এই পৃথিৱীত কেৱল আমি মানুহেই নাই আৰু বহু বস্তু আছে। যাক আমি বুজিবলৈ আমাৰ পঞ্চ ইন্দীয় যথেষ্ট নহয়। কেতিয়াবা কিবা কাৰণত মুখা মুখি হলে এনে ভৌতিক অভিজ্ঞতা হয়।
দেৱতা যদি আছে তেন্তে অপদেৱতা থাকিৱই। আমি ভগৱানক সকলোৱে মানো, কিন্তু আমি নেদেখো, আমি পূজা-পাতালও কৰো,গতিকে অপদেৱতাও আছে। ভয়ৰ কোনো কাৰণ নাই। হোষ্টেলত মইও পাইছো।কিন্তু দেম মই ভয় নকৰো God is with me. Direct.
Moro abar anekwa hoisil.. nejano moi abr kenekwa koi kabarstan rati goi paisilo asolote moi rati pesab kriba otisilo .. gharar pra kom se kom 500 miter man dor asil.. moi bhabisilo moi sapon pai asilo jetia moi sar paisilo tetia moi kabarstan thaka dagor gos jopa talot asilo teia moi class 7 parhi asilo aro loge loge moi gharot douri ahisilo ...asolote mor ghor vtorowa gaon akonot udalguri district puthimarit pore...tar pasot mor lagot bahut Kiba kbi hoisil aibor massage Kari kba nowari bartaman moi srinagar sopore aso ..mor atiow saibor din Manoj parile mor Rati tupani nahe....
অষ্টম মান শ্ৰেণীত পঢ়ি থাকোতে মোৰ জীৱনটো এদিন এনে এটা ঘটনা ঘটিছিল যিটো মই কেতিয়াও পাহৰিব নোৱাৰিম।কাৰণ সেই মূহুৰ্তত মই কিবা অদৃশ্য শক্তিৰ মুখামুখি হৈছো সেই কথা বুজিবই পৰা নাছিলো।পিছতহে ভয় খাইছিলো যে ইয়া কি ঘটি গ'ল!
আছে ভগৱানক বিশ্বাস কৰা দৰে এনে কিছুমান কথা বিশ্বাস নকৰিলে ভগৱানক বিশ্বাস কৰো বুলি কোৱা অভিনয় বাহিৰে আন একো নহব। এই বিশ্বাস বোৰ বিজ্ঞানেও নদিন মানিবলৈ বাধ্য হব। বিজ্ঞানে বহু দিন চেষ্টা কৰি উদ্ভাৱন কৰা বিজুলী শক্তি বিশ্বব্ৰহ্মাণ্ডৰ শক্তি ঢেৰেকনিয়ে এক ছেকেণ্ডৰ ভিতৰত নাইকিয়া কৰি পেলায়।
Apunar vrom hua nai dada..anekua hoi...xokolue nedekhe..karubar din doxa bea thakile rati 12 bojat ba tar age pise bahira bostubur fure buli kua xunu...moi adin rati 12 tat bahirole jaute asati botah mari 2 second manot nuhua hol..botahjak matro 4,5 jupa gosot he ..baki kotu nai ..bohut voi khaisilu..jor uthi gol pisot
Yes.. this universe is full of energy in the form of positive energy.. negative energy..in the form of soul..etc etc..your experience is absolutely correct.. you are right.. absolutely right .. energy neither can be created nor can destroy..but transfer from one form to another.. when u visit a temple..u feel positive vibes..n when u visit places like yesterday where someone negative energy occur..n my belief that this places occurs accident which we generally get in the form of news..Mind it.. Pranjal da apunr experience is absolutely correct..n I believe everyone will experience this reality of world in his life...moi belief koru.. Pranjal da..But jot Mantra hakti Aasay.. Bhagwat aasay tat this negative energy polai potang Dbo.. That's why ami Mantra sakti.. Bhagwat Path Karu..U r absolutely correct n ur experience is absolutely correct...Voi nakhabo.. Krishna..🙏
Sir apuni hanuman salisa khon poktot loi thakibo, tetya apunak kunu negative enargy a aku kribo nuwaribo, ru vy lagile hanuman salisakhon porhibo hokolu thik hoijbo, vut pret pikhas adi ahibo nuware mohabir toju nam ji hoda smore,
Mur logot hoise highway t paisu , same ghotona but moi subo goisilu dhuwa hoi gol kintu bohut vhoi lagil... Kunu bisak nokorile but moi feel korilu ata timot moiu aibur bisak nokorilisilu but now moi bisak koru
2008 yr t Chaygaon par hoi Kali mandir r kakhat rati 10.15--10.30 pm t ami truck t goi thakote dekhisilo ajoni suwali...moi aru Mur lgar jone.. rasta r majere goi asil ...but driver jone dekha pwa nasil...
It may be as I have a similar experience in my childhood 3tiimes at one night but never shared this with anyone only my mom knows shevwas present at the same time but she was not able to see. I am educated but i doent have any blind thoughts
Xheitu xomoi apunar frequency & spirit tur frequency match korise xekarone dekha paise... Otherwise ami jeita body eri diu we go to 4th dimension & here we live in 3rd so generally it doesn't coincide
এই পৃথিৱীত কেৱল আমি মানুহেই নাই আৰু বহু বস্তু আছে। যাক আমি বুজিবলৈ আমাৰ পঞ্চ ইন্দীয় যথেষ্ট নহয়। কেতিয়াবা কিবা কাৰণত মুখা মুখি হলে এনে ভৌতিক অভিজ্ঞতা হয়।
12 th jodi scienc poisa ba lo ba.....eisob ulta pulta youtube bhutor kotha bissak kora baad diya
দেৱতা যদি আছে তেন্তে অপদেৱতা থাকিৱই। আমি ভগৱানক সকলোৱে মানো, কিন্তু আমি নেদেখো, আমি পূজা-পাতালও কৰো,গতিকে অপদেৱতাও
আছে। ভয়ৰ কোনো কাৰণ নাই। হোষ্টেলত মইও পাইছো।কিন্তু দেম মই ভয় নকৰো God is with me. Direct.
@@souravpaul2179boroxun ahileo ghrr vitorot xumai thaki bahirot boroxun ni aha buli kole boroxun nhwa hb nki😂
মইও NCC campot পাইছো@@swapnabora595
Dada apuni sodai hanuman chalisa khon kohibo sun.#হনুমান_চালিশা_অসমীয়াত
শ্ৰীগুৰু চৰণ পদ্ম স্মৰি মনে মনে।
কোটি বাৰ প্ৰণামোহো গুৰুৰ চৰণে॥
শ্ৰীৰাম চৰণপদ্ম কৰিয়া স্মৰণ।
চতুবৰ্গ ফল যেন লভো অনুক্ষন॥
বুদ্ধিহীন মই অতি পবন কুমাৰ।
গুচোৱা মনৰ ক্লেশ মনৰ বিকাৰ॥
জয় জয় হনুমান গুণৰ সাগৰ। ১
জয়হে কপীশ-প্ৰভু দয়াৰ আধাৰ॥
শ্ৰীৰামৰ দূত তুমি অতি বলবান।
অঞ্জনাৰ পুত্ৰ তুমি পবনসুত নাম॥ ২
মহাবীৰ ব্ৰজৰঙ্গী তুমি হনুমান।
কুমতি নাশিয়া কৰা সুমতি প্ৰদান॥ ৩
কাঞ্চন বৰণ তযু তুমি হে সুবেশ।
কৰ্ণত কুণ্ডল শোভে কুঁচি কুঁচি বেশ॥
ধ্বজা বজ্ৰ শোভা কৰে হস্তত তোমাৰ।
কান্ধে শোভা কৰে গদা সুন্দৰৰ ভাৰ॥ ৫
অপৰূপ বাহু তৱ পবন নন্দন।
মহাতেজ জ্যোতিৰূপ জগত বন্দন॥ ৬
বিদ্যাৱান গুণৱান তুমি হে চতুৰ।
শ্ৰীৰামচন্দ্ৰৰ কাৰ্যে তুমি হে আঁতুৰ॥ ৭
সৰ্বদা ৰামৰ আজ্ঞা কৰিছা পালন।
হৃদয়ত লৈ ৰাম সীতা ও লক্ষ্মণ॥ ৮
সূক্ষ্মৰূপ ধৰি তুমি লঙ্কা প্ৰবেশিলা।
বিকট ৰূপৰে লঙ্কা ধ্বংস কৰিলা॥ ৯
ভীমৰূপে কৰা তুমি অসুৰ সংহাৰ।
সৰ্বকাৰ্য্য সিদ্ধি দাতা শ্ৰীৰামচন্দ্ৰৰ॥ ১০
সঞ্জীবন আনি তুমি জীয়ালা লক্ষ্মণ।
ৰঘুবীৰ তাৰ বাবে আনন্দিত মন॥ ১১
ৰঘুনাথে দিলে তোমাক আলিঙ্গন দান।
দান কৰে ভাতৃ স্থান ভৰত সমান॥ ১২
ত্ৰিভুৱনে বিয়পিয় তযু যশ খ্যাতি।
এই বুলি আলিঙ্গন কৰে ৰঘুপতি॥ ১২
সনক ব্ৰহ্মাদি যত দেৱ-মুনিগণ।
নাৰদ সাৰদ আদি দেৱ ঋষিগণ॥ ১৪
যমৰাজ কুবেৰ আৰু দিকপালগণ।
কবি কবিৰে যত ভৰা ত্ৰিভুৱন॥ ১৫
সুগ্ৰীৱৰ উপকাৰ তুমিয়ে কৰিলা।
ৰামৰ লগত মিলাই ৰাজপদ দিলা॥ ১৬
তোমাৰ মন্ত্ৰণা মানে বিভীষণ গণ।
হৈছিল ৰাৱণৰ ভয়ে কম্পমান॥ ১৭
সহস্ৰ যোজন ঊৰ্ধ্বে সূৰ্য্যদেৱে দেখে।
সুমধুৰ ফল বুলি ভাবে একে গ্ৰাসে॥ ১৮
জয় ৰাম বুলি তুমি অসীম সাগৰ।
পাৰ হৈ প্ৰবেশিলা লঙ্কাৰ ভিতৰ। ১৯
দুৰ্গম যতেক কৰ্ম আছে ত্ৰিভুবনে।
সুগম কৰিলা তুমি ’ৰাম-ৰাম’ গানে॥ ২০
শ্ৰীৰামৰ দ্বাৰৰক্ষী ৰামচন্দ্ৰৰ দ্বাৰে।
তযু অনুমতি বিনা সোমাব নোৱাৰে॥ ২১
শৰণ লইনু প্ৰভু আজি যে তোমাৰ।
ভৱ ভয়ে ৰক্ষা কৰা বিপদে আমাৰ॥ ২২
নিজ শক্তি নিজে প্ৰভু কৰা সম্বৰণ।
তোমাৰ হুঙ্কাৰতে কম্পে ত্ৰিভুৱন॥ ২৩
ভূত প্ৰেত পিশাচাদি আহিব নোৱাৰে।
মহাবীৰ তযু নাম সেই সদা ত্মৰে॥ ২৪
ৰোগ নাশ কৰা তুমি সৰ্বপীড়া হৰ।
মহাবীৰ তযু নাম স্মৰে নিৰন্তৰ॥ ২৫
সঙ্কটত হনুমানে ৰক্ষা কৰি যায়।
হনুৰ চৰণে ভক্তি ৰাখিব সদায়॥ ২৬
সৰ্বোপৰি ৰামচন্দ্ৰ তপস্বী ও ৰজা।
শ্ৰীৰামৰ শত্ৰুগণক তুমি দিলা মজা॥ ২৭
তোমাৰ চৰণে যেয়ে মন প্ৰাণ দিব।
জীৱনত সেইজনে সদা সুখ পাব॥ ২৮
প্ৰৱল প্ৰতাপ তযু হে বায়ু নন্দন।
তযু নামে উজ্জ্বলিব এই ত্ৰিভুবন॥
সাধু-সন্যাসীকো ৰক্ষা কৰা মতিমান।
শ্ৰীৰামৰ প্ৰিয় তুমি অতি গুণবান॥ ৩০
অষ্টসিদ্ধি নবসিদ্ধি কিবা যদি আছে।
সকলোই সিদ্ধি হয় তোমাৰে কৃপাতে॥ ৩১
তোমাৰ কাষতে থাকে ৰাম নাৰায়ণ।
ৰামৰ তুমিয়ে দাস জানে সৰ্বজন॥ ৩২
তোমাৰ ভজন কৰি লভিব ৰামক।
জনমে জনমে সেয়ে দুখ বিমোচক॥ ৩৩
অন্তকালে পাব তেওঁ ৰামৰ চৰণ।
এই সাৰ কথা শুনা সব ভক্তগণ॥ ৩৪
সকলো বিষয় ত্যাগি বোলা হনুমান।
হনুমন্তে সৰ্বসুখ কৰিব প্ৰদান॥ ৩৫
সৰ্বদুখ আঁতৰিব সঙ্কটো কাটিব।
সেইজনে হনুমন্তক স্মৰণ কৰিব॥ ৩৬
জয় জয় জয় প্ৰভু জয় হনুমান।
তযু কৃপা বিনে মোৰ গতি নাই আন॥ ৩৭
যেইজনে শতবাৰ এই পাঠ কৰে।
সকলো অশান্তি তাৰ নাশ হৈ পৰে॥ ৩৮
হনুমান চালিশা যেয়ে সদা পাঠ কৰে।
সিদ্ধি লাভ কৰে আৰু বিপদত তৰে॥ ৩৯
তুলসীদাস সৰ্বদাই শ্ৰীহৰিৰ দাস।
মনৰমন্দিৰত প্ৰভু সদা কৰা বাস॥ ৪০
ত্ৰিপদী
পবন নন্দন সঙ্কট হৰণ
মঙ্গল মুৰুটি ৰূপ।
শ্ৰীৰাম লক্ষ্মণ জানকী ৰঞ্জন
তুমি হৃদয়ৰে ভূপ॥
পবন নন্দন প্ৰবল বিক্ৰম
ৰাম অনুগত অতি।
চালিশা ইয়াতে সমাপ্ত কৰিছো
পদে থাকে যেন মতি॥
-ইতি হনুমান চালিশা-
ভক্ত সকলে আগলৈ #শ্বেয়াৰ কৰি দিব
জয় শ্ৰী ৰাম ❤️ জয় বজৰংবলী
হয় আছে । আপোনাৰ এইয়া ভ্ৰম নহয় । সছা ঘটনাই হয়
মই নিজেই এজন বিজ্ঞানৰ ছাত্র কিন্তু আজি পৰা ৮ দিনমান আগত মই ৰাতি ৮.৪০ মানত খোজ কাঢ়ি থাকোতে মোৰ ভৰি ওচৰেদি এটা চাঁ দৌৰ মাৰিল ,মই পিছলে আৰু ওপৰলে চালো একো নেদেখিলো ,কি মই নেজানো কিন্তু যি কন ঠাইত কাণ্ডটো হৈছিল সেই ঠাই কনত এজন মানুহ ৰাতি পুখুৰীত পৰি মৃত্যু হৈছিল ॥
আপোনাৰ দৰে ময়ো এদিন মোৰ নিজৰেই ডাঙৰ মাৰ মৃত্যুৰ চতুৰ্থ দিনা আমাৰ ঘৰত হুবহু ৰূপত তিয়হ চিঙি থকা অৱস্থাত দেখা দৃশ্যটোৰ ৰহস্য আজিলৈকে ভাবিয়েই থাকিলো ।ঠিকেই; আপোনাৰ অনুভৱ!!
Moro ebar enekua ghatana hoisil.kiba ase....dei.
Moro abar anekwa hoisil.. nejano moi abr kenekwa koi kabarstan rati goi paisilo asolote moi rati pesab kriba otisilo .. gharar pra kom se kom 500 miter man dor asil.. moi bhabisilo moi sapon pai asilo jetia moi sar paisilo tetia moi kabarstan thaka dagor gos jopa talot asilo teia moi class 7 parhi asilo aro loge loge moi gharot douri ahisilo ...asolote mor ghor vtorowa gaon akonot udalguri district puthimarit pore...tar pasot mor lagot bahut Kiba kbi hoisil aibor massage Kari kba nowari bartaman moi srinagar sopore aso ..mor atiow saibor din Manoj parile mor Rati tupani nahe....
Eitu real hoi ❤
ভূতেই হব যেন লাগিছে। তিথি অনুযায়ী কেতিয়াবা ভূত ওলায় বুলি কোৱা শুনিছো।
এনেকুৱা ভৌতিক অভিজ্ঞতা বহুবাৰ মোৰ লগত হৈছে। আৰু এই কথাবোৰ কাৰোবাক প্ৰকাশ কৰিলে তেওঁ নিজকে বহুত শিক্ষিত দেখুৱাই কথাবোৰ আওকাণ কৰে তেতিয়া নিজৰেই লাজ লাগে সেয়েহে আজিকালি কাকো এইবোৰ নকওঁ। মুঠতে কিবা এটা নিশ্চয় আছে।নহলেনো কিয় কেতিয়াও নভবা ঘটনাবোৰ ঘটি যায়।
অষ্টম মান শ্ৰেণীত পঢ়ি থাকোতে মোৰ জীৱনটো এদিন এনে এটা ঘটনা ঘটিছিল যিটো মই কেতিয়াও পাহৰিব নোৱাৰিম।কাৰণ সেই মূহুৰ্তত মই কিবা অদৃশ্য শক্তিৰ মুখামুখি হৈছো সেই কথা বুজিবই পৰা নাছিলো।পিছতহে ভয় খাইছিলো যে ইয়া কি ঘটি গ'ল!
Yes, it is correct, sometimes such type of event happens in life.
হয়, মোৰো এনেকুৱা অভিজ্ঞতা আছে। বৰ ভয়ংকৰ আছিল। চাৰি পাঁচ বছৰমান আগৰ কথা। কিন্তু আনক কলে বহুতে হাঁহি উৰুয়াই দিয়ে বাবে নকও। দুবাৰকৈ ভয়ঙ্কৰ ঘটনা ঘটিছিল মোৰ স্বামী আৰু মোৰ লগত। আপুনি যি দেখিছে মোৰ বোধেৰে সেয়া নিশ্চয় কোনো supernatural element য়েই হব।
যদিহে ঠাই দোখৰত পোহৰ নাথাকে তেন্তে ৰাতি ১১.৩০ পৰা ২.৩০ বজাৰ ভিতৰত প্ৰেতামাই নিশ্চিত ভাৱে ওলাব পাৰে।এনে অভিজ্ঞতা মইয়ো পাইছো। কিন্তু পোহৰত কেতিয়াও নোলায়।
এটা কথা যদি ভগৱান আছে ভূত ও আছে....
Ni xeibur aku nathake
Hoi nki nijr lgt hua jone he gm pai
@@rupjyotibaro4090 যি দিনা দেখিবা পুহ মহীয়া হাড় কপোৱা জাৰতো মৰ ঘাম উলিয়ায় পঠাব.....।
যদি কেতিয়াবা দেখা পাই যাও ভূত, তেনেহলে নিছয় বিশ্বাস কৰিম ।।
@@Programmer-x7yহয় ভগৱান আছিলে ভুতো আছে
ভুত আছে ভম নহয় বহুতৰ লগত এনে হৈছে নিজক সদাই সাৱধানে চলিবা
হয় , এই ব্ৰহ্মাণ্ডত এনে বহুতো ৰহস্য আছে,মইও এনে ঘটনাৰ মুখা মুখি তিনিবাৰ হৈছোঁ একেবাৰে ওচৰৰ পৰা , সেইবাবে মই নিশ্চিত যে এইবোৰ আছে। বিশেষ চিন্তা নকৰিব ।
Moi etae janu jodi vogoban ase tetiahole soitanu ase ❤
সাধাৰণতে লৰা ছোৱালী ৰূপত পাৰ হৈ যায় বাবে ৰাতি বহুতো দুৰ্ঘটনা হয় , দ্ৰাইভাৰে বচাবলৈ চেষ্টা কৰে তাৰপিছত দুৰ্ঘটনাত পৰে
আছে ভগৱানক বিশ্বাস কৰা দৰে এনে কিছুমান কথা বিশ্বাস নকৰিলে ভগৱানক বিশ্বাস কৰো বুলি কোৱা অভিনয় বাহিৰে আন একো নহব। এই বিশ্বাস বোৰ বিজ্ঞানেও নদিন মানিবলৈ বাধ্য হব। বিজ্ঞানে বহু দিন চেষ্টা কৰি উদ্ভাৱন কৰা বিজুলী শক্তি বিশ্বব্ৰহ্মাণ্ডৰ শক্তি ঢেৰেকনিয়ে এক ছেকেণ্ডৰ ভিতৰত নাইকিয়া কৰি পেলায়।
Moi সঁচা কৈ dekha paisu. Ane nedekile bishash nokoribo.dekha bure he bishash কৰিব
Mur eku experience huwnai Pranjal jodiu positive energy jihetu ase negative energyu ase buli bhabu apunar agote hua experience jonabo❤
Hoi sir, moiu paisilu juwa bosor Dec.mahor ratipua 4 bojat moi nodir kaxor eta nirjon mathaurit khuj karihibo jaute ejoni boga xaj pindha bidhoba nisina maiki manuh mur kaxere par hoi goisil....pisot moi kothatu vabi kiba voutik voutik jen lagisi karon xei xomoyot maiki manuhtu badei mota manuhu mur bade walking koribo nahe....
সকলো আছে এইখন পৃথিৱীত, অপমান কৰিব নালাগে বেয়াকৈ কব নালাগে সকলো শুনা পাই negative energy য়ে। যদি আপোনাৰ পিছত পৰি যায় দিগদাৰ আছে।
Optical nerveor problem, subconcious mindor baabei homeopathy treatment korile you'll be OK👍👍
হয় সছা কৈ আছে। মোৰো তেনেকুৱা অভিগতা আছে।
মই এদিন সঢাকৈয়ে দুটা ডাঙৰীয়া দেখা পালো নিশা 10 .00বজাত.ইমান ওখ মানুহ কত আছে বুলি চাই থাকোতে নাইকিয়া হৈ থাকিল.মই বিশবাহ কৰো.
মোৰো এনেকুৱা অভিজ্ঞতা আছে।
মইয়ো এনেকুৱা অদ্ভূত ধৰণৰ দেৱতা ৰাতি ভাগতেই তিনিবাৰ জীৱনত দেখিছোঁ মোৰ ভিতৰি ভিতৰি বহুত ভয় লাগিছিল। কিন্তু আজিলৈকে প্ৰায় ১৮ বছৰ আগৰ কথা কিন্তু ভয় খোৱাৰ একোৱেই প্ৰয়োজন নাই।
Apunar vrom hua nai dada..anekua hoi...xokolue nedekhe..karubar din doxa bea thakile rati 12 bojat ba tar age pise bahira bostubur fure buli kua xunu...moi adin rati 12 tat bahirole jaute asati botah mari 2 second manot nuhua hol..botahjak matro 4,5 jupa gosot he ..baki kotu nai ..bohut voi khaisilu..jor uthi gol pisot
মই দুবাৰ এনেকুৱা অভিজ্ঞতাৰ সম্মুখীন হৈছো।
Yes.. this universe is full of energy in the form of positive energy.. negative energy..in the form of soul..etc etc..your experience is absolutely correct.. you are right.. absolutely right
.. energy neither can be created nor can destroy..but transfer from one form to another.. when u visit a temple..u feel positive vibes..n when u visit places like yesterday where someone negative energy occur..n my belief that this places occurs accident which we generally get in the form of news..Mind it.. Pranjal da apunr experience is absolutely correct..n I believe everyone will experience this reality of world in his life...moi belief koru.. Pranjal da..But jot Mantra hakti Aasay.. Bhagwat aasay tat this negative energy polai potang Dbo.. That's why ami Mantra sakti.. Bhagwat Path Karu..U r absolutely correct n ur experience is absolutely correct...Voi nakhabo.. Krishna..🙏
এইয়া ভূতৰ বাদে অন্য একো নহয়৷ ইহঁতে ঘপহকৈ আকৃতি সলনি কৰে৷
Sir apuni hanuman salisa khon poktot loi thakibo, tetya apunak kunu negative enargy a aku kribo nuwaribo, ru vy lagile hanuman salisakhon porhibo hokolu thik hoijbo, vut pret pikhas adi ahibo nuware mohabir toju nam ji hoda smore,
1983 ৰ আগলৈ ভূতৰ অভিজ্ঞতা হৈছিল। 83 চনত C R P ভয়ত মানুহ বিলাক যেতিয়াই হাবিৰ মাজত ৰাতি থাকিব লগা হৈছিল তেতিয়াৰ পৰা এইবোৰৰ লগত সংযোগ ঘটা নাই
মোৰ লগত এনেকুৱা ঘটনা বহুত বাৰ হৈছে
হয়, অশৰিৰ আত্মা , কেতিয়াবা দেখা পাই । আমিও এদিন ৰাজমাই বাগানৰ ওচৰত দেখা পাইছিলো। ডিব্ৰুগড়ৰ বিয়া খাই তিতাবৰলৈ আহোতে ।
গণেশগুৰিৰ বোমা বিস্ফোৰণ হোবাৰ অলপ দিন পিছতেই ৰাতিপুৱা ৭ মান বজাত ,অলপ অলপ ৰদ দি থকা অবস্থাত ৰাস্তা আৰু ফুদ পথৰ মাজতে প্ৰায় ১৫ ফুট মান ঠাইত মেকুৰী বা পাৰ চৰায়ে যুদ্ধৰ দৰে শব্দ কৰি বতাহৰ দৰে বস্তু এটা দৌৰি আছিল । দেখাও একো নাই । কেবল কম্পন এটা । পিছত গম পালো , তাতেই বোম ফুটিছিল । তাৰ পিছত একো নাই । সকলো স্বাভাৱিক। ৰহস্য বুজিব পৰা নগল ।
গায়েত্ৰী মন্ত্ৰ ভালকৈ শিকি , শুদ্ধ উচ্চাৰণৰ ত এনেকুৱা পৰিস্থিতিত ,ভাল। ঘৰ নোপোৱালৈকে। সদায়ে। সদায় গায় থাকিলে মনত থাকি যাব। সহচ লাগি যাব।
Kiba eta energy universe ot ase jetia homoi val/beya hoi ketioba dekha puwa jai..❤
অশৰীৰি আত্মা ।বহু মানুহৰ এনে অভিজ্ঞতা হৈছে।এদিন মোৰ গৃহস্থই নাইট চুপাৰৰ পৰা নামি (বহুদিনৰ আগৰ কথা বোকাখাতত) বাহিৰলৈ যাওঁতে পিচে পিচে কোনোবা অহা গম পাই উভতি চাওঁতে বগা কাপোৰ পিন্ধা মহিলা গৰাকী নাইকিয়া হৈ গল। আজিও কৈ থাকে ।
Mur logot hoise highway t paisu , same ghotona but moi subo goisilu dhuwa hoi gol kintu bohut vhoi lagil... Kunu bisak nokorile but moi feel korilu ata timot moiu aibur bisak nokorilisilu but now moi bisak koru
আপুনি সঁচাকৈ দেখিছে. সেই অঞ্চলত বা কাষত নিশ্চয় কেতিয়াবা দুৰ্ঘটনা হৈছে, আপুনি অনুসন্ধান চলাব , কাষত চি চি কেমেৰা থাকিলে চেক কৰি চাব পাৰে,কাৰণ কেমেৰাত সেইবোৰ ধৰা দিয়ে ,
ভূত সঁচাকৈ আছে কাৰণ ময়ো পাইছিলো আৰু কিছুমানে বিশ্বাস নকৰে কাৰণ যিসকল মানুহে ভূত দেখা নাই সিহঁতে বিশ্বাস নকৰে কিন্তু ভূত আছে 💯💯💯 মইয়ে নিজে পাইছোঁ
আপুনি দুৰ্গা কৱচ এডাল পিন্ধি থাকিব।এনেকুৱা ভৌতিক ঘটনা আমাৰ লগত হৈছে।
He is narrating a true incident, it is not false. Many people in the world have seen such incident, this is not imaginary.
এয়া আপোনাৰ ভ্ৰুম নহয়।আমাৰ মানুহৰ দৰে অশৰিয়া আত্মাৰ এখন জগৎ আছে।সেইটো যিয়ে পাল্লাত পৰে বুজি পায়।আৰু কিছুমানে এইবোৰ বিশ্বাস নকৰে।
Assa buli vabu God help you
মানুহ জাতি ৰ দৰে জীন জাতি আছে পৃথিৱীত
Xomoi tu beya asil apunar dekha pale etunijor rastat apuni nijor rastat
মানুহে আনন্ধ বিশ্বাস। বুলি কয়। সঁচা কথা আৰু আছে। তেনেকৈ ঘটনা হৈছে।
ভয়ে ভূত, চিন্তা নকৰিব
দাদা, আপোনাৰ সকলো ভিডিঅ'আমি চাওঁ। বৰ ভাল লাগে। আমাৰ নিজৰ লগতো এনেকুৱা অভিজ্ঞতা হৈছে। আপোনাৰ এনে ধৰণৰ সকলো অভিজ্ঞতা ভিডিঅ'আকাৰে দেখুৱাব চোন।। অপেক্ষা কৰিলোঁ।
হয়। আছে। আপোনাৰ ওচৰৰ কোনোবা মানুহে এইবোৰ পুহি ৰাখে।
হচা হয় মোৰ মানুজনেও এনে মুখা মুখি হৈছে । আত্মা হয় একো নকৰে ভয় নাখাব!মোৰ মাপুহজন মৰা দুই দিন মানৰ পিছত দাঙৰ গেইত থকা পাছতূ সকলোৱে বঢ়ি থকাত চিৰি য়েদি উঠি অহা গম পাইছো চাই দেখু একো নাই 🙏
মই এদিন।দেখা।পাইছোভূত। আছে। সছা
যিবোৰ নাবালক শীহুৰ মৃত্যুৰ পিচত ভালদৰে ক্ৰিয়াকৰ্ম নকৰা কাৰনে হেই নাবালক শীহুটিৰ মৃত্যু দেহাটু যিডুখৰ ঠাইত গেলিপচী ষেসহ হৈ যায় হেই ঠাইত আত্মাটুয়ে মুক্তি পা'ব কাৰনে বট্টকী থাকে 😊 আপুনি য'ত আত্মাটোক দেখিছিল তাত আপোনাৰ ওচৰচুবৰীয়া কেইজন মান মানো লগতলৈ ভ্ৰমণৰ দ্বাৰাই আত্মা টুৰ শান্তি প্ৰাৰ্থনা কৰিব 😊 এটা কথা মনত ৰাখিব আপুনি কি বাৰে দেখিছিল মঙ্গল বাৰে নে শনি বৰে যি বাৰত খেলিছিল হেই বাৰত কাম খিনি কৰি'ব লাগি'ব
aase dada, supernatural element exist kore.. aapuni kunuba ajon aiburor upai jona Muslim maanuh/moulobir usoroloi jaauk, teuluke diya bostuboor khosake bohut promani hoi, kothatu seriously likhisu dei...
Last 20 bosor dhori bibhinno baganot keibatau bunglow t thaki ahisu,aru bohu dhoronor obhigyotau loi ahisu,enekuwa dhoronor dhotona ghoti thake,bixexkoi rati 12/1 bojar pisot puwoti nixaloike ami nedekha jio bur besikoi xokriyo hoi thake....apuni kothatu besi seriously bhabi nathakibo,kisuman xoru batcha okal mrityo hole enekoi rastai ghate spc turnings ba tiniali sarialit dekha puwa jai,hoitu karubar xei dukhor thait mrityu hoisil ketiyaba,jaar atma tate thaki gol
ভগৱান যেতিয়া আছে ভূতো আছে ৷ আগতে আমাৰ ফালে বহুত এনেকুৱা হৈছিল ৷ নিজৰ অভিজ্ঞতা নাই কাৰণ মই অকলে ক’তো কেতিয়াও নাযাওঁ ৷ কিন্তু আমাৰ দাদা হতেঁ ৰাতি যেতিয়া ক’ৰবাৰ পৰা আহে সিহঁতৰ লগত প্ৰায় হয় এনেকুৱা ৷
সঁচা হব পাৰে আপুনি দিন আৰু ৰাতি, ১২বজাৰ ১২,মিনিট,আগে আৰু ১২,বাজি , ১২, মিনিট এই, মাজৰ সময়খিনিত যাত্ৰা নকৰিব
অন্ধবিশ্বাস বিয়পাই দিয়াতো কাৰো উদ্দেশ্য নহয়। মোৰ এক ধাৰণা হৈছে এনে ঘটনা মানুহ এজনৰ আজীৱন অভিজ্ঞতা নহ'বও পাৰে।
এই পৃথিৱীত সকলো আছে৷ যি সকল এনে পৰিস্থিতিৰ মুখামুখি হৈছে তেওঁলোকেহে অনুধাৱন কৰিব পাৰে৷
সচা কথা মই দেখিছিলো সন্মুখত ।
Ase ase dada.rati ahite daily kanar etasidt headfone lagai joi bajrangbali chalisha khon khuni khuni ahi thakibo.dekhibo apunar ekuyei nhoi....
Hoi ..tar pist bike accident kribo
Dada hosa kotha koisu bhogoban ase 100% hosa aru bhot ase,apuni hanuman chalisa gungunai ahebo apunak aku korebo nuare 100% koisu
দাদা আপোনাৰ একো ভ্ৰম নহয় , যি দেখা পাই অনুভৱ কৰিছিল সত্য বুলি ময় নিশ্চিত । কাৰণ ২০২০ চনৰ আহিন মাহ , ইঙৰাজী ছেপ্টেম্বৰ মাহত আমাৰ গাঁৱত HS প্ৰথম বৰ্ষত পঢ়ি থকা ছোৱালী এগৰাকীয়ে নিজেই মাকৰ চাদৰ এখনে ওলমি চুইচাইড কৰিছিল । দ্বিতীয় দিনাৰ পৰা ঘৰৰ মানুহৰ অনুৰোধত আমি পৰ দিবলৈ গৈছিলো । প্ৰথম নিশা ঠিকেই আছিল । কিন্তু দ্বিতীয় নিশা আমাৰ বিশ্বাস হ'ল যে প্ৰেত আত্মা যে আছে । কাৰণ ঘৰৰ লোকসকলৰ সৈতে আমি আঠ নজন মানুহে বাৰাণদাত বহি কথা পাতি থাকোতেই হঠাৎ মাত্ৰ চাৰি মিটাৰ কাষতে থকা আধা ঢেলাই কৰি ৰখা ওলাই ৰখা লোহাৰ ৰড খিনি কেইমিনিটমান ইফাল সিফাল কৰি লৰাই শেষত একেবাৰে হাউলাই মাতিত লগাও লাও কৰি পোনৰ থিয় কৰি আকৌ হাউলি ভাঙোযেন কৰিছিল । কিন্তু পোষ্ট টো একো নহ'ল । আমি সকলোৱে কাষৰ পৰাই চাই আছিলোঁ , পিছত আতি বেয়া ধৰণেৰে ঘৰখনৰ বাৰিৰ নানা দিশত ইনায় বিনায় কিবা আউলি বাউলী ধৰণেৰে কান্দিছিল । আমি খেদি গ'লে শব্দ বহু দূৰলৈ যায় , ঘূৰি আহি বাৰাণদাত সোমালেই পুনৰাই বাৰিৰ ভিতৰতে কান্দিছিল । পিছলৈ গীতা ভাগৱত পাঠ কৰাই কিবা ধৰ্মীয় মাঙ্গলিক কৰ্ম কৰোৱাৰ পিছত লাহে লাহে আমনি নকৰা হ'ল । এই ঘটনাৰ আমাক কোনো ধৰণৰ বিজ্ঞান সন্মত শিক্ষা নালাগে , আমি নিজেই ভুক্ত ভোগী আছিলোঁ
2008 yr t Chaygaon par hoi Kali mandir r kakhat rati 10.15--10.30 pm t ami truck t goi thakote dekhisilo ajoni suwali...moi aru Mur lgar jone.. rasta r majere goi asil ...but driver jone dekha pwa nasil...
COVID 19 !!!!???? ইতিমধ্যে বহুকেইজন মানুহ আমাৰ মাজৰ পৰা আতৰি গ'ল, হয়তো তেওঁলোকৰ ক্ৰিয়া কৰ্ম বা কি হিচাপে বা শুদ্ধভাবে কৰা হৈছিল নে নাই সেয়াও এটা জটিল প্ৰশ্নৰ উদ্ভাৱন হৈ আছে এতিয়াও। কিন্তু আপুনি কোৱাৰ দ্বৰে এই পৃথিৱীত ভৌতিক ৰহস্যময় বস্তু নথকা নহয় , আৰু এই কথাৰ প্ৰমাণ ৰাজস্থানৰ ভানগড়ৰৰ অদ্ভূত সাক্ষীয়ে ই বহন কৰে। ধন্যবাদ। 🙏
সেয়েহে গধূলি হোৱাৰ আগতেই ঘৰলৈ যাব।
Please start chanting Hanuman chalisa daily once for all these bad experiences you will be protected 🙏
You are right. I had already met with such type of 3 horror incidents in my life.
I believe in those things are real....i want you to share everything
Yes real your story.
আছে।অশৰীৰ জীৱ পৃথিৱীত। মই লগ পাইছো
Ondhobissax nhoi he..... Ami bissax kru nkru.. thaka bstu ase a thakiboi.... Bht ase ane obhigyota mor njr a ghrr mnh r .. mro ase bht
It may be as I have a similar experience in my childhood 3tiimes at one night but never shared this with anyone only my mom knows shevwas present at the same time but she was not able to see. I am educated but i doent have any blind thoughts
Akhomiat likh bupai buja nai . Over dekhai
সঁচা কথা মই o দেখি ছো ভূত বুলি মোৰ ও বিশ্বাস হোৱা নাছিল কিন্তু এতিয়া বিশ্বাস কৰোঁ horu lora moi o dekhi so
ভূত একদম সঁচা ।
Xheitu xomoi apunar frequency & spirit tur frequency match korise xekarone dekha paise... Otherwise ami jeita body eri diu we go to 4th dimension & here we live in 3rd so generally it doesn't coincide
vl lgil jni dada punor ru blg bhoutik kahani kbo sn ..eibr sosa ktha
God bless you sir. Thank you Univaras.
Amar ghoror usaratu enekoi accident hoise keibataoo. Garir agedi manuhar nisina par hoi jua dekhe drivere. Pisot tenekei ulai kothatu.
আছে ময়ো এদিন ১০৮ ত আহি থাকোতে ৰাতি পায় ২বজাত এজনি ছোৱালী মাজ ৰাশটাত অকলে গৈ থকা দেখিলো
আপোনাৰ অভিজ্ঞতা ভুল -ভ্ৰান্তি হোৱা নাই ।
দাদা এয়া আপোনাৰ ভ্ৰম নহয় , এইবিলাক বাস্তৱ সত্য হয় । আপুনি ভয় খাৱ নালাগে । যিবিলাকে এইটো ভ্ৰম ও অসত্য বুলি ভাৱে দম আছে যদি মোক লগ কৰক কিমান পানীৰ মাছ দেখা যাব ।
Moi daily 1 to 3 am t daily pahaorot okole oha jua koru bro.
Tumar kahini
interesting 🥺
Enekua abhigyota. Murk Asr, horo batsa. Moi u dekhicbu rati 9 bojat
আপোনাৰ দৰে মোৰ লগত এদিন মুখা মুখি হৈছিলো
দাদা আগতে কি হৈছিল জনাবচোন ভূত নথকা নহয় আছে
Jinn hobo pare 100 percent ...Amar ghrt tu enekua onubob hoise
Hoxa Ase dada.. 12 mid night prai manuhe goi aru hunisu.. Moi2 bohut hunilu... Apunr nicina similar kahani hoxa.. Bhoot/bon manuh buli goi. Apunak gom buli gole.. Mur dada aru mur logor'or khani ase.
মনত ৰাখিব এখন নেদেখা জগত আছে। লগ পালে বিতং ভাবে কব পাৰিম
Hoi...moiu dekhisu tenekuwa....moi aru mur vaity rati pannir majot horu lora eta dekhisu
নিশ্চয় আছে ইয়াৰ বহুত উপমা দিব পৰা যায়
এই পিঠিবিত হছাই আছে মোৰ জিবনতো এনে হৈলিল ।
Nhuwa nhoi dada hb pare.....moi agote eybilak paiso nai boli nkow moi
Ane obhigota abar mur Duliajan r pora Tinisukia loi ahi thakute hoichil, haiya 2010 kotha. Tetiya rati 11 maan bajichil. Keyhung tea estate r “Deohall aai than” khan par hoiye, ami bhara t niya driver jone amar gari khanor hanmukhat egoraki boga kapoor pindha mohila thio dia dekhichil, Driver jone khub jurere gari khan chalai nichil, bahu dur goi he amak koichil, “dekha palene buli?”. Amar bahu bhoi lagichil, ki hoichil moi dhoribo pora nachilu. Hai nikha, moi na-koinak mur porialor manuhor ghar phuraboloi ni ghuri ahichilu driver ajon loi.
Ane bur bhowtik ghatana ghatiye thake buli janu, kintu haiya manokhik ek obosthao hobo pare.
ভ্ৰম নহয়, সঁচা কথা ।
Positive thakile negative thakibo .
May be extra power of universe-
Pranjal da Hanuman chalisa path korok. Sob thik hoi jabo.
Samay pale Vautic abhigyata barnana koriba buli akha thakil.
এইটো ভ্ৰম নহয়