কৃষি বিপণন অনুসন্ধান তথ্য কোষ (AMIU) কি?

Поділитися
Вставка
  • Опубліковано 18 жов 2024
  • কৃষি বিপণন অনুসন্ধান তথ্য কোষ (AMIU) ৰ লক্ষ্য হৈছে:
    ১/ বজাৰত প্ৰচলিত মূল্য আৰু উচ্চ মূল্যৰ বজাৰৰ তথ্য উৎপদকসকলক প্ৰদান কৰি দৰদামৰ ক্ষমতা বৃদ্ধিৰ জৰিয়তে কৃষীসকলক তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ উন্নত মূল্য লাভ কৰাত সহায় কৰা।
    ২/ অসমৰ সকলো জিলাতে কৃষক সমাজলৈ তথ্যৰ স্বচ্ছতা, লাভজনকতা আৰু বজাৰৰ সুবিধা বৃদ্ধি কৰা।

КОМЕНТАРІ •