Bhagwat Path. Riju Pathak. Video-2 (প্ৰথম স্কন্ধ)

Поділитися
Вставка
  • Опубліковано 20 вер 2024

КОМЕНТАРІ • 357

  • @jigyashirranjanadas...9144
    @jigyashirranjanadas...9144 3 роки тому +2

    বাপ আপোনাৰ চৰণত শতকোটি প্ৰনিপাত জনাইছো..আপোনাৰ মুখেৰে ভাগৱত পাঠ ও বাখ্যা ভাগ শুনি সচায় বহুত নিজকে বহুত ধন্য হৈইছো...

  • @pradyutsarma5338
    @pradyutsarma5338 3 роки тому +2

    কৃষ্ণ মহাপ্ৰভুৰ এই মহৎ বাণী আমাৰ দৰে অজ্ঞানী প্ৰাণীয়ে আপোনাৰ শ্ৰী মুখৰ পৰা জানি পৰম ধন্য হ'লো । কৃষ্ণ কৃষ্ণ কৃষ্ণ নাৰায়ণ ৰাম ৰাম হৰি....

  • @atulhazarkia9195
    @atulhazarkia9195 4 роки тому +11

    কৃষ্ণ বাপ ,ভগৱন্তে আপোনাক শক্তি দিয়ক ৷

    • @Shiva_YouTube.
      @Shiva_YouTube. 2 роки тому

      কৃষ্ণ কৃষ্ণ আপোনাৰ সুমধুৰ ভাগৱতৰ বাখ্যা শুনি নজনা কথা বহুত জানিব পাৰিলো। ভগৱানে আপোনাক কুশলে ৰাখক। 🙏🙏🙏

  • @MinakshiCreation...
    @MinakshiCreation... Місяць тому

    Ram krisna Ram krishana

  • @kumudgayan1664
    @kumudgayan1664 2 роки тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰভু ঈশ্বৰ আপোনাৰ ভাগৱত পাঠ ‌শুনিলে চিতৰ দৃঢ়তা নিশ্চিত ভাৱে‌ কৃষ্ণৰ চৰণত একান্ত ভক্তি হ'ব ‌
    । কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @anjalidekadas1555
    @anjalidekadas1555 3 роки тому +2

    বাপ,আপোনাক সেৱা জনালোঁ, ইমান সুন্দৰ কৈ বুজাই দি আমাক ভাগৱতৰ অমৃত ভাগ আগবঢ়োৱাৰ বাবে।কৃষ্ণ🙏🙏

  • @pankajboruah3673
    @pankajboruah3673 4 роки тому +4

    কৃষ্ণ কৃষ্ণ প্রভুজনা সেৱাহে জনালো কৃষ্ণ

  • @kanakdas2316
    @kanakdas2316 2 місяці тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏🙏🙏

  • @manomatikalita4131
    @manomatikalita4131 4 роки тому +5

    কৃষ্ণ বাপ আপোনাৰ বাক্ষ্যা শুনি পৰম শান্তি পাও কৃষ্ণ কৃষ্ণ বাপ

  • @probinchetia416
    @probinchetia416 4 роки тому +4

    কৃষ্ণ, বাপ ঈশ্বৰ আপোনালৈ সেৱা জনালো।আপোনাৰ মোখেৰে ভাগৱতৰ অমৃতময় ৰস পান কৰিবলৈ পাই আমি ধন্য হৈছো।ঈশ্বৰে আপোনাক মঙ্গল কৰক।

  • @achyutsaikia4312
    @achyutsaikia4312 4 роки тому +3

    কৃষ্ণ কৃষ্ণ বাপ,সুপ্ৰভাত সেৱা জনালো কৃষ্ণ

  • @nibirdas7120
    @nibirdas7120 4 роки тому +18

    ‌‍বাপ আপোনাৰ চৰনত সেৱা নিবেদন কৰিছো।আপোনি ভাগৱতৰ অমূতময় বানি শুনাই আমাৰ জীৱন ধন্য কৰিছে।বাপ আপোনাৰ দীৰ্ঘ আয়ু হবৰবাবে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো।

  • @diptirekhaborah6912
    @diptirekhaborah6912 Рік тому +1

    কৃষ্ণ কৃষ্ণ বাপ পুনৰ বাৰ আপোনাৰ ভাগৱত পাঠ শুনিবলৈ আৰাম্ভ কৰিছো, আপোনাৰ বাখ্যা অতি সুন্দৰ, কৃষ্ণ

  • @sabitrimedhi6564
    @sabitrimedhi6564 2 роки тому +1

    কৃষ্ণ কৃষ্ণ ঈশ্বৰপ্ৰভু আপোনাৰ শ্ৰীীচৰণত প্ৰণিপাত কৰি কৃতাঞ্জলী নিৱেদিলোঁ অতি তত্ত্বগভীৰ ভাগৱত বিশ্লেষণ প্ৰভূ' ৰাম কৃষ্ণ হৰি

  • @suwalakonwar3844
    @suwalakonwar3844 4 роки тому +4

    বাপ জনা ভাগৱত বননা সদায় ৰাতিপুৱা এটা স্কন্ধৰ শুনি কাম ত ধৰো মই এগৰাকী গৃহিণী মই গুৱাহাটীত হেঙেৰাবাৰি বৰটিলা থাকো মনটো বহুত ভাল লাগে ধন্যবাদ

  • @nitudas2643
    @nitudas2643 Рік тому

    কৃষ্ণ বাপ আপোনাক ভগৱানে সদায় ভালে ৰাখ ভাগৱতৰ বাখ্যা যি সুন্দৰ মন্তব্য শুনি বহুত ভাল লাগিল যাতে সদায় শুনিবলৈ পাও। ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত সৰল প্ৰাথনা।

  • @purushottamsutradhar6895
    @purushottamsutradhar6895 4 роки тому +10

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ প্ৰভু সেৱাৰে অশেষ ধন্যবাদ জনালোঁ !

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 9 місяців тому

    Krishna Krishna Krishna prabhudev

  • @binandadas9675
    @binandadas9675 4 роки тому +6

    নমস্কাৰ বাপ ভগবানে আপোনাক অধিক শক্তিশালী ৰূপত প্ৰকাশ কৰক ।অমি সবে কি ভাবে ধন্যবাদ দিন পাৰোঁ নাজানো ।আপোনাৰ চৰম কমলত শত কুটি নমস্কাৰ ।

  • @Himangshudewri-ul9yl
    @Himangshudewri-ul9yl 17 днів тому

    কৃষ্ণ ❤কৃষ্ণ ❤কৃষ্ণ❤কৃষ্ণ❤কৃষ্ণ❤কৃষ্ণ❤কৃষ্ণ❤কৃষ্ণ❤কৃষ্ণ❤কৃষ্ণ❤কৃষ্ণ❤কৃষ্ণ❤কৃষ্ণ❤

  • @nibeditasarmakalita1167
    @nibeditasarmakalita1167 2 місяці тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ,,,,,,,,,

  • @shyammahanta7317
    @shyammahanta7317 4 роки тому +8

    হে প্রভুজন. আমি সচাকৈয়ে মুঢ়মতি | আজিৰ এই অধ্যায়তি সচাকৈয়ে বৰ তত্ব গধুৰ অধ্যায় | হে পৰম কৃপালু ধন্যবাদ |🙏🙏🙏🙏

  • @utshavbarman587
    @utshavbarman587 2 роки тому

    কৃষ্ণ কৃষ্ণ প্রভু 🙏🙏🙏🙏

  • @Gitarthavlog5751
    @Gitarthavlog5751 4 роки тому +2

    কৃষ্ণ বাপ আমাৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব।আমিও আপোনাৰ শ্ৰী মুখেৰে ভাগৱত শ্ৰৱণ ৰ সুবিধা কণ পাই নিজকে ধন্য আৰু কৃতাৰ্থ মানিছো। এয়া প্ৰভু ভগৱন্তই আমাক কৃপা কৰা বুলি অনুভৱ কৰিছো। প্ৰভু ভগৱন্তৰ ওচৰত আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ কামনা কৰিলো। আপোনাৰ শ্ৰী মুখেৰে নিমি নৱসিদ্ধ স্ংবাদ আৰু কৃষ্ণ উদ্ধৱ সংবাদ ধাৰাবাহিক ভাৱে শ্ৰৱণ কৰিছিলোঁ। প্ৰতিদিনেই আপোনালৈ মনতে সেৱা জনাইছিলো। এতিয়া প্ৰতিদিনেই আপোনাৰ শ্ৰী মুখৰ অমৃতময় বাণীলৈ অতি আগ্ৰহেৰে বাটচাই থাকো। আমাক কৃপা কৰিব।

  • @nialifestyle2482
    @nialifestyle2482 Рік тому

    কৃষ্ণ কৃষ্ণ বাপ আপোনালৈ সেৱাহে ।

  • @krishnatamang7248
    @krishnatamang7248 4 роки тому +6

    কৃষ্ণ বাপ, সুন্দৰ পাঠ আৰু ব্যাখ্যা। শ্রৱণ কৰি মন প্রাণ ধন্য হৈ যায়। আপোনালৈও অশেষ ধন্যবাদ জ্ঞাপন জনালোঁ। ভগৱন্তই আপোনাক সদায় ভালে কুশলে ৰাখক। তাৰে কামনা কৰিছোঁ।
    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @ranjandas1158
    @ranjandas1158 3 роки тому +1

    কৃষ্ণ ।প্ৰভু মন প্ৰফুল্ল হৈ যায় ।ধন্য ।

  • @bijoypawandas4034
    @bijoypawandas4034 2 роки тому

    🙏🙏🙏🕉নমোঃ ভাগৱতেই বাসুদেৱাই

  • @mridulbhuyan9745
    @mridulbhuyan9745 2 роки тому +2

    ভাগৱতৰ অমৃতবাণী শ্ৰৱণ কৰি আমাৰ জীৱন ধন্য হ'ল। আপোনাক শতকোতি প্ৰণাম জনালোঁ।

  • @bimalborah3420
    @bimalborah3420 3 роки тому +1

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ

  • @bibhamedhi6490
    @bibhamedhi6490 4 роки тому +2

    আপোনালৈ কৌতি কৌতি প্ৰনামো বাপ কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏

  • @ajantamedhidas8946
    @ajantamedhidas8946 3 роки тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @amiyasaikia8822
    @amiyasaikia8822 2 роки тому

    সুপ্রভাত বাপ 🙏কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @RanjitDas-mi5hd
    @RanjitDas-mi5hd 3 місяці тому

    Radhe shiyam.Radhe shiyam. Radhe shiyam

  • @bhupendas1971
    @bhupendas1971 4 роки тому +9

    উত্তম বাপ, উত্তম !
    কৃষ্ণ বাপ, সেৱা নিবেদিলোঁ চৰণত |
    তত্ব গধুৰ বিশ্লেষণৰ দ্বাৰা আমাক ধন্য কৰিছে প্ৰভূ | আমি মহা আনন্দেৰে ভাগৱতৰ অমৃত ৰস কৃষ্ণ কীৰ্তন শ্ৰৱণ কৰাৰ পথ পাই নিজকে ধন্য মানিছো | আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো | আপুনি সু-স্বাস্থ্যবান হৈ থাকে যেন
    তাৰেই কামনা কৰিলোঁ | কৃষ্ণ বাপ, কৃষ্ণ ~ ~

    • @rupasaikia7513
      @rupasaikia7513 3 роки тому

      ভাগৱতৰ অমৃত ৰস পান কৰোৱাৰ বাবে আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ৰম।

  • @aairumidutta3711
    @aairumidutta3711 3 роки тому

    কৃষ্ণ কৃষ্ণ বাপ সেয়া হে

  • @pulakbarman529
    @pulakbarman529 3 роки тому +1

    হে বাপ আপোনাক ‌সেৱা হে।

  • @DuluDas-l6d
    @DuluDas-l6d 5 місяців тому

    Krishna prabhujona🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhabanidas6326
    @bhabanidas6326 3 роки тому +2

    কৃষ্ণ কৃষ্ণ সেৱাহে

  • @binadeka9674
    @binadeka9674 3 роки тому +1

    Krishna Krishna Bap.

  • @basantakumardas41
    @basantakumardas41 5 місяців тому

    বহুত ভাল প্ৰভৃ কৃষ্ণ কৃষ্ণ বাপ।

  • @juntibordoloi8008
    @juntibordoloi8008 3 роки тому +1

    কৃষ্ণ ভাগত ভাল লাগিছে কৃষ্ণ 🙏🙏🙏

  • @bontiborah5014
    @bontiborah5014 4 роки тому +8

    কৃষ্ণ কৃষ্ণ ,প্ৰভু জন আপোনাৰ কৃপা হে বাপ ঈশ্বৰ ।শত কোটি প্ৰণাম ।

    • @alponagogoi3377
      @alponagogoi3377 4 роки тому

      কৃষ্ণ কৃষ্ণ প্ৰভু...

  • @apurbadeka471
    @apurbadeka471 3 роки тому +1

    কৃষ্ণ কৃষ্ণ বাপ৷আপোনাক সেৱা ধৰিছোঁ৷ঈশ্বৰে মংগল কৰক

  • @madhabibarman5508
    @madhabibarman5508 4 роки тому +5

    কৃষ্ণ,বহুত ভাল লাগিল।

  • @bijoypawandas4034
    @bijoypawandas4034 2 роки тому

    🙏🙏🙏🕉নমোঃ ভাগৱতেই বাসুদেবাই🙏🙏🙏 ৰাম কৃষ্ণ🙏🙏🙏 ৰাম কৃষ্ণ🙏🙏🙏 ৰাম কৃষ্ণ🙏🙏🙏 হে সএাধিকাৰ প্রভু ইশ্বৰ অধমৰ সেৱা নিবেদিছু কৃষ্ণ🙏🙏🙏 🌹🌹🌹🪔🪔🪔

  • @gitahazarika6430
    @gitahazarika6430 Рік тому

    Krishna krishna🙏 provu hewa jonalu🙏🙏

  • @nantudas6577
    @nantudas6577 3 роки тому +1

    বাপ আপোনাৰ সেৱা ধৰিছো।।কৃষ্ণ।

  • @narayanmalo3739
    @narayanmalo3739 4 роки тому +2

    প্ৰনাম প্ৰভু ঈশ্বৰ। আজি ৰাতিপুৱা আপোনাৰ মুখেৰে ভাগৱতৰ অমৃত কথা শ্ৰৱণ কৰি আমি ধন্য মানিলো।

  • @bulbulisarma8578
    @bulbulisarma8578 3 роки тому +1

    ঔম নমঃ ভগৱতে বাসুদেৱায় 🙏🙏🙏 কৃষ্ণায় নমো নমঃ 🙏 🙏🙏

  • @saikiab150gmailcom
    @saikiab150gmailcom 2 роки тому

    প্ৰভু ঈশ্বৰে আপোনাক দীৰ্ঘায়ু প্ৰদান কৰক আৰু আমাক এনেদৰে মহাভাগৱতৰ অমৃত বাণী শুনাবলৈ শক্তি দিয়ক, কৃষ্ণ |

  • @mrinalmedhi8346
    @mrinalmedhi8346 2 роки тому +2

    কৃষ্ণ প্ৰভূ আশীৰ্বাদ কৰিব আপোনাৰ দৰে সন্ত ভকত ৰ শ্ৰী মুখেৰে ই এই অমৃত বাণী সদায় শুনি থাকিব পাৰো

  • @anshumanborgohain2915
    @anshumanborgohain2915 10 місяців тому

    কৃষ্ণ 🙏🙏। ইমান সুন্দৰ অমৃতময় ভাগৱত ব্যাখ্যা শ্ৰৱণ কৰি মন প্ৰাণ ভৰি গৈছে । প্ৰণাম প্ৰভূ ঈশ্বৰ । 🙏🙏

  • @hridaykowshikvloge9877
    @hridaykowshikvloge9877 Рік тому +1

    Krishna 🙏🙏🙏

  • @minakshigogoi9054
    @minakshigogoi9054 Рік тому

    কৃষ্ণ৷৷ধন্য হৈছো দেউ৷৷বহুত ধন্যবাদ আপোনাক৷৷

  • @gogoivlog.b2798
    @gogoivlog.b2798 3 роки тому +1

    পৰ্ভূ দেৱ আপোনাৰ ভাগবত পাঠ শুনি ভাল লাগিছে ।

  • @mamuchangmai2544
    @mamuchangmai2544 3 роки тому +3

    👏👏👏🙏🙏আপোনাৰ ভাগৱত পাঠ শুনি আছো। আৰ্শীবাদ কৰিব মই যাতে গভীৰকৈ বুজিব পাৰো।

  • @letslearnwithsashin8648
    @letslearnwithsashin8648 2 роки тому +2

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @KamalaBaishaya-us6io
    @KamalaBaishaya-us6io Місяць тому

    Krishna prabhu pranam

  • @bhubenthakuria9006
    @bhubenthakuria9006 4 роки тому +13

    কৃষ্ণ প্ৰভু ঈশ্বৰ আপোনাক সহশ্ৰ প্ৰনামো, এই ভাগৱতৰ জ্ঞান লাভৰ সুবিধা ম ই মূৰমতিয়ে পাইছোঁ, আপোনাক দৃঘাউ কামনা কৰো।

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 2 роки тому

    🙏 Krishna Hori Ram Krishna🙏🙏

  • @orponadas6754
    @orponadas6754 3 роки тому +1

    Krishna🙏Krishna🙏Krishna🙏

  • @guneswarpadiguneswarpadi8995
    @guneswarpadiguneswarpadi8995 4 роки тому +2

    কৃষ্ণ বাপ ঈশ্বৰ ধন্যবাদ কৃষ্ণ

  • @gitalineog930
    @gitalineog930 Рік тому +1

    Krishna pranam Prabhu 🙏🙏🙏🙏🙏

  • @rulennath7538
    @rulennath7538 4 роки тому +2

    কৃষ্ণ কৃষ্ণ, ধন্য বাপ আপোনাৰ শ্ৰম সাৰথক হৈছে । আমিও ধন্য মানিছো । গোবিন্দ ।

  • @PinkuDas-y9t
    @PinkuDas-y9t 4 місяці тому

    কৃষ্ণ🙏🙏🙏🙏 কৃষ্ণ

  • @dilipmahanta6957
    @dilipmahanta6957 3 роки тому +1

    ভগৱানে শক্তি দিয়ক

  • @bibeksols6596
    @bibeksols6596 3 роки тому +1

    হে শ্ৰদ্ধাৰ বাপ ,আপোনাৰ চৰণত সেৱা ধৰিলো

  • @bitulkonwar1099
    @bitulkonwar1099 Рік тому +1

    আপোনাৰ ভক্তি তত্ব কথা শুনি মই অতিশয় আলপুত হলো। আপোনাক ভগৱানে কুশলে ৰাখক তাৰেই কামনা 🙏🙏🙏🙏

  • @japanidas6859
    @japanidas6859 2 роки тому +1

    কৃষ্ণ ৰাম ৰাম ৰাম ৰাম

  • @ratuldutta3524
    @ratuldutta3524 4 роки тому +2

    বৰভাল হৈছে বাপ

  • @NoSaloiparavillBajalilcd-jo9td
    @NoSaloiparavillBajalilcd-jo9td 3 місяці тому

    Hari Krishna Krishna🎉🎉

  • @tdwebvlog9981
    @tdwebvlog9981 2 роки тому

    Krishno pravu

  • @santanudeka90
    @santanudeka90 4 роки тому +2

    🙏জয় শ্ৰী কৃষ্ণ 🙏

  • @benudhardeka6896
    @benudhardeka6896 4 роки тому +4

    👏 কৃষ্ণ কৃষ্ণ বাপ, বৰ তত্বগধুৰ ৰসামৃত; অশ্ৰু নিগৰি আহে |

  • @jyotinagar02chayanibarduar66
    @jyotinagar02chayanibarduar66 13 днів тому

    Krishna krishna bap apunar Bhagaba path sunibali pay mai bar sukhi haisu

  • @dulumanisahariah7029
    @dulumanisahariah7029 4 роки тому +9

    কৃষ্ণ বাপ । ভাগৱতৰ এই সুমধুৰ বাণী শুনি থাকিবই মন যায় । আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ ।

    • @r.ctalukdar1659
      @r.ctalukdar1659 4 роки тому +1

      আপোনাৰ শ্রী মুখৰ পৰা ভাগৱতৰ প্ৰথম খন্ড শ্ৰৱণ কৰি নিজকে কৃতাথ মানিলো।আশীৰবাদ কৰক আপুনিও কুশলে থাকক।ধন্যবাদ।

    • @RanjanDas-ti4qx
      @RanjanDas-ti4qx 2 роки тому

      গুৰুদেৱ আপোনাৰ শ্ৰী মুখৰ পৰা নিগত হোৱা প্ৰভু শ্ৰীকৃষ্ণৰ যি অমৃতময় বানী সেই বানী শুনি মই আপোনাৰ চৰণত সেৱা জনাইছো । আৰু ভগৱানে আপোনাৰ দীঘ আয়ু কৰক , তাৰ কামনাৰে ৰঞ্জন দাস (ছিত্ৰ) ডিব্ৰুগড় তুলসী গাওঁ ।🙏🙏🙏

  • @purabibaruah2035
    @purabibaruah2035 4 роки тому +2

    কৃষ্ণ কৃষ্ণ

  • @puspalatadevi4765
    @puspalatadevi4765 2 роки тому

    কৃষ্ণ বাপ আপোনাৰ ভাগৱত পাঠৰ বাখ্যা শুনি বহুত বেছি ভাল লাগিল। মনত শান্তি পালোঁ ।

  • @tikenchandrakalita4928
    @tikenchandrakalita4928 2 роки тому

    Sat kauti pranam prabhu

  • @prasantakumarnath9469
    @prasantakumarnath9469 3 роки тому +2

    হে বাপ জন বৰ ভাল লাগিছে কৃষ্ণ কৃষ্ণ

  • @hkumar9364
    @hkumar9364 4 роки тому +1

    বহুত সুন্দৰ অমৃতময় ৰস, বাপ। আপ্লুত হলো।

  • @mintumedhi6928
    @mintumedhi6928 3 роки тому

    Krisna krisna probhu bor khundar...

  • @nilimachoudhury5019
    @nilimachoudhury5019 2 роки тому

    জয় গুৰু শঙ্কৰ 🙏🙏🙏 🙏🙏❤️

  • @susmitamahanta2368
    @susmitamahanta2368 3 роки тому +1

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @rinalahkar8437
    @rinalahkar8437 3 роки тому +1

    কৃষ্ণ কৃষ্ণ বাপ সদায় আপোনাৰ এই মধুৰ বাণি শুনি থাকিব যাতে পাও🙏🙏

  • @JoyaHazarika-ls1ud
    @JoyaHazarika-ls1ud 7 місяців тому

    Ram Krishna hori bap apunar bikhya khuni bohut val laga

  • @gaganchdutta498
    @gaganchdutta498 4 роки тому +2

    হৰে কৃষ্ণ

  • @bibekdeka4569
    @bibekdeka4569 Рік тому

    Bohut val lagil baap krishna krishna

  • @sujitdas4101
    @sujitdas4101 2 роки тому +1

    কৃষ্ণ

  • @abhijitboruah9999
    @abhijitboruah9999 4 місяці тому

    কৃষ্ণ🙏🙏🙏 🙏🙏🙏🙏🙏🙏🙏🙏

  • @sushiladevi2573
    @sushiladevi2573 4 роки тому +4

    অপুনি শ শ বছৰ জীয়াই থাকক, কাৰণ আমাৰ নাতি- পুতি হঁতেও আপোনাৰ এই মহা মূল্যৱান ভাগৱতৰ অমৃত পান কৰি জীৱন ধন্য কৰিব লাগিব l প্ৰণাম l আপোনাৰ আশীৰ্বাদ আশা কৰিলোঁ l

  • @gitanjalipathak1375
    @gitanjalipathak1375 2 роки тому +1

    আপোনাক ভগৱানে কুশলে‌ ৰাখক 🙏🙏🙏

  • @manjulanath2645
    @manjulanath2645 4 роки тому +4

    বাপ কৃষ্ণ ,পদ্মনাভ ।শুভৰাত্ৰি ,

  • @tikenchandrakalita4928
    @tikenchandrakalita4928 2 роки тому

    Yes Prabhu no expertision required to listen Prabhu katha only devotion

  • @Minakakati-nu5hp
    @Minakakati-nu5hp 4 роки тому +2

    কৃষ্ণ জয় গুৰু শঙ্কৰ ।

  • @rupalibhuyan8075
    @rupalibhuyan8075 3 роки тому +1

    🙏🙏🙏🙏🙏🙏🙏

  • @juridas4937
    @juridas4937 3 роки тому +1

    🙏🙏🙏

  • @MridusmitaDekaijlooh
    @MridusmitaDekaijlooh 2 роки тому

    Krisno

  • @sabitriboruah4411
    @sabitriboruah4411 2 роки тому +1

    🙏 কৃষ্ণ ।