বহুত ভাল লাগিল বাবীৰ কথা বোৰ শুনি খুব ভাল লাগে বাবীক । ইয়াত কিছুমান মানুহে কি কথা ক'লে অন্তৰত আঘাত পায় বুজিবলৈ চেষ্টা নকৰে । দুখ লাগে ভাবিলে।সহজ ভাবে লয় উপায় নাই বাবে। ভালে থাকক বাবী বা । ভগৱানে সহায় আছে আপোনাৰ।
খুব ভাল লাগিল।সদায় প্ৰিয় বা মোৰ।বহুত কথা জানিলোঁ।Last Part টো আটাইতকৈ ভাল লাগিল।সঁচাকৈ প্ৰয়োজন Mental theraphy New generation ৰ।ইমান পৰিৱৰ্ত হৈছে কিন্তু চিন্তাধাৰা কিয় 😢😢😢।আৰু এটা নতুন কথাও শিকিলোঁ আপোনাৰ পৰা।ধন্যবাদ দুয়োলৈ 🙏🙏🙏
আন্তৰিকতাৰে ধন্যবাদ..... সাদৰ আৰু সৰ্ন্মান লগতে নিজে কেনেকৈ সন্তোষ লভিব লাগে খুব সূন্দৰকৈ উপস্থাপন কৰিলে। আপোনাক লগ পাবলৈ বৰকৈ ইচ্ছা আছে পাহৰি নাযাব কিন্তু সদায় সুস্থ শৰীৰৰ লগতে সাহসী আৰু সূখী জীৱনৰ গৰাকী হৈ থাকক..... ধন্যবাদ
বৰ ভাল লাগে বাবী বৰাৰ কথাবোৰ । অকনো কৃত্রিমতা নাই তেখেতৰ । খুবেই ভাল লাগিল ভিডিঅ'টো চাই ❤❤
শ্ৰীমন্ত তোমালৈ ধন্যবাদ বাবি বৰাক আমাৰ মাজলৈ আনি। ইম্মান যে ভাল লাগিল। স্লিম ত্ৰিম বাবিক বৰ মৰম লাগিছে আৰু কোৱা ধৰণটো যে 👌
বহুত ভাল লাগিল বাবীৰ কথা বোৰ শুনি খুব ভাল লাগে বাবীক । ইয়াত কিছুমান মানুহে কি কথা ক'লে অন্তৰত আঘাত পায় বুজিবলৈ চেষ্টা নকৰে । দুখ লাগে ভাবিলে।সহজ ভাবে লয় উপায় নাই বাবে। ভালে থাকক বাবী বা । ভগৱানে সহায় আছে আপোনাৰ।
মোৰ সকলোতকৈ প্ৰিয় মানুহ হৈছে বাবী বৰা ❤ । মই তেখেতৰ সকলো ৰেছিপী আৰু কথা কোৱা ধৰণ আচাৰ ব্যৱহাৰ বৰ ভাল লাগে 🥰I I love you Babi Bora .
Bor bhal lagil vdo to ..simple ..kotha .sadai bhale thakok dei 🙏🙏
বাবিক বহুত ভাল লাগে । সাহসি আৰু খোলা মনৰ ।
আপুনি যে ইমান সহজ সৰল খুব ভাল লাগে। আপোনাৰ এই সৰলতাৰ বাবে ই আপোনাক সকলো ৱে ভাল পায়, এনেকৈ সদায় থাকিব।ভালে থাকক।🙏🙏❤️
এই গৰাকীৰ প্ৰতিটো Video চাওঁ, কিন্তু মানুহগৰাকীৰ বিষয়ে একো নাজানো। আজি পুৰণি সাক্ষাৎকাৰটো চাবলৈ পাই খুবেই আনন্দিত হৈছোঁ। তেখেতৰ কুশল কামনা কৰিছোঁ❤❤
অকৃত্ৰিম সকলোবোৰ। ইমান যে ভাল লাগে, আপোনাৰ কথা, কৰ্ম।
Hosa dai
বাবীবাৰ বিষয়ে জানিব পাৰি খুব ভাল লাগিল।অকনমানো অহংকাৰ নথকা এগৰাকী ধৈৰ্যশীল আৰু সাহসী মহিলা। বহুত ভাল পাওঁ ।
আজি বাবীয়ে চেনেলৰ যোগেদি মনৰ ক্ষোভবোৰ উজাৰি দিছে।মানুহে ইমান অদ্ভুত প্ৰশ্ন কেনেকৈ কৰিব পাৰে ?
বাবী বৰাৰ পৰা বহুত কথা জানিব পাৰি লো। চাৰ আপোনাৰ বহুমূলীয়া ভিদিয়টোৰ বাবে অশেষ ধন্যবাদ জনালোঁ লগতে তেখেতলৈ শুভেচ্ছা আৰু শুভকামনা থাকিল।
ইমান ভাল লাগিছে কথাবোৰ জানি।❤❤❤
বহুত ভাল লাগিল আজিৰ ভিডিঅ' টো। খুউব সাহসী আৰু খোলা অন্তৰৰ তেওঁ। মোৰ বহুতেই প্ৰিয় তেওঁ। আৰু ৰেচিপী বোৰ যে উফ,,,,,,,,।❤❤❤
বাইদেউৰ বিষয়ে জানি বহুত ভাল লাগিল।আপোনাকো বহুত বহুত ধন্যবাদ।
বৰ ভাল লাগিল। বাবীৰ কথা শুনি বৰ ভাল পাও। ভগৱানে সদায় এনেদৰে হাহি থাকিব লৈ কুশলে ৰাখক।
বিদেশত থাকি এখন ভৰা সঙসাৰৰ মাজত ইমান ধুনীয়া চলাই গৈছে,অসমীয়া কথা ইমান ধুনীয়া কৈ কথাবিলাক কয় ভাল লাগে। কিছুমানেতো শিপাডালকে পাহৰি যায়।
বহুত ভাল লাগিল বাৰ্বী লগতে ছাৰকো বহুত ধন্যবাদ জনালো
তেওঁৰ প্ৰতিটো ৰেছিপি আৰু আমেৰিকাৰ সৰু বৰ কথাৰে প্ৰস্তুত কৰা ভিডিঅ সমুহ আমাৰ বৰ প্ৰিয়। অসমীয়া ছোৱালী আমেৰিকাৰ বাসিন্দা হৈ পুনৰ অসমলৈ নিজৰ ঠাইখিনিলৈ দুদিনমানৰ কাৰনে আহিছে। পুনৰ যাবগৈ। আজিৰ এই সাক্ষাৎকাৰটি চাইও বহু কথা জানিবলৈ সক্ষম হলো। দুয়োলৈকে অশেষ ধন্যবাদ থাকিল।
আমেৰিকাৰ শিক্ষা সংস্থাপন, অৰ্থ ব্যৱস্থা, স্বাস্থ্য, নাগৰিকৰ ব্যৱহাৰ ইত্যাদিৰ সূচনাৰে সংপৃক্ত কথাখিনি বৰ ভাল লাগিল। ChefBBs Kitchenৰ আমি নিজেই সাবস্ক্ৰাইবাৰ। তেওঁলোকৰ চ্যেনেলটো আমাৰ খুবেই পছন্দ। কিছুমান কথা আমাৰ মানুহে সুধিব নাজানে। আচলতে বহুমানুহ অজ্ঞানী, শিষ্টাচাৰবৰ্জ্জিত। আমেৰিকাৰ সমাজ ব্যৱস্থাৰ বিষয়ে তেখেতৰ পৰা বহুকথা গম পালোঁ।
বৰ ভাল লাগিল সাক্ষাৎকাৰটো চাই
খুব ভাল লাগিল।সদায় প্ৰিয় বা মোৰ।বহুত কথা জানিলোঁ।Last Part টো আটাইতকৈ ভাল লাগিল।সঁচাকৈ প্ৰয়োজন Mental theraphy New generation ৰ।ইমান পৰিৱৰ্ত হৈছে কিন্তু চিন্তাধাৰা কিয় 😢😢😢।আৰু এটা নতুন কথাও শিকিলোঁ আপোনাৰ পৰা।ধন্যবাদ দুয়োলৈ 🙏🙏🙏
ভাল লাগিল সাক্ষাতকাৰটো চাই, শুনি।❤
সুন্দৰ ভিডিঅ’..বহুত ভাল লাগিল ৷আপোনালোক দুয়োজনেই মোৰ ভাললগা মানুহ
বাবি বা ৰ সকলো ভিডিঅ' চাইছো , কথাবোৰ শুনি বৰ ভাল লাগে । কোনো কৃতিমতা নাই , সহজ সৰল মনৰ ।
তেখেতক লগ পাই মানে সাক্ষাৎকাৰ চাই বৰ ভাল লাগিল
বহোত বহোত ভাল লাগিল বাবীবা আপোনাক৷❤❤ Srimontaছাৰৰ যোগেদি আগবঢ়ােৱা আলোচনাটি চাই বহোত উপকৃত হলো৷ ধন্যবাদ🙏❤❤
খুউৱ ভাল লাগিল
বহুত বহুত ভাল লাগিল দাদা । আজি প্ৰথম চালোঁ
ভাল লাগিল বহুতো কথা জানিবলৈ পালোঁ
বৰ ভাল লাগিল সাক্ষাৎ কাৰটো
খুৱ ভাল লাগিল .....
ভাল লাগিল ভিডিঅ টো ।
ভাল লাগিল আপোনাক লগ পায় ।God bless you .
বৰ ভাল লাগিল , সাক্ষাৎকাৰ টো ।
বহুত ভাল লাগিল দেই
বহুত ভাল লাগিল ।সদায় চাওঁ
খুবেই ভাল লাগিল ।
মোৰ প্রিয় বাইদেউ গৰাকীলৈ বহুত বহুত মৰম আৰু শুভকামনা যাচিছোঁ, বৰ ভাল লাগিল ভিডিঅটো চাই দাদা 🙏আপোনাৰ ৰেচিপি মোৰ সদায় প্রিয়
তেখেতৰ কথা বোৰ বৰ ভাল লাগে
Moromor Babebaa apunar aru vindau kothaburor Jani vl lagil .
আপোনাৰ কথা বোৰ ভাল লগে যিবোৰ কথা কৈছে ম ই এক মত
বৰ ভাল লাগিল কথা খিনি শুনি
বৰ সুন্দৰ লাগিল
বাবি ,তোমাৰ মন তো বৰ ভাল❤
Bohut bhal lagil
বাইদেউক মই এটা দিন কাষৰ পৰা লগ পাইছো বহল অন্তৰ আৰু খোলা মনৰ মানুহ , শুভেচ্ছা থাকিল।
ধন্যবাদ ৷ ভাল লাগিল ভিডিঅ’টি ৷
, সুন্দৰ অনুষ্ঠান ।
সচাকৈ আপোনাৰ কথা কমবোৰ বৰ ভাল লাগে ❤❤
Aamerica r system bur, mati bari aibur question koratkoi Barbi r child life r pora at present journey tur oporot question huwa hoi bhal lagil hoy.
আপোনাক এনেয়ো ভাল লাগে । 😊❤
বৰ ভাল লাগিল।
বহুত বহুত ভাল লাগিল। বাবি সচাঁকৈ খোলা অন্তৰৰ মানুহ। তেখেতৰ স্বামীৰ ঘৰ যোৰহাটৰ কোন ঠাইত জনা হলে আৰু ভাল লাগিল হেঁতেন।
চেউনী আলিত
কথাবোৰ বৰ ভাল লাগে
বাবি বৰ ভাল লগা তোমাৰ কথা বোৰ❤
বা আপোনাক লগ পাব মন গৈছে❤
বাইদেউৰ ভিডিও বোৰ চাওঁ ভাল লাগে ....আজি আৰু ভাল লাগিল
বৰ ভাল লাগিল
Babi বাক যে কিমান ভাল পাওঁ❤❤
ভাল লাগিল। কেতিয়াবা লগ পোৱাৰ আশা থাকিল।
Very informative video. Mur priyo Babi k dekhi bhal lagil. Interviewer jonu mur priyo.
Hoi dei eyat tumar life tu belege besi jane.
Bor dhuniya interview tu.... questions bilak bor dhuniya hudhise...Babi bar kotha bilak eneu bor val lage huni❤
❤❤❤বহুতো মৰম বাইদেউলৈ❤️❤️❤️
মোৰ প্ৰিয় মানুহগৰাকী ।❤️❤️
বহুত ভাল লাহে বাইদেউক
আপোনাক কাষৰ পৰা এবাৰ লগ পোৱাৰ আশা আছিল ।
বহুত ভাল লাগিল আপোনাৰ পৰা কথা বিলাক জানিব পাৰি
বৰ ভাল লাগিল 👍
Teur kotha bur Jani khubai impressed holu... thank you so much..for your valuable video
Bahut bhal lagil aponak dekhi ❤
Hundor 💕💕💕
বহুত ভাল লাগিল ।
Bohut bhal lagil .❤.Katha bur janale. Dhunia recipe banai.
ইমাম সুন্দৰ মনৰ মানুহ খুউব কম থাকে কিন্তু।
Bor dhunia .....bhal lagil ....
Bohut bhal lagil 👌
আপোনাক বহুত ভাল লাগে মোৰ ❤
Simple & high thinking lady
Bor bhal xikib’a logia kotha kole , axomiya manuhor monor bhab Koya karorone bahut dhanybaad
বহুত কথা জানিলো❤❤❤
Bhal lagil interview to sai .
Bohut dhunia lagil ajir videotu sir apunar video jugadi aji mur moromor barbir hokolu kotha janilu aru apunar video bohut dhunia lagil 👌👌👌🙏🔱
Bahut bhal lagil video Sai
Baidewo bor khula manuho dei apouna haahito bohut morom lgaa ....god bless you ❤❤❤❤❤
Vaal lagil. Aponar kotha aru logote interview loa pattern tu val lgl. Thank you😮
Khub val lagil interview tu sai ... Thanks
Bahut val lagil baa abar log pabor mon asil 💖❤
বহুত ভাল পাওঁ বাক ,মইও যোৰহাটৰ
বহুত ভাল লাগিল 👌👌👌👌
ভাল লাগিল বাবীৰ বিষয়ে জানিব পাৰি
Bohut bohut Val lagil
Val lagil sai
বৰ ভাল লাগিল ❤
বৰ ভাল লাগিল দেই 😊♥️
তোমাৰ কথো-পকোথনৰ মাজেৰে সকলো জানিব পাৰি ভাল লাগিল। ভালে থাকা
। ❤😢🎉
❤🎉 Baidaw gorakie 110% Hosa kotha koise. Many many congratulations to her family. Go ahead way to your journey. Always be positive and happiness.🎉❤
Wow bahut val lagil kotha bur jani baa tumr ❤
,Bohut bhaal lagil Baa
বহুত ভাল লাগিল ❤❤