A Tribute to Kalaguru Bishnu Prasad Rabha by Zubeen Garg || DY365 Exclusive || ৰাভাৰ আভাৰে

Поділитися
Вставка
  • Опубліковано 2 гру 2024

КОМЕНТАРІ • 235

  • @manashzg4570
    @manashzg4570 5 років тому +125

    কন্ঠটো আপোনাক ভগৱানে দিছে দাদা অমৰ হৈ থাকক||| মোৰ আয়ুস খিনি ও আপোনালৈ অৰ্পণ কৰিছো🙏...বহুত ভাল পাওঁ দাদা প্ৰকাশ কৰিব নোৱাৰো💟💟💟

  • @BKLBOYS54
    @BKLBOYS54 5 років тому +39

    জুবিন দাৰ কাঞ্চনজংঘাৰ গীতবোৰ ইমানেই সুন্দৰ হৈছে যে তাৰ বৰ্ণনা কৰিবলৈ একো ভাষা নাই ইমান সুন্দৰ সৃষ্টিৰ বাবে জুবিন দাক অলেখ অযুত ধন্যবাদ যাছিলোঁ । আৰু এইবোৰ সৃষ্টি অকল গানেই নহয় এইবোৰ সৃষ্টি একো একোখন কাল্পনিক চিত্ৰ হৈ আমাৰ হৃদয়ৰ মাজত চিৰদিন থাকিব ।

  • @anonymous_assamese4838
    @anonymous_assamese4838 5 років тому +52

    ৰাভাৰ আভাত আমিও বন্দী...💖
    জুবিন দাৰ মোহতো বন্দী...💕

  • @ashisrabha7438
    @ashisrabha7438 5 років тому +9

    সছাই জুবিন দা সকলোতকৈ বেলেগ আছিল আমাৰ পৰম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰতিছ এজন বিপ্লৱী কবি, সাহিত্যিক, সমাজসেৱক আদি কৰি সকলো দিশতে তেওঁৰ অৱদান আমাৰ অ অতলুনিয় । বৰ্তমান আৰু ভৱিষ্যতৰ সমাজ খনৰ বাৱে আৰু এজন আমাৰ কলাগুৰু প্ৰয়োজন জুবিন দা

  • @KabitaBoruah-ks9ok
    @KabitaBoruah-ks9ok Рік тому +3

    সেইবাবেই জুবিনক ভাল লাগে। অনন্য' ঈশ্বৰ পদত্ত' সুৰীয়া কণ্ঠ তেওঁ' শ্ৰদ্ধাৰ সুধাকণ্ঠ ভূপেদাৰ দৰে কৃষ্টি-সংস্কৃতিৰ পথাৰখনত আজিৱন আমাৰ হিয়াৰ আমঁঠু শ্ৰদ্ধাৰ ও মৰমৰ জুবিন ৰ্গাগ চিৰযুগমীয়া হৈ ৰব।ভগৱানে সদায় তেওঁক কুশলে থাকক।🙏🙏❤️❤️🙏🙏

  • @BKLBOYS54
    @BKLBOYS54 5 років тому +109

    জুবিন দা আপোনালৈ আমাৰ এটি কাতৰ অনুৰোধ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ সকলোবোৰ গান আপোনাৰ কন্ঠত বানীবদ্ধ কৰি আমাৰ মাজলৈ দিব বুলি আশা কৰিলো কাৰন আপোনাৰ বাহিৰে আন কোনোৱে নোৱাৰে।

  • @chaotaposhmusic
    @chaotaposhmusic 5 років тому +15

    বহুত উৎসাহ পাওঁ আপোনাৰ কথাবোৰ শুনি। দ্বিতীয় এজন শিল্পী আপোনাৰ দৰে নাই এই অসমত!🤘🏾

  • @satyanathdas2945
    @satyanathdas2945 3 роки тому +3

    অতি সুন্দৰ অনুষ্ঠান জুবিন দা । আপোনাৰ কন্ঠত কলাগুৰু ৰ গানবোৰে আৰু প্ৰাণ পাই উঠে । ৰাভা দেৱৰ সকলো গান আপোনাৰ কন্ঠত বাণীবদ্ধ হ'লে নৱ প্ৰজন্মৰ মাজত তেখেত আৰু বেছি জনপ্ৰিয় হ'ল হেঁতেন । আপোনাৰ পৰা আশা কৰিলোঁ ।

  • @rakeshborah2451
    @rakeshborah2451 5 років тому +14

    ৰাভাৰ গীত বোৰ শুনিলেই গা নোম বোৰ শিয়ৰি ওঠে বাৰে বাৰে জুবিন দা ।

  • @sikhadas3047
    @sikhadas3047 5 років тому +26

    ৰাভা সংগীতৰ এলবাম এটা আপোনাৰ কন্ঠেৰে কৰক জুবিন দা৷,আামি বহুত বিচাৰিছো

    • @BKLBOYS54
      @BKLBOYS54 5 років тому

      উম সঁচা কথা ময়ো বিচাৰো

    • @jpvlogs7631
      @jpvlogs7631 5 років тому

      Zubeen dai nijor kanthot gaanbur gaise agte

  • @tusharrajbongshi2397
    @tusharrajbongshi2397 5 років тому +38

    বিষ্ণু ৰাভাৰ গাণ বোৰ এটা নুতুনকৈ এলৱাম বনাই ৰাইজক সুনিব দীয়ক। সচাকৈ কিবা এটা কৰক।

  • @barnilaxom3209
    @barnilaxom3209 5 років тому +11

    দাদা আমাৰ যিখিনি বৰগীত, লোকগীত আছে সেইখিনি নতুন প্ৰজন্মই একেবাৰে পাহৰি পেলাইছিল বা বাদ দিছিল কিন্তু আপুনি যেতিয়া আপোনাৰ কণ্ঠৰে গালে তেতিয়া নতুন প্ৰজন্মৰ মাজত বৰগীত, লোকগীতসমূহ পুনৰুজীৱিত হৈ উঠিল।এতিয়া যদি আপুনি জ্যোতি সংগীত আৰু ৰাভা সংগীতসমূৰ পুনৰায় বাণীবান্ধন কৰে আমি নতুন উৎসাৰে শুনিম।আপোনাক কাকতি কৰিছোঁ আপুনি এইখিনি অসমৰ নতুন প্ৰজন্মৰ বাবে কৰক। I Love You dada.

  • @biplobdasvlogs1110
    @biplobdasvlogs1110 5 років тому +5

    Comment বোৰ পঢ়ি বৰ ভা লাগিছে। মৰমৰ জুবিদ দালৈ অশেষ মৰমৰ জাছিলো। আপোনাৰ বাহিৰে আৰু কোনো নাই এই সংগীত বোৰ আগুৱাই নিবলে।

  • @dilipnath5338
    @dilipnath5338 5 років тому +4

    জুবিন দা তুমি মহান তোমাৰ কণ্ঠ সদায় বহুত ভাল পাওঁ মই ।

  • @djcoaching6795
    @djcoaching6795 5 місяців тому +2

    বহুত প্ৰয়োজন আছে উঠি অহা প্ৰজন্ম ৰ বিষ্ণু ৰাভা বিষয়ে জনা ৰ আমাৰ শিক্ষা ব্যৱস্থা ত পাঠ ত তেখেত সকল ৰ বিষয়ে লিখা কৰক আৰু প্ৰচাৰ কৰক যে এনে এজন comrade আছিল আমাৰ

  • @coversong9109
    @coversong9109 5 років тому +5

    নেকিব তেকিব এইবিলাকে গান গাব নেজানিলে গাব নেলাগে।জুবিন দা আপোনাৰ ধুনীয়া হৈছে ।

  • @utpalbaishya3345
    @utpalbaishya3345 5 років тому +11

    Go ahead zubeen da... Apunar ji mon jae korok... God bless u zubeen da.....

  • @samarjyotiborah6316
    @samarjyotiborah6316 5 років тому +8

    You are changing... আপোনাক দেখি আজি সম্পূৰ্ণ যেন লাগিছে, ভাল লগিছে, গহীন গম্ভীৰ.... এনেকৈ থাকক।

  • @hemantahazarika9715
    @hemantahazarika9715 3 роки тому +3

    জীৱনটো আপোনাৰ নামত উৰ্চগা কৰিলো দাদা, খাওঁতে, বহোতে, শোওঁতে ,উঠোতে কেৱল আপুনি, মূৰৰ চুলিৰ দৰে আয়ুস হওঁক আপোনাৰ,

  • @pankajnath6574
    @pankajnath6574 5 років тому +1

    Zubin da Apuni xosai bohut mohan.. Kisumn xilpiye blg kmt busy thake.. Aru Apuni amar xoinik xilpi kolaguru Vishnu probha Rabha devor gitbur emn xundorkoi gaise.. Thqu so much

  • @banjitchangmai4047
    @banjitchangmai4047 5 років тому +14

    zubeen daaaa konthot kimn j vaal lage ai gaanbur..

  • @bipulpegu3153
    @bipulpegu3153 Рік тому +2

    Hosai apunak asorit pao zubeen da

  • @manojkrhazarika3422
    @manojkrhazarika3422 5 років тому +2

    খুবেই সুন্দৰ পদক্ষেপ জুবিনদা..... আশাকৰো ৰাভা দেৱৰ সোণালী গীতবোৰ উজ্বলাই তোলক...... এই কামনাৰে

  • @erpabankalita9795
    @erpabankalita9795 5 років тому +5

    Moi bahut emotional hoi gallo akou ,apunar eai interview to khoni..luv u zubeen da, u really a great man...❤❤❤❤...Rabha Sangit Bilak apunar surat bilai diok zubeen da...❤❤❤❤❤❤❤❤❤

  • @biswajitrabha4545
    @biswajitrabha4545 5 років тому +1

    Zubeen daa apuni অসমৰ ganr proti agr mnuhr proti aponar ji srodha bht bht priyo ei manbotat..amar majt jug jug dore jiwai thakk aponi.....{mr pora anurod apuni jyotiprosad aru bishnu rabha..gan humoh gai ag borhai jen.} জয় আই অসম । জয় যুবিন দা

  • @barnalidas-xj8hc
    @barnalidas-xj8hc 4 місяці тому

    ৰাভাদেৱৰ আভা আপোনাৰ শিল্পীসত্তাতহে পায় শোভা , সিও মনোমোহা ৷

  • @krishnasensua5032
    @krishnasensua5032 5 років тому +8

    Thnkssssssssssss dy365 In this Interview........ In Special day###Rabha Devash...... ❣️❣️❣️❣️❣️

  • @kajalkumarmedhi4602
    @kajalkumarmedhi4602 5 років тому +2

    Zubeen dai ktha koi thakile jen gan gai ase...ene lage..apuni khub hundar koi ktha khini kole..Rabha dev r uparat project tu kariba ha Zubeen da..ami bat sai thakilu..Rabha dev k hazar bar pranam...Zubeen dak hazar bar maram ru suvesya jasisu..

  • @munindrakumarsahariah7804
    @munindrakumarsahariah7804 5 років тому +4

    জুবিন গাৰ্গ অসমৰ সুন্দৰ গায়ক
    সকলো গীততে হাত আছে.

  • @krishnahazarika4245
    @krishnahazarika4245 5 років тому +1

    Very nice zubeen da...
    Apunar bahut responsible ase.
    Rabha Sangitrr uporot...
    Aru apunar kanthot pran paiii uthiboo aru khokolue Val pabo

  • @diliprabha4845
    @diliprabha4845 4 роки тому +1

    Rabha Hongeet bar Hiryugumia hoi thakok tare kamanare..... Joy Zubin daa joy.!!.

  • @archanarabha8479
    @archanarabha8479 5 років тому +21

    You are always a legend

  • @ankuran8534
    @ankuran8534 5 років тому +1

    Bahut val kotha kole aji. #RabhaSangeet competition ajikali kuneo napate. We should promote them to the next levels. #JaiZubeen

  • @monjitgogoi9806
    @monjitgogoi9806 5 років тому +6

    অতি সুন্দৰ দাদা, কবলৈ ভাষা নাই ❤❤❤❤❤❤❤❤

  • @bhaktavlogs9129
    @bhaktavlogs9129 5 років тому +2

    Apunar Rabha Sangit honi sokulu boi gol zubeen da... Apunar ji path khep heya ami proud feel korisu

  • @localvoiceaxom9411
    @localvoiceaxom9411 5 років тому +2

    বিষ্ণু ৰাভা মোৰো প্ৰিয়.. মোৰ বাবে super hero

  • @nabajyotiZG
    @nabajyotiZG 5 років тому +3

    আপুনি বহুত ধুনীয়াকৈ কথাবোৰ কৈছে। আশা কৰোঁ আমাৰ পিছৰ প্ৰজন্ময়ো ৰাভা-জ্যোতি সংগীতৰ লগতে অসমীয়া ভাষাটোকো মৰমেৰে চৰ্চা কৰিব 😊

  • @sayedurrahman2978
    @sayedurrahman2978 5 років тому +11

    Ki majja voice tomar zubeen da

  • @bulubaruah4786
    @bulubaruah4786 3 роки тому +1

    Bohut vl lgil vedio tu sai zubeen daa thnx

  • @wtfassamwizardop6970
    @wtfassamwizardop6970 5 років тому +4

    জুবিন দা ৰ একেবাৰে ওচৰৰ কোনোবা আছে যদি অনুগ্ৰহ কৰি সকলোবোৰ কমেন্ট পঢ়ক...আমি সকলোৱে ৰাভা দেৱৰ গান সমূহ জুবিনদাৰ কন্ঠত আকৌ মুক্তি পোৱাটো বিচাৰিছো🙏🙏🙏

  • @nayanmoni3459
    @nayanmoni3459 2 роки тому

    Bohut val lagil dadar konthot xuni.ravar sistri bohut dhunia.tate dadar konthot xuni mon pran vori gol

  • @bikashhaloi267
    @bikashhaloi267 3 роки тому +1

    বাহঃ ! ইমান সুন্দৰ !

  • @vsight1935
    @vsight1935 5 років тому +7

    Sublime mentality, sublime works, sublime personality

  • @jituarandhaara859
    @jituarandhaara859 5 років тому +1

    Bhut val lgil... Adoroniyo pdokhep..... Joi rabha

  • @nabanitabharali5488
    @nabanitabharali5488 5 років тому +2

    Ata kotha hxa Kola zubeen dai ja"jibur manuh emotional Agatha pai tawluke rabha dawur gan hunile freshness ata pai 100%"

  • @tulonkumarphukon7199
    @tulonkumarphukon7199 5 років тому +1

    ভাল লাগিল । ভগৱানে আপোনাক কুশলে ৰাখক ।

  • @pankajsaikia5379
    @pankajsaikia5379 5 років тому +2

    ভাল লাগিল আকৌ এবাৰ এই গীতটি শুনি তাতে জুবিনদাৰ কন্ঠত

  • @sikhadas3047
    @sikhadas3047 5 років тому +8

    Zubeen dai bar gamvir ktha koise

  • @jni4839
    @jni4839 5 років тому +13

    Zubeen Garg💃😭💓

  • @sankarjyoti9746
    @sankarjyoti9746 5 років тому +2

    দিছলাইক কৰা ৭০ জন মহান বক্তি লৈ শতকোটি প্ৰণাম

  • @deviddas9511
    @deviddas9511 5 років тому +3

    Rava debor kisuman story kobat kobat tukura tukuri ke pohisu.....hodai akanto mone poho heibor...tene kiba jinoni kitap ase nki jonabo son kunbai....ru Rava Dev r xur nidia gan bor Zubeen Garg e korile val hobo....bcz teo kam tu srodha vokti re kribo tar gurutto buji....all the best Zubeen Garg

  • @newdayrock7024
    @newdayrock7024 3 дні тому

    তুমি গুৰু কলাগুৰু ❤

  • @subhanjitsaikia1670
    @subhanjitsaikia1670 5 років тому +3

    Zubeen Da 😍 r Kotha Kotha ki koba nu koleu hekh nhoi aru .LV u Zubeen Da 😍

  • @apvlog9013
    @apvlog9013 Рік тому +1

    Joi zubeen da 🎉🎉🎉

  • @REXRD
    @REXRD 5 років тому +3

    Kene ATA voice hunile hridoy Khn jur pori jai ❤️.... Mysterious

  • @jagadishdas9546
    @jagadishdas9546 3 роки тому +1

    Bohut val pao dada apunak..

  • @pulakboruah6671
    @pulakboruah6671 5 років тому +4

    এনেদৰে ইমান উচ্চ মানেৰে ৰাভা গীত গাবলে কুকুৰ কেইটামানে ১০০ বছৰ অভ্যাস কৰিলেও সম্ভৱ নহয়... সংগীতৰ দালালহঁত চাল্লা... জুবিনদাৰ অবিহনে ভৱিষ্যতৰ অসমৰ সংগীতৰ কথা ভাবিলেই গাৰ নোম শিয়ৰি উঠে.... আপুনি অমৰ হওক জুবিনদা... আৰু বহুত আছে আপুনি অসমৰ বাবে কৰিবলে যিবোৰ আপোনাৰ অবিহনে সম্ভৱ নহয়.....

    • @sunsetjesus4719
      @sunsetjesus4719 5 років тому +1

      Natun singer keita jibur gaan ulaise ekdom bhujpuri type'r

  • @BirendraThakur
    @BirendraThakur 5 років тому +12

    You are also Great, zubeen da.
    #birendrathakur
    #RabharAbha

  • @anirbandebpurkayastha7633
    @anirbandebpurkayastha7633 3 роки тому +2

    Love ❤️ you so much mama Ur great singer and great person valo theko sustho theko thakurer kache prarthona roilo 🙏

  • @chiranjibdutta565
    @chiranjibdutta565 9 місяців тому +1

    Kola, sanskritik prakrit xrikiti diya ejon gonoxilpi.. khub kom xilp he Zubeen dar dore ei biswat aase..

  • @gogoipotak....6669
    @gogoipotak....6669 5 років тому +5

    unlike kora kita hoi2 bagladashi nohola fokotiya rajnitik kita...joi juben da....lov u

  • @paralleltime9480
    @paralleltime9480 2 місяці тому

    Thanks dy365 for recording this❤

  • @biplobdasvlogs1110
    @biplobdasvlogs1110 5 років тому +1

    বহুত ভাল লাগিল। জয় জুবিন দা।।

  • @rajat3563
    @rajat3563 Рік тому +1

    ❤ Bisnu +Jubeen❤

  • @sonabanai4789
    @sonabanai4789 5 років тому +5

    Zubeen da apuni amar pran..

  • @amalborah9716
    @amalborah9716 5 років тому

    জুবিন দা আপোনাৰ চৰনত ধৰি সেৱা এভাগ ল'বলৈ মোৰ বহুত আশা আছে।

  • @diptigogoi3441
    @diptigogoi3441 5 років тому +1

    ki asorit amar moromor zubenda.. kinu kou vakha nai.. i lovv uuuuu dada 😘😘😘😘😘

  • @arxuman7097
    @arxuman7097 5 років тому +4

    Ki j hur...manixu aru...rabha Deb r geet bur zubeen dar matot huni boht vl lge.

  • @ratanphukan1277
    @ratanphukan1277 5 років тому +1

    dada apunak.bhut bhut vl.paw tmi Amr hoi thaka ....tmi alp.man hkt hwxn bhut dhuniaa lagebo

  • @jitukonch1384
    @jitukonch1384 5 років тому

    Pariba n para z g dada... Tumar tulana nai... Bahut kribo para tumi dada... Love you zubeen dada.. Jar gaan sunile moi jibanak bisari pao

  • @Bb-bi6bz
    @Bb-bi6bz 2 роки тому +1

    Joi gurudoi, xotobar sokulu tukilu

  • @pranjalkumarnath2553
    @pranjalkumarnath2553 2 роки тому

    Bohut vl lagil xuni

  • @MajulirDekaVlogs
    @MajulirDekaVlogs 5 років тому +2

    জুবিন দাৰ বাবে সকলো সম্ভব হয় ।। 🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽।।

  • @debajitbubusaikia3777
    @debajitbubusaikia3777 5 років тому

    My God zubeen da 2mar kotha khini u tumar ganot koi kom nohoi.... heartthrob...

  • @ekmaaurektuekmaaurektu2647
    @ekmaaurektuekmaaurektu2647 3 роки тому +1

    Rava dav amar rahe

  • @pranjalchetia4022
    @pranjalchetia4022 5 років тому

    Zubeen da apuni, apunar geet homuh, apuni asom'r karone kora obodaan bur hodai amar bukur majot ase aru aami aei prithibit nathakileu amar lora suali, nati natinir bukur majotu apuni sirodin jiai thakibo... 🥰🥰 Aami hosakoi apunak bohut val pao. 😍😘😘

  • @rtt1109
    @rtt1109 5 років тому +1

    Jai bishnu rabha

  • @sikhadas3047
    @sikhadas3047 5 років тому +2

    Bht vl kam hbo zubeen da ,rava devr gaan r sur krile

  • @m.kmajuli1503
    @m.kmajuli1503 5 років тому +3

    জুবিন দা ❤❤❤

  • @manashkalita6321
    @manashkalita6321 5 років тому +1

    Apunar konthot git tu hosakoi bhut vl lagisa dada...lv u dada...ako abr recrd kri diok apunr konthot git bur

  • @nayandas6386
    @nayandas6386 3 роки тому

    Xangeetor xurjya aamar Zubeen da.....🙏

  • @Healthylife7788
    @Healthylife7788 5 років тому +4

    Bishnu rabha r geet bilak iman xundorkoi gabo pare mane zubeen dai bhakhare bujabo nowari

  • @khanindaimary8637
    @khanindaimary8637 5 років тому +1

    Sainik silpi Kala guro Bishnu prasad rabhar aporogiya gaan tatha adarka bur zubin dai axomt jigai rakhib buli drihbiswas,amio aponar para perana pao.aponar ai mahat kamat gutei axom bakhi aponar lagat ase aro thakib, sirdin Aponar osarat asu.

  • @kunja_moni_gogoi
    @kunja_moni_gogoi 5 років тому +1

    পুৱাই শুই উঠি,এবাৰ যদি জুবিন দা গান নুশুনো হবই নোৱাৰে,দুখত,সুখত সকলো সময়তে মথো আপোনাৰ গানেই,

  • @জয়আইঅসম-দ৮ফ
    @জয়আইঅসম-দ৮ফ 5 років тому +1

    জুবিন দা আপুনি বহুত মহান

  • @dhrubakonch4498
    @dhrubakonch4498 5 місяців тому

    You are the last hope zubeen da..we are always with you ❤️🙏

  • @worldgoingon3121
    @worldgoingon3121 5 років тому +1

    I love you Zubeen Daa....সূৱ ৰাভা দিৱশ

  • @lakhyajitassam7654
    @lakhyajitassam7654 5 років тому +3

    #জয়_জুবিন_দা ❤❤

  • @bibhisonrabha4343
    @bibhisonrabha4343 7 місяців тому

    Mza Love form boko Kamrup Assam ❤

  • @saraniaaapa9578
    @saraniaaapa9578 5 років тому +10

    Dislike kun mare re... Bangladeshi neki be tohot... Love you dada...

  • @lovelymamoni2130
    @lovelymamoni2130 5 років тому +3

    Bhut bhut vl lagil xuni

  • @sanjibborah5589
    @sanjibborah5589 5 років тому +1

    Hosakoie zubeen dae bohut hundor kotha kise

  • @kankanaghosh4918
    @kankanaghosh4918 3 роки тому

    Osadaron

  • @nitulborah6427
    @nitulborah6427 5 років тому +6

    Love you heartthrob 💖💖💖

  • @axomientartaintment7158
    @axomientartaintment7158 5 років тому +4

    Salute zubeen daa, heart of assam। jai zubeen daaa

  • @dhulunath604
    @dhulunath604 5 років тому

    জুবিন দা আপুনি মহান

  • @youtubeb.r7933
    @youtubeb.r7933 5 років тому +2

    Excellent Zubeen da

  • @dibs10jan
    @dibs10jan 5 років тому

    Zubeen e sage ene ejon gayok jiye bishnu, jyoti, parboti prasad debor gaan mukhosto rupot gabo pare..asolote ami protijon axomiai eibur gaan hridoyongom kribo lage.. Bhal loga eti video

  • @PKENTERTAINMENT888
    @PKENTERTAINMENT888 2 роки тому

    Fabulous

  • @shamimahmedjani7664
    @shamimahmedjani7664 5 років тому

    Jai Zubin Da. Zubin da ajon living Legend hoi.