মহিলা চৰিত্ৰৰ বলিষ্ঠ অভিনেতা- সদা | বহু নতুন অভিনেতাৰ আদৰ্শ | Sinaki #07 | Vauna | Vaona | Bhauna

Поділитися
Вставка
  • Опубліковано 31 гру 2024

КОМЕНТАРІ • 62

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 6 місяців тому +2

    এখেতৰ বৰ সুন্দৰ অভিনয় এই যাত্ৰা সফল হ ওক ভাল লাগে

  • @latukalita3457
    @latukalita3457 Рік тому +4

    খুবেই ভাল লাগিল। সদা দাৰ দেউতাকে গুৱাপান লৈ ৰাইজলৈ নিজৰ সন্তানক আগুৱাই দিয়া কথাষাৰে হৃদয় স্পৰ্শ কৰিলে। সদা দা অনুপ্ৰেৰণা হৈ ৰওক সকলোৰে❤

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 6 місяців тому +2

    আপোনাৰ দেউতা মহান মনৰ মানুহ আছিল ঈশ্বৰে দীঘায়ু কৰক আপোনাক শুনি ভাল লাগিল

  • @junmrinal7576
    @junmrinal7576 Рік тому +3

    যুক্তিসংগত কথা প্ৰকাশ কৰিলা সদা দা ।

  • @anshumanlahon9507
    @anshumanlahon9507 Рік тому +1

    ভাল লাগিল 👏👏👏

  • @sourovburagohain4538
    @sourovburagohain4538 Рік тому

    Thank you hada da vl lagil apunar video ti ....aru ag bahi jaok

  • @anjusaikia2483
    @anjusaikia2483 Рік тому

    ভাল লাগিল🙏

  • @bishawjitdutta437
    @bishawjitdutta437 Рік тому

    Hundor.vl lgil ❤️

  • @mainasaikiaassam5445
    @mainasaikiaassam5445 Рік тому

    বৰ ধুনীয়া কৈ কৈছে কথা বোৰৰ ভাল লাগিল

  • @Limashree-kb8xb
    @Limashree-kb8xb Рік тому +1

    ভাল লাগিল অবিনাশ তোমাল লগত অভিনয় কৰা মুহুত্ববোৰ আজিও মনত আছে।❤

  • @njproduction900
    @njproduction900 Рік тому

    বহুখিনি ভাল কথা কৈছে ৷
    কিন্ত তাৰে মাজত ক’লে যে চৰিত্ৰটো কেনেকুৱা মানুহে অভিনয় কৰিছে তাত কে অভিনয় চাব লাগে বুলি ৷
    অভিনয়টো চাব লাগিব ৷কিন্ত প্ৰতিটো চৰিত্ৰ এটা বৈশিষ্ট্য আছে ৷ গতিকে উপস্থাপন চৰিত্ৰটো লগত মানুহজন মিলিছে নাই সেইটো নাচালে কেনেকে হ’ব ৷
    অগ্নিগড় পাৰ হোৱা লগে লগেই মানুহে দেখি কব লাগিব যে এইজন আমোক চৰিত্ৰ হ’ব ৷

  • @ankurboruah8273
    @ankurboruah8273 Рік тому

    Mojjja দেই ❤️❤️

  • @axomialoramoibhargob
    @axomialoramoibhargob Рік тому +1

    সদা দাৰ অভিনয় মানিবলগীয়া। সদা দাৰ লগত অভিনয় কৰি সুবেই ভাল লাগে ❤। সুন্দৰকৈ উপস্হাপন কৰে

  • @jutichetia2018
    @jutichetia2018 Рік тому

    Hoda da tumi ,🔥🔥🔥🔥🔥

  • @bhargavboruahboruah598
    @bhargavboruahboruah598 Рік тому

    বহুত সুন্দৰ হৈছে সদা দাদা

  • @Fusicomedyofficial
    @Fusicomedyofficial Рік тому +1

    Val lagil monar kotha kola

  • @UtpalBahai-rm9yo
    @UtpalBahai-rm9yo Рік тому

    Hosa kotha apunar ovinoi sai val lage

  • @biswajitborahyt7908
    @biswajitborahyt7908 Рік тому +1

    Mama❤️

  • @jibonnath6395
    @jibonnath6395 Рік тому

    Vl lgil

  • @debankasentertainment7362
    @debankasentertainment7362 Рік тому +2

    গাওঁ খনৰ লগতে অঞ্চলটোৰ গৌৰৱ আমাৰ সদা ককাই,, ভাল লাগিল

  • @rupamtamulikaku6271
    @rupamtamulikaku6271 Рік тому +1

    সদা দা তোমাৰ ব্যক্তিত্ব আৰু তোমাৰ অভিনয় খুৱ প্ৰিয় মোৰ ❤ সদায় ভালে থাকা❤🎉

  • @karobisaikia3548
    @karobisaikia3548 Рік тому +1

    তেওঁ অভিনয় মোৰ বৰ পীয় ❤❤

  • @siddharthahatimuria1338
    @siddharthahatimuria1338 Рік тому

    সদা দাৰ অভিনয় চাই ভাল লাগে❤

  • @pocojieditzgaming2453
    @pocojieditzgaming2453 Рік тому

    Hoda da 💥👍

  • @sattriyasanskritikukildutt8669

    সুন্দৰ সদা

  • @axomiyadrama0455
    @axomiyadrama0455 Рік тому

    সুন্দৰ 🙏🙏🙏

  • @BikramBaruah-jz8ve
    @BikramBaruah-jz8ve Рік тому

    সুন্দৰ

  • @ranihazarika7116
    @ranihazarika7116 Рік тому

    Hoda mama ❤️

  • @subhashborboruah6895
    @subhashborboruah6895 Рік тому

    যুক্তিসংগত❤

  • @bitupandas2280
    @bitupandas2280 Рік тому

    Hoda da ❤️

  • @bastovb.4265
    @bastovb.4265 Рік тому

    Hoda da 💥

  • @kukildowarahofficial
    @kukildowarahofficial Рік тому

    Hoda da ❤

  • @sachindutta9405
    @sachindutta9405 Рік тому

    যথেষ্ট গঠনমূলক মন্তব্য , ভাল পালোঁ শুনি# সদা দা

  • @ankurboruah8273
    @ankurboruah8273 Рік тому

    বিষ্ণু বৰা ৰ লাগে দেই ,, তেঁও মোৰ খুব প্ৰিয় ,,, আগ্ৰহেৰে বাট চাই আছোঁ

  • @achyutneog5909
    @achyutneog5909 Рік тому +1

    Ankur saikia interview pam buli akha korilu

  • @nakuldasofficial9304
    @nakuldasofficial9304 Рік тому

    ❤❤

  • @dipakelectrical1131
    @dipakelectrical1131 Рік тому

    right ✅️

  • @bhargabgogoi8767
    @bhargabgogoi8767 Рік тому

    Prahlad kokai Hoda kokai🔥❣️

  • @axomialoramoibhargob
    @axomialoramoibhargob Рік тому +2

    জীৱনজ্যোতি দা‌, দীপাংকৰ দা ৰ সাক্ষাৎকাৰ‌ লাগে।

  • @priyankuborah6132
    @priyankuborah6132 Рік тому +3

    Mohesh Boah... Dipen Dutta... Dipankor(Godo)... Pranjit Bhorali(Ranga)... Latumoni Saikia... ভাওনা জগতৰ এইকেইজন বলিষ্ঠ অভিনেতাৰ interveiw apunr video t Dekha pam buli Aakha Thakil❤.....

    • @madhurjyaborah8814
      @madhurjyaborah8814 Рік тому

      দাদা, অনুগ্ৰহ কৰি অঙ্কুৰ শইকীয়া আৰু বিষ্ণু বৰা দেৱৰ এটা Interview দিব চোন,অপেক্ষা মাথোঁ সেই দিনটোলৈ 🙏🙏🙏🙏

    • @PMBMix
      @PMBMix  Рік тому

      ধৈৰ্যৰ ফল সদায় মিঠা😊

    • @PMBMix
      @PMBMix  Рік тому

      Aji lom bhabisilu... Kintu aji teu Digboi gol... Next week try korim sure

  • @lukumonisaikia6881
    @lukumonisaikia6881 4 місяці тому

    টীয়কৰ ৰঞ্জন দত্তক আনিব

  • @utpalsaikia654
    @utpalsaikia654 Рік тому

    সহজ সৰল ভাল মনৰ ব্যক্তি সদা দা।♥️🙏

  • @JishuBoruah-z6f
    @JishuBoruah-z6f Рік тому

    Pankaj dutta dadak lage mohila soritra kora

  • @ManashjyotiDas-bj8kw
    @ManashjyotiDas-bj8kw Рік тому

    কাইলৈ লগ পাম আমাৰ শংখনিনাদ নাট্যগোটীত

  • @anshumansarmahsarmah5697
    @anshumansarmahsarmah5697 9 місяців тому +1

    নাৰী চৰিত্ৰৰ বিতুপন কাকতি , গায়ন যদু দত্ত ,লুলু নেওগ এই কেইজন ব্যক্তিক চিনাকি অনুস্থান লৈ আনিব চোন

    • @PMBMix
      @PMBMix  9 місяців тому

      যদু দত্তক আশা নকৰা ভাল... বাকী কেইজনক নিশ্চয় আনিম...

    • @anshumansarmahsarmah5697
      @anshumansarmahsarmah5697 9 місяців тому

      @@PMBMix কিয়

    • @PMBMix
      @PMBMix  9 місяців тому

      তেওঁ কেমেৰাৰ আগত ওলাবলৈ বেয়া পাইছে

    • @anshumansarmahsarmah5697
      @anshumansarmahsarmah5697 9 місяців тому

      @@PMBMixতেওঁক ভাল লাগে কাৰণে হে কৈছিলো , সেই বুলি আকৌ চেষ্টা এটা চলাব বুলি আশা কৰিলো

  • @madhujyasaikia5078
    @madhujyasaikia5078 Рік тому

    Pranjit gayan r interview lage

  • @Dutta.S
    @Dutta.S Рік тому

    Sabitri satyavan khon ndie nki

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 6 місяців тому +1

    সচা কথা অভিনয় হে আচল গুৰুত্ব দিব লাগে ল'ৰা ছোৱালী কথা নাই ধুনীয়া টো চাব নেলাগে বিচাৰক সকলে

  • @manashsaikia1006
    @manashsaikia1006 Рік тому

    Simanta kolita (dangor Jaan da ) interview lobo

  • @prasantabaruah1728
    @prasantabaruah1728 Рік тому +1

    Akdom hosa khota kisoman besaroka sahara sai acting nasai

  • @madhusmitasaikia7580
    @madhusmitasaikia7580 Рік тому

    Hoda da❤❤

  • @alponaboiragi
    @alponaboiragi Рік тому

    Hoda da 🔥🔥

  • @parthapratimborboruah6959
    @parthapratimborboruah6959 Рік тому

    Hoda da🔥