ম’হবন্ধাৰ এৰালতলি পথাৰত ভকত বৈষ্ণৱৰ ব্যাপক তৎপৰতা
Вставка
- Опубліковано 9 лют 2025
- ম’হবন্ধাৰ এৰালতলি পথাৰত ভকত বৈষ্ণৱৰ ব্যাপক তৎপৰতা। প্ৰায় ১২শ বিঘা মাটিকালি সামৰি আয়োজন চলিছে অধিৱেশনৰ। একেলগে দহ হাজাৰ ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব পৰা ভোজনালয়। দুশ চৌকাৰ ৰন্ধনশালা, ৮০০ বিপনী, ২০০টা শিবিৰ নিৰ্মাণ। যোৰহাটৰ পৰা আমাৰ এক প্ৰতিবেদন।
#PratidinTime #AssamNews #assam #jorhat
Thanku krishna
জয় গুৰু শংকৰ
Krishno ram krishno ram
Ram.krishna.joy.guru.shonkor