কৈ থাকিলেও ওৰকে নপৰে APSC কেলেংকাৰীৰ বিষম কথা
Вставка
- Опубліковано 28 вер 2024
- অসম আৰক্ষীৰ আভ্যন্তৰ জোকাৰি যোৱা এটা বিশেষ খবৰ
সততাৰে দায়িত্ব সমাপন কৰা আৰক্ষীৰ বাবে লাজৰ খবৰ
APSCৰ তদন্তৰ দায়িত্বৰ পৰা আঁতৰিল IPS প্রতীক থুবে
দায়িত্বৰ পৰা আঁতৰাবলৈ বাধ্য হ’ল ৰাজ্যৰ বিশেষ ন্যায়াধীশ
কিয় এনে সিদ্ধান্ত ল’ব লগা হ’ল বিশেষ ন্যায়াধীশগৰাকীয়ে?
কি কি ভুল কৰি আহিছিল তদন্তকাৰী বিষয়াগৰাকীয়ে?
প্রতিদিন টাইমে বাৰম্বাৰ উনুকিয়াই দিয়াৰ পিছতো গা নলৰিল কিয়?
সকলো সামৰি প্রতিদিন টাইমৰ বিশেষ অনুষ্ঠান
যদুমণি শইকীয়া আৰু প্রস্তুতি গগৈৰ সৈতে 'প্রতিদিন টাইমৰ বিশেষ অনুষ্ঠান'
#PratidinTime #AssamNews #APSC
2022 r mains t Essay Paper t 245 marks paise out of 250 baki paper burt below average number but still he got very good rank.... NEWS chnl bure aiburr uprt u olp soku dibo lage... BDO rank 4
2024 prelims r cutoff nidile...
APSC r FMO examotu kiba gondogul ase, examor marks bilak etiyau declare naikora...othos appointment hoie gol...eta utsit todonto hobo lagisil..... somthing was wrong
Janibuji kora bhulok keneke badha dibo ????
Khali apsc t ya lagi thak aru
Mama r ashirwad😂
Ei keita aps acs eneke sakori loi niku findai thokatu asorit😂ki buli vabe nijoke... Gadho keita
Aibur aku nohoige buli hokolue gom pai
Sob khela ..hoi abur. ..sob poisa poisa poisa