দ্বিতীয় শ্ৰেষ্ঠ খোল বাদক নিম্ন, শ্ৰী ৰাজমান দুৱৰা।

Поділитися
Вставка
  • Опубліковано 17 вер 2024
  • ত্রিনয়ন নৃত্য বিদ্যালয়, টেঙাপুখুৰীৰ উদ্যোগত আৰু অমৰজ্যোতি সংঘৰ সহযোগত
    চৰাইদেউ আৰু শিৱসাগৰ জিলা ভিত্তিত
    সত্ৰীয়া নৃত্য আৰু খোলবাদনৰ
    প্রাইজমণি প্রতিযোগিতাত
    মুক্তমঞ্চ The platform ৰ বৃহৎ সফলতা .
    খোল বাদন
    নিন্ম শাখা -
    প্ৰথম - শ্ৰী মানস জ্যোতি বৰুৱা।
    দ্বিতীয় - শ্ৰী ৰাজমান দুৱৰা ।
    তৃতীয় - শ্ৰী অভিজ্ঞান মহন্ত ।
    বিচাৰকৰ বিশেষ -
    শ্ৰী আয়ুষ মহন্ত ।
    শ্ৰী আয়ুষ্মান সন্দিকৈ ।
    উচ্চ শাখা -
    প্ৰথম - শ্ৰী অংশুমান বৰগোহাঁই
    দ্বিতীয় - শ্ৰী অভিনৱ বৰগোহাঁই
    তৃতীয় - শ্ৰী প্ৰকাশ গগৈ ।
    বিচাৰকৰ বিশেষ -
    শ্ৰী বিশালদ্বীপ সন্দিকৈ ।
    মূক্তমঞ্চ The platform
    আজিৰ প্ৰতিযোতাৰ সন্মানীয় বিচাৰক
    শ্ৰী যুত বিকাশ শইকীয়া বৰবায়ন।
    শ্ৰী মতী মীনা কোঁৱৰ ।
    দুয়োলৈ ধন্যবাদ জনাইছোঁ।

КОМЕНТАРІ • 1