Adarar Achore [ আদৰৰ আঁচোৰ ] || Ep 139 || 15.07.2024 ||
Вставка
- Опубліковано 20 сер 2024
- Shame, blame, disrespect, betrayal, and the withholding of affection damage the roots from which love grows. Love can only survive these injuries if they are acknowledged and healed . We cultivate love when we allow our most vulnerable and powerful selves to be deeply seen and known, and when we honor the spiritual connection that grows from that offering with trust, respect, kindness and affection. And ADARAR ACHORE is one such saga of love wherein we will find everything from family drama to love , hatred, conspiracy and lots more
Follow Rengoni TV :-
Facebook: / rengonitv
UA-cam: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #adararachore #entertainment#RENGONITV #ENTERTAINMENT #RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT
দুবৰি মনৰ এনে অবস্থা দেখি কাৰ কাৰ বেয়া লাগিছ বাৰু লাইক কৰক চোন জোৱাই ভিনদেউৰ ওপৰত পুলিচ কেচ এটা তৰিব লাগিব ৰাইজ
এই জোৱাইটোক চাব মন নাজাই ইয়াৰ চৰিত্ৰ টো সোনকালেই শেষ হ'ব লাগে
ঘৰ জোঁৱাইটোক দেখিলে কাৰ কাৰ খ্ং উথে।
খেদিব লাগে জোৱাইক
Mur o tak dusat man sor maribo mon goi ase
Mur
Mur
Mur
এই সমুদ্র বোলাটোক দেখিলেই হজম নহয় আন চিৰিয়েল বোৰতো ওচৰত পালে যেন ফালি পেলাম এনেকুৱা লাগে
Dwsdjotrmuo❤❤
পৰিচালক আপুনি আমাক বুজি নাপাই নে কি চপনিয়া টোক মাৰি পেলাওক চাবৰ মন নাজাই ইমান নিলজ কুকুৰৰ দৰে চি চি ।
পৰিচালক মহোদয় আপোনাক অনুৰোধ কৰিছো চপনীয়া ৰ বেয়া দিন দেখালে ভাল হব লগতে মন দুবৰীৰ সুখ দেখাব লাগে ।আমনি দায়ক নকৰিব
ছপ নিয়া টোক খেদি দিয়ক
Ghor juaituk mur akdom val nalage dai
Muru
আদিত্য আৰু দুবৰিৰ বিপদে লগ নেৰা হৈছে । 😢
Aaditoy duburik hendur diya tu kune kune bisora like kora 😊😊😊
আদৰৰ আঁচোৰ, সোনকালে ছিৰিয়েল খন দিব লাগে বুলি আশা কৰিলো বৰ্ণালী টাৱ কয়ছে
Mon aru Dubori eman dukhot thoka sabo nuwaru aru 😢❤
চপনীয়া টোয়ে খেদা কেতিয়া খাব তাক চাবলৈ ৰৈ আছো।
Maiu roi asu
Kune Kune sai asa like kora 😂
প্রথমতে এই ঘৰ জোৱাই পপিয়া টুক দেখুৱাই গোটেই চিৰিয়েল খন চোৱাৰ মুদ নাইকিয়া কৰিলে
ঘৰ জোৱাই ৰ ইমান লেবেল
ছপনীয়াটোৰ কাৰনে চিৰিয়েলখন চাব মন নোযোৱা হৈছে।
Right
ঘৰ জোৱাইটোৰ কাৰনে চব খেলি মেলি হৈ গল মনৰ মাকে মুৰৰ ওপৰত উঠাইছে গম পাব ।😊
মনৰ ডাঙৰ ভূল এইটুৱে যে সি দূবৰিক নিজৰ কৰি লোৱাৰ সিদ্ধান্ত তো বহুত দেৰিকে ল'লে । যদি সি দূবৰিয়ে সোধাৰ সময়ত সঠিক সিদ্ধান্ত ললে হেতেন আজি ইমান সমস্যাৰ সম্মুখীন নহল হেতেন । আৰু এই জোৱাই ভিনদেউ গোতেইটো বৃটিছৰ চিপাহীটো হে মনৰ মাক জনি আকৌ মহাভাৰতৰ গান্ধাৰীজনিহে এতিয়া । জোৱাইৰ ভূল নেদেখাই হ'ল ।
Monok June June vl Pai like kora
দুবৰি আৰু মন লৈহে বেয়া লাগে বেচেৰা কেইটা বিপদে লগ নেৰা হৈছে😢
Xomutrok kune kune dakhebo nuyare like kora
মাইনীৰ মুখত অনবৰতে হাহিটো লাগি থাকে যে কিবা খাপ খোৱা নাই
ঘৰ জোৱাঁই চপালে ধ্বংস হ'ব ই
Ghar juwayk dekhile mur khong uthe 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
Mon dada aru duburi le bohut beya lagise himudra re সিহঁতক থকা জেগা দোষ ari diya nai hi gom nupuwatu bisora hokole plz like kora 😢😢😢😢
এই ছপনীয়া টোক সহ্য নোহোৱা হৈছে আৰু....কেতিয়া লৈ ধৰা পৰিব এইটো😡😡😡
Bresduomhdeo❤❤
Hoi pai
ঘৰ জোৱাইটোক দেখিব মন নোযোৱা হৈছে
❤❤❤ Good morning
My favorite serial❤❤❤
News life dora porila bhut val lagiba 😂😂😂😂😂
Nice
ঘৰ জো্ঁৱাই বেয়া দিন কেতিয়া দেখিবলৈ পাম
❤
Good night
Dubori aru mono duk 😢😢😢😢lagise
কি ফালটো দৰে এই ঘৰজোঁৱাই টোক দেখাই থাকে ভাল নালাগে 😮😮😮অমৰ দাক দেখাই থাকিব ভাল লাগে ❤❤❤❤
ভাল লাগিছে 😮😊😊
Juiyk iman uport utiy dib nalaga aru donko hob goi asa
Aru nasao 😊
সমুদ্ৰৰ বাবে চাবলৈ মন নাযায়
Hosakoi hamudrak dakhila saboloi mon najai😡
Monok bhut dog lage ghrr juwai to karne sop hoisa😢😢😢😢 kadib lage soponiya to😍😍😍
মোৰো বৰ খং উঠে জোঁৱাইক দেখিলে
Aei jowai to nopale val serial khnt
ঘৰ জুয়াই টো কথা শুনা, লাজ নাপাই লোকৰ পৰপৰ্টি নিজৰ বুলি কবলৈ
চিৰিয়েল খন ভাল লগা নাই বনাব নাজানিলে চিৰিয়েল বনাব নালাগে
Ghor juai ketiau malik habo nuware, saponia buli koi.
এই চপনীযাটোৰ কাৰনে চিৰিযেলখন ভাল লগা নাই কাৰো সূখ নাইকীযা হৈছে
Ghar juwai tu las tar praparti kobole ami thu pelau Ghar juwai thoka manuhok
ঋষি অভিনয়টো বৰ লাগিল
Ghr juwaijnk ulai nidiya kio dakhib mn njai
Ghar jowai tok nedekhale hoi aro sabole mn njai
Dubai aru Aditya sai bhut dukh lagise 😭😭😭ghor juaituk Mur akdom val nalage dai
Mor life ses tiri pole gel😢
Lv u বৰ্মন দা❤❤❤❤
ঘৰ জোৱাই টোক খেদিব হল ইয়াৰ অলপ বেচি হৈছে।
Mon dada loi beya lagise😢
Ghor juair bor otopali hoise.logote kichorok ovishandhit pelaise shey shangbadiktue.kije hobo.
Hmudra dre juwai thakile hahiri ghor dhonghr hbloi besi hmoi nai.
দেখি ভাল নাগা সৈতে আৰু।
চপনিয়া টো বেছি হৈছে আৰু জোখতকৈ আমনি লগা হৈছে🙄
ঘৰ জোৱাই টোক দেখিব মন নাযায় 😡🤐
Homudro manuh tu hokolo serial t a negative role loi... Akdom Val nalage manuh jonk
Jowai soponiya tuk dhekhile hahi ulai...besi pakhi melise...soponiya jowai
ঘৰ জোঁৱাই টোক হিজিৰা হান দেখি
জোয়াটো,বৰ বেয়া দেখি,বনলৈ,মন নাই খেদিব লাগে
Mon gharjuwaik gatiyai bahir pat. Nahala company badbadkariba.
চপনীয়াটোক কিবা নিলাজি নিলাজি লাগে । ভুক ভুক ভুক 😮😮😮
Ciriyel khan jodi vl kribo bisariso tetiya hole Ghar juwai tuk tar nijor jegat an
❤😊
যেনে কুকুৰ তেনে তাঙুন।কৰ্ম অনুযায়ী ফল
Dhukai ki karibi
Juai soponia tuk dekhibo mon najy
Aituk deakhibole mon najai ,ulale manei gatu bisai dokadi dake
🎉🎉🎉🎉🎉
ইডালোক দেখি বই নোৱাৰো
Aiii khn o r sabo mon nohuya hoisi 😡😡😡😡😡😡😡
Ghor soponiya kotha hunila khong utha n
Khomudro k kune kune beya pua like kora
Ghor juwai tuk ram piton dib lage
Ai soponia tuk tikoni keidal singi dibo Mon goise .luvia 1nombor.....🥵🥵🥵🥵🥵
মাকেই মনক খালে। সমুদ্ৰক কানত ধৰি আঁঠু কঢ়াব লাগে।
Ghr juwai2 laj loga nai haa😂😂
Maini ajoni hap
Mone monor adhikar bisaribo lage ghorot
ঘড়জোৱাই দেখাতযিমান এলাগী তাৰ চিন্তাধাৰা আৰু মনতো বেছি লেতেৰা।
Sabo mon nujuwa hoise aru Aditya duborir dukh sabo pora nai.
❤❤❤
Lube pap, pape mrityu. Gtike, juwai jonor din beya hobo lagiboi.
Mon dada tu bht bea lgise 😢 hsakoi right t thka mnuhr lgte ba kio ankua hoi 😢
Hei2e hoi a hosa rastat jua manuhor logot😢
Pagoltu. Basi. Dahkida
@@SalmaBegum-mw9gf❤❤i
G6gr
😢😮😢❤
Oo❤❤
Ghar juwi tok dakhebala man nujuwa hal aiyak ghara para ualeyi deyak
বুতু তুমি হে পাৰি বা চপনীয়াকখেদিব
Juwaitur mon eman beya
Pet puha soponiya jen oti hunkale kheda khai kenekuw nilaz ghor juwai jimnor juigo himanot thak
ঘৰ জোঁৱাই ৰ টিকনি উঘালিব লাগে
ঘৰ জোঁৱাই তোৰ cerecter তো hunkle khotom korok
Juwai2 ketiya j kheda khabo janu
Atia tahatok hiat thakibolo ai soponia tua hanti nidibo
কি হৈ গল ছিৰিয়েল খন ভাল নলগা হৈছে।ঘৰ ভাঙি ঠান বান কৰি দিলে চপনিয়াটোৱে আৰু মাইনী কি নিজৰ তেজৰ সম্পক চিনি নেপালে ।