককাই আজিকালি কপিল চৰ্মাৰ দৰে SIGMA dialogue দিব লৈছে দেখুন । এইটো Video চাই The kapil sharma show দৰে লাগিল কিন্তু। 😊👍
🤣🤣🤣
Very right
😂xsai dei
Besi e over acting kore. Cheap laga hoise
@@pratimparashdeka7147 nasabi tnte
Lady crush ❤with pure soul.. I Love your simplicity🥰
Deeplina baa😌😌❤️❤️❤️... Peace.....atiya pora aru memer ulabo aru ......🤣🤣
চক্ৰপাণি দা বহুত বেছি ভাল লাগে আপোনাক আপোনাৰ কথাবোৰ ❤️❤️❤️❤️
moja episode... 🤘 waiting for next
খুব ভাল লাগে আপোনাৰ অনুষ্ঠান
প্ৰিয় মানুহ দুজন ❤️🥰
Bohut hundor onusthan 💖💖
Nice hi... #07N vlogs Assam Dhamij Assam👍👍❤❤
Chakra daa is best anchor...
বাৰ কণ্ঠ, গীত,গীতৰ কথা বৰ ভাল লাগে । আৰু মই তেপুৰৰ পৰা বা লৈ অশেষ মৰম ♥️ যাছিলো আৰু আগবাঢ়ি যোৱাৰ কামনা কৰিলো 🙏
জুবিন দাক লাগে
জাগীৰোডত ডাঙৰ হৈছে বুলি জানি বৰ ভাল পালো । ময়ো জাগীৰোডৰ । আমাৰ শহুৰ দেউতায়ো পেপাৰ মিলত কৰিছিল । নিজৰ নিজৰ ফীল এটা দি দিলে বা😘😘
Apunr show sai, hosai bht bht val lage,
ভাল লাগিল Food gives me happiness👌মানে দীপলিনা বায়ে অন্ন ক সন্মান কৰাই নহয় অন্ন ক ব্ৰহ্ম জ্ঞান কৰি আহিছে নিজৰ অজানিতে।কাৰণ সকলো stress পাহৰি যোৱাটো সাধাৰণ কথা নহয় অন্ন খাই. That's interesting and amazing.আৰু এইটোৱে হল বাৰ সুন্দৰতাৰ raz.সেইবাবেই তেওঁ ইমান ধুনীয়া।লগতে চক্ৰ দা মোৰ দৃষ্টিত এজন অসামান্য ব্যক্তিত্বৰ অধিকাৰী।I really like him so much.✌️
My favorite singer diplina deka.
Deeplinar kothai xosai mon sui gl.uthi oha lra swali r babe ene kothabur prena buli moi vabu.ei dhoronor baartalap xuniboloi agoloiu roi thakim
জাতীয় ৰাজনৈতিক দল, জাতীয় সংগঠনৰ... 🤣🤣🤣🤣 নুবুজিলে deeplinai
Zubeen dak u matibosun❤️baki apunar anusthan hodai sau
প্ৰিয় বা জনী ❤ কথাবোৰ ইমান ধুনীয়া লাগে বা ৰ❤ ইমান সহজ-সৰল বা ❤ মুখতে হাঁহিটো ❤❤❤❤❤ বহুত বহুত বহুত বেছি ভাল পাওঁ বা তোমাক তোমাৰ গানবোৰক ❤❤❤❤তোমাৰ সকলো গীতে চাইছো বা ❤
দিপলীনা।।। তুমি।।। নলবাৰী ত।।। বিধায়িকা।। হ'ব।। লাগে
Aiooww dehi open flirting...sai kintu khubei bhal lagile pai❤😍🥰
প্ৰতিটো শব্দ প্ৰতিটো কথা দীপলিনা বাৰ বহুত বেছি ভাল লাগিল আপুনি জীৱনটো বৰ গভীৰতম ভাৱে জানিছে আৰু বহুসময়ত উপভোগ কৰিছে আৰু কথাবিলাক বহুত সুন্দৰ ভাৱে দাঙি ধৰিছে দিনটো বহু কথাত মনটো ভাল নাছিল কিন্তু আপোনাৰ কথাবিলাক শুনা পাছত অলপ মনটো মুকলি হৈছে , মোৰ ঘৰ যোৰহাট
Moja lagile sai 🥰
So nice to hear her so positive ,so kind really ❤❤
মই নিৰামিষ ভুজি কিন্তু চিকেনটো খাও😌
Sai bohot vl lagil❤️❤️❤️
Zubeen da ❤️ lage
Pranab mili bokakhat rora dipleena ba bahut moram ♥️
Sai bohut vhl lagil
চক্র দা আজি দেখোন বেলেগ বেলেগ 😁
💖
শিৱসাগৰত ৮ তাৰিখে আহিলে আপোনাক মই উপহাৰ এটা দিম বা । লগ পাব কাৰণে বলিয়া হৈ আছোঁ।❤️🥀🌸🤗
Dile ne nai
Chakra pani aji kali blg smart..... Zubeen da'i microphone doliaisil j adin...oh......... Deeplina mam is so talented.... So smart...
Vl lgl dada...
Hi nice👍👏👏👏 #07N vlogs Assam
31 mintor video to salu gm nplu 31 mint emn xnkl kenkea hl diplina baa kotha bor xuni thakilea xuni thakibor mon jai thakea love for nalbari ❤️❤️
Same ☺
মোৰ মবাইলত ৰিছাৰ্জ নাছিল, লগৰ এটাই ক'লে তই ফটো আপলোড কৰিছ । লগে লগে ঘৰৰ কণী পাৰি থকা হাঁহজনী দৌৰাই দৌৰাই ধৰি বজাৰত বেছি ৰিছাৰ্জ কৰিলোঁ । সেইকাৰণে কমেণ্ট দিওঁতে অলপ দেৰি হ'ল , বেয়া নাপাবি । বৰ ধুনীয়া লাগিছে, ক'লা ফোট এটা ডাঙৰ কৈ লৈ লবি, নহ'লে কাৰোবাৰ মুখ লাগিব৷ । বৰ জহনীত যোৱা কমেণ্টতাৰ😍😍suman
Kune photo upload korile?aitu vdo he
@@kankana9679 typeing mistek hl
Deeplina bar r kotha bor hunile huni thakibo mon jai. ❤️❤️
Niramikh bhoji kintu amar daideo akou chicken 🐔 khay bah mazza a gaya kapil sir
Interview to sai bohut val lagil
I am poet Samujjal Deka 🙂✍🏻👍🏻
Love from Rangia ❤️😊🙏🏻
দাদা জুবিন দাক লাগে
দ্বীপলিনা বা কেৱল ধুনীয়া নহয়, তেওঁৰ যি সৰলতা কথা কোৱাৰ বহুত ভাল লাগে, অনুৰাগী ক যি ধৰণে গুৰুত্ব দিয়ে বহুত ভাল লাগে,,,
bht val lge baar kotha bro imn honest ❤ thank baa apunar kothai bht prerona diye
Deeplina Deka in future Politics ot oha tu 💯% sure..
ভাল লাগিল সঁচাই,কথাখিনি একমত। 🎶 👍👍
Immman dhunia kothabur .manuh jnir dorei😍🥰
Bhout val lgla vedio sai
দাদা পাৰে যদি b boys r লগত বাৰ্তালাপ কৰিবাচোন🙏🙏 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Dada vl seni d ase kintu... Vl lagil sai
Chakra daa ❣️🔥💥😍 next zubben dak lge o xonkale
2mi eyto😁😁
@@manalishadas2421 moi sobote asu o 😂kot ni moi
One of my favourite singer ❤️.....nuari nuari geet tu hunar porai apunar big fan baa❤️
ua-cam.com/video/xma8XnTq4G0/v-deo.html Saba buli akha korilu
Sandeep Maheshwari of Assam...... ❤😍
Diplina ba❤️❤️❤️❤️😍😍🤩
মনটো ভাল লাগে দে ❤️ভিদিও চাই❤️
❤️❤️❤️❤️ I love this show
চক্ৰ দা এই ভাগ অনুষ্ঠান ভাল লাগিল। প্ৰায় বোৰেই চাই আছোঁ বাৰু মই জনাত। আগবাঢ়ি যাওক আৰু। ❤️
All the best।। As always ১St like ১St view
Bohut bhal lagil
🤪
বহুত ভাল লাগে আপোনাৰ অনুষ্ঠান চাই
Dada olp olp seni disa ...jolisu...🙄🙄😄😄....Anywy mozza lgil...next Zubeen dak anibo buli axa krilu..
Eman honestly kotha koise baa ai xosakoi bht baci vl lage gl.... Xosakoi baa k dakhelai ata positive vibes ahe.... ❤️
Mont tu val lagi gol 🥰🥰
Dhuniya baa
Bohut val lagile dai Deplina bak
Deeplina baa ....love you ..❤️
Next Papon da k lge❤️
Zubeen daa
Chakra da birat cute o . birat cutie pie Khi
সুন্দৰ লাগিল ।
চক্ৰ দা আজি কঁপিল শৰ্মা হৈছে 😂
বহুত ভাল লাগিছে । মই এই চোতো চাই বহুত ভাল পাও বহুত জানিব পাৰো 🙏🙏🙏
🤗