মধ্যবিত্তৰ মূৰৰ কামোৰণি। বানৰ পিছত মূল্যবৃদ্ধিৰ মাধমাৰ। গুৱাহাটীৰ বজাৰত শাক-পাচলিৰ আকাশলংঘী দাম

Поділитися
Вставка
  • Опубліковано 10 лип 2024
  • 📌মধ্যবিত্তৰ মূৰৰ কামোৰণি। বানৰ পিছত মূল্যবৃদ্ধিৰ মাধমাৰ। গুৱাহাটীৰ বজাৰত শাক-পাচলিৰ আকাশলংঘী দাম। ভাত কেৰেলা, ভেণ্ডিয়ে কোবাইছে চেঞ্চুৰী। ডাবল চেঞ্চুৰী কোবাইছে গাজৰে। বজাৰলৈ গৈ মূৰে কপালে হাত দিছে সাধাৰণ জনতাই।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 20

  • @asaduddinowaisi_gharwapsi
    @asaduddinowaisi_gharwapsi 20 днів тому +1

    Moja, amar jolokia bikri koribo pari..
    Good news.

  • @IndalulKhalong...
    @IndalulKhalong... 20 днів тому

    Good news.
    Dam aru bahibo lage..

  • @rajibsarania9969
    @rajibsarania9969 20 днів тому

    Good news........

  • @probinkumarkakati6151
    @probinkumarkakati6151 20 днів тому +1

    ভাল হে পাইছো আৰু দাম হওক ঘৰৰ চুক এটাত এজোপা ৰুই লওক বেছি মাটিৰ প্ৰয়োজন নহয় ?

  • @girishchandrasharma5023
    @girishchandrasharma5023 20 днів тому +1

    নগাঁৱৰ চামগুৰিৰ দৈনিক বজাৰত জলকীয়া প্ৰতি কিলোত ২০০ টকা

  • @surabhivlogs77
    @surabhivlogs77 20 днів тому +2

    Himontok vot dele atu hoboi

    • @asaduddinowaisi_gharwapsi
      @asaduddinowaisi_gharwapsi 20 днів тому

      😂😂😂 Dam bahile toka krikhoke pabo... sai jabohi amar golaghat jamuguri bozar... iyat krikhoke dam bahile bhal pai

  • @villagelifewithprasanta5460
    @villagelifewithprasanta5460 20 днів тому

    Guwahatit dhoni manuh thake.gotike dam barhiboi

  • @7gc970
    @7gc970 20 днів тому +1

    শাক পাতৰ দাম আৰু বাঢ়িব লাগে এলেহুৱা হৈ আনক সমালোচনাৰ কৰি লাভ নাই । কৃষকে বহুত কষ্ট কৰি ৰাইজক শাক পাচলিৰ যোগান দি আছে । নিজৰ ঘৰৰ বাঢ়িত চন পেলাই থৈই দিব । কৃষক সকলে খাদ্য যোগান নধৰিলে নিগমে মৰিব কিন্ত কৃষক সকলক কোনো সন্মান নকৰে ।

  • @maheswarboro4589
    @maheswarboro4589 11 днів тому

    Kot 150 etiya 200 Toka hoi goise jolikiya

  • @user-yq7gm1tg4z
    @user-yq7gm1tg4z 20 днів тому

    জলকিয়া কেজি ২০০টকা গুৱাহাটীত

  • @biswajitgogoi7747
    @biswajitgogoi7747 20 днів тому

    Suboi...taat sarkaror kunu dukh nai...Banpani a hokolu kheti pothar nosto korile...ai homoyot bostu daam barhiboi...taat kobo logiya aku nai...ami sokurei dekhi asu.

  • @JatinHazarika-ex2xq
    @JatinHazarika-ex2xq 20 днів тому

    Bilahir dam komise 80 toka😂

  • @assameseboy2264
    @assameseboy2264 20 днів тому

    লাজ লাগে এইবোৰ কথা শুনিলে😅, কাৰণ মোৰ ঘৰৰ ওলপ মাটিতে জলকীয়া, ভেন্দি, তিয়হ, আৰু ভাতকেৰেলা ৰুইছো, আৰু এতিয়াকৈ মই এইবোৰ কিনি পোৱা নাই।

  • @abhimanyarabha1570
    @abhimanyarabha1570 20 днів тому

    Ghrt kheti korok raiz

  • @SanjoyPulami
    @SanjoyPulami 20 днів тому

    News live aplogo ko sirf sabji ka paisa jiyadda honey se news karte hy....jio ka recharge bhi bhut jiyaada huwwa heyyy....yeh bhi toh news kariyenna ...kiyaaa aplogo bhiii .....

  • @dhanjitduttadhanjitdutta2844
    @dhanjitduttadhanjitdutta2844 20 днів тому

    Bjp bojar val

  • @hirakkalita8194
    @hirakkalita8194 20 днів тому

    Pabo lage apunaluke,aru voot diok bjpk,bijuli kalita medhik voot diok,mira baiedok thogile apunaluke

  • @mousumichoudhury7409
    @mousumichoudhury7409 20 днів тому

    এই খন ভাৰততে ২খন ছবি। এফালে এয়া আৰু আনফালে আমবানি পুত্ৰ ৰ বিয়াৰ ছবি। কোটি কোটি টকা পানীৰ নিচিনা খৰচ কৰি আছে। কাপোৰ তো হীৰা সোণ লগাই তৎ পোৱা নাই 😂😂😂😂😂😢😢😢😢।