Bahut enjoy korilu dei geet tu..Barpetia bikhyat Holi utsab mela ,Alu bhaja,Dim bhajar Kotha hunile Mon utola hoi jai. Kunuba dina nichoi Holi mela Sam goi..moi north lakhimpur or..
অহা বছৰ আহিব আমাৰ বৰপেটাৰ প্ৰাণৰ হোলীত ৷ আহিলে বুজি পাব কি অনুভৱ ? আহিলে মোৰ জনাব ৷ সকলো থকা খোৱাৰ ব্যৱস্থা কৰিব পাৰিব ৷ ধন্যবাদ ৷ Share কৰি দিব এই হোলী গীতটো ৷
বৰপেটা আৰু হোলীগীতৰ মাদকতা ।।
মাঘ বিহু শেষ হ'ল, সকলোৰে মূখে মূখে "দেউল আহিল আৰ" , বজাৰৰ দোকানবোৰত ইতিমধ্যে হোলী গীত বজোৱা আৰম্ভ হৈ গৈছে , লাহে লাহে ফাগুন পৰিল, ফাগুনৰ মলয়া বতাহজাকে ফাঁকুৱাৰ জাননী দি গৈছে।
"আজি কিনু বাতৰি আনি,
দিলে বাসন্তি ৰাণী,
যায় প্ৰাণ ক'লৈ উৰি উৰি"
প্ৰাণ আজি কীৰ্তনঘৰলৈ হে উৰি যায় কাৰন আবেলিৰ পৰা কীৰ্তনঘৰত হোলী গোৱা আৰম্ভ হৈ গৈছে। ঘৰৰ পৰা দূৰত থকা বৰপেটাৰ মানুহে ভালকৈ জানে ফাগুনৰ বতৰে মনত কেনেকুৱা উগুল থুগুল লগাই , ঘৰ আৰু ফাগুনীয়া বৰপেটাৰ পৰিৱেশ কিমান বেয়াকৈ মনত পৰি থাকে। দেউললৈ মাথো কেইটামান দিন বাকি, আপুনি বৰপেটাৰ ডেকাৰ পৰা বুঢ়া সকলোৰে মোবাইলতো অকল হোলীগীতহে বাজি থকা শুনা পাব, ৰাতি ৰাতি Sad Songs শুনা Depressed ল'ৰা ছোৱালীও ৰাতি Headphoneত হোলীগীতহে শুনে, দেউলৰ সময় আৰু এই হোলীগীতসমূহে যেন সকলো দূখ- কষ্ট , Depression, Anxiety etc উৰুৱাই লৈ যায়। বৰপেটাৰ হাটীয়ে হাটীয়ে হোলীগীত প্ৰতিযোগীতাৰ সময়, ৬-৭ বছৰীয়া সৰু সৰু ল'ৰা ছোৱালী মাক দেউতাকৰ লগত হোলীগীত কৰ্মশালালৈ গৈ থকা সময়ত ৰাস্তাই ৰাস্তাই গোলীগীতৰ হাতচাপৰি আৰু Lyrics মনত কৰি যোৱা দৃশ্য বহুত দেখিব। ৰাতি ৰাতি সকলো ডেকা মিলি হাটীৰ চ'কত আড্ডা এৰি হোলীগীত গাব লৈছে , কীৰ্তনঘৰৰ দালনৰ কথাটো নকওয়ে ৰাতিপুৱা হৈ যাই হোলীগীত গোৱা শেষ নহয় । দেউল আহি পালেহি দিনে ৰাতি হাটীয়ে হাটিয়ে অকল হোলীগীত হোলীগীত আৰু হোলীগীত ।
শ্ৰী শ্ৰী মাধৱ দেৱ বিৰচিত "প্ৰকৃতি পুৰুষ" সকলোতকৈ জনপ্ৰিয় হোলীগীত।
গন্ধ যাত্ৰা, ভৰদেউলৰ পিছত শেষৰ দিনাখন "সুৱেৰী" (ফাঁকুৱা)। বাটে বাটে একো একোটা দলে হোলাগীতৰ তালে নাচি নাচি হোলী উদযাপন কৰি আছে।
"আজি ৰঙে ৰঙে একাকাৰ
আহা ভাই খেলো হোলী
মিলি সৱে প্ৰাণে প্ৰাণ"
চিনাকি অচিনাকি আজি সকলো ভাই ভাই আৰু একলগ হৈ হোলীগীতত মগন। ক্ৰমাত আবেলি হ'ব ধৰিছে গোঁসাইক হেকেটা খুৱাবলৈ লৈ গৈছে, সত্ৰৰ চৌহদত হাজাৰ হাজাৰ ভক্ত , সত্ৰৰ আকাশ বতাহ ফাকুৰে ৰঙীন
এনেতে গোঁসাই আহি সত্ৰৰ দালনত উপস্থিত হৈছে , লগে লগে বাজি উঠিছে
"কানাই আহিলো হে
কানাই আহিলো হে
ঘুনুচাক চাৰি কৃষ্ণ আহিলো হে!!!"
( Goosebumps Moment)
গোঁসাইক সত্ৰৰ মূল নামঘৰৰ চাৰিওফালে সাত পাক ঘূৰাই আছে , পিছে পিছে শত শত ভক্তই হোলাগীতৰ তালে তালে নাচি গৈ আছে ।
"মনে প্ৰাণে হৰিৰ নাম
হোলী খেলো অবিৰাম
উতলা ফাগুনে নাচে
বৰপেটা বৰধাম "
গোঁসাই সত্ৰৰ মূল নামঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে দৌলমহোৎসৱৰ সামৰণি পৰে আৰু লগে লগে স্তব্ধ হৈ পৰে হোলীগীতো । বৰপেটাবাসীৰ মনত দূখ, দেহত ভাগৰ , মাত ভাঙি অৱস্থা নাই তথাপিও দুই এজনে ধুলকিটো বজাই বজাই শেষ হোৱা দেউলৰ পিছতো গাই আছে "যাবা নেদু যাবা নেদু" , এক নান্দনিক দৃশ্য।
আহিব এইবাৰ হোলীত সত্ৰনগৰীলৈ, সত্ৰীয়া পৰম্পৰাৰে হোলী গীতৰ তালে তালে নাচি এক সূমধূৰ স্মৃতি লৈ যাব ঘৰলৈ ।
Apuni kot thaka
@@parthapratimdas.viic.2873 সত্ৰ নগৰী বৰপেটাৰ বাসিন্দা মই এজন ৷
বৰপেটা হোলী জিন্দাবাদ ৷ বৰপেটাবাসী হিচাপে গৌৰৱান্বিত
এ মজা ...
মজা
বহুত ভাল লাগছি
Barpeta holi is the best...
Bahut enjoy korilu dei geet tu..Barpetia bikhyat Holi utsab mela ,Alu bhaja,Dim bhajar Kotha hunile Mon utola hoi jai. Kunuba dina nichoi Holi mela Sam goi..moi north lakhimpur or..
অহা বছৰ আহিব আমাৰ বৰপেটাৰ প্ৰাণৰ হোলীত ৷ আহিলে বুজি পাব কি অনুভৱ ? আহিলে মোৰ জনাব ৷ সকলো থকা খোৱাৰ ব্যৱস্থা কৰিব পাৰিব ৷ ধন্যবাদ ৷ Share কৰি দিব এই হোলী গীতটো ৷
@@GirijaNandaDas হ্ব যাম গলে জণাম,share কৰিম বাৰু
Zjg
Waaaaaaw mza
Borhiya dada aibar Holi miss korim ...
Borhiya
Borhiya lagise
Borpeta Holi sowa abar bohut etssa ase nissoi jam abar holeo..
Wao
Borhiya lagsi proud to be a barpeita
Koila Baba Ki Jay 🙏🙏🧡🔱🧡🔱🧡🔱❤️🔱🧡🙏🕉️🚩🕉️🚩♥️🧡🔱🧡🔱🧡🔱🔱🧡🙏❤️🙏❤️🕉️🧡🕉️🕉️🕉️🚩
Holi Aamar Pran.
MOJA..
Sokolo Barpetabashik antarik dhoinaybad
Jay Shree Radha Krishna 🕉️🔱❤️🔱🙏🔱♥️🔱♥️🧡♥️🔱🙏🕉️🔱🕉️🔱🙏🧡♥️🧡🙏🙏🧡🕉️❤️🚩🧡🧡🚩🧡🚩
Aahi aase..
😍 ৰং দিয়ানা,,থলুৱা গীতৰ মাদকতাই সুকীয়া৷এবাৰ বৰপেটাৰ হোলি চোৱাৰ বহুত ইচ্ছা আছে৷
ahi jaba ebar holir moja loi
Ahibo barpeta t ami local manuh barpetar
Ahivo sai vl pbo
Yes borpeta Holi...ketiaba jabo lagibo..Mon ase
Ahiba😊 moi borpetar
Tamam..hpy holi
থলুৱা ভাষাত হোলী গীত বহয়ঢ়া লাগছি।
এ মজা ৷ আনন্দ দিয়া হে কইলা বাবা ৷😊😊😊
Happy Holi 2023
Moja holi 2020
কইলা বাবা কি জয়।
Ahil ar deul😍
Nice Holi
বঢ়িয়া লাগিছে।
Kanti bhai great, madokotamoi
Koila Baba ki jai❤️
Moja
👏👏
দৌল তথা হোলীতে গম পোৱা যায় বৰপেটাৰ মানুহৰ অতিথিপৰায়ণতা মানুহৰ Proti থকা মৰম চেনেহ . বৰপেটাৰ মানুহ এনেকুৱা যিমান দুখীয়া হলেও দৌলত ঘৰত আলহী অতিথি আহিলে নিজে নাখায় হলেও খুৱাব দৰকাৰ হলে নিজে মাটিত বাগৰ দিব অতিথিক ভালদৰে আদৰ সাদৰ কৰি ৰাখিব. সেইবাবে বহু দূৰণিৰ পৰা মানুহ আহি আলহী অতিথিৰে বৰপেটাৰ মানুহৰ ঘৰ ভৰি থাকে . দৌলৰ কেইটাদিন বৰপেটাৰ মানুহৰ ঘৰ বোৰ বিয়াৰ দৰে উখল মাখল হৈ থাকে.🙏🙏🙏🙏🙏🙏🙏
This year best assamese holi song
ধন্যবাদ ৷ কইলা বাবা কি জয় ৷
Moja holi
গেল দৌল।
Koi la baba ki Jay💓🙏
আনন্দ দিয়া হে কৈলা বাবা 😊
Happy holi a moja
Awesome
Love from dhemaji ❤️💌
Nice
Ki kom vakha Ni hittt ❤️❤️❤️❤️
ভাল লাগিল । পাৰে যদি কীৰ্তন ঘৰৰ প্ৰসংগ দিব চোন।
1:31😂😂😂😂😂😂
😊😊😊😊😊😊 হেপী হোলী ৷
my favourite song holi geet
Nic song
Thiyo diba place nai iman manhu hoi barpeta t suwari r dina
2023 ibar goi vl lagisil barprta t suwari r dina🥺💓🙏🙏
Proud Barpetiya 😌😌😌😍😍😍
Happy holi
😊😊😊😊😊
Ami local Barpetiya suwali
Biya patim 2nk
😊😊😊😊😊😊Holi aamar holi
Holi amar pranar holi he
Moja. 2021 t kune kune saisa ?
O S M😙😙
holi he nice video
Khati barpeta
সুন্দৰ।।। বৰপেইটা হোলি ❤
👌👌👌👌👌
Zdsudsfdfyfdf
মজা লাগিছে বৰপেটা থলুৱা হোলী গীতটো শুনি
আপোনালোকে বৰপেইটা আমাৰ ভাষাৰ হোলীৰ মজা লওঁক ৷
👍🏻👍🏻
Duel ahi asa
VERY BEAUTIFUL
Happy❤ holli❤
Happy Holi 💕💕💕🎶🎶🎶🎶🎶
Happy Holi 🥳🥳🥳
😍
Nice Holi song 2022 💓💓💓💓
Jay Shree Krishna 🧡🕉️♥️🧡🕉️🧡🙏🧡🙏🔱🕉️🧡❤️♥️🚩🕉️🧡🙏🧡🙏🧡🙏🧡🕉️🔱🕉️❤️🧡🔱🚩🔱🔱🚩
Dholak bojuwa jonor naam Tu jonabo neki?
দেউল আহিল মাঠো মাজত ২০ টা দিন
আহা আহা আমাক ৰং দিয়ানা ?
Happy holi sat
Mojjjjjjjjaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaaahhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhhh
থলুৱা ভাষাৰ আৰু গীত uplod কৰিবচোন....
যোৱাকালি আপলোড কৰিছো ৷ চাই কেনে পালে মতামত দিব ৷
Ya ma hu aur ya mored hai
Tumi dipu das K Sini poa ne
মোৰ লগৰ ছলি দিপু ৷ কিয় ?
@@GirijaNandaDas if u have konti daa's pH no then plz send me plz
Samir
Moja
Nice holi
Happy Holi
Samir