জীৱনশক্তি মুকলি কৰকI ডঃ মৃদুস্মিতা গোস্বামীৰ দৰে প্ৰতিদিনে প্ৰতি মূহূৰ্ততে সজীৱ ,শক্তিশালী হৈ থাকক

Поділитися
Вставка
  • Опубліковано 4 лют 2025

КОМЕНТАРІ • 24

  • @nirusaikia7631
    @nirusaikia7631 6 місяців тому

    🙏 🙏 🌷

  • @konsengborgohain1388
    @konsengborgohain1388 9 місяців тому

    Very nice work !

  • @mouchumineog5392
    @mouchumineog5392 10 місяців тому

    প্ৰথমে দুয়োগৰাকী বালৈ অভিনন্দন❤।অনুপমা বায়ে(কলিজা বা) মোৰ জীৱনত এক সঞ্জীৱনী দিছে।আজীৱন কৃতজ্ঞ❤।
    মৃদু বাৰ কথাখিনিয়ে অনুপ্ৰাণিত কৰিলে।শৰীৰ মন ভালে ৰাখিবৰ বাবে অনুপমা বায়ে (কলিজা বা) যি প্ৰচেষ্টা,পদক্ষেপ লৈছে সেয়া আদৰণীয়।বহুজনৰ জীৱন সলনি কৰি নতুন পথৰ সন্ধান দিয়া এই কৰ্ম অনন্য,অতুলনীয়।ধন্যবাদ আৰু কৃতজ্ঞতা❤

  • @jugamayaphukon3383
    @jugamayaphukon3383 10 місяців тому

    Too inspiring podcast ❤❤❤Anupoma Baideo

  • @pampidas-zr4bz
    @pampidas-zr4bz 10 місяців тому

  • @moumusicstudio9977
    @moumusicstudio9977 10 місяців тому

    Podcast চাই ইমান ভাল লাগিল যে ভাষাৰে বুজাব নোৱাৰো। অনুপমা বা (ধুনু বা) ৰ সান্নিধ্যত মোৰ জীৱনশৈলীও বহুত সলনি হ’ল। বাৰ পৰা কিমান উপকাৰ পাই থাকো সেইকথা মই হয়তো বুজাই কব নোৱাৰিম। আজি দৈনন্দিন জীৱনত যিবোৰ পজিটিভ কাম কৰি থাকো সেই সকলোবোৰ বায়েই শিকাই দিয়া । বাৰ সান্নিধ্যতেই মোৰ দীৰ্ঘদিনীয়া মাইগ্ৰেনৰ অসুখ আৰোগ্য হৈছিল। কিমান যে কৃতজ্ঞ মোৰ বাৰ ওচৰত ।
    মৃদু বাৰ self motivation কথাখিনিয়ে আপ্লুত কৰিলে। নিজক সলনি কৰিব পৰাৰ আচলতে সেইটোৱেই ৰাষ্টা। মৃদু বা, আপুনি আমাৰ বাবে সদায়ে প্ৰেৰণা হৈ ৰ’ব।
    দুয়োজনী মৰমৰ বালৈ বহুতো অভিনন্দন আৰু মৰম ভৰা কৃতজ্ঞতা

  • @fragranceofbookstravelogue5720
    @fragranceofbookstravelogue5720 10 місяців тому

    অনুষ্ঠানটো চাই ভাল লাগিল ৷ সকলো উপকৃত হ’ব ৷

  • @kaverikashyapborah5271
    @kaverikashyapborah5271 10 місяців тому

    Loved it watching❤ More power to you anupama baa, keep healing!

  • @KaSiYali
    @KaSiYali 10 місяців тому

    অনুপমা বা সঁচাকৈয়ে দেৱদূত❤কৃতজ্ঞ বাৰ ওচৰত❤

    • @anupamaborgohain9442
      @anupamaborgohain9442  10 місяців тому +1

      I am what I am because of you all🙏🙏❤️❤️❤️❤️. Love you ❤❤

  • @ranjitasonowal6177
    @ranjitasonowal6177 10 місяців тому

    বহুত ভাল লাগিল মৃদু বা অনুপমা
    ❤❤❤❤❤❤❤❤❤❤

  • @pampidas-zr4bz
    @pampidas-zr4bz 10 місяців тому

    আমি সুস্থ হৈ থাকিব লাগে আনৰ বাবে বহুত ভাল লাগিল , ধন্যবাদ মৃদুস্মিতা বাইদেউ,আৰু অনুপমা বাইদেউ

  • @mrinaldeka1512
    @mrinaldeka1512 10 місяців тому

    সুন্দৰ মানসিক আৰু শাৰিৰীক স্বাস্থ্য সলনি কৰিব পৰা অনুষ্ঠান এটা আগবঢ়ালে বা | বহুত উপকৃত হলো | আপোনাৰ সুস্থাস্থ্যৰ কামনা কৰিলো |

  • @pinkujitdas3000
    @pinkujitdas3000 10 місяців тому

    গৌৰৱ অনুভৱ কৰিছোঁ বাইদেউ। আপোনালোক দুয়োলৈ অভিনন্দন❤🎉