LIVE শ্ৰেণীকোঠাতে মূৰ,পেট আৰু বুকুত উপৰ্যুপৰি আক্ৰমণ | Sivasagar Crime News | Sai Vikash AcademyN18L

Поділитися
Вставка
  • Опубліковано 5 лип 2024
  • LIVE শ্ৰেণীকোঠাতে মূৰ,পেট আৰু বুকুত উপৰ্যুপৰি আক্ৰমণ | Sivasagar Crime News | Sai Vikash AcademyN18L
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #sivasagarcrimenews #teacherkilledbystudent #sivasagarmurder #saivikashacademy #pranjalphazarika
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/desc-youtube
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5ymz4jk
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5ymz4jk

КОМЕНТАРІ • 153

  • @pullokthengal3346
    @pullokthengal3346 24 дні тому +75

    যি অসুৰ সি অসুৰেই সৰু ডাঙৰ বুলি কথা নাই।শাস্তি কঠোৰ হব লাগে।এনেকুৱা দুভাগ্যজনক ঘটনা যাতে আৰু নঘটক।

    • @JotinBorah-bv6bt
      @JotinBorah-bv6bt 23 дні тому +3

      😊😊😊

    • @RajumoniRajumonidas
      @RajumoniRajumonidas 20 днів тому +2

      উচিত বিচাৰ হ'ব লাগে । নাবালক বুলি সাৰি যাবলৈ দিব নালাগে ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 24 дні тому +9

    অতি লোমহৰ্ষক আৰু শিহৰণকাৰী ঘটনা। ক'ত হেৰালে মানৱতা। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক কলৈ গৈছে বাৰু। আমাৰ নতুন প্ৰজন্ম কোন দিশে ধাৱমান হৈছে বাৰু। কথাষাৰ নিশ্চয় ভাৱিব লগা হৈছে। অতি হৃদয়স্পৰ্শী ঘটনা। প্ৰয়াত শিক্ষক গৰাকীৰ আত্মাৰ সদগতি কামনা কৰিলো লগতে শোকসন্তপ্ত পৰিয়াল বগলৈ সমবেদনা জ্ঞাপন কৰিলো।ওম শান্তি।❤❤❤

  • @nilakhi2383
    @nilakhi2383 23 дні тому +12

    সৰুতেই যদি ইমান ভয়ংকৰ কাম কৰিব পাৰে...তেনেহলেনো তাৰ নামটো ললে কি হব...

  • @SanjibBorgohain-hl3zk
    @SanjibBorgohain-hl3zk 23 дні тому +23

    ঘাতকৰ পৰিচয় দিয়াত বাধা থকা কি আইন আছে জনাবচোন ?

    • @Shinechemistry123
      @Shinechemistry123 21 день тому

      Xaitu kothai moiu vabu. Mukh khon kio nedekhai. Enekua manhuor mukh khon dekhabo he lage

  • @blueocean9430
    @blueocean9430 24 дні тому +26

    মাৰি পেলা ইয়াক সকলোৱে মিলি..... 🙏🙏🙏🙏🙏মাৰি পেলা..... 😭

    • @hemantanath1175
      @hemantanath1175 24 дні тому +3

      এই বিলাক জহৰা চলি মাৰিপেলাব ই লাগে

  • @JulHoque-zp8vr
    @JulHoque-zp8vr 23 дні тому +8

    কিয় নাম লব নোৱাৰে তেওঁ কোন মন্ত্ৰীৰ লৰা

  • @prohelikadas9747
    @prohelikadas9747 24 дні тому +15

    There are many mentally disturbed students, teacher should remain alert

    • @Sushmita-e5o
      @Sushmita-e5o 23 дні тому +1

      I agree

    • @NearLuga
      @NearLuga 23 дні тому

      Atleast someone knowledgeable here, i knew him he was mentally disturbed i was his junior and i knew him pretty well

  • @user-lt9nm2cc7z
    @user-lt9nm2cc7z 24 дні тому +19

    ছাত্ৰজনৰ নাম কৌওতে কিয় ভয় কৰা বে এইটো কোনটো সম্প্ৰদায়ৰ জানিব লাগিব নহয় 😂

    • @user-gm3ng5nz8k
      @user-gm3ng5nz8k 23 дні тому

      ছাতৰজনৰ সমপৰদায় জানিবলৈ ইমান আগৰহ কিয় ?সামপৰদায়িক বিষবাষপ বিয়পাবলৈ চেলু বিচাৰি নহয় জানো? আমাৰ কথা হ'ল অপৰাধীজনক কোনো কাৰণতেই ৰেহাই দিব নালাগে , আনকি সি নাবালক হ'লেও ।

    • @day-to-dayanimation4211
      @day-to-dayanimation4211 23 дні тому

      Sinta nokoribi Mia nohoi

  • @B.R-gaming-bo6rz
    @B.R-gaming-bo6rz 24 дні тому +11

    কিয় নাম লব নোৰিব ছাত্ৰ জনৰ ?

    • @RajumoniRajumonidas
      @RajumoniRajumonidas 20 днів тому

      নিশ্চয় কোনো অভিজাত পৰিয়ালৰ সন্তান হ'ব !

  • @hemalatachetia3765
    @hemalatachetia3765 23 дні тому +3

    ছাত্ৰ জনক কঠোৰ শাস্তি দিব লাগে ,,যাতে জেলত গোটেই জীৱন কটাব লগীয়া হ'ব। ।নাম কি কাৰণত লোৱা কোৱা নাই,,,অসুৰ ,অসুৰক,,বালক বুলি ,,নামী দামী ,,স্কুলৰ ছাত্ৰ। ।অভিভাৱকৰ টকা আছে ,,মৰম কৰে ,,শাসন নকৰে বাবে হৈছে । কথাতে কয়,,, ""হাতীৰ খাৱনে খুৱাবা,,,বাঘৰ চকুৰে চাবা """,।
    শিক্ষক জনে কেতিয়াও ছাত্ৰ ছাত্ৰীৰ বেকাঁ পথেৰে যোৱাটো ইচ্ছা নকৰে ,,সদায়েই ছাত্ৰ ছাত্ৰীৰ আগবাঢ়ি সু নাগৰিক হোৱাৰ কথা হে ভগৱানৰ ওচৰত কামনা কৰে ।।
    ছাত্ৰ জনক বালক বুলি এৰি দিব নালাগে ,,,নহ'লে আন ছাত্ৰ ছাত্ৰী সকলেও একো নকৰে বুলি এনে জঘন্য অপৰাধ সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰিব। ।😂

  • @brojengogoi1748
    @brojengogoi1748 23 дні тому +4

    অভিযুক্ত আৰু অভিযোগ কাৰী এই দুয়োৰে কথা শুনিব লাগিব তেহে আচল সত্য ওলাই পৰিব। পক্ষপাতিত্ব মূলক ভাবে কথা কব নেলাগে।

  • @mintugogoi7031
    @mintugogoi7031 23 дні тому +5

    ইমান অসুৰ লৰা জনৰ নাম লোৱা কি বাধা ।মাক দেউতাকে কি শিক্ষা দিছে । গুৰু হত্যা মহা পাপ ।

  • @Sahityamudi
    @Sahityamudi 23 дні тому +2

    ছাত্ৰৰ পক্ষে আইন আছে ,শিক্ষক সকলৰ পক্ষত নাই। শিক্ষক সকল মানুহ নহয় নেকি?

  • @pobitraboruah9266
    @pobitraboruah9266 23 дні тому +3

    ঘৰৰ অভিভাৱকৰ জ্ঞান দিব নাজানে, লগতে পঢ়া পতি যত্ন নাই লৰা ছোৱালী কেৱল মবাইল

  • @THEGAMINGSQUARD417
    @THEGAMINGSQUARD417 23 дні тому +7

    যুৱ উশৃখল বাঢ়িছে উচিত ব্যৱস্থা পুলিচৰ হতুৱাই দমাব লাগে 😢

  • @diliphandique7156
    @diliphandique7156 23 дні тому +3

    প্ৰাপ্তবয়স্ক বা অ প্ৰাপ্তবয়স্ক যি নহওঁক লাগে এই সামাজিক ব্যাধিবিলাক একেবাৰে শেষ কৰি দিব লাগে,যাতে এনে ঘটনা পুনৰাবৃত্তি নঘটে।

  • @user-mn8vd7nb5c
    @user-mn8vd7nb5c 24 дні тому +13

    নাম ল'ব নোৱাৰে, কিন্তু কাৰ সুপুত্ৰ হয় সেইটো জনাবলৈ পাৰে

  • @kp23456
    @kp23456 22 дні тому +2

    মা দেউতাক বিলাকে শিক্ষকৰ বিৰুদ্ধে কেতিয়াও ল'ৰা-ছোৱালীৰ আগত সমালোচনা কৰিব নালাগে

  • @surenpawe2169
    @surenpawe2169 23 дні тому +3

    অ জীৱন খাৰাৱাজ দিব লাগে

  • @jayantachetia4488
    @jayantachetia4488 22 дні тому +1

    কিয় মেদিয়াই ছাত্ৰ জনৰ নাম নকয় এনে ঘাটকক ক্ষমা কৰি লাভ নায় মাইনৰ বুলি ক্ষমা নায় উচিত শাস্তি পাব লাগে

  • @hemaboiragi6243
    @hemaboiragi6243 20 днів тому +1

    যি কাৰণে নহওঁক শিক্ষক জন মৰিলটো গতিকে ই আৰু কৰিব‌
    এনেকুৱা ফাঁচী দিব লাগে

  • @4u206
    @4u206 24 дні тому +11

    দেশ তথা ৰাজ্য ৰসাতলে ।😮

    • @subhasishchutian8801
      @subhasishchutian8801 24 дні тому

      তোৰ মোৰ নিচিনা বোৰৰ বাবেই

  • @SriCCDas
    @SriCCDas 24 дні тому +3

    এই জহৰা ছাত্ৰ জনক আজিৱন জেল বা ফাচি হ'ব লাগে।

  • @RatulGayon
    @RatulGayon 22 дні тому +1

    সাপৰ কোনো সৰু বৰ নাই ।তাক দেখিলেই মাৰি পেলাব লাগে ।

  • @mridulkumarrabha892
    @mridulkumarrabha892 23 дні тому +2

    ছাত্ৰ অৱস্থাতে ইমান নিষ্ঠুৰ হ'ব পাৰে নে ?

  • @dijenborthakur1393
    @dijenborthakur1393 23 дні тому

    ছাত্ৰ ছাত্ৰীৰ সকলৰ স্কুলত শিক্ষাৰ ক্ষেত্ৰত শাস্তি প্ৰদান উঠাই দিয়াৰ কাৰনতে , আজিৰ শিক্ষাৰ্থী এনে হ'ব ধৰিছে। মাননীয় অসমৰ মুখ্যমন্ত্ৰীক মোৰ এটা অনুৰোধ জনাইছোঁ, ভবিষ্যতে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ শাস্তি প্ৰদানৰ বাবে অসমৰ বিধানসভাত এই বেৱষ্ঠা অসমৰ কাৰনে পাৰিত কৰিব লাগে 🙏 🙏

  • @shyamolikabora2924
    @shyamolikabora2924 24 дні тому +3

    Shool is my temple teacher s is my god stady is my aim this is real

    • @NearLuga
      @NearLuga 23 дні тому

      They failed ig sad to hear

  • @tolokynath2444
    @tolokynath2444 19 днів тому

    Very,,very,good

  • @nirensaikia7017
    @nirensaikia7017 24 дні тому +2

    Intolerance, we have failed to teach our child the virtue of tolerance. The blind love towards the child make them Durjudhana, Dukhana of Mahabharata. Without fear and loyalty towards the teacher, value based education is impossible. Mare carrier oriented private educational institution are may be responsible for this types of degradation of social,morale and spiritual values.

  • @ManjulataBhattacharya
    @ManjulataBhattacharya 11 днів тому

    কঠোৰ শাস্তি হব লাগে

  • @mandakinibaruah5622
    @mandakinibaruah5622 23 дні тому +1

    Lack of quality hospital facilities in Sivsagar. That costs lives. No reliable treatment for strokes, snake bites, accidents, etc in Sivsagar . Quality Hospital needed in Sivsagar.

  • @ratuldeka152
    @ratuldeka152 24 дні тому +4

    Lack of Management......

    • @NearLuga
      @NearLuga 23 дні тому

      Lack of proper education

  • @harendrachungkrang5702
    @harendrachungkrang5702 23 дні тому +1

    ছাএ ৰ নাম কি?

  • @Happychenal12345
    @Happychenal12345 20 днів тому

    Teachers ei student r manet aaghat dibo nalage.
    Seb studentek saman sakure sabo lage.
    ETIYA Seb manuhe satra janek beya buli kaboi .

  • @Sushmita-e5o
    @Sushmita-e5o 23 дні тому +1

    Nowadays students have very less patience level , they are very stubborn , they are easily impulsive nature , they don't know how to respect teacher honestly this generation literally sucks i am also from this generation but its shameful that students really have no boundaries of what they do and don't do i myself a students ,i have also been part of coaching and passed out my hs even we got scolding, insult and what not but we even not think of doing such rubbish scene instead i think that if he is or she is saying something bad next time I will proof him by improving myself i took pessimistic comments as optimistic comments this students are literally mentally , physically very very negative and weak😢

  • @SanjaySingha-hr5vo
    @SanjaySingha-hr5vo 22 дні тому

    Nomoskar🙏 Draksh

  • @Mukti283
    @Mukti283 24 дні тому +1

    প্ৰকৃত বাতৰিটো কলে ভাল হয় ।

  • @jitengogoi7933
    @jitengogoi7933 24 дні тому +3

    ছাঊ জন নে শিক্ষক জন ঢলি পৰিল

  • @JulHoque-zp8vr
    @JulHoque-zp8vr 23 дні тому +7

    তেওঁ মুছলিম হলে নাম লব পাৰিলে হয়। হিন্দু কাৰণে লব নোৱাৰে

    • @nilakhi2383
      @nilakhi2383 23 дні тому

      হিন্দু মুছলিম বুলি কথা নাই....অপৰাধী অপৰাধীয়ে হয়

  • @gitadeka9178
    @gitadeka9178 19 днів тому

    নামটো কলে একো অপৰাধ নহয়। মাৰি নেপেলালে উঠি অহা চাম উৎসাহিত হব ।আইন প্ৰস্তুত কৰি অপৰাধ ৰোধ কৰিব লাগে ।

  • @probhatchetia3321
    @probhatchetia3321 24 дні тому +1

    Teacher habaloiu bhoi hol. Karan studentok akp kabo nuwara hol. Asari agot bidya nuhuwa babe l. P porai kerunto lagijai. Studentto lp pora habit chuwar proujoyan

  • @kp23456
    @kp23456 22 дні тому

    এইবোৰ ল'ৰাক ক্ষমা কৰা উচিত নহয়। কাৰণ এবাৰ পাপ কৰিলে সি আকৌ কৰিবলৈ মন যায়

  • @mansidash78
    @mansidash78 21 день тому

    বৰ দুখৰ খবৰ, এনে হিংশ্ৰ প্ৰকৃতিৰ লৰা বহুত আছে, হয় তো ঘৰ খনত পৰিবেশ হিংশ্ৰ, লৰা পালন পোষণৰ সময়ত তাক বাট দেখোৱাতাৰ অভাৱ, সময় মতে counselling কৰিব পৰা হেঁতেন হয় তো এটা দিশ পালে হয়। Juvenile court তাক নিয়ম অনুসৰি release দি দিব। ইয়াৰ পাছত হে আচল সময়। তাৰ পৰিয়ালৰ ভিতৰৰ অৱস্থা কেনে বা সৰুৰ পৰা ডাঙৰ হোৱা সময় খিনিত তাৰ আচৰণ কেনে আছিল সবিশেষ জানি কোনো ভাল counsellor অক গটাই দিয়া টো উচিত হব। নহলে পুনৰাবৃত্তি আশা থাকি যাব।
    দুয়ো ৰে কাৰণে মনটো বেয়া লাগিছে। Teacher গৰাকীৰ history ও প্ৰয়োজন। আশা কৰোঁ লৰা টিৰ মানসিক শুধৰণি হয়।

  • @animamahanta3293
    @animamahanta3293 19 днів тому

    মাক দেউতাকৰ টকা বেছি লৰাই কিকৰে চাবলৈ সময় নাই

  • @BalinKalita
    @BalinKalita 23 дні тому +1

    বাতৰি নাম নকলে দিব নালাগে।

  • @JAHRAT17
    @JAHRAT17 24 дні тому

    Every parent dreams their son to be a good citizen not a murderer...
    The fear of their child becoming a murderer or engaging in any form of criminal activity is a nightmare for parents. Such an outcome represents a complete failure of the moral and ethical teachings they have tried to instill. It's a path that not only destroys lives but also brings immense pain and suffering to families and communities.

  • @parbatisarmah-zh7bp
    @parbatisarmah-zh7bp 24 дні тому +2

    Ma'kr khakhon nohole anekuway hoi

    • @robeendas3623
      @robeendas3623 24 дні тому

      Maak aru deutak duyujonore Xomane dayitto thake.kintu Maak joni Hui lora suwalir goti bidhi bhal nedekhile moromote Deutakok Kobo nibisare,Tarei porinoti jen lage ei durbhagyo jonok ghotonatu.

  • @AmlanGogoi-fq7bb
    @AmlanGogoi-fq7bb 24 дні тому +1

    Naam kobo lage

  • @midnightrocky7849
    @midnightrocky7849 23 дні тому

    Drugs aru sorkarole end t blame tu di dibo lge. আচলতে drugs টু নিজ ইচ্ছাৰে ক্ৰই কৰি ব্যৱহাৰ কৰা হয়। এইদৰে অপৰাধীবোৰৰ দুখবোৰ আৰু কিমান ধাকিব। কেতিয়াবা টকাৰ কথা বাদ দিও কামবিলাক কৰিবছোন। 😢🙏🙏🙏 jai hind.

  • @rsd236
    @rsd236 21 день тому

    সংস্কাৰ নথকা ঘৰৰ লৰা ।

  • @jalaramcochin9009
    @jalaramcochin9009 24 дні тому +2

    Nam koi diok

  • @asmeducationris-kq9dj
    @asmeducationris-kq9dj 23 дні тому

    ছত্ৰজনৰ নাম কি?

  • @maheshjwngmaramchiary1611
    @maheshjwngmaramchiary1611 23 дні тому

    Minor or adult joye nohok fasi deok.

  • @BinodPhukon
    @BinodPhukon 24 дні тому

    It is annesaserry we want best result

  • @user-lm3pt6ik8d
    @user-lm3pt6ik8d 23 дні тому

    ছাত্ৰ জনৰ নাম কোৱাত বাধা ই কেনেকুৱা নিউজ, সেই অসুৰ ছাত্ৰ জনকো এতিয়াই শেষ কৰি দিব লাগে নহ'লে আগলৈ আৰু অসুৰ হব

  • @SonadharTaye
    @SonadharTaye 22 дні тому

    ছাত্ৰ জনৰ নাম উল্লেখ কৰি দিয়াত কি আপত্তি আছে ্কৈ দিব লাগে।

  • @kalpanaboruah3516
    @kalpanaboruah3516 23 дні тому

    সি নিজৰ শিক্ষকক হত্যা কৰিব পাৰিছে যেতিয়া সি নাবালক হৈ থকা নাই।

  • @jharnadevi5217
    @jharnadevi5217 20 днів тому

    লৰাটো চেহেৰাটো দেখাই দিযক

  • @kalyaniborah9217
    @kalyaniborah9217 22 дні тому

    কি ঠাইতে ঢলি পৰিল ছাত্ৰ জন,,, ইমান ভুল কৈ বাতৰি পঢ়িছে কিয়?

  • @blueocean9430
    @blueocean9430 24 дні тому +1

    হে ভগৱান... 🙏মোৰ দেউতাও এজন শিক্ষক.. 😭।

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 24 дні тому +1

    KI NIWJ KORISO PAPEK MAKOR NAMTU KO TOI NITI SIKHA DIBO NALAGE

  • @soniasarkar1431
    @soniasarkar1431 23 дні тому

    Minor buli uddhar pale aru studenteo ane akow koribole hahoh napabone baru kothur punishment hobo lage

  • @urmiroychaudhary8420
    @urmiroychaudhary8420 24 дні тому

    Krishna 😢😢

  • @nityaborah5789
    @nityaborah5789 23 дні тому

    ৃবহুত বেয়া কথা হৈছে।

  • @arunimakuli2073
    @arunimakuli2073 24 дні тому +2

    Hei bur Abibabokru Duk Ase.

  • @AswiniBaro
    @AswiniBaro 18 днів тому

    Encounter habo lage

  • @RameshDas-dt2lq
    @RameshDas-dt2lq 24 дні тому

    Abhibhaok hojag nohoi dhonot mosgul abhibhabpkor hontanor proti anuprerona.

  • @umeshdas811
    @umeshdas811 24 дні тому

    Nam aru photo dekhuwai diyak

  • @rahulgogoi5573
    @rahulgogoi5573 23 дні тому

    Namtu kio kua nai..

  • @HabibUllah-yp9rd
    @HabibUllah-yp9rd 22 дні тому

    Enekoiye Gurudaxina dishe 🤔🤔🤔🤔

  • @JahidulIslam-er2er
    @JahidulIslam-er2er 24 дні тому +1

    Ci ci ci

  • @priyabala2064
    @priyabala2064 20 днів тому

    Anon Teachers Mari palabo pora student.buli koboloi laj lagise...Damon loraha..taor Nam Tu koboloi keo makos korise..hai akhur loratur..Nam jonai deok

  • @user-oh2wv1fu4p
    @user-oh2wv1fu4p 23 дні тому

    Iar karone parents responsible

  • @rupamsaikia9198
    @rupamsaikia9198 22 дні тому

    News bilak dada vul hoise kua

  • @DARKBOY75000
    @DARKBOY75000 23 дні тому

    Murderor nam lobo nuari neki?

  • @user-tk3bm9pm7i
    @user-tk3bm9pm7i 23 дні тому

    Minor howar babe nam nuluwatu aporadh ai satra jone aru ki koribo nuaribo,

  • @NiranBharali-s2u
    @NiranBharali-s2u 24 дні тому

    Kothur xasti pabo lage. Logote sunil gogoir kothatu ki hol kole val Pam. ne junmonir dore khotom hoi gol ?

  • @somlama4077
    @somlama4077 20 днів тому

    😢

  • @user-kk5eb2fm3h
    @user-kk5eb2fm3h 21 день тому

    Fase dibo laga aru Manu matebo

  • @moshmibarman7661
    @moshmibarman7661 23 дні тому

    Ai kalnktor baci thakar adikar nay

  • @ritabordoloi4544
    @ritabordoloi4544 23 дні тому

    Amar tax r poisat eituk jailt vaat khuabo nelage eyak fasi diyok. Jailor pora ulai ahi ako hotya, dhorkhon adi hongothito koribo.

  • @Subash.CheruwaCheruwa
    @Subash.CheruwaCheruwa 23 дні тому

    Hoetakare nam lobpare atu kunu val lora hob nuwre

  • @bollywoodganna7896
    @bollywoodganna7896 22 дні тому

    Eman jodi huge incident koribo pare , name kiyo lobo nuware

  • @skldc
    @skldc 24 дні тому

    man tu kob nuari neki...

  • @Subash.CheruwaCheruwa
    @Subash.CheruwaCheruwa 23 дні тому

    Atu horb hikha utha dia karone

  • @ashishdas9636
    @ashishdas9636 23 дні тому

    Anekua aru bahut hobo. Bahut teacher studentor mar khabo. Karon hol studentok teacher kiba kole ba bhul korile marile guardian e Policot FIR lekhai nohole studente school bondho kori die. . Teacheror atia aku value nai. Aibilak ghotonar babe studentor guardian daie. Ai killer student tuk bichar nokori encounter kori Mari pelabo lage nohole aru manu maribo

  • @user-dm5nq9fp7s
    @user-dm5nq9fp7s 23 дні тому

    name nai kowa je ,,maldai sage.

  • @babudutta6243
    @babudutta6243 19 днів тому

    Mak babokor dhukh

  • @madhurjyak
    @madhurjyak 23 дні тому

    Samaikhan murar Paraiso gelib dharise .. sangskar...khadhya eibor mani salak. Dr sakale garvawati sakalak sattik khadhya khowarhe advice karib lage. Kon dangar police-rba putek

  • @user-rn2ru3fh4g
    @user-rn2ru3fh4g 23 дні тому

    Hai akhor tok tew boli kb nalage,aito manoh na
    Mr kolonk pagl bork jiai rakhi lav nai

  • @abdurrouf2996
    @abdurrouf2996 23 дні тому

    Batori poribeshonot bhal howa nai

  • @PromilaGogoi-kv2no
    @PromilaGogoi-kv2no 23 дні тому

    Lo in

  • @arupdas3232
    @arupdas3232 24 дні тому

    Lela.p..s..hobo..gove..s..me.nahigo😊

  • @user-yb1ps4xo9x
    @user-yb1ps4xo9x 20 днів тому

    Tak fac dwok

  • @babudutta6243
    @babudutta6243 19 днів тому

    Fach

  • @HoqueBandari
    @HoqueBandari 23 дні тому

    Miya hole nam kole hai

  • @juriborah3189
    @juriborah3189 23 дні тому

    Lorato ghr kot jonauk

  • @purabhinarzary9278
    @purabhinarzary9278 24 дні тому +2

    Aikone Assomor Gourove

  • @HoqueBandari
    @HoqueBandari 23 дні тому

    Miya neki

  • @dhrubachetia2743
    @dhrubachetia2743 23 дні тому

    Mak bapek sob akhur