মোক সহায় কৰি জীৱনটো পোহৰাই তোলক, মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান মেধাৱী ছাত্ৰী অংকিতাৰ

Поділитися
Вставка
  • Опубліковано 17 тра 2024
  • 📌মোক সহায় কৰি জীৱনটো পোহৰাই তোলক। মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান বোকাখাতৰ মেধাৱী ছাত্ৰী অংকিতাৰ। মনত জগত জিনাৰ দুৰ্বাৰ হেঁপাহ। কিন্তু শৰীৰৰ এক জটিল ৰোগে থমকি ৰ’বলৈ বাধ্য কৰিছে মেধাৱী ছাত্ৰী অংকিতাক। গেলামালৰ দোকান দিয়া পিতৃয়ে ধাৰ-ঋণ কৰি চিকিৎসা কৰিছে জীয়ৰীৰ।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 1

  • @vk18110
    @vk18110 21 день тому +2

    You will definitely win champ👍👍👍