নিউজ লাইভৰ ধাৰাবাহিক বাতৰিৰ প্ৰভাৱত AMCHৰ দালালৰাজৰ বিৰুদ্ধে তৎপৰ প্ৰশাসন

Поділитися
Вставка
  • Опубліковано 17 тра 2024
  • 📌নিউজ লাইভৰ ধাৰাবাহিক বাতৰিৰ প্ৰভাৱত ডিব্ৰুগড়ৰ AMCHত চলা দালালৰাজৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে প্ৰশাসন। গ্ৰেপ্তাৰ কেইবাটাও দালাল। AMCH চৌহদৰ অবৈধ দোকানত চলিল JCB। দালালিত জড়িত ১০টা ব্যক্তিগত লেবৰেটৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 6

  • @user-hr4md8gh6o
    @user-hr4md8gh6o 22 дні тому

    ❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @dhunumb8044
    @dhunumb8044 22 дні тому

    Val korise 👍

  • @budhinsaikia6300
    @budhinsaikia6300 22 дні тому

    মূল কথা আপোনালোকৰ প্ৰতিবেদনৰ দৃশ্যশ্ৰাব্য !!
    দোকান কেইখন সাধাৰণ কথা !!
    আৰু এই কাম কৰিবলৈ সহজ বাবে, দায়িত্ববোধ অথবা দায়িত্ব পালনৰ নমুনা দিবলৈও সহজ ৷

  • @Janardan_
    @Janardan_ 22 дні тому

    🎉🎉

  • @maheswarboro4589
    @maheswarboro4589 22 дні тому

    Ei keijon dekhun biharijen laagise.

  • @pritipuspabaro3013
    @pritipuspabaro3013 22 дні тому

    Eibilak sdai slai thake police so jane Medical r manoh bro jane kinto eko kaam nai sarkereyo jaanei eibor