হাবুং বিহু হুঁচৰি দল-২০২১-ধেমাজি || পূব গুৱাহাটী বিহু সন্মিলনত দ্বিতীয় স্থান || Habung bihu group

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 410

  • @lathuhazarika6234
    @lathuhazarika6234 3 роки тому +13

    বহুত বহুত শুভেচ্ছা থাকিল হাবুং বিহু হুঁচৰি দলটি লৈ ৬ নম্বৰ বিহুৱা কানাই পানী ফুকন চাচনী এজন ভাল বিহুৱা

  • @TaruPhukan
    @TaruPhukan 3 роки тому +43

    বিহুবলীয়া আমি অসমীয়া…বহুত সুন্দৰ প্ৰদৰ্শন …মন ভৰি গ'ল হাবুং হুচৰি দল 🙏

  • @BiswajitDas-kb7gl
    @BiswajitDas-kb7gl 3 роки тому +25

    গাঁৰ নোম থিয় হৈ গৈছে । ইমান সুন্দৰ পৰিবেশন । কি কম দিঠকত চাব পালে আৰু শান্তি পালোঁ হৈ।।।।।।🙏🙏🙏🙏🙏 শেষত কওঁ বহুত বহুত ভাল লাগিল।।।।।

  • @rubigogoi9132
    @rubigogoi9132 3 роки тому +26

    অন্তৰ চুই যোৱা চকু চাতমৰা এই য়া আমাৰ বিহু আমাৰ গৌৰৱ। হাবু্্ হুঁচৰি দললৈ শুভেচ্ছা জনালোঁ লগতে অনুপম বিতুপন তোমালোক ক ৰঙা লী বিহুৰ শুভেচ্ছা জনালোঁ

    • @bknath704
      @bknath704 3 роки тому

      #Pakistani army # arrested two Indian .....ua-cam.com/video/rXkpxCjASmk/v-deo.html..

    • @bknath704
      @bknath704 3 роки тому +1

      #Pakistani army # arrested two Indian .....ua-cam.com/video/rXkpxCjASmk/v-deo.html..

  • @aspirant2357
    @aspirant2357 3 роки тому +6

    গাৰ নোম শিয়ঁৰি উঠা পৰিৱেশন। কি সুন্দৰ সকলোকে ভগৱানে মংগল কৰক, এইদৰে যেন আগলৈকে বিহু মাৰিবলৈ সুস্বাস্থ্য বান কৰি ৰাখক।

  • @manuranjandutta249
    @manuranjandutta249 3 роки тому +6

    বিহু নাম কেইটা কি ধুনীয়া ❣️
    Composition ❣️
    এনেকৈ উজ্বলি থাকক "হাবুং" ❣️
    #ধেমাজি❣️
    #গোৱাল ❣️

  • @MAKOUNIKX
    @MAKOUNIKX Рік тому +3

    নৈ পানী ধুনিয়া নীলা বৰণীয়া.... কি ধুনিয়া বিহু শুনিয়ে থাকিব মন যায় 💗❤️

  • @JGDASSAMESE
    @JGDASSAMESE 3 роки тому +10

    2021 চনৰ শ্ৰেষ্ঠ বিহু প্ৰদৰ্শন....নাচনী সকলে কি সুন্দৰকৈ কঁকাল ভাঙিছে চাই চাইও হেঁপাহ নপলাই...দলটোলৈ বহুত শুভেচ্ছা... আমাৰ হিয়াৰ আমঠু বিহুক এনেকৈ উজ্বলাই ৰাখক...

  • @shewalikhanikar7040
    @shewalikhanikar7040 2 роки тому +3

    আমাৰ গৌৰৱ ❤️❤️❤️❤️ গৰিমা বা বহুত ধোনিয়া লাগিছে ❣️❣️🌼

  • @entity8370
    @entity8370 3 роки тому +7

    Lakhimpur and Dhemaji are sisters district 💕💕love from lakhimpur 🥰🥰

  • @safiurrahman908
    @safiurrahman908 2 роки тому

    সুন্দৰ পৰিৱেশন সকলো দিশৰপৰা পৰা। কি কম হৃদয় চুই যোৱা এক অকল্পনীয় পৰিৱেশন সঁচাকৈ ................!!!

  • @rajibsaikia866
    @rajibsaikia866 3 роки тому +5

    বিহু হ'লে এনেকুৱাই হ'বই লাগে, অতি সুন্দৰ

  • @dipanka4332
    @dipanka4332 3 роки тому +36

    ধেমাজিৰ নাম ৰাখি গৈছে। বহুত ভাল লাগিলে। গোলাঘাটৰ পৰাও মৰম পঠিয়ালো।

  • @chakrachutia5789
    @chakrachutia5789 3 роки тому +6

    Dhemajiyan hisape gourab koru ane ati dol ase dhemajit. Jui.

  • @monishaphukan9343
    @monishaphukan9343 2 роки тому +8

    ধেমাজি জিলা 🙏❣️

  • @jaduranjandihingia8114
    @jaduranjandihingia8114 3 роки тому +9

    সুন্দৰ👍💕ধেমাজি গৌৰৱ😘

  • @bakuldas4633
    @bakuldas4633 2 роки тому +1

    ওফ কি সুন্দৰ । মন প্ৰাণ কাঢ়ি নিয়া এজোৰা বিহু ।

  • @BTS-ty3sh
    @BTS-ty3sh 3 роки тому +9

    সুন্দৰ উপস্থাপন।আমাৰ ধেমাজিৰ গৌৰৱ হাবুং হুচৰি।

    • @aparajitakonwar3013
      @aparajitakonwar3013 2 роки тому

      ভাল লাগিল । আহোম বুলি গৌৰৱান্বিত হৈ পৰিলোঁ ।

  • @axomicreation.1041
    @axomicreation.1041 2 роки тому

    Vaal lagil...bohut ...power of assamese

  • @bituranjanphukan8568
    @bituranjanphukan8568 3 роки тому +8

    সুন্দৰ ৷ অভিনন্দন জনালো ৷ হাবুং❤️

  • @mompichabukdhara1232
    @mompichabukdhara1232 2 роки тому +3

    আমাৰ ধেমাজি জিলা ❤️❤️❤️❤️❤️ বহুত ভাল লাগিছে দাদা বাইদউ ❤️❤️❤️

  • @papugogoi6928
    @papugogoi6928 3 роки тому +6

    Dhuniya lgise♥️😚 Madhuijya da (babu) mojahh♥️

    • @bknath704
      @bknath704 3 роки тому

      #Pakistani army # arrested two Indian .....ua-cam.com/video/rXkpxCjASmk/v-deo.html..

  • @junalibordoloi4239
    @junalibordoloi4239 3 роки тому +63

    ভাল লাগিলে বহুত । বিহুৰ পৰিবেশনৰ লগতে "হাবুং"ৰ যি বৈশিষ্ট্য সেয়াও নামৰ জৰিয়তে, জীয়াধল মৰিধল ক পৰিচয় কৰাই ধেমাজি ৰ গৌৰৱ কৰালে তাৰ বাবে অশেষ ধন্যবাদ । বিহুদলটিৰ উজ্জল ভৱিষ্যত কামনা কৰিছোঁ 👌👍🙏❤❤

  • @chirnjitbhuyan4886
    @chirnjitbhuyan4886 3 роки тому +11

    অতি সুন্দৰ প্ৰদৰ্শন উএাল মনৰ সৃষ্টি কৰাৰ এযোৱা হুঁচৰি , সুন্দৰ কণ্ঠ

  • @amarjyotipanging5234
    @amarjyotipanging5234 3 роки тому +3

    Love from dhemaji.... Jui jui.... Mjahhh joi ho dhemaji...

  • @souravsetm7334
    @souravsetm7334 3 роки тому +17

    নাম নিৰ্বাচনৰ ক্ষেত্ৰত মোৰ দৃষ্টিত ২০২১ ৰ শ্ৰেষ্ঠ বিহুদল।জয় হাবুং❤

  • @karabiburman1789
    @karabiburman1789 2 роки тому +2

    সুন্দৰ হৈছে বিহু জোৰা। গীতৰ সহায়ত এই কাহিনী বিলাক ৰসাল হৈ যায়। বিহুৱা সকললৈ মঙ্গল কামনা কৰিলো।(কৰবী ধেমাজি)।👌🙏

  • @gaworsuwali4798
    @gaworsuwali4798 3 роки тому +2

    Bohu dinor pira bisari bisari ... Aji paigolu sabole .... Bhal lagile ... ❤️❤️❤️

  • @krishnagogoi1657
    @krishnagogoi1657 2 роки тому +2

    সুন্দৰ পৰিৱেশন | বিহু দল টি লৈ মোৰ ফালৰ পৰা আগতীয়াকৈ ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলো |

  • @bandanabaruah798
    @bandanabaruah798 3 роки тому +1

    Habung ji habung bor moja husori dol bor val lagil👌👌👌

  • @dipamonigogoi6657
    @dipamonigogoi6657 3 роки тому +4

    Eman hundor hoise

  • @jayashreegogoi8569
    @jayashreegogoi8569 3 роки тому +3

    বহুত বহুত বহুত ধুনীয়া লাগিছে 😍😍🥰

  • @jandeka861
    @jandeka861 3 роки тому +3

    ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা থাকিল 🙏🙏🙏

  • @babeeboruah2088
    @babeeboruah2088 3 роки тому +15

    আমি জনাত হুচৰি সোমাই অহাৰ পিছত গৃহস্থ ই শৰাই দি হুচৰি আৰু বিহু গাবলৈ আবেদন কৰিলেহে সম্পূৰ্ণ হুচৰি গাই উঠি বিহু মাৰে। আজিকালি কেনেকৈ কৰে সলনি হৈছে চাগে।সুন্দৰ হৈছে । এনে চৰ্চা চলি থাকিব লাগে ।

    • @bknath704
      @bknath704 3 роки тому

      #Pakistani army # arrested two Indian .....ua-cam.com/video/rXkpxCjASmk/v-deo.html...

    • @souravsetm7334
      @souravsetm7334 3 роки тому

      এইয়া বিহু হুঁচৰি।বিহু হুঁচৰিত এইবোৰ নিয়ম নাই।আপুনি কোৱা নিয়মবোৰ হুঁচৰিতহে আছে।বিহু হুঁচৰি আৰু হুঁচৰিৰ মাজত পাৰ্থক্য আছে।

    • @babeeboruah2088
      @babeeboruah2088 3 роки тому

      @@souravsetm7334 বিহু হুচঁৰি, বিহু ৰ লগত জড়িত হৈ থকা হুচৰি নামনিত বেলেগ নেকি?? আমি আকৌ নেজানো দেই। আমি জনাত প্ৰথমে হুচঁৰি ধৰি বিহু গাবলৈ গৃহস্থ ৰ পৰা অনুমতি লয়। তেতিয়াহে বিহু মৰা হয় । হুচঁৰি নোহোৱাকৈ বিহু কেছেটত পায়, সংস্কৃতি ত নেপায় । আপুনি লীলা গগৈৰ অসমৰ লোক সংস্কৃতি বা বিষ্ণু ৰাভাৰ অসমীয়া সংস্কৃতি চাব। একো নহলেও বিহু সংখ্যা আলোচনী বোৰ চাব। আমি উজনিৰ টাই পৰম্পৰা ত চলি অহা বিহু কে অসমীয়া বিহু বুলি জানো। বিহু হুচঁৰি ৰ জন্ম ৰ বিষয়ে নেজানো ।

    • @souravsetm7334
      @souravsetm7334 3 роки тому +1

      @@babeeboruah2088 আপোনালোকে নাজানিলেও মানি ল'ব নোৱাৰিলেও বিহু সুৰক্ষা সমিতিয়েই ভাগ কৰি দিছে বহু বিতৰ্কৰ পাছত প্ৰতিযোগীতাৰ সুবিধাৰ্থে।গতিকে,প্ৰতিযোগী হিচাপে আমিও নিয়ম মানিবই লাগিব।বাকী লীলা গগৈ দেৱৰ বিহু,আমাৰ ককা আজুককাহঁতৰ বিহুৰ বৰ্তমান বিৱৰ্তন বা ক্ৰমবিকাশ হৈছে।অপ্ৰিয় সত্য,গ্ৰহন কৰিবলৈ আমিও বাধ্য।পৰম্পৰাগত হুঁচৰীত জোৰানাম আৰু নাচনীৰ স্থান নাই।কিন্তু বিহু হুঁচৰীত আছে।
      কেৱল কিতাপৰ চৰ্চাই পৰ্যাপ্ত নহয়।কিতাপত বিহুক কিছুৱে আহোমৰ সৃষ্টি কয় আৰু কিছুৱে চুতিয়াৰ।আহোমসকল ইয়ালৈ অহাৰ আগতেও বিহু আছিল।আচলতে বিহু চুতিয়াৰহে প্ৰথম সৃষ্টি যি পিছত আহোমৰ ৰাজকীয় পৃষ্ঠপোষকতাত ডাঙৰ দীঘল হ'ল।
      এতিয়া আমি নিয়ম উলংঘন কৰি প্ৰতিযোগীতা কৰিব নোৱাৰো।পদূলিত হৰি ধ্বনি দি প্ৰথম ঘোষা পদ জুৰি সামৰি লৈ পুনৰ হৰিধ্বনি দি গৃহস্থৰ পৰা অনুমতি লৈ বিহু যোজনা বা নাম গোৱাৰ নিয়ম আজিও পুৰুষৰ পৰম্পৰাগত হুঁচৰিত আছে।কিন্তু বিহু হুঁচৰীত নাই।বিহু হুচঁৰীত ঘোষা পদ গাই অনুমতি লোৱাৰ নিয়ম বাধ্যতামূলক নহয়।গতিকে,এইয়া আমাক কৈ লাভ নাই।বিহু সুৰক্ষা সমিতিয়ে যি কয় আমিও মানিবলৈ বাধ্য।
      ধন্যবাদ।বানান ভুল হ'লে ক্ষমিব।

    • @babeeboruah2088
      @babeeboruah2088 3 роки тому

      @@souravsetm7334 বিহু সুৰক্ষা সমিতি কোন হয় এই বিষয় ববীয়া সকল?? কত আছে এই নতুন নিয়ম কানুন??আপুনি ৰুবুল গগৈৰ বিহু চাব। মঞ্চ বিহু এটা বেলেগ বিষয় ।কিন্তু বিহু মানে আমাৰ জাতিটোৱে যেনেকৈ পালন কৰে সেয়া ই নিয়ম। নামনিৰ বিহু ৰ ভাঁজ বেলেগ । বিহু ত বিহু ৰ মুদ্ৰা পাক প্ৰকৃতিৰ অংগী ভংগীয়ে থাকে।প্ৰতিযোগিতা ই ধনৰ মূল্য ই বিহু ক পণ্য কৰাটোৱেই বৰ্তমান ৰ পৰিবৰ্তন ৰ নিয়ম।

  • @chawdggogoi8722
    @chawdggogoi8722 3 роки тому +2

    ভাল লাগিল অতি সুন্দৰ নিজকে ধেমাজী বোলি গৌৰোপ কৰিছোঁ।

  • @জুপিতৰাজোনাক

    খুব ভাল লাগিল । আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

  • @udayshankar3463
    @udayshankar3463 Рік тому +1

    ধুনীয়া 🙏

  • @borokhabora3043
    @borokhabora3043 3 роки тому +13

    বহুত ভাল লাগিল সন্মুখত বহি চাই থকাৰ দৰে লাগিছে

    • @bknath704
      @bknath704 3 роки тому

      #Pakistani army # arrested two Indian .....ua-cam.com/video/rXkpxCjASmk/v-deo.html..

  • @RashmiKonwar
    @RashmiKonwar 2 роки тому

    খুবেই সুন্দৰ প্ৰদৰ্শন

  • @Satyajit_412
    @Satyajit_412 2 роки тому

    অতি সুন্দৰ প্ৰদৰ্শন কৰিছে আপোনা লোকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ

  • @dipugogoi6614
    @dipugogoi6614 3 роки тому +3

    বিহু বলিয়া আমি,বহুত ভাল লাগিল ❤️❤️❤️

  • @dibyagogoi1418
    @dibyagogoi1418 2 роки тому

    Bohut bohut bhal lagil dhonyabad.

  • @jsvlogr5346
    @jsvlogr5346 2 роки тому

    Proud of all bihu group great singer Love from Dhemaji Simen chapori

  • @mileswarbhuyan367
    @mileswarbhuyan367 2 роки тому +1

    সুন্দৰ অতি সুন্দৰ

  • @minotisonowal604
    @minotisonowal604 2 роки тому

    বহুত বহুত ধন্যবাদেৰে

  • @samiranduttaofficial1364
    @samiranduttaofficial1364 3 роки тому +4

    Love Frm Silapathar Dhemaji 😍😍

  • @ridipgogoi4515
    @ridipgogoi4515 2 роки тому

    বৰ ধুনীয়া হৈছে

  • @narayansaikia2432
    @narayansaikia2432 3 роки тому +1

    বহুত বহুত শুভেচ্ছা থাকিল সকলোলৈকে এনেকৈ আগবাঢ়ি যোৱা ❤❤🥰🥰❤❤

  • @monjulahon7712
    @monjulahon7712 3 роки тому +1

    বহুত সুন্দৰ । চাই থাকিবলৈ মন যায় ।

  • @uttamcreation1593
    @uttamcreation1593 2 роки тому +7

    Love from Dhemaji ❤️✨😍🙏
    ❤️❤️❤️❤️❤️❤️❤️❤️

  • @damboruboruah6635
    @damboruboruah6635 2 роки тому +9

    বহুত সুন্দৰ হৈছে ❤❤❤। গোলাঘাৰ কাকডোঙাৰ পৰা বহাগ বিহুৰ শুভেচ্ছা জনালো 😍😍😘😘❤

  • @manashprotimsaikia3596
    @manashprotimsaikia3596 2 роки тому +2

    Love from dhemaji❤❤

  • @minakshikonch5303
    @minakshikonch5303 2 роки тому

    Val lagil Babul phulon (Kanai dai ) 2mr kontho ❤️❤️❤️❤️❤️❤️

  • @fluteminal538
    @fluteminal538 3 роки тому +14

    Love from lakhimapur 😍

    • @bknath704
      @bknath704 3 роки тому

      #Pakistani army # arrested two Indian .....ua-cam.com/video/rXkpxCjASmk/v-deo.html..

  • @socratesloing4754
    @socratesloing4754 3 роки тому +3

    সচাই ভাল লাগিল চাই দেই👌👌

  • @kalpaborah4594
    @kalpaborah4594 3 роки тому +1

    Bohut bohut dhonyabad dhemaji bihu dlok happy bihu

  • @mousumigogoi3099
    @mousumigogoi3099 2 роки тому

    Bohut vl lagil...abar nohoi dubar saisu...4m ghilamara

  • @rahulmohan8572
    @rahulmohan8572 3 роки тому +2

    They have Best batch in 2019❤️...this one also good 👍

  • @parthajkonch4928
    @parthajkonch4928 6 місяців тому +1

    mojaa ❤

  • @tiktok-ju7gb
    @tiktok-ju7gb 3 роки тому +6

    Bohut bohut dhuniya lagi se 😍

    • @bknath704
      @bknath704 3 роки тому

      #Pakistani army # arrested two Indian .....ua-cam.com/video/rXkpxCjASmk/v-deo.html..

  • @mainamiri5104
    @mainamiri5104 3 роки тому +2

    Bhut Val lagil sai ❤️❤️❤️

  • @pankajlahan7219
    @pankajlahan7219 3 роки тому +4

    গৰিমা গগৈ তুমি বহুত ধুনীয়া লাগিছে ।।

  • @Jms99
    @Jms99 2 роки тому +1

    অপূৰ্ব পৰিবেশন, শুভকামনা সদায় আছে আৰু সদায় থাকিব

  • @sonaramrajkhowa2562
    @sonaramrajkhowa2562 3 роки тому +2

    বাঃ অনেকুৱা বিহু প্ৰদৰ্শনে সচাকৈয়ে আনন্দত মন -প্ৰাণ পুলকিত কৰি দূখ- ভাগৰ নিমিষতে অন্ত পেলায় ।

  • @kabitadeka9331
    @kabitadeka9331 2 роки тому

    বহত ভাল লাগিল। সুন্দৰ ভবিষ্যৎ কামনা কৰিলো।

  • @bhashkarjyotikonch8285
    @bhashkarjyotikonch8285 2 роки тому

    Love From Dhemaji Machkhowa

  • @theassamesesocialmediaapp3010
    @theassamesesocialmediaapp3010 3 роки тому +1

    বৰ ভাল লাগিল দেই।। হাবুং হুচৰি দলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।

  • @pinkiphukan6637
    @pinkiphukan6637 3 роки тому +1

    ধেমাজীয়ান। ধেমাজি গৌৰৱ

  • @mamonidevi617
    @mamonidevi617 2 роки тому +1

    Bor sundor mon pran jur pori jai nachoni aru dhulia konthoswer bor swola

  • @tony2.06
    @tony2.06 2 роки тому +1

    Dhemaji pra mrm💓🤗

  • @lovewithpdas4815
    @lovewithpdas4815 3 роки тому +2

    যিমান চালেও আমনি নালাগে ।
    জয় আই অসম।

  • @drbokantsaikia2389
    @drbokantsaikia2389 2 роки тому +1

    মজা কানাই দা

  • @harenchnath853
    @harenchnath853 3 роки тому +2

    Bohut dhunia hoise sai val lagil

  • @durlovdutta8582
    @durlovdutta8582 3 роки тому +3

    Outstanding.we are proud of our rich culture.
    .

  • @devajitgogoi2828
    @devajitgogoi2828 2 роки тому +1

    অতি সুন্দৰ

  • @dibyajyotisaikia8624
    @dibyajyotisaikia8624 3 роки тому +1

    বৰ সুন্দৰ । বহুত বাৰে চাইছোঁ

  • @axomiyasuwalijusmi9137
    @axomiyasuwalijusmi9137 2 роки тому

    Hundor Nas ...hundor nam...hundor poribekhon.... Dhoinnobad bitupon da apuni amaloi emn dhuniya dhuniya vidio bur aag bohai.... ...jwa basoror bihu moi eyi bosor saisu...🥰jiki nohok bor Val lagil...agotiyakoi bohag bihur hiyavora huvesha jasilu... Betuda🎉

  • @pinkupinkugogoi3226
    @pinkupinkugogoi3226 2 роки тому +1

    Bahut bhal lagil sai

  • @porinitagogoi8591
    @porinitagogoi8591 3 роки тому +3

    Bohut Val lagil sai aru ag bahe juwa tara kamona korisu best of luck

  • @hemontadekant3277
    @hemontadekant3277 3 роки тому +1

    Dhemaji logote Amar lakhimpur r gourob ... Bhut Val lagil dei❤️

  • @prafullagohain5383
    @prafullagohain5383 3 роки тому +7

    Mojja Love from Dhemaji

    • @bknath704
      @bknath704 3 роки тому

      #Pakistani army # arrested two Indian .....ua-cam.com/video/rXkpxCjASmk/v-deo.html..

  • @pinakpanibarthakur881
    @pinakpanibarthakur881 3 роки тому +1

    Ki je xundor poribexon.. Habung Bihu awesome..👍👌.. Thanks Anupom Bitupon channel for bringing such awesome Bihus before us..👌👍

  • @pchutia8120
    @pchutia8120 3 роки тому +2

    বহুত বহুত ভাল লাগিল

  • @juriborah5396
    @juriborah5396 3 роки тому +1

    Xdai dint abr hlew saw Bihu ti.... Bht vl lge... Bht bht mrm apnlkr le... Love from Udalguri... Mn jai mro husari Bihu krible... Amr efalew ahib aplkr Bihu paribekhn krib bht bsi vl pb ahi.... ❤❤❤❤❤

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 3 роки тому +1

    ধেমাজিৰ হাবুং বিহু হুঁচৰি দললৈ বহুত বহুত ধন্যবাদ !ভাল লাগিল চাই ..👍👍👍

  • @dharitriphukan2495
    @dharitriphukan2495 2 роки тому

    Dhunia Hoisy Amr Dhemaji Gourav

  • @theboy4773
    @theboy4773 3 роки тому +1

    our pride..dhemajian💙💙💙

  • @gamingwitharindom5655
    @gamingwitharindom5655 3 роки тому +3

    অতি সুন্দৰ প্ৰদৰ্শন🥰🥰🥰🥰

  • @debashreenath8605
    @debashreenath8605 3 роки тому +6

    Eman dhunia bihu❤️

  • @fluteminal538
    @fluteminal538 3 роки тому +6

    Habung❤🥰😍😍😍😍🙏

    • @bknath704
      @bknath704 3 роки тому

      #Pakistani army # arrested two Indian .....ua-cam.com/video/rXkpxCjASmk/v-deo.html..

  • @Ritu_Gaming111
    @Ritu_Gaming111 3 роки тому +1

    Bought dhuiyaa hoisa 🙏🏼🙏🏼🙏🏼

  • @krishnagogoi5193
    @krishnagogoi5193 3 роки тому +2

    Eman duniya lagile ❤️❤️

  • @rajunarah4716
    @rajunarah4716 3 роки тому +2

    Love From Dhemaji 💗💗💗

  • @udiptamoran4717
    @udiptamoran4717 2 роки тому +1

    Gorima vonti hundor

  • @jharnagogoihandique2218
    @jharnagogoihandique2218 3 роки тому

    বৰ সুন্দৰ সঁচাই মন ভৰি গ'ল।

  • @nitulgogoi1061
    @nitulgogoi1061 3 роки тому +1

    Dhemaji babe 👍👍👍👍👍

  • @rinimedhi3590
    @rinimedhi3590 3 роки тому +1

    Bhut bhut dhunia hoise bihu👍👍👍

    • @dhiresborah559
      @dhiresborah559 2 роки тому

      ক কহহৰতৌত্রড়়যয়় চকৰজ্ঞকদকদ়সগৰদকজ্ঞকজ্ঞজ্ঞজ্ঞত্রতকতজ্ঞসদসজ্ঞৰু

  • @bhabeshchangmai5398
    @bhabeshchangmai5398 3 роки тому +1

    সুন্দৰ লাগিল , 👍👍👍🙏

  • @mintudhemaji6686
    @mintudhemaji6686 3 роки тому +3

    ধেমাজি হাবুং হুচৰি বিহু দলটি অমৰ হওক ,,, প্ৰত্যেক জন বিহুৱা বিহুৱতী বহুত বহুত মৰম যাছিলো আপোনালোকে আমাৰ সংক্সৃতিবোৰ জীয়াই ৰাখিব ,,,, আমাৰ গুৰু মন্টু গগৈ দাদা আমিও এইবছৰ ধেমাজি শ্ৰীপানি আঞ্চলিক হৈ বিহুৱান হুঁচৰি বিহু দল এটা উলাইছিলো মন্টু দা প্ৰশিক্ষক আছিল লগতে হাবুং হুঁচৰি দলটি আমাৰ প্ৰশিক্ষক আছিল আশা কৰো আমিও এদিন এনেকোৱ এখন মঞ্চ গচকিবলৈ পাম ,,,

  • @amulyachetia6131
    @amulyachetia6131 3 роки тому +2

    Bar val ligise dei