আদা Poly bag ত কেনেকৈ ৰুৱে তাৰ বিশেষ কৌশল (Special & Simple Method for Ginger Plantation)

Поділитися
Вставка
  • Опубліковано 18 жов 2024

КОМЕНТАРІ • 44

  • @samarjitdas1166
    @samarjitdas1166 5 місяців тому

    সুন্দৰ

    • @borahskitchengarden2487
      @borahskitchengarden2487  5 місяців тому +1

      বহুমূলীয়া মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ।

    • @samarjitdas1166
      @samarjitdas1166 5 місяців тому

      কোমোৰা খেতিৰ ভিডিঅটো চাৰ কমেন্ট দিছিলো। পাৰিলে অকনাম সহায় কৰিবচোন যদি আপোনাৰ হাতত সময় আছে

  • @mridulkalita2940
    @mridulkalita2940 Рік тому +1

    প্ৰেৰণাদায়ক video,,, ভাল লাগিল sir

  • @ritomnayan
    @ritomnayan 11 днів тому

    Apunar vDO sai moi success holu

    • @borahskitchengarden2487
      @borahskitchengarden2487  11 днів тому

      খুবেই ভাল কথা।উপকৃত হোৱা বুলি জানি ভাল লাগিল। বন্ধু বান্ধবী সকলোকো এই বিষয়ে জনাবা। ধন্যবাদ।

  • @swapnaborah8707
    @swapnaborah8707 4 місяці тому

    🙏🙏🙏✌

  • @gawaliyajitu5987
    @gawaliyajitu5987 Рік тому

    বহুতে ভাল লাগিল চই❤

  • @apurbakalita6918
    @apurbakalita6918 7 місяців тому

    Moja lagil ... I'll try

  • @BeautiMech
    @BeautiMech 7 місяців тому +1

    😂val lagil moyu rubo sesta korim

    • @borahskitchengarden2487
      @borahskitchengarden2487  7 місяців тому

      খুবেই ভাল কথা। বহুত বহুত ধন্যবাদ।

  • @dhirenbaruah942
    @dhirenbaruah942 Рік тому +1

    আপোনাৰ ভিদিঅ' বিলাক ভালেই । কিন্তু প্ৰতিটো খেতিৰ বাবে মাটি প্ৰস্তুতকৰণ সম্পৰ্কত বিতংভাবে বাখ্যা কৰিলে আৰু ভাল হয় ।

    • @borahskitchengarden2487
      @borahskitchengarden2487  Рік тому

      ঠিকেই কৈছে। কিছু পৰিমাণে কোৱা হয়। আপোনাৰ পৰামৰ্শ আদৰণীয়। ধন্যবাদ।

  • @sabitatailoringcooking8918
    @sabitatailoringcooking8918 Рік тому

    Nice video 👍

  • @gaurangasaikia2584
    @gaurangasaikia2584 4 місяці тому

    Dada cement or bag korbat kinibo pua jaaini?

    • @borahskitchengarden2487
      @borahskitchengarden2487  4 місяці тому

      চাউলৰ বেগ হ'লেও কথা নাই।গেলামালৰ (grocery) দোকানত বিচাৰিলে পাব। ধন্যবাদ

    • @gaurangasaikia2584
      @gaurangasaikia2584 4 місяці тому

      @@borahskitchengarden2487 উম হ’ব।

  • @tcgroup7307
    @tcgroup7307 16 днів тому

    চূণ kiman dibo lage 1 ata bosta ..?

    • @borahskitchengarden2487
      @borahskitchengarden2487  15 днів тому +1

      সৰু চামুচেৰে ২/৩চামুচ দিব পাৰি। ধন্যবাদ।

  • @birenchandranath5427
    @birenchandranath5427 Рік тому +1

    নিমতেল কত পাম জনাৱ

    • @borahskitchengarden2487
      @borahskitchengarden2487  Рік тому

      নাৰ্ছাৰী(Nursury) দোকান বোৰত পোৱা যায়। ধন্যবাদ।

  • @junghoseok6223
    @junghoseok6223 7 місяців тому

    Masar kartunat kheti korile tolot bali silor bahire aru ki dibo pari janabo .

    • @borahskitchengarden2487
      @borahskitchengarden2487  7 місяців тому +1

      শিল নহ'লেও কথা নাই। কিন্তু বালি পাতলকৈ হ'লেও এটা তৰপ দিব পাৰিলে ভাল। তেতিয়াহে পানী ওলাই যায়। নহ'লে শিপা গেলি যাব।বালিৰ ওপৰত মাটিৰ লগত গোবৰ পচন সাৰ কেচু সাৰ আদি মিলাই দিব পাৰে।সৰু চামুচেৰে চূন এচামুচো মিলাই ল'ব।লগত খলিহৈ দউমউঠইমআন মিলাই ল'ব পাৰে। ধন্যবাদ।

  • @bharatikalita7243
    @bharatikalita7243 5 місяців тому

    N
    ..

  • @jaansaikia9308
    @jaansaikia9308 Рік тому

    Adda je Abidh kesa Aam r nisina ase khale Aam khuwa jen lage paise ne
    Aru Abidh Moran Adda ase khub jolaa...
    moi logai su Uppar assamor pora ani..
    Kolaa bidh bisari asu puwa nai...
    Apuni kunbidh logaise...

    • @borahskitchengarden2487
      @borahskitchengarden2487  Рік тому +1

      হয়। সেই বিধক আম আদা বুলি কয়। স্কুলত পঢ়ি থকা সময়ত আমাৰ ঘৰতে আছিল যদিও এতিয়া নোহোৱা হৈ গ'ল। আমাৰ স্থানীয় আদা বিধকে মৰাণ আদা বূলি কয় যেন লাগে। ইয়াৰ গাঁঠি বোৰ সৰু কিন্তু বহুত জলা। মোৰ সেয়াও আছে আৰু ডাঙৰ বিধো আছে। ধন্যবাদ।

    • @jaansaikia9308
      @jaansaikia9308 Рік тому

      @@borahskitchengarden2487 Hobo pare Thai hetuke Xuwad Akar Beleg hoi sage...Apuni Dregon frod kora nai neki...

  • @chanakyabaruah5310
    @chanakyabaruah5310 6 місяців тому

    LaL mati korpora anile.

    • @borahskitchengarden2487
      @borahskitchengarden2487  6 місяців тому +1

      গুৱাহাটীত বেছি ভাগ ৰঙা মাটিয়ে পোৱা যায়। কিন্তু এই মাটি পাচলিৰ খেতিৰ বাবে উপযোগী নহয়। কাৰণ ইয়াত হিউমাছ নাথাকে।আমি যথেষ্ট কৌশল প্ৰয়োগ কৰি খেতি কৰো। ধন্যবাদ।

  • @gunakantabaruah6243
    @gunakantabaruah6243 Рік тому

    অনোৰুধ ৰল দৰ্শকৰ মতামত দিলেট নকৰিব।কথা কলেই সকলো সতয় নহ'বও পাৰে।যথাযথ গিয়ান উপস্থাপিত কৰিলে এক প্ৰদৰ্শন ক্ষেত্ৰ দৰ্শনৰ বাবে দাঙি ধৰাতো নিয়ম।ভোৰুকাতে হাতী নোসোমাই। আপোনাৰ পৰিচয় পালে ভাল হয় ।

    • @borahskitchengarden2487
      @borahskitchengarden2487  Рік тому

      মানীয় বৰুৱা ডাঙৰীয়া, আমি message delete কৰা নাই।কৰিবও‌ নোৱাৰো। আনহাতে আমি সেই মন্তব্যটোৰ reply ও দিছিলো। সেইটোও কেনেকৈ delete হ'ল নাজানো। মোৰ ঘৰ গুৱাহাটীত। ইয়াতে মই এখন কলেজৰ ল'ৰা ছোৱালী পঢ়ুৱাও। সৰুৰে পৰা কৃষি বিষয়ত interested.সেইবাবে এই বিষয়ে যথেষ্ট পঢ়া শুনা কৰাৰ লগতে practically যিখিনি অভিজ্ঞতা আহৰণ কৰিছো, সেইখিনিহে আনৰ লগত share কৰাৰ প্ৰয়াস কৰিছোঁ। তাৰপৰা কোনোবাই অকমান হ'লেও উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। শেষত আকৌ কও আপুনি যে আমাৰ vedeo বোৰ মনোযোগেৰে চাই আছে সেয়াই আমাৰ বাবে আদৰণীয়। ধন্যবাদ।

    • @gunakantabaruah6243
      @gunakantabaruah6243 Рік тому +1

      আপোনাৰ বিষয়ে জানিব পাই আনন্দ পালোঁ।মই এজন অৱসৰপ্ৰাপ্ত অসম কৃষি বিভাগৰ বিষয়া । কাৰিকৰী শিক্ষা উদয়ানবিষয়ত M Sc Agri C S Azad কৃষি বিশ্ববিদ্যালয় কানপুৰ উ পি। আপোনাৰ প্ৰয়াস মহৎ ও গিয়ান বৰ্ধক। বিশেষকৈ চহৰীয়া জীৱন যাপন কৰা লোকে সয়মকগিয়ান পোৱাৰ বাবে আৱশ্যক তথ্য থকাৰ বাবে। কিন্তু ভিদিও আপলোদ কৰাৰ আগতে যাৱতীয় নজনা তথ্য আমাৰ কৃষি বিশ্ববিদ্যালয় কৃষি বিগিয়ান কেন্দ্ৰ ৰ কৰতিতশীল বিশেষগয়ৰ লগত তথ্যৰ আদান প্ৰদান হ'লে বেছি গিয়ান বৰ্ধক ও উপকাৰী হ'ব। আজি কালি ন ন নতুন তথ্য নিতৌ ইউ টিউবৰ জৰিয়তে বা অনান্য মাধ্যমত উপলব্ধ হৈছে। গতিকে অকনমান কচট কৰি হ'লেও আপলোড বিলাকক সজাই উপস্থাপন কৰিবলৈ অনুৰোধ থাকিল। সমাজিক বনানীকৰনৰ ওপৰত কিছু ভি দিও আশা কৰোঁ বিশেষকৈ বনৌষধী ও বনানীকৰনৰ ওপৰত মই অতি আৱশ্যকীয় হৈ আহিছে। ধনয়বাদ।

    • @gunakantabaruah6243
      @gunakantabaruah6243 Рік тому

      আমি এতিয়াৰ সয়ভতাৰ নদোৱাৰত উপস্থাপিত হ'বলৈ গৈ আছোঁ। নানান ন ন তথ্যৰ নতুন সঙবাদসেৱা সদায় দুৱাৰ দলিত সাজিৰ হৈছে। গতিকে আমি নিজৰ খিনিৰ লগতে আনৰ ভালখিনিৰ উপযোগীতাত আনি তনকিয়াল হৱ লাগে। খাদ্য ও ইয়াৰ প্ৰভাৱ জাতীয় চৰিত্ৰৰ পৰিচায়ক। অন্য দেশ ভালেহে আগবঢ়া কিন্তু খাদ্য সম্ভাৰ বহু পুস্তিৰে পৰিপূৰ্ণ ও বিগিয়ান সন্মত নিদৰ্শন।মই দেশৰ অৰ্ধ জনগন পৰিপুষ্টিশীনতাত ভোগে ও মহামাৰীৰ চিকাৰ হয় এই ক্ষেত্ৰত আমাৰ কৰনীয় অনেক বুলি ভাবোঁ। কেনেকৈ কৃষিৰ প্ৰতি সকলো আকৃষ্ট হয় ইয়ে আমাৰ মহৎ সাফল্য হৱ। বিদেশী অনভিজ্ঞতাৰ খাদ্যই স্বাস্থ্য হানিহে কৰে ও আমাৰ অন্ত দেহৰ মূল পাছনগনথিৰ বহু অনিচট কৰে। সেয়ে আজুককাৰ কেতিয়াও বগা নপৰা চুলি ও দাত নতুন প্ৰজন্মৰ ইৰ্ষাৰ বিষয় হিচাপে আমাক উপলিঙা কৰি আহিছে।

    • @gunakantabaruah6243
      @gunakantabaruah6243 Рік тому

      যি দেশত।

    • @borahskitchengarden2487
      @borahskitchengarden2487  Рік тому +1

      @@gunakantabaruah6243 বৰুৱা ডাঙৰীয়া, ঠিকেই দিয়া লোৱাৰ মাজেৰেই সভ্যতা সংস্কৃতি আগবাঢ়ি যায়।আনৰ ভাল খিনি লৈ বেয়া খিনি বৰ্জন কৰিব লাগিব। আমাৰ নৱপ্ৰজনম্নৰ mindset কিছু পৰিমানে সলনি হ'ব লাগিব। কৃষিক গুৰুত্ব দিব লাগিব। পৃথিৱীৰ উন্নত দেশসমূহে কৃষি ৰ জৰিয়তে বুজন পৰিমাণৰ ৰাজহ সঙগ্ৰ্হ কৰে ।উন্নত বিজ্ঞান সম্নতভাবে কৰা কৃষিয়ে দেশৰ অৰ্থনীতিৰ চেহেৰা সলাই দিব পাৰে। লাগে মাথোন উচিত পৰিকল্পনা। আমিও সেই দিনটোৰ অপেক্ষাত আছোঁ।

  • @rimpivlogs6169
    @rimpivlogs6169 Рік тому +1

    Nice video aapunar notun friend holu aaru aagoloi aag bari jua tare kamona please mur chenel tu ebar sabasun 🙏🙏🙏🙏🙏

    • @borahskitchengarden2487
      @borahskitchengarden2487  Рік тому

      নতুন বন্ধু হিচাপে স্বাগতম জনালো। আগবাঢ়ি যোৱাত সহায় সহযোগিতা আগবঢ়াব। মোৰ ফালৰ পৰাও আপোনালৈ সহায়ৰ হাত আগবঢ়াইছোইজনে সিজনৰ হাতত ধৰাধৰিকৈয়ে আগবাঢ়ি যাব লাগিব। ধন্যবাদ।