ভোট জলকীয়া গছত পাত কোঁচ খাইছে যদি এতিয়া চিন্তা নাই. আহি আছে chipku yellow sticki treps..

Поділитися
Вставка
  • Опубліковано 15 вер 2024
  • Hi
    I m Lila sharma. Welcome to our UA-cam chennel #Biswanath Agrifarm।
    Don't forget to LIKe ..COMMENT...AND SHARE... SUBSCRIBE the channel and press the BELL icon to get notified about new uploads.
    Follow me on
    Instagram
    biswanath_agrifarm
    Facebook:
    / biswanath-agrifarm-100...
    ভোট জলকীয়া খেতিৰ কিছু দিহা পৰামৰ্শ.
    About this chennel
    নমস্কাৰ,..মই এই চেনেলত মাধ্যমেদি আধুনিক প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগ কৰি কম কৃষিভূমিতে কেনেকৈ অধিক উপাৰ্জন কৰি নিজকে স্বাৱলম্বী কৰি দেশৰ অৰ্থনীতিৰ লগতে সমাজৰ বাবে কিছু অৰিহণা যোগাব পৰা শুদ্ৰ প্ৰচেষ্টা হাতত লৈ আপোনালোকৰ মাজলৈ video লৈ আহিছোঁ.বিভিন্ন সময়ত সময় সাপেক্ষে কৰা সকলোবোৰ খস্যৰ উপৰত লগতে ফল মূলৰ বাগান গঢ়ি তোলাত মোৰ সামান্য জ্ঞানৰ ভিত্তিত আপোনাৰ বাবে প্ৰস্তুত কৰা ভিডিওত কিছু ভুল ক্ৰুতি থাকিলে আঙুলিয়াই দিব...
    মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক.আপোনালোকে পাৰিলে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈ গোবৰ তথা কেঁচু সাৰ পচন সাৰ ঘৰতে প্ৰস্তুত কৰি লওক আৰু #
    #ভোটজলকীয়া#ghostpepper#
    Our other video link
    • ভাত কেৰেলা খেতি কেনেকৈ...
    ভাত কেৰেলা খেতি কেনেকৈ কৰিব লাগে....বাৰিষাৰ লাভজনক খেতি!#Biswanath agrifarm
    • জাতি লাও খেতি কেতিয়া ক...
    জাতি লাও খেতি কেতিয়া কৰিব লাগে. অধিক ফল পাবলৈ কি কৰিব.bottle gourd farming!!#Biswanath agrifarm
    • পানৰ খেতি। চাং পান কেন...
    পানৰ খেতি। চাং পান খেতি কেনেকৈ কৰিব লাগে।
    • কাশ্মিৰী বগৰী ৰোপন কৰা...
    কাশ্মিৰী আপেল বগৰী খেতি।ৰোপন কৰা ৩ মাহৰ পিছত কি যত্ন লব।
    • কম ঠাইত ভোট জলকীয়া খে...
    কম ঠাইতে ভোট জলকীয়া খেতি কৰক।
    • ভোট জলকীয়া পুলি প্ৰস্...
    ভোট জলকীয়া পুলি প্ৰস্তুত কৰক এনেদৰে।
    • জৈৱিক পচন সাৰ ঘৰতে কেন...
    জৈৱিক পচন সাৰ ঘৰতে কেনেকৈ প্ৰস্তুত কৰিব।
    • ভোট জলকীয়া খেতি কেতিয...
    ভোট জলকীয়া খেতি কেতিয়া কৰিব।কেনেকৈ কৰিব লাগে।
    • নেমু গছৰ মজা খোৱা কীট ...
    নেমু গছত মজা খোৱা কীট কেনেকৈ নিয়ন্ত্ৰণ কৰিব।
    • এডোখৰ মাটিত কৰিব পাৰি ... এডোখৰ মাটিতে কৰক বিভিন্ন ধৰণৰ খেতি।
    • নেমু পুলি ৰোপন কৰক এনে... নেমু পুলি কেনেকৈ ৰোপন কৰিলে ৬মাহতে ফল পাব পাৰি।
    • নেমু খেতি কেনেকৈ কৰিব/... নেমু গছৰ কীট তথা সম্পূৰ্ণ নিৰাময় কেনেকৈ কৰিব
    • নেমু গছৰ কাটিং কেনেকৈ... নেমু গছৰ cutting কেনেকৈ কৰিব লাগে. কেতিয়া কৰিব লাগে.
    • জিকা খেতিত বৰল পোক নিয... জিকা খেতিত বৰল কীট নিয়ন্ত্ৰণ কেনেকৈ কৰিব
    • নেমু গছৰ ডালৰ পৰা পুলি... নেমু গছৰ ডালৰ পৰা কেনেকৈ পুলি তৈয়াৰ কৰিব!
    • জিকা খেতি কেতিয়া কৰিল... জিকা খেতি কেতিয়া কৰিলে ভাল লাভ পাব পাৰি.
    • ভোট জলকীয়াত কি কি সাৰ...
    ভোট জলকীয়াত কি কি সাৰ প্ৰয়োগ কৰিব.কেনেকৈ কৰিব.
    • বীজ শোধন কৈনেকৈ কৰিব ল...
    বীজ শোধন কৈনেকৈ কৰিব লাগে
    জয় আই অসম
    Thanks for watching#Biswanath agrifarm

КОМЕНТАРІ • 2

  • @ilip881
    @ilip881 5 місяців тому

    Tezpur litchi plant ase neki?

  • @XubarnaMoran
    @XubarnaMoran 5 місяців тому

    মইও ৫০০ লগাইছিলো ককাই, কিন্তু বৰ ভাল ফল দেখা পোৱা নাই, জানুৱাৰী মাহত লগোৱা হৈছিল, প্ৰায় ৪০% মানেই চিৰিল পৰি শেষেই, আৰু পাতবোৰতো কলা কলা পৰি গৈছে ফুত ফুত।