Sangram Logne Aaji ( সংগ্ৰাম লগ্নে আজি ) - by Bhupen Hazarika & Sudakhyina Sarmah

Поділитися
Вставка
  • Опубліковано 24 лип 2019
  • Assamese film song of Bhupen Hazarika and Sudakhyina Sarmah / Lyrics, Melody and Music by Bhupen Hazarika / Film : Moniram Dewan ( মণিৰাম দেৱান) of 1963 / Lyrics of the song :
    সংগ্ৰাম লগ্নে আজি
    শংকা ত্ৰাস ত্যাজি
    আইস বীৰসব দুষ্কৃতি নাশিতে।
    অগ্নিমন্ত্ৰে দীক্ষা লৈয়া আইস
    আজি যত দৈত্যকে বধিতে
    ন্যায় তন্ত্ৰে শিক্ষা লৈয়া আইস
    আজি যত পশুত্ব ৰোধিতে।
    সাষ্টাঙ্গে কৰোঁহো প্ৰণাম মাতৃ চৰণতে ।
    সোণৰে অসমী মাতৃ নাকান্দা নাকান্দা
    কেনে কান্দা অভাগীৰ দৰে ?
    পুত্ৰ আছে আছে কন্যা
    ৰাত্ৰি দিনে চিন্তে সবে
    থাপিব আনন্দ মেলা আজি তোৰ ঘৰে
    কেনে কান্দা অভাগীৰ দৰে ।
    ৰূপে গুণে সম নাহি
    ত্ৰৈলোক্য ভিতৰে
    কেনে কান্দা অভাগীৰ দৰে?
    অসমী আই মোৰ
    অতি ভয়ংকৰ ৰাক্ষসৰ কাৰণে
    ভয় নকৰিবা আমাৰো হেংদান আছে।
    অতি নিষ্ঠুৰ কাল সৰ্পৰ কাৰণে
    ভয়ে নকৰিবা আমাৰো মন্ত্ৰ আছে
    হে' আমাৰো দুচকুতে অগনি বৰষিছে
    সমৰৰে শিখাবোৰ নাচে।।
    সমৰৰে শিখাবোৰ নাচে।।
    🌿 🌼 🌿

КОМЕНТАРІ • 12

  • @bhakardattagoswami1508
    @bhakardattagoswami1508 Рік тому

    Baideo aaji golgoi sipuriloi.. apunar ei geet Tue pratyek Jon asomiyar antarat deshprem jogai tulibo sudur bhobissotoloi. May ur soul rest in peace.

  • @PBMUSIC-kp1zr
    @PBMUSIC-kp1zr Рік тому

    প্ৰণাম জনালোঁ.....PB MUSIC PUTUL BARUAH

  • @narayanbabubharali9846
    @narayanbabubharali9846 3 роки тому +5

    সংগ্ৰাম লগ্নে আজি: ঁড°ভূপেন হাজৰিকাদেৱ আৰু চেস্নহৰ সন্মানীয় জেষ্ঠ শিল্পী*সু••না বাইদেউৰ চিৰসেউজ সঙ্গীত হয়.....বাইদেউক ভগবানে দিঘ´জিৱী কৰি জিয়াই ৰাখক................*জয় * sri krishna

    • @sarojinidutta5058
      @sarojinidutta5058 Рік тому

      বহুত ভাল লাগে বাইদেউৰ এই সংগ্ৰামী গীতটি শুনি,কায়িকভাৱে মৃত্যু হ'লেও স্মৃতি হিচাবে বাইদেউ আমাৰ মাজত সদায় জীয়াই থাকিব।🙏🙏🙏

  • @sristriparnarajkhowa7629
    @sristriparnarajkhowa7629 Рік тому +1

    বৰ প্ৰিয় গীত❤ নৱ প্ৰজন্ম হিচাপে গৌৰৱ অনুভৱ কৰোঁ ভূপেন হাজৰিকাদেৱৰ মহান সৃষ্টিৰাজিক লৈ

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 2 роки тому +2

    Best song

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 2 роки тому +2

    My favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song, my favorite song,my favorite song

  • @kamruptourism4992
    @kamruptourism4992 Рік тому

    নুপূৰে মাতে

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 2 роки тому +2

    Guinness book of the world record book world no 1 best song

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 2 роки тому +2

    Sweet voice

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 2 роки тому +2

    Best song