Assam News: গুণ্ডাগিৰিত নমা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ DGP

Поділитися
Вставка
  • Опубліковано 29 вер 2024
  • গুণ্ডাগিৰিত নমা একাংশ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ DGP জি পি সিং। অভদ্ৰামীৰ সীমা চেৰাই যোৱা কেইবাগৰাকীও আৰক্ষী বিষয়া, কনিষ্টবলক নিলম্বনৰ নিৰ্দেশ DGPগৰাকীৰ। নিশা সুৰাপান কৰি সাধাৰণ লোকক প্ৰহাৰ কৰাৰ অভিযোগ এইসকল আৰক্ষীৰ বিৰুদ্ধে।
    #assam #assamesenews #nd24live #livenews #nd24news #nd24assamese
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 UA-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐊𝐨𝐨: www.kooapp.com...
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

КОМЕНТАРІ • 587

  • @jantihira9356
    @jantihira9356 3 місяці тому +182

    এতিয়া নিলম্বন হোৱা কেইটাক ভৰি ভাঙি যোৱাকৈ কোবাব লাগে

    • @manindradas3511
      @manindradas3511 3 місяці тому +7

      Right

    • @lovitarajbongshi802
      @lovitarajbongshi802 3 місяці тому +11

      Hosa ke.. Kukurr dore kubabo lge

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 3 місяці тому +19

      নিলম্বন আৰু ৰিজাৰ্ভ ক্লোজ শাস্তিয়ে নহয় । আৰক্ষী বিভাগতে আটাইতকৈ বেছি নিলম্বন হয় । কিন্তু তদন্ত হোৱাৰ পিচত নিয়ম মাফিক এটা সাবধান বাণী শুনাই পুনৰাই চাকৰি বাহাল ৰাখে। ইতিমধ্যে কথা বোৰ সংবাদ মাধ্যম আৰু ৰাইজে পাহৰি যায় । চাকৰিৰ পৰা কিমান জন বৰখাস্ত হৈছে খবৰ ললে ওলাই পৰিব । সেইবাবে আৰক্ষীৰ কোনো লোকেই ভয় নকৰে।

    • @akashkonwar2975
      @akashkonwar2975 3 місяці тому

      Thik kotha koise ekebare sakori khtm kori dibo lage

    • @bupdhanbania2131
      @bupdhanbania2131 3 місяці тому

      Hat vori vangib lage xihotok

  • @djrock5500
    @djrock5500 3 місяці тому +11

    নিলম্বন কৰিলে কি হ'ব বৰ্খাস্ত কৰিব লাগে , তেতিয়া বেলেগ আৰক্ষী বোৰে এইবোৰ কৰিব সাহস নকৰিব।

  • @suarsuar747
    @suarsuar747 3 місяці тому +81

    নগা, মিজো, খাছী, অৰুণাচলীৰ আগত ভিজা মেকুৰী, কিন্তু সাধাৰণ অসমীয়া ৰাইজৰ ওপৰত আকৌ বৰমতা। কেলা এনেকুৱা পিতিব লাগে নহয় এনেকুৱা police বোৰক....লেউৰা ভকিচুদা কেইটা কেলা....থুই.....

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 3 місяці тому +84

    এনে ঘটনা পোহৰলৈ আহিলে নিলম্বন কৰি দিয়ে । কথাটো তল পৰিলেই নিলম্বন প্ৰত্যাহাৰ কৰি আন থানালৈ বদলি কৰে। এইয়া হল বিভাগ টোৰ শাস্তিৰ নমুনা ।

    • @WhatsthehellXyz
      @WhatsthehellXyz 3 місяці тому +1

      হয়।
      তাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে , সমাজে তেনে গুণ্ডা প্ৰকৃতিৰ ব্যক্তিক উদাহৰণ মূলক শাস্তি দিবলৈ দোষী জনৰ গাওঁ পয্যায়লৈ গৈ সামাজিক শাস্তিৰ (বৰ্জন, বহিস্কৰণ) ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিব লাগে।
      এনে ব্যৱস্থা কৰিব পাৰিলে সমাজলৈ এটা সুস্থিৰতা আহিব বুলি আশা কৰিলো।

    • @RajibBiswas-r6w
      @RajibBiswas-r6w 2 місяці тому

      Right 👍

  • @Anonyoy
    @Anonyoy 3 місяці тому +60

    নতুনকৈ চাকৰি পোৱা SI আৰু Constable কেইটাই নিজকে IPS যেন ভাৱে।

    • @damansaikia3583
      @damansaikia3583 3 місяці тому +3

      100%right.

    • @Tinkudas007
      @Tinkudas007 2 місяці тому +1

      Um

    • @bikiboro6522
      @bikiboro6522 2 місяці тому

      Hosa kotha

    • @jantihira9356
      @jantihira9356 Місяць тому

      @@Anonyoy
      Thank you eke bare khosa ..ehotey vabe swagat asu buli ..besera hot j passot narakat jabo laga hoi gomei napai

  • @WhatsthehellXyz
    @WhatsthehellXyz 3 місяці тому +133

    DGP মহোদয়ে তাৎক্ষণিক ভাৱে অনুশাসন মূলক ব্যৱস্থাৰ লোৱা বাবে তেওঁক ধন্যবাদ জনালোঁ।
    কিন্তু নিলম্বন নহয় অনুসন্ধান কৰি সিহঁত আটাইকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে। লগতে এনে ব্যৱস্থা লওঁক যাতে সিহঁতে আৰু কোনো চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে আৰু ব্যৱসায় কৰিবলৈ অনুজ্ঞা বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা কোনো বিত্তীয় অনুদান বা ঋণ আদি নাপায়।
    Thank you Mr DGP.

    • @SahilKhan-u8h1t
      @SahilKhan-u8h1t 3 місяці тому +6

      Right,, kotha koi sa apuni,, nilmbon mne just 10 din man office t ha jb nuarib job to blg t transfer dib 😁😁ru to eku nii alp paisa khb office r aitu ki punishment oi aitu hol gram r bandh ha bole sob veku veona 😂😂

    • @bupdhanbania2131
      @bupdhanbania2131 3 місяці тому

      Ek Mot

    • @somirbhaitipstrick6602
      @somirbhaitipstrick6602 3 місяці тому +2

      ​@@SahilKhan-u8h1tSuspend hole Sakori terminate huar saanch thake.Aru Promotion huat prblm hoi sallery increment nhoi.3 no bar Suspend hole Sakori terminate hoi jai.

    • @DharmendraChutia-y1p
      @DharmendraChutia-y1p 3 місяці тому +1

      Ek mot

    • @volcenoXpo2003
      @volcenoXpo2003 2 місяці тому

      SI hoise just instagram t post aru reel bonabor karone he. Constitution t ata rule add koribo lge " kono jone police uniform or any other army uniform t reel nobonai jate "

  • @KanakDas-g8u
    @KanakDas-g8u 3 місяці тому +33

    এতিয়া বৰ্তমান পুলিচে অসমত বেয়া কামত লিপ্ত

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb 3 місяці тому +26

    কি দোষত মাৰিলে সেইটো নকলে । ৰিজাৰ্ভত থলে কি হ'ব আৰু চাকৰিত যোগদান কৰিব ।

  • @Kumud-lk2lo
    @Kumud-lk2lo 3 місяці тому +24

    Kom boyokht fokotiya k sakori ple enekua a hoi.

  • @পুলকহাজৰিকা-ঠ৮শ

    নিলম্বনতে ক্ষান্ত নেথাকি বৰ্খাস্ত যেতিয়া কৰিব,তেতিয়াহে চিধা হব

  • @readtolearn2832
    @readtolearn2832 3 місяці тому +17

    They should be dismissed.

  • @INDIANARMY-rg3ne
    @INDIANARMY-rg3ne 3 місяці тому +1

    Policer bhut beya ...
    Poristhiti ..
    Ajone kori gutei police bodnam ..kela...😢😢

  • @anupamborah9726
    @anupamborah9726 3 місяці тому +1

    anekua matha gorom police burok mekhela-sador pindhibo diya usit.

  • @hemalatachetia3765
    @hemalatachetia3765 3 місяці тому +2

    DGP মহাশয়,,নিলম্বন কৰিলে কি হ'ব,,,,পিছত বেছিকৈ হে উগ্ৰ হ'ব,,গতিকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব বাবে অনুৰোধ জনাইছো ছাৰ। 🙏🙏

  • @Gt64xhu7xh
    @Gt64xhu7xh 3 місяці тому +1

    Ae jabor bur k agotai bahonire safa koribo lgsl, set Ap

  • @abinashpathak2119
    @abinashpathak2119 3 місяці тому +3

    যিটোহে লেবেল নতুনকৈ পুলিচত চাকৰি পোৱা কেইজন মান‌ৰ ।‌ বালৰ ধকৰা হতে পাহৰি যায় কৰ পৰা আহি কি পালাক ।

    • @netrakamaldeka4151
      @netrakamaldeka4151 3 місяці тому

      ​@myyoutube5267tenekua ata sakori kori ajon manuhe akhon ghor salai ase aru jibur beya pura action hobo lage kheitu khosa kotha kintu aneke kobo nalage.moi monor kothatu tumak kolu tarbabe muk khoma koriba bro ne sister najanu.

  • @gourangagogoi5401
    @gourangagogoi5401 3 місяці тому +1

    পুলিচক training ত manners শিকাব লাগে। বহু অভিজ্ঞতা আছে বহু ঠাইত পাইছো, ঐ,তই বুলি সম্বোধন কৰে,ব্যৱহাৰ নাজানে নতুন বুলি নহয় মোৰ দেউতাৰ বয়সৰ বহুত পুলিচেও manners নাজানে। ক্ষমতাত বলিয়ন হৈ সকলো পাহৰি যায়। সকলো মানুহকে চুৰ দকাইতৰ দৰে ব্যৱহাৰ কৰিবলৈ বিচাৰিলে নহ'ব নহয়।চাকৰীটোৱেই শেষ কথা নহয়,আজিকালিৰ পুলিচে চাকৰিটো পায়েই ময়েই ৰজা বুলি ভাবি লয়,তেওতকৈ যেন শিক্ষিত কোনো নাই।সাধাৰণ HS pass কৰি বেটেলিয়ান হোৱাকেইটাৰ ফিট কি চাবা। চিনেমাত যিদৰে দেখোঁ Randi ৰ পুতেকক যদি বন্দুক দি দিয়ে সি গুণ্ডা হয়। ইয়াতো একেই মস্তিস্কৰ উৰ্বৰতা নথকা,আৱৰ্জনা এচামক ক্ষমতা দিলে গুণ্ডা হ'বই।

  • @trinayanchutia9460
    @trinayanchutia9460 3 місяці тому +1

    Notun k sakori pua hoi ay kaita

  • @JituBora-p9y
    @JituBora-p9y 3 місяці тому +8

    Powere murot dhorise

  • @adarshdutta5042
    @adarshdutta5042 3 місяці тому +1

    Gute Assam Police Department Corrupt hoi . Suspension tu ata public majot shanti bonai rakhiboloi. After last warning given Ako metaal haathi hoi pore. Sorkari sakori paboloi jiman taan Dismissed koriboloi himan taan. Assam police Hai Hai

  • @nehasaikia16
    @nehasaikia16 Місяць тому

    SI Pranjal Phukan ক এনে অৱস্হাত চাব বিচৰা হৈছে। গৃহ মন্ত্ৰী মহোদয় তথা ডিজিপি চাৰ....

  • @kaustavgogoi8853
    @kaustavgogoi8853 3 місяці тому

    Instagram ত Hero নিচিনাকৈ photo training কৰি থাকোতে আৰু চাকৰি পাই ৰাস্তাত গুণ্ডাগিৰি.. এইটো এ চলি আছে বৰ্তমান..

  • @mofidrohman6393
    @mofidrohman6393 3 місяці тому +1

    এতিয়া মজা পালি।

  • @TilokTungkhungia
    @TilokTungkhungia 3 місяці тому +5

    Manners, etiquette, values etc should be part of their training. Sometimes some of them don't consider even age while interacting with common people.

  • @diponborah8798
    @diponborah8798 3 місяці тому

    Southr cinemar provab.. Sob swingam.. Sokut kala sasma.. 😂😂😂

  • @JIRI138
    @JIRI138 3 місяці тому +2

    সুবিধা পালে ইহঁত কেইতাকো ফলা বাহেৰে কোৱাই হাত ভৰি ভাঙি দিব লাগে

  • @manojpegu4065
    @manojpegu4065 3 місяці тому

    কুকুৰবোৰৰ ইমানেই যদি বৰ মতা দেখাব বিচাৰিছে তেন্তে ধৰ্ষণ কাণ্ডত জড়িত পাষণ্ড বাংলাদেশী মিঞাঁবোৰক মাৰি বা এনকাউন্টাৰ কৰি দেখুৱাক।

  • @debashishsharma1117
    @debashishsharma1117 2 місяці тому

    অসম আৰক্ষীৰ নাম মাটিত মিলাই আছে এই এনেকুৱা আধা পাগল কেইটামানে। আৰক্ষীৰ প্ৰশিক্ষণত জনগণৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লগে এই বিষয়তে শিকি আহিছিল নে নাই। এনেকৈ যদি গুণ্ডাগিৰি কৰি থাকে কি হব ৰাইজৰ? DGP মহোদয়ে বাৰে বাৰে কৈ আহিছে আৰক্ষীৰ ব্যৱহাৰ জনতাৰ লগত সদায় ভাল কৰিবলৈ। সেয়া পাহৰি এইয়া কাণ্ড কৰিছে।

  • @hiraksaikia158
    @hiraksaikia158 2 місяці тому

    Probation period তে এই অৱস্থা, Fully Charge পালে কি হ'ব... আচলতে এনেবোৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ আগতে প্ৰাৰ্থী সকলৰ ব্যক্তিত্ব, মানসিক সক্ষমতা সাক্ষাৎকাৰ এটা অন্তৰ্ভুক্ত কৰিব লাগে। যিদৰে NDA ত Army বিষয়া নিৰ্বাচনৰ আগে কৰে।

  • @indrajitchetri442
    @indrajitchetri442 3 місяці тому +1

    Eku notun bostu nohoi akou same bostu repeat hobo guarantee

  • @ryande2087
    @ryande2087 3 місяці тому

    Ihot bilakor lebel besi hoise....SI pai...Bina dress ot checking kore ketamane....Manuhok najane knke kotha patibo lage...ihotok Video kori pitibo lage

  • @MAK_M68
    @MAK_M68 Місяць тому

    নিলম্বন কৰি কি হব চাকৰিৰ পৰা ৰেহাই দি সাধাৰণ নাগৰিকৰ জীৱন জীয়াবলে দিয়ক তেতিয়া বাকি অন্য বোৰে সংযম হবলে শিকিব জোনমনি ৰাভাক যদি মাৰি পেলাব পাৰে এই পাখণ্ড কেইটাৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰি দেখুওৱাক ভাল বোৰক আপোনালোকে ভগবানৰ প্ৰীয় বনাই পথাই দিব আৰু বেয়া বোৰক দুদিন পিছত মাটি আনি বেলেগ ঠাইত গুণ্ডগীৰি কৰিব পথাই দিব অসম পুলিচ ভৰখা বিহীন বুলি ছবে জানে।

  • @mymusic1216
    @mymusic1216 2 місяці тому

    পুলিচ কেইটাৰ লেবেল কি চাবি ছুতিত আহিলে
    বোপাই তহতে জিমান খিনি দৰমহা পোৱা নহয়
    আলু বেপাৰী এটাই কিনিবো তহঁতক

  • @hairprasaddeori2325
    @hairprasaddeori2325 Місяць тому

    Free service diyar fol...mak bapeke Mati Bari bikri Kori service luwa hole service r value bujile hoy ....

  • @AnimekhLahon-mp5pe
    @AnimekhLahon-mp5pe 3 місяці тому

    সেই কেইটাপুললিচে পুলিচ শব্দৰ অৰ্থ জানেনে?

  • @BabiNath-d5c
    @BabiNath-d5c 23 дні тому

    পুলিচ মখাই পোচাক যোৰ পিন্ধিলে নিজকে সৰ্বে সৰ্বা বুলি ভাবে।

  • @Travnil
    @Travnil 3 місяці тому

    এইবোৰ অভ্দ্ৰ,
    মানুহে দেখা পালেই শিক্ষা দিব লাগে ৰাইজে

  • @sumitddey7705
    @sumitddey7705 3 місяці тому

    Assam police bilake vall ke kotha pathibo na jane.... Chi...lag lage....Assam police

  • @pranabdas7121
    @pranabdas7121 3 місяці тому

    এইবোৰ নাটক বহুত দেখিলো,,এতিয়া আইন কোনোবাই হাতত তুলি ললে ,লগেলগেই জেলত ভৰাই থব লাগে 45 বছৰ

  • @mukundahazarika9455
    @mukundahazarika9455 Місяць тому

    চৰকাৰৰ দয়া আছে ৷ বিজেপিৰ পোহনীয়া ইহঁত ৷

  • @mrigank6071
    @mrigank6071 3 місяці тому

    Si জনক কনিষ্টবললৈ পৰিবৰ্তন কৰিব লাগে, তেতিয়া বুজি পাব।

  • @unpluggedfan8604
    @unpluggedfan8604 2 місяці тому

    Hosa kotha aituee.. Reel life real life majot deference je he2 gom napaii.. Instagram duty kore bahut... Anekoi drees loi aibur beya dekhi... Criticism koribou beya comment koribou beya assam police word Tu actually beya hoi image tu

  • @pintukakati6388
    @pintukakati6388 3 місяці тому

    Fortuner car solai fura studentr khetrot imaan speedy justice...Jodi shadharon ghoror hazira kora manuh hole hoi tettiya tu imaan speedy Nohole hoi sage apunalokr justice...

  • @hridayrabha8706
    @hridayrabha8706 3 місяці тому

    Sakori khale he vl lage ........ Sakori paise vi tako si de r kubaw jak tak ...... ... Ekeitar mal khai control ni npowat powa nesina khaise fokotiyat paise kijani

  • @brindabannarzary4895
    @brindabannarzary4895 3 місяці тому

    Hadaront public kok bujab nuware Assam kon tol nejai usor suburiya hima telib Diya heyahe poriman.

  • @mriduldeka2907
    @mriduldeka2907 3 місяці тому +1

    গোটেইকেইটাই 2021 ত NEPA ৰ পৰা ট্রেনিং কৰি ওলাইছে মাত্র ....

  • @suarsuar747
    @suarsuar747 3 місяці тому

    Noga, Mizo, Arunachali'r agot bhija mekuri.....xadharon Axomiya manuhor agot akou bormota kela bhokisuda keita.....😂

  • @tsgaming5343
    @tsgaming5343 3 місяці тому

    Eai matter tu Assam government r Home department e 2024 year t investigation kori Assam police kaijonok service r pora discharge korib nuwarene?

  • @FoujiSingha
    @FoujiSingha 3 місяці тому

    Ghort pothai de Completed dismissed koribo lage … bhut dom iman jodi dom ase Boder t kori dekha. 😡😡😡😡😡😡😡😡😡😡😡

  • @manashjyotinah3420
    @manashjyotinah3420 2 місяці тому

    ভালে কৰিলে, এনেধৰণৰ আৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে

  • @rajibgogoi3232
    @rajibgogoi3232 3 місяці тому

    Sobke morom korile hole aru.vul korele diboi . pulice jagat news manu he duty krok nhle .

  • @Manashi-w3s
    @Manashi-w3s 2 місяці тому

    ভৰি ভাঙি পেলোৱাৰ পিচত জানো নিলম্বন কৰিলে এই হ ই ??

  • @gautamdebnath8141
    @gautamdebnath8141 3 місяці тому +3

    Olop panir mas besi panit porise j olop kokboksise

  • @neal555
    @neal555 3 місяці тому

    Raijor poisare dormoha loi hadharon raijoke piton...Axom police waah

  • @MAK_M68
    @MAK_M68 Місяць тому

    এতিয়া ইহঁতক ৰাস্তাত পালে ভৰি ভাঙি দিব লাগে

  • @phungkarabha6522
    @phungkarabha6522 3 місяці тому

    Not suspend Terminate koribo lage

  • @assamjobupdateinformation4518
    @assamjobupdateinformation4518 3 місяці тому

    Assam police bulile heikarone ghin upoje...

  • @rb7471-c9r
    @rb7471-c9r 3 місяці тому +1

    নিলম্বন নহয় বৰ্খাস্ত কৰিব লাগে। নিলম্বন কৰিলে কিছুদিন পাছত আকৌ বাহাল তবিয়তে চাকৰিত যোগদান কৰিব ।

  • @SATYAJITLASKAR
    @SATYAJITLASKAR 3 місяці тому +2

    এতিয়া জইন কৰা বেছি দিন হোৱা নাই ।regular priod হোৱা নাই provissonaly প্ৰিয়ডত আছে গতিকে Dissmiss from servise ৰ প্ৰক্ৰিয়া হাতত লওক

    • @yourchannel1403
      @yourchannel1403 3 місяці тому

      Akdom mohan kotha koi se apunii

    • @yourchannel1403
      @yourchannel1403 3 місяці тому

      Akdom mohan kotha koi se apunii jaiii hoooo

    • @yourchannel1403
      @yourchannel1403 3 місяці тому

      Akdom mohan kotha koi se apunii jaiii hoooo

    • @yourchannel1403
      @yourchannel1403 3 місяці тому

      Akdom mohan kotha koi se apunii jaiii hoooo

    • @bubu5767
      @bubu5767 3 місяці тому

      @@yourchannel1403thike koise tu

  • @sportstoday2717
    @sportstoday2717 3 місяці тому

    নতুনকৈ চাকৰি পাই সিংঘম হবলৈ গৈছিলে

  • @subhadevrabha503
    @subhadevrabha503 2 місяці тому

    Ai johora matal police bilakor karone gutai department or bodnam

  • @bikramdaimari6632
    @bikramdaimari6632 2 місяці тому

    Reserve Close kori Suspend kori ki lab akebare ulai dibo lage aiborok. 3-6 suspend hobo akou sakorit ahibo ki nu sibur.

  • @jyotishray8506
    @jyotishray8506 3 місяці тому

    এনে কৰ্ম্ম কৰা এইবোৰ আৰক্ষী পাগল কুকুৰ হয়

  • @kishorbezbaruah4774
    @kishorbezbaruah4774 3 місяці тому

    Dress r power dekhaise kela.... Sudhmarani

  • @biswajitkonwar73
    @biswajitkonwar73 2 місяці тому

    Amar mokhae police hobole lage eaitu karonote jate nijore manuhok dom dekhabo pare aru IAS and IPS r agit bheeja mekuri hoi emanate power Assam policer.

  • @NEKSCNEKSC
    @NEKSCNEKSC 3 місяці тому

    Public enekoi maribo olopu laj nokore ei pakhondo bure... ehote tu ei public or direct indirect tax or poisare tu salary loi aase...

  • @pankajbharali7287
    @pankajbharali7287 3 місяці тому

    Uniformt thoka babehe single ke lagibo dia hoi kijani pranjal phukanr thesis beka kori pelale hoi..

  • @debojit2016official
    @debojit2016official 3 місяці тому

    Kana mura kubobo laga

  • @ggos2277
    @ggos2277 3 місяці тому

    Good job DGP sir.... aru bohut lora suwali asei sakori paboloi.. suspend koribo lagei

  • @monjunee1959
    @monjunee1959 3 місяці тому

    Aru eta kotha. Boyokhor kotha nai. Soboke toi buli xombudhon kore.

  • @manashsharma7382
    @manashsharma7382 3 місяці тому

    Tez gorom Arokhi naman korile D G p Gyanendra pratap singh sir a 🤣 suspend korile S i aru constable prahar kora karone bhori bhangi disile s. P Anand Mishra sir o enekuwa nashile ajiloke anekuwa huwa nashile bare bare kuwa psssot care nokorile S i s. I mara nai order disile constable permission kune disile beya ke prahar koribo s. P siror permission loisile CM sir o warning disile Akhom arokhik tar passot o beyae keep prahar korishe xobo nuare fake news hoy provee nai c c tv📺 footage thake police station arue natak hoy enekuwa ajie loke huwa nai kyuoe prahar korishile beya ke reason chure docait 😂😂 aji kali assam police department natak kori asse but manhua to xosa bulie bhavibo Hindu karone oko kora naie miya xole police prahar korile hoy tenekuwa ghatana oko a huwa nai agote hoishile etya huwa nai fake news📰 natak val a korishe nohole kobo CM D G p sir a action luwa nai buli dekhile gom pai natak buli good news 🙏🙏❤❤

  • @jsjsvjkdka
    @jsjsvjkdka 3 місяці тому

    Notun police eibur. Ami burei eisobok patta di di murot uthai loisu, etia fol vugisu

  • @localstoryinassam8358
    @localstoryinassam8358 3 місяці тому

    ইহতৰ গুন্দাগীৰি বহুত বেছি হৈচে

  • @goneshpait3392
    @goneshpait3392 2 місяці тому

    Good luck নিলবন কৰিব লাগে চকৰিপৰা

  • @nayanjyotigogoi1061
    @nayanjyotigogoi1061 2 місяці тому

    Vote for equality . Ain sobore karone homane hobo lage aitu ata dangor oporadh. Jode aitu hadharon manuhe korele haten tente tak raije dhore jail dele haten atea police a marese tak sorkare dhorebo lage . Dukh public ya police homane dukhi hasti hobo lage . Sorkare aporadhik manokhikotar police 🚨 burok naki logale ak kothur ain anibo lage . Nhole vobisyote eea ak dangor homoishyar karon hobo .. police a power miss use korebo jikunu publicok harahasti korebo

  • @RahulDas-xz1bl
    @RahulDas-xz1bl 3 місяці тому

    suspend kara nahay, 1000 maan public olowa police janar gharalai jaba lage. police janar family member jimanjan aache aataikeijanar lagat ekei abastha kariba lagiba.

  • @muksidulislam9723
    @muksidulislam9723 3 місяці тому

    Aitu ki hl, suspended krile ki hbo, bhori bhangibo lge

  • @debasishbhuyan3217
    @debasishbhuyan3217 3 місяці тому

    Aku natha kita e jatia sorkari dormoha subole pai uri thake fata level di...aru Tate Assam Police Manner less tu hoboe aru .

  • @AnjaliHazarika-w3o
    @AnjaliHazarika-w3o Місяць тому

    sur aru police akipothor potik.matro dress pathakoy.

  • @protyushdutta1602
    @protyushdutta1602 2 місяці тому

    Uniform t thaka loike police, khula r pst teuluk u public, htu pahori jai , after uniform, dhui dibo lge ghr r pora uthai ani

  • @dhruvajyotiboruah2805
    @dhruvajyotiboruah2805 3 місяці тому

    Reserved closed and suspension r natok bohut dekhhilu.Aku lav nai, two / three months bohi thaki ako join korib.
    Action lob ase jodi , akebare sakorir pora bokhasto korok.

  • @ratan.official__
    @ratan.official__ 3 місяці тому

    gundageri fotai d bo lge sakori powai nejoke don buli vabe nke 😂😂

  • @JanFanatic
    @JanFanatic 3 місяці тому

    Enakua sutmarani police ok manipur borderot pathabk lage

  • @mayurborah2111
    @mayurborah2111 3 місяці тому

    Kukur puwali tuk suspend krile ki hbo gurula gurul ke pitibo lage ehotok.... don't fear police... public should confront them...notun SI bilakor utpat barhise

  • @princetravelsassam6092
    @princetravelsassam6092 3 місяці тому

    A garaki bhadro studentak Abhadro Is dile pitan Assam ar bhabisawat kon dekhe

  • @nitulsaikia5961
    @nitulsaikia5961 3 місяці тому

    Probation period, jadiu sakarit aase aatorai dibo pare, olop bujibo, maane vaalke, khabo paribo,,, khaok sun sao sarkaaarar decision kene.

  • @hirakjyotigogoi1901
    @hirakjyotigogoi1901 3 місяці тому

    Pusak jur paboloi kimant ki j kosto kora nasela ,kintu pai juwa pacot hay logat ai kosto kore thoka baki hokolok pahori pusakor power dekhaboloi jai ai amar Dekh,ai amar Homaj😔😔😔😔

  • @bastavchutia9470
    @bastavchutia9470 3 місяці тому

    eibur notun k humua SI Constable buror besi utpat.

  • @dhrupadnarayan
    @dhrupadnarayan 3 місяці тому

    Xadharon jonotak u self defence kori ultai maribo pora niyom ata ani dibo lage tatia gom pua jabo kar kiman dom ase😂😂😂

  • @phanidevadas1415
    @phanidevadas1415 3 місяці тому

    Police keitai nijike bht dangr kiba postot thoka jen pay..kintu heikeita sokidar ata ata

  • @Contentssss
    @Contentssss 3 місяці тому

    @ND24 when recruitment is of HSSLC PASSED AND B.A GENERAL PASSED OUT

  • @JintumaniTalukdar-z4j
    @JintumaniTalukdar-z4j 2 місяці тому

    কিয় এৰেষ্ট কৰা নাই,, চৰকাৰৰ গুণ্ডা বাবে নকৰে

  • @KhanindraDas-bw1us
    @KhanindraDas-bw1us Місяць тому

    এনেকুৱা ৰক্ষকৰ প্ৰয়োজন নাই

  • @kamaljyotichetia7965
    @kamaljyotichetia7965 3 місяці тому

    Eibilak natok. Dudin man pasot sabo aku usoror thanat ahi sakori koribo . Reserv close nohoi sakori khotom korouk

  • @rahulthakuria8378
    @rahulthakuria8378 3 місяці тому

    Khru khru boikhtei sakri powa power and training Val koi nopowar babe howa Jen lagise and Indian army t thik tene boikhtei join howa lora bure kio nkre aibur

  • @MrXyz-nr7uu
    @MrXyz-nr7uu 3 місяці тому

    Balor nilombon.... dismissed krbo lge

  • @horensaikia9048
    @horensaikia9048 3 місяці тому +2

    Ghosh dee sakari pale dam gondagiri Paisa loboi lagiba

  • @ThogenBoruah
    @ThogenBoruah 3 місяці тому

    Notun ke sakori paise tu... Haikrne dakhise ru olp

  • @MonujBora-lh3dn
    @MonujBora-lh3dn 2 місяці тому

    Moi pabo lage tenekua police dingi vangi potham ata cikot

  • @kamaleshwarkalita5755
    @kamaleshwarkalita5755 3 місяці тому

    kiman bur lora suwali a sakorir babe kosto kori ase. kintu kisuman a buja a nai.. loge loge suspend kori dibo lage.. aru legal action lobo lage ..