Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
দিপ্তী ৰানী পেগু বাইদেউলৈ আন্তৰিক শুভেচ্ছা জনালো। ভগবানে মংগল কৰক আশীর্বাদ থাকিল মোৰ।
কিমান ভাল পাব লাগিছিল প্ৰেয়সী ক যাক নোপোৱাৰ বেদনাত এনেকৈ ক্ষোভ উজাৰিব পাৰিছে, এইয়া একমাত্ৰ তেওঁৰ অধিক ভালপোৱা হে ❤
ভূপেনদাৰ অতিকে সৃষ্টিশীল সময়ৰ গীত৷ সুৰে, তালে মাতে বাদ্যই গৱেষণামূলক গীত৷ এই গীতবোৰ লিখা -গোৱাৰ সময়ত ভূপেনদাৰ কাষত কোনো নাছিল৷বৰ অকলশৰীয়াকৈ গীতৰ সাধনা কৰিছিল৷ আচলতে সেই সময়ত তেখেতৰ talent বুজা বা জুখিবপৰা মানুহেই অসমত নাছিল৷
তেনেকুৱা নহয় কথাবোৰ!
@@himangshusarma7649 ..nohole kenekuwa kothabor...?????
@@jamunaroy6495 ঞৌ
Why are Bhupen Hazarikas songs so sweet? It is because sweetness was inside in him and it gets reflected in his creations. Sadly todays singers lack this quality. They lack depth of personality.
ভূপেনদাই কেৱল ভূপেনদাই হে গাব পাৰে ...মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ !গীতৰ সভাত তুমিয়েইতো প্ৰধান অলংকাৰ .......... বুলি .......আকৌ ভুল হোৱা খিনি ও সমালোচনাৰ অগনিৰে শ্ৰোতাই হে তেখেতৰ গীত সমূহ উন্নত কৰিবলৈ চেষ্টা কৰে বুলি গীতত গাই গাই শ্ৰোতাক কৈ থকা শিল্পী কেইজন আছে ভাবকচোন ... !!
sei mitha maat tu....pisoLoi aaru bisari napaLu eai jibonot..🙏💜🕊️
এই গানটো শুনিছোঁ, কিন্তু এইটো সংস্কৰণ আজি প্ৰথম শুনিবলৈ পালোঁ।আপোনাক ধন্যবাদ জনাইছোঁ। আচৰিত লাগিছে মোক নিজকে যে - " শৈশৱতে ধেমালিতে" গানৰ এই সংস্কৰণটো ইমান বছৰ লাগিলে মোৰ আজি প্ৰথম শুনিবলৈ।ধন্যবাদ জনাইছোঁ।
Dr Bhupen Hazarika all song All time favourite superhit
বহুত বহুত বেছি ভাল লাগিল ধন্যবাদ 🙏💐👍
Oti dhunia geet bhal lagise
ভূপেনদাৰ অমৰ creation
Excellent collection .
Great collection...I heard in my school days
Mur priyo
ধন্যবাদ
Wow... great collection...so thanks 😊❤️
Nice collection
🙏💜🕊️
Radio version is so sweet . Thank you for the nice collection
Bar bhal laga ati sundar geet .
Awesome
Oh!...so sweet....
Tekhet amor eitu gaanor babey..
Childhood my memory.
🙏🙏🙏
🙏💜🕊🕊🕊
Bor bhal lagil. Ai geet tu agotae kora recording tu upload Kori dibo neki ?
🙏🙏..
💚
Radio version tu Amar besi sinaki,apuni apun Jen lage kionu eitu huniei dangor hoisu...
Sisusataljoubanson hv erylagic h e. J. C. Goswamiba bttoasass.
গানটো গাওতে দুই এটা শব্দ ইফাল সিফাল হৈছে । ভুপেনদাৰ দৰে হোৱা নাই ।
এইটোচোন তেওঁৱেই গাই আছে। গীতটিৰ দুটা সংস্কৰণ আছে। দুয়োটাই ভাল লাগে। দুটামান শব্দ ইফাল সিফাল।
দিপ্তী ৰানী পেগু বাইদেউলৈ আন্তৰিক শুভেচ্ছা জনালো। ভগবানে মংগল কৰক আশীর্বাদ থাকিল মোৰ।
কিমান ভাল পাব লাগিছিল প্ৰেয়সী ক যাক নোপোৱাৰ বেদনাত এনেকৈ ক্ষোভ উজাৰিব পাৰিছে, এইয়া একমাত্ৰ তেওঁৰ অধিক ভালপোৱা হে ❤
ভূপেনদাৰ অতিকে সৃষ্টিশীল সময়ৰ গীত৷ সুৰে, তালে মাতে বাদ্যই গৱেষণামূলক গীত৷ এই গীতবোৰ লিখা -গোৱাৰ সময়ত ভূপেনদাৰ কাষত কোনো নাছিল৷বৰ অকলশৰীয়াকৈ গীতৰ সাধনা কৰিছিল৷ আচলতে সেই সময়ত তেখেতৰ talent বুজা বা জুখিবপৰা মানুহেই অসমত নাছিল৷
তেনেকুৱা নহয় কথাবোৰ!
@@himangshusarma7649 ..nohole kenekuwa kothabor...?????
@@jamunaroy6495 ঞৌ
Why are Bhupen Hazarikas songs so sweet? It is because sweetness was inside in him and it gets reflected in his creations. Sadly todays singers lack this quality. They lack depth of personality.
ভূপেনদাই কেৱল ভূপেনদাই হে গাব পাৰে
...মোৰ গীতৰ হেজাৰ শ্ৰোতা
তোমাক নমস্কাৰ !
গীতৰ সভাত তুমিয়েইতো
প্ৰধান অলংকাৰ ..........
বুলি .......
আকৌ ভুল হোৱা খিনি ও সমালোচনাৰ অগনিৰে শ্ৰোতাই হে তেখেতৰ গীত সমূহ উন্নত কৰিবলৈ চেষ্টা কৰে বুলি গীতত গাই গাই শ্ৰোতাক কৈ থকা শিল্পী কেইজন আছে ভাবকচোন ... !!
sei mitha maat tu....
pisoLoi aaru bisari napaLu eai jibonot..
🙏💜🕊️
এই গানটো শুনিছোঁ, কিন্তু এইটো সংস্কৰণ আজি প্ৰথম শুনিবলৈ পালোঁ।
আপোনাক ধন্যবাদ জনাইছোঁ। আচৰিত লাগিছে মোক নিজকে যে - " শৈশৱতে ধেমালিতে" গানৰ এই সংস্কৰণটো ইমান বছৰ লাগিলে মোৰ আজি প্ৰথম শুনিবলৈ।
ধন্যবাদ জনাইছোঁ।
Dr Bhupen Hazarika all song
All time favourite superhit
বহুত বহুত বেছি ভাল লাগিল ধন্যবাদ 🙏💐👍
Oti dhunia geet bhal lagise
ভূপেনদাৰ অমৰ creation
Excellent collection .
Great collection...I heard in my school days
Mur priyo
ধন্যবাদ
Wow... great collection...so thanks 😊❤️
Nice collection
🙏💜🕊️
Radio version is so sweet . Thank you for the nice collection
Bar bhal laga ati sundar geet .
Awesome
Oh!...so sweet....
Tekhet amor eitu gaanor babey
..