Nilanjana (Single) | Shankuraj Konwar | Maitrayee Patar ft. Kadambari Kashyap(Official Lyric Video)

Поділитися
Вставка
  • Опубліковано 3 гру 2024

КОМЕНТАРІ •

  • @shankurajkonwarofficial
    @shankurajkonwarofficial  4 роки тому +560

    সকলোলৈকে আন্তৰিক ধন্যবাদ আৰু মৰম জনাইছো । অাপোনালোকৰ মৰম আৰু আশীৰ্বদীয়া মন্তব্যবোৰে মুক্তমনেৰে গীত লিখিবলৈ অনুপ্ৰেৰণা দিয়ে ।

    • @nilutpalgogoi5039
      @nilutpalgogoi5039 4 роки тому +8

      ❤ aru gaai jua kokai dhuniya dhuniya gaan 🌈🌈

    • @axommixytube9478
      @axommixytube9478 4 роки тому +3

      Bro mjja... Voice 2 mjja lge 2mr..nd layris 2 ru mjja

    • @joydoley6621
      @joydoley6621 4 роки тому +2

      We the youth are with you.. more hardwork and success... 🙏

    • @Assamesereelssongstatus2024
      @Assamesereelssongstatus2024 4 роки тому +2

      কি সুন্দৰ...কথা-সুৰ

    • @Dipandita888
      @Dipandita888 4 роки тому +1

      Nilaaanjonaaaa..... Ki mojaaaa amej tumar gaanor......

  • @shankurajkonwarofficial
    @shankurajkonwarofficial  4 роки тому +94

    Thank you everyone.Please visit @yaanusfilms to watch the offcial video premiering today from 6pm

    • @niharinks2688
      @niharinks2688 4 роки тому +1

      Tumi dur a dur a role kio maya hua
      Aru kakhorote pale kio chaya hua🔥🔥🔥🔥🔥
      N u did it again❤️❤️❤️
      #Our hope
      Pride of Assam 🔥🔥🔥
      The shankuraj❤️❤️🤭🤭🤭🔥🔥🔥

    • @nayandutta3552
      @nayandutta3552 4 роки тому +1

      Who is the lyrics writer for this song?

  • @kumarkrishnasarma5075
    @kumarkrishnasarma5075 4 роки тому +224

    কল্পনা মোৰ,
    কল্পনাৰ তুমি আকাৰ।
    আলপনাতে,
    আলপনাত তুমি সাকাৰ।
    দুৰ্বল ৰাতি মোৰ সাহসি হ'ল,
    পিয়াসী তৰাৰ সতে সাৰথী হ'ল,
    আকাশী গংগা।
    নিৰ্মল পৰশৰ মায়াজালত,
    খহি যোৱা দুটি দেহৰে ডালত,
    ৰজনীগন্ধা।
    আকোঁ অংগে-অংগে পৰিসীমা,
    আৰু ছন্দে- ছন্দে ভংগিমা,
    কিনো লয়লাসে দিলে আনি বাসনা,
    জ্বলে কামনাৰে অগনি প্ৰিয়তমা,
    তুমি দূৰে-দূৰে ৰ'লে কিয় মায়া হোৱা?,
    আৰু কাষৰতে পালে কিয় ছাঁয়া হোৱা?,
    যদি সাতোঁৰঙী ৰামধেনু হ'ব খোজা,
    জানি থবা প্ৰিয় ৰং মোৰ ভালপোৱা।

    উন্মনা এই,
    উন্মনা এই লগণ,
    বাঞ্ছনা মোৰ,
    বাঞ্ছনাৰে প্ৰহৰ।
    স্পৰ্শত বিয়পিছে ৰাঙলী ৰং,
    জ্বলে অণু-পৰমাণু আজি প্ৰিয় ফিৰিঙতি হৈ।
    সপি দিলোঁ শব্দৰ ব্যঞ্জনা,
    উটি গলো তৃপ্তিৰ মোহনাত,
    দুয়ো নদী হৈ।
    আকোঁ অংগে-অংগে পৰিসীমা,
    আৰু ছন্দে- ছন্দে ভংগিমা,
    কিনো লয়লাসে দিলে আনি বাসনা,
    জ্বলে কামনাৰে অগ্নি প্ৰিয়তমা,
    কিনো শক্তিৰে আজি মোক বান্ধিলা?,
    দিলা মুক্তিৰে মৌসনা ঠিকনা,
    নালাগে মোক সাতোঁৰঙী ৰামধেনু,
    ঢালি দিয়া তুমি মাথোঁ নীলা ৰং,
    নীলাঞ্জনা।
    (নীলাঞ্জনা) x১০
    আকোঁ অংগে-অংগে পৰিসীমা (নীলাঞ্জনা),
    আৰু ছন্দে- ছন্দে ভংগিমা (নীলাঞ্জনা),
    কিনো লয়লাসে দিলে আনি বাসনা (নীলাঞ্জনা),
    জ্বলে কামনাৰে অগনি প্ৰিয়তমা (নীলাঞ্জনা),
    তুমি দূৰে-দূৰে ৰ'লে কিয় মায়া হোৱা? (নীলাঞ্জনা),
    আৰু কাষৰতে পালে কিয় ছাঁয়া হোৱা? (নীলাঞ্জনা),
    যদি সাতোঁৰঙী ৰামধেনু হ'ব খোজা (নীলাঞ্জনা),
    জানি থবা প্ৰিয় ৰং মোৰ ভালপোৱা।

  • @tushtigoswami2870
    @tushtigoswami2870 4 роки тому +117

    যদি সাতোৰঙী ৰামধেনু হ'ব খোজা
    জানি থবা প্ৰিয় ৰং মোৰ ভালপোৱা...
    Favourite lines😍

  • @samiran322
    @samiran322 2 роки тому +8

    সংগীত বুজি পোৱা মানুহে এনেবোৰ গান শুনিব,,, masterpiece ❤️

  • @lakhyajsonowal
    @lakhyajsonowal 2 роки тому +9

    This is called Art...a masterpiece! Shankuraj Konwar dangoria, u r really an artist in true sense...u know this art form very well...lyrics, uses of voice... dynamics,modulation...everything....ক'ত কি ব্যৱহাৰ কৰিব লাগে...সচাঁই অনন্য...great

  • @sarifulislam6858
    @sarifulislam6858 4 роки тому +54

    কামনাৰ পৰিধিৰ সীমা অসীমৰ সীমনাৰ সিপাৰে!
    দীপ্ত কায়াৰ জ্বালামুখীত বিহ্বলা নয়নৰ চাৱনিত জ্যোতিষ্কৰ তিৰবিৰনি,উশাহে শুকুৱাব ঘামৰ আৱৰণ।প্ৰাপ্তিৰ পৰিভাষাই কৰিলে উন্মনা,অৱচেতন মনত ৰৌদ্ৰোজ্বল পচোৱা,স্পৰ্শৰ।
    তোমালোক দুয়োৰে শব্দই সুৰৰ কান্ধত উঠি ল'লে মনটোৱে পিচে পিচে দৌৰ মাৰে,মোহিনী বাণ যেন তোমালোকৰ সৃষ্টি।
    প্ৰথমবাৰ শুনিলেই শব্দ আৰু সুৰে তেজ হৈ বৈ যায় সিৰে সিৰে।
    KUDOS to both Of You.
    Excellent👌

    • @eshanarup8744
      @eshanarup8744 3 роки тому +1

      Apuni kobita likhe ni?
      Gaantu bohute bhal paise kintu apunar dore bujabo pora nai

    • @sarifulislam6858
      @sarifulislam6858 3 роки тому +1

      @@eshanarup8744 গীতটো যিমান ৰোমান্তিক তথা শ্ৰুতিমধুৰ,তাতোকৈ বেছি মননশীল।অনুভৱবোৰ শিপাই যায়,সত্বাৰ কোঁহে কোঁহে!
      মাজে সময়ে অলপ অচৰপ চৰ্চা কৰোঁ।
      ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে।

  • @beingvlogger3995
    @beingvlogger3995 4 роки тому +105

    এইবোৰ লিৰিক্স যদি কেনেবাকৈ অটৱালা, টেক্সি গাড়ী , দিস্ক বিহু ,নেমুটেঙা (নাজানো ভালকৈ) আদি গীতৰ সৃষ্টিকৰ্তা সকলৰ মুৰলৈ আহিলহেঁতেন তেতিয়াহলে অসমীয়া সংগীতৰ আজি এই দিন নাহে । অশেষ ধন্যবাদ শংকু দা ❤️ আৰু বহু আশা কৰিছোঁ আপোনাৰ পৰা

    • @indianarmy5785
      @indianarmy5785 2 роки тому +1

      Ekdom hosa kotha

    • @ajaysaha49
      @ajaysaha49 2 роки тому

      Ekdom fali disa bhai

    • @reviewtuber6947
      @reviewtuber6947 2 роки тому

      ইমান গাত লগাকৈ নকবা হে... গা তো কিবা ইচাত বিচাত লাগি যায়... 😂 😂 😂..

  • @nilanjanasarma1117
    @nilanjanasarma1117 3 роки тому +6

    Bhut bhal lge jetiya nijor namtu ata eman dhuniya gaant xuna paw💓

  • @AryakalpaBhattacharya
    @AryakalpaBhattacharya 4 роки тому +134

    *আপোনাৰ পৰাই আজিকালি অসমীয়া ডেকাচামেও নিজৰ প্ৰতিভাৰে সুন্দৰ সুন্দৰ গীতৰ সৃষ্টি কৰিবলৈ উৎসাহ পাইছে।*
    অসমীয়া সংগীত পুনৰ ঠন ধৰি উঠক।

  • @arifulhaque9915
    @arifulhaque9915 4 роки тому +31

    Because of Maitreyi Patar and Shankuraj, I have once again fallen in love with Assamese Language! God bless both of you! Wish to meet and see such beautiful persons with my own eyes and realise that they really exist!

  • @NehaGupta-be6kw
    @NehaGupta-be6kw 3 роки тому +17

    যদি সাতোৰঙী ৰামধেনু হব খোজা
    জানি থবা প্ৰিয় ৰং মোৰ ভালপোৱা ♥
    Uffffhh Those lines 😍😍😍 ki kow aru just speechless 🤐💓💓💓💓

  • @mousomdutta7359
    @mousomdutta7359 2 роки тому +3

    Mon sui jai Apunar songs bure...Xeujiya thait xuni prokiti muh lobo val lage💚❣️

  • @prandeepbora6641
    @prandeepbora6641 2 роки тому +7

    ভাষাৰে বুজাব নোৱাৰো কি অনুভৱ কৰিছো কাৰণ এই অনুভৱ ব্যক্ত কৰাৰ কোনো ভাষা নাই।

  • @preranabhagawati21
    @preranabhagawati21 Рік тому +4

    প্ৰিয় ❤❤❤❤❤.... বহুত দুনীয়া LYRICS+ SANKURAJ r voice ❤❤

  • @chiragagarwal8734
    @chiragagarwal8734 2 роки тому +30

    You’re the shape of my imagination
    A shape slowly shifting into a beautiful motif
    My nights once weak are stronger now
    where Galaxies have joined the thirst of stars
    In the magic of touch so pure,
    the fragrance of the night blossoms upon
    two melting bodies
    I paint my limits in your body
    And in the rhythm of your posture
    You stir my desire
    In you, beloved, the flame of desire burns
    Why are you an illusion when afar
    Why are you a shadow when near
    If you wish to become a rainbow
    Know that my favorite color is love
    This moment is a moment of…
    This time is a time of wishes
    The touch spreads crimson red
    I submit the ornaments of words
    With what power did you bind me
    How sweetly you freed me
    I do not want the seven colors
    Give me only your blues, Nilanjana

  • @nimishasaikia7122
    @nimishasaikia7122 4 роки тому +65

    Your songs are the perfect blend of modern music and traditional Assamese. Takes me to a different world. 💕

  • @Alkali8
    @Alkali8 3 роки тому +8

    দৈহিক মিলনক কি মজা abstract কবিতাৰূপে প্ৰকাশ কৰিছে। লাল চালাম। ঠিক বিমূৰ্ত মোৰ নিশাটিৰ দৰেই।।

  • @ankurjyoti7953
    @ankurjyoti7953 4 роки тому +127

    গান নে এইটো ??? প্ৰথমতে উমি উমি জ্বলি পিচত আগ্নেয়গিৰি ৰূপ ললো চোন !!!

    • @kalpomech2061
      @kalpomech2061 3 роки тому

      ভাল নালাগিলে তোমাৰ একো নাই। কিন্তু এনেকুৱা কমেণ্টছ নকৰিব। হাতযোৰ কৰিছোঁ

    • @ankurjyoti7953
      @ankurjyoti7953 3 роки тому +6

      tumi actually moi kuwa kotha tu nubujila

    • @kunjalatapatgiri7710
      @kunjalatapatgiri7710 2 роки тому

      @@kalpomech2061 apuni ekhete kuwa kotha khini e ki sense t koise buji napale aru Gaan tu buji paisene beya napabo kintu ji bujisilu xeya he koisu

  • @nilanjanamahanta8963
    @nilanjanamahanta8963 4 роки тому +59

    Each time u say nilanjona my heart skips a beat ..... As if u r calling me 💕 bohut vl lgil xuni ❤️❤️

  • @paragbarman9778
    @paragbarman9778 4 роки тому +46

    দাদা , আপোনাৰ গানবোৰ শুনি কৰʼবাত হেৰাই থাকো । আপোনাৰ প্ৰতিটো গানৰ বাবে সদায় অপেক্ষা কৰোঁ । Love ❤️you dada...

  • @parikhitneog7911
    @parikhitneog7911 3 роки тому +6

    এই গানৰ পৰশত এক বুজাব নোৱাৰা অনুভূতি জাগি উঠে ♥️♥️।এনে এটি গানৰ উপহাৰ দিয়াৰ বাবে ধন্যবাদ।

  • @jumidas3146
    @jumidas3146 2 роки тому +3

    এক বিশেষ অনুভৱ

  • @AmityUniversityInfo
    @AmityUniversityInfo 4 роки тому +32

    Night Sky + This Song = ❤️

  • @priyankabarman277
    @priyankabarman277 4 роки тому +6

    নালাগে মোক সাতৰঙি ৰামধেনু
    ঢালি দিয়া তুমি মাথোঁ নীলা ৰং নিলাঞ্জনা........ 🔥🔥

  • @nurulhaquechaudhury1019
    @nurulhaquechaudhury1019 Рік тому +10

    ভূপেন হাজৰিকাদেৱৰ বিমূৰ্ত মোৰ নিশাটি গানটি আৰু এইটো গান❤️

  • @hemensarma1
    @hemensarma1 3 роки тому +7

    Nilanjana is like a fine wine, it surely grows on you over time. It wasn't the first song I've heard of Project Baartalaap, but ended up loving the most. For years to come, Nilanjana will be remembered as the most beautiful, erotic yet subtle song ever made ♥️ Keep up the good work guys!

  • @anupallahan7546
    @anupallahan7546 4 роки тому +5

    আপোনালোকৰ প্ৰতিটো গান ইমানেই শুনো যে এতিয়া আটাইবোৰ গান মনত ৰৈ গ'ল।
    Thanks for such beautiful musical gift...God bless you ❤️❤️❤️

  • @lakhinandansaikia5327
    @lakhinandansaikia5327 4 роки тому +27

    Yes, we are proud of you.Heavenly... at least assamese Music is still in safe hands...

  • @thecookfeed_pk
    @thecookfeed_pk 3 роки тому +9

    How can someone's voice be so deep, so beautiful, so intoxicating? I can't get enough of Shankuraj da's voice. His songs take me to a trance. Nilanjana and Alakananda have a very special place in my heart. And the lyrics 🥺 they give me goosebumps!

  • @mrg6969
    @mrg6969 2 роки тому +2

    Goosebumps ahi jai beh hunile

  • @vlogsofnilanjana793
    @vlogsofnilanjana793 2 роки тому +3

    My name is Nilanjana 😌❣️

  • @hiroksaikia8387
    @hiroksaikia8387 4 роки тому +6

    আজিকলিৰ গানবোৰত শব্দৰ ইমান শক্তিশালী প্ৰয়োগ হোৱা দেখা নাযায়
    আপোনাৰ গানবোৰত শব্দৰ সংমিশ্ৰ্ণ অতি সুন্দৰ
    সেইবাবে ব্যতিক্ৰম
    ভাল লাগে বহুত

  • @beesartcraft689
    @beesartcraft689 4 роки тому +30

    Why do i need any drug when I've Shankuraj's heavenly magical voice 💫💫♥️Can't get over.. release huwar pora continuously kiman bar hunilu hisaap nai..Din2 arombho ru hekh ei gaan2rei hoi. literally in love with your voice ♥️

  • @ytw9422
    @ytw9422 3 роки тому +2

    Hodai hunu .amni ajileke loga nai ..ghrt koi u ki aketa ganke huni thko ....suprrrbbb song

  • @mayukhboruah9681
    @mayukhboruah9681 9 місяців тому +1

    Don't know how the world is sleeping on this song. A masterpiece.

  • @bishalkalita8476
    @bishalkalita8476 3 роки тому +9

    This is Maitrayee's best (so far) ❤️🔥

  • @khasminchoudhury7682
    @khasminchoudhury7682 3 роки тому +3

    ভাষা নাই,কি বুলি কম😌😌😌অপূৰ্ব সৃষ্টি 💕💕💕💕

  • @dibyajyotigogoi6060
    @dibyajyotigogoi6060 4 роки тому +241

    Whenever i listen to your songs.. i proudly feel that Assamese music is in safe hands. ❤️

  • @monishamoon3142
    @monishamoon3142 2 роки тому +3

    গানটো যিমানেই শুনো সিমানেই শব্দ বোৰৰ গভীৰতা বাঢ়ি যোৱা যেন লাগে।বহুত বেছি গানটোৰ প্ৰতি এক আকৰ্ষণ হৈ পৰিল বাৰে বাৰে শুনিও মন নভৰে..বহুত মৰম আৰু আন্তৰিক ধন্যবাদ এনে এটি সুন্দৰ গান সৃষ্টিৰ বাবে❤️❤️

  • @rupamsaikia8332
    @rupamsaikia8332 3 роки тому +2

    বাহ:,,,কি গীতৰ কথা,,,😍😍

  • @rjb204
    @rjb204 4 роки тому +3

    Etu eman underrated gem!! June ebar xunibo aru 10 baar ahibo xunibole.. mur dore.

  • @dhunudhunu5307
    @dhunudhunu5307 2 роки тому +3

    Mozah dada

  • @dreamlight7645
    @dreamlight7645 4 роки тому +2

    এজন সংগীতৰ পূজাৰী তাত কোনো সন্দেহ নাই, কথা আৰু সুৰ অতুলনীয় যিয়ে হৃদয় চুই মন ব্যাকুল কৰি তোলে, সঁচা আপোনাৰ সৃষ্টিবোৰ আনৰ লগত অতুলনীয়।

  • @adbo5269
    @adbo5269 2 роки тому +2

    AWSM 🔥❤️

  • @thestrangeworld3423
    @thestrangeworld3423 2 роки тому +8

    মই হাজাৰ বাৰতকৈ বেছি শুনিলোঁ 💕💕💕

  • @ankurchaudang99
    @ankurchaudang99 4 роки тому +499

    মই এটা কথা বুজি নাপাওঁ যে ভাল গানবোৰ শুনা মানুহৰ পৰিমাণ ইমান কম কিয়?

    • @monojroy1081
      @monojroy1081 4 роки тому +4

      aji kali ki9o ba najanu amito kauriwala tu he vakll pae vall leadings kuneo buji napoae

    • @JyanChaudhary
      @JyanChaudhary 4 роки тому +3

      This will always remain a mystery my friend.

    • @Likson94
      @Likson94 4 роки тому +18

      Tew luk a "masole goisilug, selfie lele re " val pai 😂

    • @periplusproductions5838
      @periplusproductions5838 4 роки тому +7

      It's a failed society

    • @k.deka.4789
      @k.deka.4789 4 роки тому +26

      গভীৰ অৰ্থবহ গীতৰ শ্ৰোতা সদায় কম | কাৰণ সস্তীয়া শব্দেৰে পৰিপূৰ্ণ গাণবোৰৰ দৰে ই মঞ্চৰ যোগেদি প্ৰচাৰিত নহৈ এচাম চমঝদাৰ শ্ৰোতাৰ মাজতে সীমাবদ্ধ থাকে |

  • @abinashmedhi2973
    @abinashmedhi2973 4 роки тому +17

    Dear Shanku, you are simply brilliant. Your lyrics have got meaning, and it triggers heart...
    We feel proud to have you🙂

  • @mohanuj421
    @mohanuj421 3 роки тому +4

    বিমূৰ্ত মোৰ নিশাতি যেন.... ৰ সমানুপাতিক 👌❤️

  • @himakshi70
    @himakshi70 4 роки тому +18

    Sanku da apunar each and every songs are so mesmerising that burns fire on heart and emotions .. I cannot compare you with any other singers because no singers from Assam can compare your music .. 🔥🔥

    • @jayantasarmah1381
      @jayantasarmah1381 2 роки тому

      জুবিনৰ ওপৰত হৈ জানো কোৱা ❤️

  • @funnn157
    @funnn157 2 роки тому +4

    Maitree patoror lyrics keita hit gan tumar...

  • @snehalhazarika5943
    @snehalhazarika5943 4 роки тому +2

    Kokaideu kebol eta kotha jonai dibo, je aapunak ki naamere xombudhon korim aru kuntu axonot thom!
    You are an inspiration to an entire generation. Eibur gaan u jitul aru arun dasor dore nostalgia hoi robo eta xomoyot. Ek xunali jugor udgathon aru prosphuthon ghotua ejon bixistho xilpi hisaape apunak xodaye monot thom....
    Axomiya gaaanor pora bhoroxa xompurnobhabe uthi jautei ahil apuni...

  • @pranjalpran9285
    @pranjalpran9285 4 роки тому +9

    I heard more than 100 times but still I can't stop my finger to listening this song again and again.

  • @debashreeneog1064
    @debashreeneog1064 4 роки тому +10

    Headphones+1cup sah+shankuraj daar gaan = best feeling সুখ❤

  • @bidyotb
    @bidyotb Рік тому +3

    দুৰ্দান্ত গীত। বৰ ভাল লাগিল। বহুত শুভেচ্ছা জনালোঁ। তুমি আগুৱাই যোৱা সংখুৰাজ।

  • @ranjitadevi4098
    @ranjitadevi4098 4 роки тому +3

    কি এক সন্মোহিনী মায়া আছে গীতটিত! উন্মনা মন-প্ৰাণ ! 💙💜❤️

  • @dxbaristha2413
    @dxbaristha2413 Рік тому +1

    উজাগৰে ৰাতি নিলাঞ্জনা আৰু ম‌ই❤

  • @unexpected4672
    @unexpected4672 3 роки тому +16

    Alu, bilahi, kosu bllabllablaa aibur gan or babe Assamese songs bhal nologa hoi goisil.... One day my friend suggested me your song ALAKANANDA and i was like boooom!!!!!! Ye kiya tha🤧♥️ and you become my favourite❤️
    And you become my fav.

  • @jahnabisilponia5981
    @jahnabisilponia5981 3 роки тому +1

    ভাল লগা গান। প্ৰিয়জনৰ সুবাস অনা সুৰ।💙

  • @dudulchetia6524
    @dudulchetia6524 4 роки тому +8

    সদাই মোৰ U Tube ত লাগি থকা গানটো❤❤❤। ৰাতি দিন U Tube গান শুনিলে এই গানটোকে শুনি থাকো।

  • @devojitdas9669
    @devojitdas9669 2 роки тому +2

    Bohot hundor gaan # mur monot vahi uthe who is Nilanjana ??love u dada Moi apunar fans

  • @sangitasaikia2927
    @sangitasaikia2927 2 роки тому +4

    Beutiful song ....huge respect to the entire team involving making this masterpiece ..

  • @pranitasarania8042
    @pranitasarania8042 2 роки тому +4

    One of my favourite ❤️❤️❤️❤️

  • @chaobidyut7568
    @chaobidyut7568 4 роки тому +32

    Listening on REPEAT while trying to sleep

  • @himansuroy1413
    @himansuroy1413 3 роки тому +1

    Xosake mon poroxa ati geet .xobdo bur je ki hundor ❤️💕

  • @nurulhaquechaudhury1019
    @nurulhaquechaudhury1019 Рік тому +6

    জ্বলি উঠা জুই হৈ-জুবিন
    বিমূৰ্ত মোৰ নিশাটি- ভূপেন হাজৰিকা
    নীলাঞ্জনা-শংকুৰাজ

  • @Django-ir3ms
    @Django-ir3ms 2 роки тому +2

    Classy❤️❤️❤️❤️

  • @joymandal4808
    @joymandal4808 3 роки тому +2

    Every song of yours feels like one of the best modern Assamese song of the decade...keep giving us masterpiece like this..

  • @niharinks2688
    @niharinks2688 4 роки тому +5

    Album Baartalaap or gutei keita gaan huni huni mukhosto hgl emn a pagol or dore huni thku..
    Huge fan sir 🥰
    Shankuraj or voice ru Maitrayee baar lyrics or ktha kobole vakhaa a nai na ami judge koriboleu mane okad a nai ...
    I am addicted to ur songs ❣️
    Kune kune etyau huni asa??😁

  • @upasanadas9149
    @upasanadas9149 3 роки тому +2

    What a lyrics maitrayee baa❤️uff..it is so depth.. specially this line "Jodi saturongi ramdhenu hobo khuja jani thoba priyo Rong mur valpuwa" uff...God bless u both..Amar pride apunaluk...anekoi ru aguwai jawk..

  • @biplabrajkhowa1926
    @biplabrajkhowa1926 4 роки тому +6

    This is the quality of Assamese music💓💓💓

  • @elementalneil7967
    @elementalneil7967 Рік тому +5

    I listened to this song 5 times trying to understand why I (a Bangali) couldn't understand it despite it being in Bangla, before realising it was actually in Assamese. Beautiful tunes regardless.

  • @papukonwar4877
    @papukonwar4877 Рік тому +1

    ❤❤❤❤ ufff

  • @panchananarindam6301
    @panchananarindam6301 4 роки тому +2

    অপূৰ্ব , অতুলনীয় …আপোনাৰ সাংগীতিক যাত্ৰা চিৰপ্ৰৱাহমান হোৱাৰ কামনা কৰিছো 💕💕💕

  • @nibashdutta6599
    @nibashdutta6599 2 роки тому +4

    Ki kom vakha ni...world hit1

  • @ajaydas3965
    @ajaydas3965 3 роки тому +2

    Rock on shankuraj da🤘🤘🤘🤘🤘

  • @fictional1018
    @fictional1018 3 роки тому +1

    Wow this is soo beautiful! Aji he kio hunilu 😩😩

  • @The_TheMaharaja19
    @The_TheMaharaja19 4 роки тому +4

    Addiction is good when it is for Shankuraj's melodies ❤

  • @nilotpalbaruah7024
    @nilotpalbaruah7024 2 роки тому +2

    Gantu first maytree bai guwa xuniclu ojantric t..then sidhai ahi golu🔥

  • @mintubora7793
    @mintubora7793 4 роки тому +4

    দাদা সদায় এনেকৈয়ে অপেক্ষা কৰি থাকোঁ সম্পূৰ্ণ গীতটি যেতিয়ালৈকে নুশুনো,,,, দাদা আপোনাৰ মাত কথা সুৰ কণ্ঠ সঁচাকৈয়ে অন্তৰ চুই যোৱা 😍😍😍
    বহুত বহুত মৰম আপোনালৈ ❤️

  • @birajhazarika3054
    @birajhazarika3054 4 роки тому +9

    দাদা আপোনাৰ গীত সমূহ বহুত বেছি ভাল লাগে । এইটো গীতৰ অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছো ।

    • @shankurajkonwarofficial
      @shankurajkonwarofficial  4 роки тому

      বহুত বহুত ধন্যবাদ Official music video premiering on @yaanusfilms from 6pm today

  • @bornil.hazarika8268
    @bornil.hazarika8268 3 роки тому +2

    প্ৰতিতো শব্দৰ প্ৰেমত পৰিচছো❤

  • @DreamDevid
    @DreamDevid 2 роки тому +1

    Just loved...

  • @RIMJIM_SAIKIA
    @RIMJIM_SAIKIA 3 роки тому +4

    যদি সাতোৰঙী ৰামধেনু 🌈
    হ'ব খোঁজা .......!!
    জানি থ'বা
    প্রিয় ৰং
    মোৰ ভালপোৱা ....❤.....
    waaoooo.......

  • @roktimdoley8639
    @roktimdoley8639 4 роки тому +2

    Shankuraj konwar da ekmatro enekua singer, g tu song moi nuhuna koi a like dbo paru gantut.. That's because he have that connect to listeners.. Keep rocking sir.

  • @Bhumika-p1
    @Bhumika-p1 2 місяці тому +1

    Awesome❤🎉

  • @ujjalsaikia618
    @ujjalsaikia618 4 роки тому +2

    Sanku Da aru Abhi da 🔥🔥🔥 love frm Gohpur, Biswanath ❤

  • @tultulmili1297
    @tultulmili1297 4 роки тому +6

    ইমান ধুনীয়া গানবোৰৰ ভিউছ ইমান কিয় কম হৈ মই বুজি নাপাওঁ 😢

  • @deepjyoti1457
    @deepjyoti1457 3 роки тому +1

    Nilanjanaaa💓💓💓💓💓💓💓💓💓💓💓

  • @আবৃত্তি-ড৮ম
    @আবৃত্তি-ড৮ম 4 роки тому +1

    মৈত্ৰেয়ী বাৰ শব্দবোৰ ইমান গভীৰ ইমান সুন্দৰ ❤️ ❤️❤️❤️ তাতে শংকুৰাজ দাদাৰ কণ্ঠৰ গভীৰতা ❤️❤️ শুনিয়ে হেঁপাহ নপলাই। ❤️❤️❤️

  • @Gayatri_verse
    @Gayatri_verse 2 роки тому +2

    সুখটো দুখটো শুনা গানটো

  • @riyashreescreativity160
    @riyashreescreativity160 4 роки тому +4

    Shankuraj da tumar voice tu bohut dhuniya...❤️ Ei gan tu xuni bor bhal lage.. lyrics khini bohut dhuniya❤️ mur koboloi bhaxa nai tumar gan bur xuni bohut bhal pau.. xuni thakileu hepah nopolai...😊 Bohutu xubhokamona thakil.🙏

  • @parthap.sharma2624
    @parthap.sharma2624 3 роки тому +2

    আপোনাৰ গানে অসমীয়া সংগীত জগতত এক নতুন যুগৰ সূচনা কৰিলে। এনেকৈয়ে আগুৱাই যাওক আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @mandeepmusical
    @mandeepmusical 2 роки тому +4

    I'm listening this in loop for two years.😌☺

  • @abhinandon16
    @abhinandon16 4 роки тому +13

    Love this song more,when got drunk!!!! Keep creating bro

    • @goodlife7062
      @goodlife7062 4 роки тому +4

      Now your comment forcing me to 🍾🍾🍾😁😁

    • @uttaram7648
      @uttaram7648 3 роки тому

      @@goodlife7062 😂😂😂😂

    • @gitalikonwar6020
      @gitalikonwar6020 3 роки тому

      Nice dada👍👍👍

  • @novicecreator4136
    @novicecreator4136 2 роки тому +2

    ইমান ধুনীয়া গান | বুজাবলৈ xobbdo নাই

  • @gitashreetalukdar1183
    @gitashreetalukdar1183 3 роки тому +1

    কি কণ্ঠ মানে 😳❤️

  • @kishoresarma6448
    @kishoresarma6448 3 роки тому +1

    শব্দ আৰু সংগীতৰ মায়াজালত আৱদ্ধ ৷ অযুত শুভকামনা ৷ আগুৱাই যোৱা

  • @deijisarma7882
    @deijisarma7882 3 роки тому +1

    Bht vl lge xuni gaan bur apunar

  • @lsd4889
    @lsd4889 4 роки тому +7

    দাদা আপোনাৰ lyrics বোৰ বহুত উচ্চ খাপৰ |