Jhuna Naam | Barpeta | O HARI KRIPARA SAGAR | Nakul Das and group | #1

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • THIO NAM
    Thio nam is a folk song of assam and it is a religeous song that is sang in district of barpeta .
    Performe by Nakul Das and Group
    Voice- Nakul Das
    Lead- Nakul Das

КОМЕНТАРІ • 16

  • @user-jo8op9sx5f
    @user-jo8op9sx5f 3 місяці тому

    কৃষ্ণ কৃষ্ণ

  • @mncreation9230
    @mncreation9230 Рік тому +3

    ছাৰ,ভক্তিভৰা প্ৰণাম জনালোঁ। ইমান সুন্দৰ ইমান গাম্ভীৰ্য্যপূৰ্ণভাৱে পৰিৱেশন কৰিছে যে বাৰে বাৰে চালেও হেঁপাহ নপলাই।
    আপুনি লোকসংগীতৰ প্ৰকৃত শিল্পী সাধক। লোকসংগীতৰ ভড়াল।এনেকৈয়ে জনহিতৰ বাবে বিলাই দি চিৰযুগমীয়া হৈ থাকি সকলোৰে হৃদয়ত থাকক।পুণ্যত্মাৰ পুণ্যকৰ্মৰাজী জগত বিয়পি পৰক। ভগৱানে আপোনাক আৰু সংগীবৃন্দক কুশলে ৰাখক। কৃষ্ণ হৰি ৰাম।

  • @madhudas5790
    @madhudas5790 Місяць тому

    কৃষ্ণ

  • @G.H--dass
    @G.H--dass 2 місяці тому

    🙏🙏🙏🙏🙏

  • @user-ri9fd8nf3k
    @user-ri9fd8nf3k 10 місяців тому

    Mast nama

  • @kabitadas2250
    @kabitadas2250 11 місяців тому +1

    Sir bht dhuniya hoise❤ Krishna 🙏🏻

  • @birnaamdol_
    @birnaamdol_ Рік тому +2

    ধনীয়া পৰিবেশন

  • @jabapathak4992
    @jabapathak4992 Рік тому +1

    দাদা সেৱা জনালো।কৃষ্ণ কৃষ্ণ

  • @pratibharoy2374
    @pratibharoy2374 Рік тому +1

    Nakul da aponar naam sai agate naam goa manat porise, khub Vl lagse. Thank you

  • @assamesebeernaambarpeta8298
    @assamesebeernaambarpeta8298 10 місяців тому

    ধন্যবাদ চাৰ ইমান সুন্দৰ পৰিবেশন ।।। আগলৈকে ভাগবানে এনেকৈ ভক্তি প্ৰচাৰৰ বাবে আপোনাক শক্তি প্ৰদান কৰক।।।

  • @kandarpadas8365
    @kandarpadas8365 4 місяці тому

    Thank you Nakul.Bahut val lagise sampurna namtor video to diba dei please

  • @tinamonibora5141
    @tinamonibora5141 Рік тому +1

    Sir bahut dhunia hoise 🙏🙏

  • @nikondeka3789
    @nikondeka3789 Рік тому

    ছাৰ,ভক্তিভৰা সেৱা জনালোঁ।ইমান সুন্দৰ পৰিৱেশন চাই থাকিলেও হেপাহ নপলাই।লোকসংগীতৰ জগতত এনেকৈয়ে উজ্বল নক্ষত্ৰ হৈ জিলিকি থাকক।আপোনাৰ সৈতে সংগবৃন্দক ভগৱানে কুশলে ৰাখক।কৃষ্ণ।জয় গুৰু শংকৰ।

  • @himanibanikya8168
    @himanibanikya8168 11 місяців тому

    বহুত বহুত ভাল লাগি krishna ❤❤❤❤❤❤❤❤

  • @geetabaishya210
    @geetabaishya210 6 місяців тому

    কৃষ্ণ কৃষ্ণ🙏
    বৰ ভাল লাগিল 🙏

  • @kandarpadas8365
    @kandarpadas8365 4 місяці тому +1

    Bap pathak janar mobile numberto kindly dibson. Teor para sikib lagiya ase bahut