অসমীয়া বিয়া আৰু বিয়া নাম || প্ৰথম খণ্ড ||Assamese marriage song

Поділитися
Вставка
  • Опубліковано 6 жов 2024
  • বৰ বিয়াৰ বিশেষ মুহূৰ্ত সমূহত গোৱা বিয়া নাম সমূহ এক নতুন ৰূপত এই video টোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়ালো। আশা কৰো আপোনালোকে আদৰি লব।

КОМЕНТАРІ • 889

  • @Bikram70350
    @Bikram70350 Місяць тому +8

    আপোনাৰ কণ্ঠত সৰস্বতী আই লুকাই আছে । অহংকাৰী ভাৱ মনত নাৰাখিব এদিন বহুত আগুৱাই যাব। তাৰে প্ৰাৰ্থনা কৰিলো ভগৱানৰ ওচৰত।

  • @jaribali9753
    @jaribali9753 2 роки тому +23

    অতি সুন্দৰ কণ্ঠ । শিল্পী গৰাকী লৈ অশেষ ধন্যবাদ জনালো । আমাৰ অসমীয়া সমাজত ৰ ৰীতি নিতীবোৰ আমি সদায় বাহাল থকাৰ কামনা কৰিলো ।

  • @yogawithdivinity6632
    @yogawithdivinity6632 4 місяці тому +9

    আপোনালোকৰ এই প্ৰয়াস সঁচাই বৰ প্ৰশংসনীয়। খুব ধুনীয়া হৈছে। আৰু দি থাকিব এনেকৈ ভিডিঅ'।

    • @mukuta111
      @mukuta111  4 місяці тому

      ধন্যবাদ। আপোনালোকৰ এনেধৰণৰ প্ৰেৰণা দায়ক মন্তব্য বোৰে আমাক বৰ উৎসাহিত কৰে। 🙏❤

  • @KamaleswarBaruah
    @KamaleswarBaruah Місяць тому +3

    অতি সুন্দৰ বিয়া গীত

  • @jitenkalita8058
    @jitenkalita8058 2 місяці тому +2

    Dhuniya Lagise

  • @munindrasaikia4024
    @munindrasaikia4024 2 роки тому +19

    ভাল পদক্ষেপ। হেৰাই যাব খোজা অসমীয়া বিয়া নাম বোৰ যুগমীয়া হৈ ৰব । congratulation জনালো।

    • @mukuta111
      @mukuta111  2 роки тому

      এনেবোৰ মন্তব্যই আমাক বৰ উৎসাহিত কৰে । ই আমাৰ বাবে আশীৰ্বাদ স্বৰূপ।

  • @ZGLOVERaxom
    @ZGLOVERaxom 3 роки тому +17

    বৰ সুন্দৰ কৈ পৰিবেশন কৰিছে আই সকলে মন জুৰ পৰি গৈছে আৰু আগবাঢ়ি যোৱা

    • @mukuta111
      @mukuta111  3 роки тому +1

      ধন্যবাদ ।এনেবোৰ মন্তব্যই আমাক বৰ উৎসাহিত কৰে।

    • @subarnakalita2357
      @subarnakalita2357 4 місяці тому

      Bohut val lagesa

  • @Balamurali8039
    @Balamurali8039 Рік тому +6

    বহুত ভাল লাগিল সুন্দৰ মনোমোহা নাম শুনি চাই বৰ ভাল‌লাগিছে‌ ধন্যবাদ আগলৈকে আৰু ভাল ‌ভাল নাম গীত শুনি ৱলৈ আশা ৰাখিলোঁ

  • @bharattalukdar1665
    @bharattalukdar1665 3 місяці тому +2

    বিয়াৰ গীতবোৰ আমাৰ অসমীয়াৰ প্ৰাণকেন্দ্ৰ স্বৰূপ।বৰ সুন্দৰ হৈছে।

  • @gunaramdas131
    @gunaramdas131 2 роки тому +54

    অসমীয়া লোক গীত সমূহৰ অন্য তম্ বিয়া নাম ,বৰ ভাল লাগিল ।আপোনাৰ কণ্ঠত বহুত ভাল লাগিল। বহুত বহুত ধন্যবাদ।

  • @barbideka1503
    @barbideka1503 Рік тому +2

    Bahut val lagise

  • @ranjitadeori6018
    @ranjitadeori6018 Місяць тому +2

    , বহুত ভাল লাগিল ❤❤❤❤

  • @duttadurna
    @duttadurna 2 роки тому +24

    ইমান সুন্দৰ কণ্ঠ নিগৰাইছে বহুত ভাল লাগিছে শুনি। বহুত মৰম আৰু আশীৰ্বাদ জনালোঁ।

    • @mukuta111
      @mukuta111  2 роки тому +2

      ধন্যবাদ

    • @bumonisvlog5550
      @bumonisvlog5550 2 роки тому

      ua-cam.com/channels/asH-zhwrb4njMedywCNKNA.html

    • @ritaborborah228
      @ritaborborah228 2 роки тому

      Iiiiiiiiiiiii8iiiiiiiiiiiiiii8iiiiiiiiiiiii8iii8iiiiiiiii8iiiii iiiiiiiiiiiiii8iiiiiiiiiiiiiiiii iiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiii ugh iiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiiii

  • @lizzyyyyyyyyy
    @lizzyyyyyyyyy 2 роки тому +44

    ইমান সুন্দৰ কণ্ঠ ! বাদ্য যন্ত্ৰৰ সৈতে গীতবোৰ খুব সুন্দৰ হৈছে ! বৰ ভাল লাগিল !!!!!!!!

  • @বৰাহীগগৈ
    @বৰাহীগগৈ 2 роки тому +13

    বৰ ভাল লাগিল আগলৈকে এনেকৈ আৰু বিয়া নাম গাই থাকিব ধন্যবাদ থাকিল

    • @mukuta111
      @mukuta111  2 роки тому

      বহুত বহুত ধন্যবাদ।

  • @junphukan2773
    @junphukan2773 2 роки тому +38

    হৃদয় চুই গল, তোমাৰ ইমান শুৱলা কন্ঠই❤❤ আগুৱাই যোৱা আশীর্বাদ থাকিল।

  • @tushilchetia3094
    @tushilchetia3094 6 місяців тому +1

    চকুলো নিগৰি ওলাই আহিল।অতি সুন্দৰ কণ্ঠ আৰু ব্যৱস্থাপনা।

    • @mukuta111
      @mukuta111  6 місяців тому

      বহুত বহুত ধন্যবাদ🙏 ঃ

  • @richimoy2962
    @richimoy2962 2 роки тому +28

    গায়িকা গৰাকীৰ কণ্ঠত মই মুগ্ধ ,অন্তৰ জুৰ পৰি গ'ল । ধন্যবাদ তোমালৈ দেই ।

    • @mukuta111
      @mukuta111  2 роки тому +1

      ধন্যবাদ

  • @rinidevi4654
    @rinidevi4654 Рік тому +11

    অতি সুন্দৰ কণ্ঠ। অন্তৰ চুই গল।অসমীয়া লোক সংগীতৰ আপুৰুগীয়া সম্পদ এই বিয়া নাম আমি ভালদৰে সংৰক্ষন কৰা উচিত ।আপোনালোকক বহুত বহুত ধন্যবাদ।

  • @satisdas8746
    @satisdas8746 Рік тому +3

    বহুত ভাল লাগিল। অতি সুন্দৰ বিয়া গীত। সুন্দৰ প্ৰদৰ্শন। অসমীয়াৰ সন্মান জনাই সকলোকে ধন্যবাদ জনাইছো।

    • @mukuta111
      @mukuta111  Рік тому

      ধন্যবাদ🙏🙏

  • @duttadurna
    @duttadurna 2 роки тому +13

    বহুত সুন্দৰ কণ্ঠ। ভাল লাগে তোমাৰ সুন্দৰ কণ্ঠত শুনি। বহুত মৰম আৰু আশীৰ্বাদ জনালোঁ তোমাক।

  • @monjyotidas2750
    @monjyotidas2750 Рік тому +5

    বৰ সুন্দৰ🥰 বিয়া নামে আবেগিক কৰিও তোলে ।

  • @nupurrajkumari1695
    @nupurrajkumari1695 Рік тому +9

    চকুপানী ওলাই গল শুনি, নিজৰ সেই দিনতোলৈ বহুত মনত পৰি গল। আপোনাৰ সুৰত অন্তৰ চুই গল।এজনী ছোৱালীয়ে হে বুজিব সেই সুখৰ মাজৰ দুখ খিনি।

    • @mayaborahdutta2367
      @mayaborahdutta2367 Рік тому

      muru vlog ase saba dei Nupur n support kariba muk sis 😊

  • @basantanath2647
    @basantanath2647 2 роки тому +23

    গায়ন শৈলী অনুপম। বহু... ত ভাল লাগিল। ধন্যবাদ জনালোঁ ।

  • @rajeshdoley4082
    @rajeshdoley4082 2 роки тому +20

    ইমান সুন্দৰ-সুৱলা কণ্ঠ।শুনি বিভূষিত হলো।আগুৱাই যোৱা

    • @mukuta111
      @mukuta111  2 роки тому +2

      ধন্যবাদ

  • @ratulyt
    @ratulyt 2 роки тому +4

    Bahut val lagil huni😁 bahut dhunia kanthra🥰 best of luck🤞

  • @rinidevi4654
    @rinidevi4654 Рік тому +4

    বহুত দুৰ আগুৱাই যোৱা। সুভকামনা থাকিল

  • @krishnagogoi1657
    @krishnagogoi1657 2 роки тому +9

    বহুত সুন্দৰ হৈছে | কৃষ্ণ কৃষ্ণ আই বাপ সকললৈ |

    • @mukuta111
      @mukuta111  2 роки тому

      ধন্যবাদ

    • @krishnagogoi1657
      @krishnagogoi1657 2 роки тому

      @@mukuta111 মুকুতা ককাইদেউ আপোনাৰ ফোন নম্বৰ টো দিব নেকি?

    • @bumonisvlog5550
      @bumonisvlog5550 2 роки тому

      ua-cam.com/channels/asH-zhwrb4njMedywCNKNA.html

  • @purnimadutta7735
    @purnimadutta7735 Рік тому +1

    বঢ়িয়া

  • @dipakkalita3820
    @dipakkalita3820 2 роки тому +8

    মোৰ বা জনীয়ে বহুত ধুনীয়া গাইছে ,আৰু আগুৱাই যোৱা বা ।

    • @mukuta111
      @mukuta111  2 роки тому

      ধন্যবাদ

    • @bumonisvlog5550
      @bumonisvlog5550 2 роки тому

      ua-cam.com/channels/asH-zhwrb4njMedywCNKNA.html

  • @Entertainment11436
    @Entertainment11436 2 роки тому +10

    অন্তৰ চুই যোৱা, জাউতি যুগীয়া অসমীয়া বিয়া নাম ❤️❤️❤️

    • @mukuta111
      @mukuta111  2 роки тому

      ধন্যবাদ

    • @Entertainment11436
      @Entertainment11436 Рік тому

      যি কেইগৰাকী বাইদেউয়ে গাইছে বহুত ধুনিয়াকৈ গাইছে ❤️

  • @pardipsakia7085
    @pardipsakia7085 2 роки тому +2

    বৰ সুন্দৰ কণ্ঠ আপোনাৰ। এইয়া আপোনাৰ অমূল্য সাধনা। এই সাধনাৰেই আপোনি জিলিকি ৰওক এটুকুৰা হীৰাৰ দৰে। এবাৰ নহয় বহুত বাৰ শুনিও হেঁপাহটো পুতি থব নোৱাৰি এতিয়া অকণমান আহৰি পালেই শুণো। বিয়ানাম সমুহৰ কথাচন্দ শব্দৰ সংযোজন সুুললিত কণ্ঠস্বৰে জীৱনটোক প্ৰেমিক কৰি তুলিলে ।সেয়ে অকপত স্বীকাৰূক্তিৰে আপোনাৰ মঙ্গলাৰ্থে ভগবানৰ চৰণ কমলত আশীষ ভীক্ষা কৰিলোঁ।

  • @mampinarzari3284
    @mampinarzari3284 Рік тому +5

    বহুত ভাল লাগিছে, বিয়া নাম বৰ ভাল পাওঁ। বিয়া নাম মোৰ বৰ প্ৰিয়।

  • @m.bminabakathial.5636
    @m.bminabakathial.5636 2 роки тому +39

    অতি সুন্দৰ কণ্ঠদান কৰিছা ❤️❤️ আগুৱাই যোৱা তাৰে কামনা কৰিলো ❤️🙏👍🏻🙏

    • @bumonisvlog5550
      @bumonisvlog5550 2 роки тому

      ua-cam.com/channels/asH-zhwrb4njMedywCNKNA.html

  • @saponsagarbasumatary9071
    @saponsagarbasumatary9071 Рік тому +5

    গায়িকা গৰাকী লৈ এনে সুন্দৰ কণ্ঠৰ বাবে হাজাৰ ধন্যবাদ জনালোঁ ।🌹🌷🌻💐🌸

  • @MMedical
    @MMedical 2 роки тому +2

    Vl lagil..... content 2 new content hoi thikei ase ...aguwai juwa ....

  • @babusaikia685
    @babusaikia685 2 роки тому +5

    ভাষা নাই আৰু বা বৰ ভাল লাগিল

  • @babudas8807
    @babudas8807 Рік тому +1

    গীত টো বহুত ধুনীয়া লাগিল শুনি ভইচ টো বহুত ধুনীয়া আৰু মাল পিচ ধুনীয়া 👌👌বহুত

  • @rubulkumarsaikia1739
    @rubulkumarsaikia1739 2 роки тому +13

    So nice ... Lovely assamese traditional song.. I so thanks u where u are not only expert but also god gift ... Weldon keep it up i love u in ur future

  • @bedanta_bez_baruah
    @bedanta_bez_baruah 2 роки тому +3

    কি সুন্দৰ কণ্ঠ❤️❤️❤️মনটো কিবা হৈ গ'ল🥰🥰🥰

    • @djbflute1397
      @djbflute1397 Рік тому

      চকুলো বৈ আহিল 🥰

  • @nayanjyotibora8988
    @nayanjyotibora8988 6 місяців тому +2

    Super hit bia song ❤❤
    Hunile huni thakib mn ji

    • @mukuta111
      @mukuta111  6 місяців тому

      ধন্যবাদ 🙏

  • @satyajitkalita631
    @satyajitkalita631 2 роки тому +1

    সঁচাকৈ মন চুই যোৱা গীত।।।গায়িকা গৰাকীৰ কণ্ঠত আৰু আশা ৰাখিছোঁ

  • @papudebnath4168
    @papudebnath4168 2 роки тому +6

    Moi Bongali tothapio Oxomiya gaan2 val lage ru xuni xodai, Language, Culture, tradition,Dance bohut val lage.Moi Xokulu Language okh xomman koru,kin2 kisuman oxomiya manuhor karone Assamese-Bengali Xomporko beya hoi jai, Example-Vir lachit Xena.Jatir karoner,ohohai manuhor karone andolon ta koriboi,kint2 anor vakhak kio osomman kore teo like,kola rong sonai dile.Ohingsa create hoijai teor karone.....we live in India,and I really love india.In this Country various Language, tradition, Religions, culture,Dance,flok song having also which created Beauty of India....

  • @champawatidekadeka336
    @champawatidekadeka336 2 роки тому +3

    সচাকৈ খুব সুন্দৰ হৈছে আগলৈ আৰু পাম বুলি আশা কৰিলোঁ

    • @mukuta111
      @mukuta111  2 роки тому

      ধন্যবাদ। কিছু দিনৰ পিছত খণ্ড খণ্ড কৈ দি থকা হব।

  • @dipudeka6000
    @dipudeka6000 3 роки тому +7

    Ati Sundar kontha.Mon parosha video

  • @sgogoi459
    @sgogoi459 Рік тому +1

    ৱাও মজ্জা 👌👌বহুত সুন্দৰকৈ বিয়া নাম গাইছে.. কথা সুৰ🔥🔥হৃদয় চুই গৈছে❤❤ এটি ধুনীয়া বিয়ানাম উপহাৰ দিছে ৰাইজক❤❤বহুত ধন্যবাদ। আগুৱাই যাওঁক....

    • @mukuta111
      @mukuta111  Рік тому +1

      বহুত বহুত ধন্যবাদ। আপোনালোকৰ এনে ধৰণৰ সহাঁৰি পালে আমি উৎসাহিত হওঁ। 🙏

  • @rubulphukan9973
    @rubulphukan9973 2 роки тому +5

    বৰ সুন্দৰ হৈছে। 🙏🏻👌🤗🆗

  • @monikhakonwar.380
    @monikhakonwar.380 Рік тому +1

    বাইদেউ বিয়ানাম গীটতি শুনি ভাল লাগিল গীটতি শুনিলে শুনি আমনি নালাগে কথা সুৰ বহুত ধুনীয়া মইও গান গাও এই বিয়ানামতি কৰবাত গাব পাৰিম ৷

  • @jyotiprokashdutta6183
    @jyotiprokashdutta6183 3 роки тому +23

    গীত সমুহ গায়ীকা ই সূন্দৰ ভাভে প্ৰাণ দিছে ভাল লাগিল।

  • @rahulnarzari499
    @rahulnarzari499 2 роки тому +1

    Bhut Dhuniya lagise❤️❤️❤️❤️ poti joni swali aonuvob kora biya nam

  • @bishnu2239
    @bishnu2239 Рік тому +4

    বিয়া নাম শুনিলে বিশেষকৈ বা 🙂 লৈ হে মণত পৰে ___ miss you dear 💛

  • @swapnakalita4398
    @swapnakalita4398 2 роки тому +3

    Bor dhunia voice ...biya geet buru unique hoise.

  • @BimalSaikia-ep4vo
    @BimalSaikia-ep4vo Рік тому +1

    Bia namhar oti hundor hoise Akha koru ane bia namhuniboloi pam sagoi kontha oti hundor
    From karbiAnglong Assam. Dhoniyabad.

  • @singlelife3217
    @singlelife3217 3 роки тому +2

    Herai jowa biya geet bor ako jiyai rakha babe bahut bahut val lagise..
    Very very nice voice.. And very very thaks all

    • @mukuta111
      @mukuta111  3 роки тому

      এনেবোৰ মন্তব্যই আমাক উৎসাহিত কৰে।

    • @mukuta111
      @mukuta111  3 роки тому

      ধন্যবাদ ।

  • @RubiAkhtaramusic
    @RubiAkhtaramusic Рік тому +1

    অতি সুন্দৰকৈ গাইছে শুনি বৰ ভাল লাগিল

  • @GunendraDas
    @GunendraDas Місяць тому +1

    Assamese Culture Part 1 Beautiful Wedding Song, So Nice And Evergreen Song For Us, Big Thanks Who Sings The Song,

  • @DeeAxom22
    @DeeAxom22 3 роки тому +6

    Moi bohut Val pao biya Nam huni...biya nam hunile hokolu pahori jao....love from Dhemaji ❤️❤️❤️

  • @durlovesharmadurlovesharma2830
    @durlovesharmadurlovesharma2830 3 роки тому +8

    সুন্দৰ কণ্ঠ,, বহুত ভাল পাওঁ শুনি।।।

    • @mukuta111
      @mukuta111  3 роки тому

      ধন্যবাদ ।

    • @mukuta111
      @mukuta111  3 роки тому

      ধন্যবাদ

  • @tabalaprakash5109
    @tabalaprakash5109 2 роки тому +11

    অতি সুন্দৰ। সুন্দৰ কণ্ঠ।

  • @topeshbaishya166
    @topeshbaishya166 Рік тому +3

    Vl lagil xuni...biya patiboi mon goise

  • @beautybhuyandeka9061
    @beautybhuyandeka9061 3 роки тому +8

    সুন্দৰ পদক্ষেপ শুনি বৰ ভাল লাগিল।

  • @chandrakantagogoi1291
    @chandrakantagogoi1291 Рік тому +3

    বৰ সুন্দৰকৈ গাইছে আপুনি 🥰🥰🥰🥰🥰

  • @harejali3406
    @harejali3406 Рік тому +1

    বহুত সুন্দৰ নিদৰ্শন দেখিবলৈ পোৱা যায়

  • @Bikram70350
    @Bikram70350 4 місяці тому +2

    কি কম বহুত বহুত ভাল লাগিছে। বাইদেউ ৰ লৈ মনত পৰি গৈছে

    • @mukuta111
      @mukuta111  4 місяці тому +1

      ধন্যবাদ 🙏

  • @phanibaruah3782
    @phanibaruah3782 Рік тому +1

    বৰ ভাল হৈছে ৷ সচাকৈয়ে চকুপানী নিগৰাই দিছা তুমি

  • @dhrubakalita3726
    @dhrubakalita3726 2 роки тому +1

    কবলৈ ভাষা নাই বহুত ধুনীয়া হৈছে

  • @priyakhigogoipg5220
    @priyakhigogoipg5220 2 роки тому +12

    অতি সুন্দৰ কন্ঠ নিগৰাইছে। আগুৱাই যাওক।

  • @nilutpalll669
    @nilutpalll669 3 роки тому +3

    khoob hundar kontha tumar , bohut bhal lagil.sokur pani nigorise.

  • @bhaskardeka4253
    @bhaskardeka4253 2 роки тому +2

    Baidew apunar ganto bahut bhl hoise. Aru anekowa gan di jaba buli akha thakil.

    • @mukuta111
      @mukuta111  Рік тому +1

      ধন্যবাদ।

  • @debojitkonwar6731
    @debojitkonwar6731 Рік тому +1

    Biya geetI hundar lagil. Agoloi aru hunibo pam buli akha Thakil.

  • @jahirhussain1443
    @jahirhussain1443 2 роки тому +2

    Comment nokori nwarilo khub dhuniya eta mitha knthot biya naam khunuwa babe dhonyobad 🙏

    • @mukuta111
      @mukuta111  2 роки тому +1

      ধন্যবাদ

  • @jintusarmah4279
    @jintusarmah4279 Рік тому +1

    একে বাৰে মন প্ৰান যুৰ পৰি গল।ইমান সুন্দৰ কণ্ঠ আগলৈ আৰু শুনিবলৈ পোৱাৰ হেপাহ থাকিল।

  • @shopamazone74
    @shopamazone74 10 місяців тому +1

    ভাষাহীন সুন্দৰ শুৱলা মাতত বিয়া নাম অপূৰ্ব ।

    • @mukuta111
      @mukuta111  10 місяців тому

      ধন্যবাদ🙏🙏

    • @mukuta111
      @mukuta111  10 місяців тому

      ধন্যবাদ🙏🙏

  • @sushilsaharia5160
    @sushilsaharia5160 3 роки тому +5

    আপোনালোকৰ প্ৰচেস্থা ভাললগা
    আগৰ প্ৰচাৰো চাইছিলো পুনৰ চালো

    • @mukuta111
      @mukuta111  3 роки тому

      বহুত বহুত ধন্যবাদ।

    • @mukuta111
      @mukuta111  3 роки тому

      ধন্যবাদ ।আপোনালোকৰ মন্তব্য বোৰেই আমাৰ বাবে আশীৰ্বাদ।

  • @digantasaikia5913
    @digantasaikia5913 3 роки тому +3

    Khub dhunia hoise

  • @nabanitadas326
    @nabanitadas326 3 роки тому +27

    মন মুহি নিয়া বিয়াগীত । আপোনালোকৰ সুমধুৰ গীতবোৰ আগলৈও শুনি থাকিব পাৰিম বুলি আশা ৰাখিছো ।

  • @ainulhoque113
    @ainulhoque113 Рік тому +1

    Mur bya naam bohut bhal Laga Aru apunar chabor mat ot mitha Aru bhout dhunaya ligesa ,,🙏🙏🙏🙏 from diburgh aper Assam
    oblick nagaon bya nam assamia ot mhonya mith

  • @Surabhislife11
    @Surabhislife11 2 роки тому +2

    Bohut dhunia hoise....Mur baa r biya r videot aapunaluk r gaan bur dibo parim neki...??.....youtubet upload korim...

    • @mukuta111
      @mukuta111  2 роки тому

      সেইটো কৰিবলৈ দিব নোৱাৰিম। কাৰণ বিয়ানামখিনি ৰেকডিং কৰোতে মোৰ বহুত কষ্ট আৰু বহুত খৰছ হৈছে। তাৰোপৰি এই টো কাম হাতত লোৱাৰ মোৰ বিশেষ এটা উদ্দেশ্য আছে। বেয়া নাপায় যেন।

  • @Munofficel
    @Munofficel Рік тому +1

    ইমানে ভাল লাগিছে 🥰 বুজব নোৱাৰোঁ।
    লৰা মানুহ হৈ 3বাৰ একে ৰাহে শুনিছোঁ 😊

    • @mukuta111
      @mukuta111  Рік тому +1

      বহুত বহুত ধন্যবাদ। আপোনালোকৰ এনেধৰণৰ সঁহাৰি পালে আমি উৎসাহিত হওঁ।

    • @Munofficel
      @Munofficel Рік тому

      @@mukuta111 আৰু আগুৱাই যোৱা আপোনা লোকে আমি সদাই আছোঁ 🥰🥀

  • @User654-s2m
    @User654-s2m Рік тому +1

    Axomiya xanskitir tulona nai always proud To be Assamese ❤️❤️❤️❤️❤️

  • @binoddutta4264
    @binoddutta4264 Рік тому +1

    এই বিয়া নাম কেইটা বহুত ভাল লাগে। সুৰ টো একেবাৰে perfect হৈছে বুলি মই অনুভব কৰো।

    • @mukuta111
      @mukuta111  Рік тому

      ধন্যবাদ🙏🙏

  • @jayantadas463
    @jayantadas463 2 роки тому +1

    Huni bor Val lagil
    ❤ 💚 💜 ❤

  • @janmonisonowal3399
    @janmonisonowal3399 Рік тому +4

    Hodai biya naambur anekoi thakok baideyo...

  • @prabinbora1603
    @prabinbora1603 2 роки тому +23

    ইমান সুন্দৰ কণ্ঠ শুনি লে শুনি থাকিবৰ মন যায়

  • @Manash318
    @Manash318 2 роки тому +24

    বৰ ভাল লাগিল গীতটি শুনি 🎼🖤👍

  • @nilakshichamuah3512
    @nilakshichamuah3512 2 роки тому +5

    mojja lagile dei

  • @gayatreegogoi6881
    @gayatreegogoi6881 Рік тому +2

    Bohut val lagil.... Sokupani ulai goise 😢😢

  • @mridulasonowal8626
    @mridulasonowal8626 Рік тому +1

    বশুত ভাল লাগিল শুনি থাকিলে শুনি থাকিবৰ মন যায়

    • @mukuta111
      @mukuta111  Рік тому

      ধন্যবাদ 🙏

  • @bnlifechannel1319
    @bnlifechannel1319 2 роки тому +8

    সুন্দৰ কণ্ঠ👍👍❤️

  • @banikantadas2898
    @banikantadas2898 4 місяці тому +1

    শিল্পী গৰাকীৰ কণ্ঠত সৰস্বতী আছে। ইমান মিঠা ।বিয়া নামক অনন্য মাত্ৰা প্ৰদান কৰিছে।

    • @mukuta111
      @mukuta111  4 місяці тому +1

      বহুত বহুত ধন্যবাদ। এনেধৰণৰ প্ৰেৰণা দায়ক মন্তব্য বোৰে আমাক বহুত উৎসাহিত কৰে। 🙏❤

  • @rupadutta1411
    @rupadutta1411 2 роки тому +9

    সুন্দৰ

  • @assammonitor7846
    @assammonitor7846 2 роки тому +1

    বহুত ধুনীয়া গাইছে অ

  • @rupanjalibora3717
    @rupanjalibora3717 Рік тому +5

    অতি সুন্দৰ কন্ঠ আপোনাৰ ❤

  • @informationquizsworld2694
    @informationquizsworld2694 2 роки тому +1

    Onyo ek madokota ase ouhhhh😍😍😍😍

  • @ripuls9705
    @ripuls9705 2 роки тому +1

    Ooo ba eman val lagil huni tumar kontho tu

  • @laksheswarkalita192
    @laksheswarkalita192 2 роки тому +5

    Bahut bhal lagise god bless you and your family thanks

  • @munmicharingia4701
    @munmicharingia4701 Рік тому +1

    ইমান সুন্দৰ কন্ঠ বহুত সুন্দৰ প্ৰদৰ্শন

    • @mukuta111
      @mukuta111  Рік тому

      ধন্যবাদ 🙏

  • @hirensaikia9420
    @hirensaikia9420 Рік тому +1

    Apunar uporot nishyae MAA Saraswatier asirbad ase ,eman sundar ,moi prai ai bianam suni thako ,monot dukh hole apnar bia nam suno❤❤❤

    • @mukuta111
      @mukuta111  Рік тому

      বহুত বহুত ধন্য বাদ🙏❤

  • @Pranjalborah-l8e
    @Pranjalborah-l8e 2 роки тому +3

    Uff suii gol ❤️

  • @satyajitkalita1995
    @satyajitkalita1995 Рік тому +3

    বহুত ভাল লাগিল বিয়া নাম কেইতা শুনি....শশীপ্ৰভা নামৰ ছোৱালী এজনীৰ লগত বিয়াখন পাতিব লাগিব..