চুমিৰ কাষত এতিয়া কোনো নাই

Поділитися
Вставка
  • Опубліковано 16 вер 2024
  • ▶️ চুমিৰ কাষত এতিয়া কোনো নাই
    ▶️ চুমিয়ে আৰু নোৱাৰিব
    ▶️ সকলো শেষ
    ▶️ বিশালে কিবা ভুল কৰিছে, গমেই নাপায় হেনো চুমিয়ে

КОМЕНТАРІ • 987

  • @poransonowal-gu1sc
    @poransonowal-gu1sc 5 днів тому +315

    তোক আমাৰ ডিব্ৰুগড়ৰ কোনো অনুস্থানলৈ নমতাৰ কাৰণ হ'ল তোৰ অহংকাৰ ৷ আৰু তোক মতাতকৈ ৰাণু মণ্ডলক মতাই শ্ৰেয় ৷ চুৰুণী কেলা ৷

  • @NitumoniChangmai-vd1kn
    @NitumoniChangmai-vd1kn 5 днів тому +64

    লোভেই পাপ, পাপেই বিস্কুট 😂

  • @jiitofficial3131
    @jiitofficial3131 5 днів тому +166

    3 কোটি টকা দি বিয়া , birthday ত 2.লাখ দি teddy bear 😅 দামী দামী গাড়ী বোৰ টো আছেই, বাকী বিদেশ ভ্ৰমণৰ কথা নকওঁ,এইবোৰ হাজিৰা কৰি হে দিছে বিশালে 🙂

    • @puronpayeng7151
      @puronpayeng7151 5 днів тому +17

      বিশাল সৰু লৰা , একো নাজানে , ভুল হব পাৰে 😂😂😂 ডুবাই ট্ৰিপ লৈ নিব পাৰে 😅😅😅

    • @pallabsaikia8075
      @pallabsaikia8075 5 днів тому

      😂

    • @Munni589
      @Munni589 5 днів тому

      Bishal xoru kora xoru kora toka imn kot pale bayekok gift dibo imn close hoi toka kor pora nuhudhile ne imn o Misa matibo nepai o baideu kotha koute olp vabibo aru

    • @khargeswarbaruah8139
      @khargeswarbaruah8139 4 дні тому +4

      তুমি বৰ ধুত্ত। মিডিয়াক দোষ দিবলৈ ধৰিছে।অতি মাত্ৰা সকলোৰে বেয়া। তোমাৰ স্থান এতিয়া ৰঙা ঘৰ।

    • @dhirajtalukdar2269
      @dhirajtalukdar2269 4 дні тому +1

      Vishal ok Sagal Sur Hanpai

  • @jaanborua4040
    @jaanborua4040 5 днів тому +97

    আচলতে অকল চুমিয়ে আৰক্ষীৰ চকুত ধূলি দি পলাই থকা নাই ।
    চুমি আৰু আৰক্ষী মিলিহে জনসাধাৰণ আৰু নিউজ চেনেলেৰ চকুত ধূলি মাৰি নাটক কৰি পলুৱাই ৰাখি আছিল ।

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 5 днів тому +50

    বিশাল নহ'লে চুমি বৰা মনৰ সান্তী নাই ডুবাইত গৈ ২ লাশ টকীয়া ৰুম ভাৰা দি বিশাল লগত ৩ ধৰি লিলিমাই তাৰ পিছত সকলোৱোই ধৰা পৰিল

    • @ayushmanvolgs3063
      @ayushmanvolgs3063 5 днів тому +5

      বিশালৰ কথা বেয়াকৈ নকব আকৌ চুমি বাইদেউৰ বেয়া লাগে নহয় ,বিশাল বহুত সৰু ল'ৰা বুলি কৈছে অ🤣🤣👍

    • @MonDeuri-bh9fp
      @MonDeuri-bh9fp 5 днів тому +1

      @@ayushmanvolgs3063 sumik muk potai diba nki

    • @DebajitNath-b1d
      @DebajitNath-b1d 5 днів тому

      ​@@ayushmanvolgs3063k

  • @basantirabha8809
    @basantirabha8809 5 днів тому +37

    এই বিলাকৰ একো লাজ নাই এই বিলাক নিলাজ। 👎👎👎

  • @aakashgogoi3870
    @aakashgogoi3870 5 днів тому +136

    ৰাইজৰ চকুত তোৰ ৰাজকীয় বিয়াখন সাক্ষী আছে।এতিয়া কান্দি ৰণ জিকিবলৈ বিছাৰিলে নহব।

    • @GitikaHaloi-ue7mr
      @GitikaHaloi-ue7mr 5 днів тому +3

      Right tai khari gole nhbo bishal k fosai tai khari jbo nuware ami mani nolow taik u khasti dibo lgibo😬

    • @smitabaishya7304
      @smitabaishya7304 5 днів тому

      Akdom xari jabo nuare. Ki lebel t kotha koi ase

    • @ranjudevi3347
      @ranjudevi3347 4 дні тому

      Right😂

    • @lagachub170
      @lagachub170 4 дні тому

      Biya tu dekiye gutei manuh jola pura besi hol sumik adin

  • @crazefrenz
    @crazefrenz 5 днів тому +102

    20 years or pora acting kori thoka actor e 5cr destination weddings koribo pora nai. But simple photographer aru Dancer e keneke parile?

  • @jayadass2681
    @jayadass2681 5 днів тому +14

    বিশালৰ মাকে কিয় চুমীয়ে মোৰ ল'ৰাক শেষ কৰিলে বুলি কৈছে হা?

  • @Abhi65666
    @Abhi65666 5 днів тому +16

    ৰাইজৰ টকা দালাল কৰি কোৱা জনক উচিত শাস্তি দিয়ক😂

  • @prarinitasaikia4380
    @prarinitasaikia4380 5 днів тому +28

    বিহু নাচিবলৈ আহোঁতে তোমাক দেখিছোঁ একেবাৰে পুৰণি এখন ৰিহা পৰিধান কৰিছিলা কেনেকৈ ইমান কম সময়ৰ ভিতৰতে ইমান ধনী হলা তাকেহে বুজি নাপালোঁ।

  • @ratulHandique10
    @ratulHandique10 5 днів тому +32

    কিহৰনো অভিনেত্ৰী নর্তকীহে তুমি।

  • @jayadass2681
    @jayadass2681 5 днів тому +13

    সম্পৰ্ক নাই যদি তাৰ টকা লৈ বিয়াত দামী দামী প্ৰাইজ কেনেকৈ ললি হা?অসমৰ মানুহক বুৰ্বক সজাইছ নে।

    • @PBMUSIC-kp1zr
      @PBMUSIC-kp1zr 4 дні тому

      হয় কি নহয় নেকি।

  • @kalpanadutta2269
    @kalpanadutta2269 5 днів тому +17

    Bhal hoise besi hoicil

  • @janjirboro
    @janjirboro 5 днів тому +11

    3 crore টকা কত পালি বিয়া পাতিবলৈ । একো দুখ নাই যদি কিয় পলাই আছিল

  • @shreddedface6039
    @shreddedface6039 5 днів тому +9

    এই কথাৰ সুৰ দেখিছা ,ৰাইজৰ টকা ছোৰ কৰি ৰঙীন ৰাতি পাৰ কৰা এই জনীৰ কথাত অকনো অনুসূচনা নাই।😡🤗

  • @debajitrajkonwar8698
    @debajitrajkonwar8698 5 днів тому +16

    ভন্তি, তোমাৰ কথা বিশ্বাস কৰাটো আমাৰ বাবে যথেষ্ট কঠিন হৈছে। তোমাৰ অভিমানবোৰ কমাবই লাগিব।

  • @Jaya-1990
    @Jaya-1990 5 днів тому +21

    Jodi najanei,Dikhu r gharat goi kio Bijiyeta baak Koisil.Bishal Xaribone?

  • @missmystical6605
    @missmystical6605 5 днів тому +20

    গাত যদি দোষেই নাছিল তেন্তে পলাই ফূৰিছিল কিয়?আগতীয়া জামিন ল'বলৈ দেওৰেক কিয় আগবাঢ়িছিল।

  • @babuphukan8920
    @babuphukan8920 5 днів тому +6

    The Oscar goes to Sumi Suruni 😂🤣😂🤣

  • @Shreeb17
    @Shreeb17 5 днів тому +27

    জহৰী জনি কেলা নিউজৰ কমেণ্ট চাবি 😂

  • @ÜttämÇhríßtìàñ
    @ÜttämÇhríßtìàñ 5 днів тому +5

    জেলৰ ভাত খাৱই লাগিৱ নহলে ৰাইজে আপোনাক নেৰে😅

  • @oldisgold5096
    @oldisgold5096 5 днів тому +26

    চকুত vicks লগালেও চকুপানী ওলাই।

  • @mahmudali7632
    @mahmudali7632 5 днів тому +12

    নতি বেলেগৰ পয়ছাৰে ইয়েছ কৰিব গৈছিলা লালেৰ বিশালৰ লগত

  • @BituponBorah-mo7jg
    @BituponBorah-mo7jg 5 днів тому +8

    Best of best janpiyo avinetri nahoi.. Sinta koribo logiya nai.. Aru bhot val val avinetri ase....

  • @AnujGogoi-k4k
    @AnujGogoi-k4k 5 днів тому +7

    Bonori দুবাৰ বিয়া পাতি হেঁপা নপলাল ,aetya ❤ কৰিব লাজ নালাগে অসমত

  • @priyankatalukdar7353
    @priyankatalukdar7353 5 днів тому +12

    Political sob dangor officer ata ata mili ase.. CM a strict hole katiyabaii sob Dhora poril hoi. Aibur general manuh r Karone act kori ase.

  • @manishahandique5192
    @manishahandique5192 5 днів тому +10

    Sumi borah r dukh kio ahil karon tai ata vul korile..vul Mane vuleii..June sumik support korise heu vulei korise..luvei pap papeii mrityu buli kotha akhar ase..

  • @kowchikpatgiri4852
    @kowchikpatgiri4852 4 дні тому +3

    পইচা নোহোৱাকৈ বহুতো মানুহ সুখি আছে বিশাল নোহোৱাৰ বাবে আজি কান্ধিব নালাগে পথত ভিক্ষা কৰি খাব পাৰিব টো

  • @adventureassam5437
    @adventureassam5437 5 днів тому +58

    এক দুই কোটি টকাৰ ভুল হব পাৰে ২ হাজাৰ কোটি টকাৰ ভুল কেনেকৈ হব পাৰে আমি দিনটো কাম কৰি এসাজ ভাত খাব নাপাওঁ আৰু স্কেমাৰ বোৰে বিলাসী জীৱন কটাই আছে চুদুৰাভাইহতে

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx 5 днів тому +32

    পুলিচে ধৰিলে । এতিয়া আপোনালোকে ৰহণ লগাই একেটা বাতৰি পৰিবেশন নকৰি , অসমৰ বহুত সমস্যা আছে সেই বোৰ পৰিবেশন কৰক মহাশয়।

    • @pradipkalita3161
      @pradipkalita3161 5 днів тому

      চুমিয়ে মেইন 😂😂

    • @ArpanSaikia-ld1rv
      @ArpanSaikia-ld1rv 5 днів тому

      ধৰ্ষণকাৰীৰ বোৰক ধৰক এতিয়া

  • @puronpayeng7151
    @puronpayeng7151 5 днів тому +15

    সুমিয়ে কন্দিলে 😢 মুৰো কন্দা ওলাই যায় 😢 সেৰেংকৈ বুকুতে জুই লাগি যায় ঐ মইনা কলিজা 😂😂😂

  • @razefirexplod
    @razefirexplod 5 днів тому +29

    Career setup kora sinta nai aru...benaami account ot crores joma hoi asey. Etiya bishalok fosai disey

  • @rupacookingdanceandvlog3385
    @rupacookingdanceandvlog3385 5 днів тому +4

    তোৰ লাজ নাই। বিশালক লুকিয়ে দেহতো দেখাই। সৰু লৰা বাবে তই ভাল use কৰিলে তাক

  • @nangabhaya2862
    @nangabhaya2862 5 днів тому +16

    never be a fool on her acting she is acteess😂

  • @MoniBegum-n2p
    @MoniBegum-n2p 5 днів тому +9

    Sumi ❌surni✅

  • @manishahandique5192
    @manishahandique5192 5 днів тому +3

    ১০দিন লুকাই থাকিলা বাইদেউ এই ১০ দিনত তুমি তোমাৰ বাকী থকা সম্পত্তি লুকুৱাই আছিলা। সেই বাবে ওলাই আহিবলৈ দেৰি হল।

  • @diptirani625
    @diptirani625 5 днів тому +9

    শ্ৰদ্ধাভাজন নাট্য প্ৰেমী ৰাইজ
    কিছু সময়ৰ পিছতেই "পাতি লোৱা ভাইটি" নামৰ নাটকখনৰ যৱনিকা পৰিব। আমি আপোনালোক আটাইলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনাগত দিনত "ম‌ই পলাই থকা নাছিলোঁ লুকাইহে আছিলোঁ " নামৰ সুন্দৰ নাটকখন আপোনালোকলৈ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ নাটকখনৰ শেষ অংশলৈ আগবাঢ়িছো।
    ধন্যবাদেৰে
    (Dipti Rani )

  • @ridipjyotiborah9651
    @ridipjyotiborah9651 5 днів тому +5

    Bahut dhuniya act korisa dai….tumi Hollywood t thakibo lagisil… Oscar confirm .. kintu axomt thaki gola….you are not for axom..

  • @papuboruah533
    @papuboruah533 5 днів тому +13

    Bah! Bah! Moja acting

  • @BishojitBordoloi
    @BishojitBordoloi 5 днів тому +6

    মেনেজ কৰি আহিচে চাগে হেইকাৰনে হে ভয় নাই বোলি কৈচে

  • @Gitu502
    @Gitu502 5 днів тому +11

    Mmm safa ontor nirma pani di dhua ..bapek nothoka lora uffff kolija mor.

  • @crazy-bg1ds
    @crazy-bg1ds 5 днів тому +8

    Abhinoy val kora........

  • @nr6beats
    @nr6beats 5 днів тому +11

    Nice acting nice acting wow

  • @SatyamevaJayate-hq4pn
    @SatyamevaJayate-hq4pn 5 днів тому +3

    এওঁ হাৰ নেমানে৷ এওঁৰ ধম‘ নাই৷ গতিকে গতি নাই৷

  • @BanamalibarmanSaru
    @BanamalibarmanSaru 4 дні тому +2

    টকা টকা ।বিশালক লগত ৰাখি ডুবাইলৈ যোৱা ।

  • @lakshyamorang8470
    @lakshyamorang8470 5 днів тому +8

    Kela suruni sumir kandun suwa 😂😂😂 Tumar carrier khatam.

  • @D_k.851
    @D_k.851 5 днів тому +2

    তোৰ কি সন্মান আছে।তোক দেখিলে যে থুৱাই দিব মানুহে।

  • @HimangshuKalita-29J
    @HimangshuKalita-29J 5 днів тому +5

    পলাই নাথাকি লুকাই থাকিলে কোনে (বাইট) লব মাজনী

  • @southeastregiment2084
    @southeastregiment2084 5 днів тому +8

    confidence aru acting manisu kintu...

  • @rahulkhanikar9091
    @rahulkhanikar9091 5 днів тому +4

    হয় হয় এই কোনো দূখ নাই। আমি দেখিলোঁ বুজি লো। এতিয়া নকবা 2কোটি এনে ই পালো বুলি

  • @RanuGogoi-l6j
    @RanuGogoi-l6j 5 днів тому +2

    আই দেহি।দুনীয়া দালালৰ লগত কাম কৰি এতিয়া বৰষুণৰ পানীৰ পাইপৰ লিঙ্কটো খুলি গঙ্গাৰ নদীত পেলাবৰ বিছাৰিলা।

  • @dipankarsaikia-c8s
    @dipankarsaikia-c8s 5 днів тому +4

    মৰি থাকা তুমি লোকক পইচা খোৱা এতিয়া কাদিবলৈ আহিছা নাতক কৰিচা এতিয়া তুমি

  • @MamunPhukon
    @MamunPhukon 5 днів тому +9

    Tumi Lukai Aasilanu Kio?

  • @minakshikalita6202
    @minakshikalita6202 5 днів тому +4

    Dhowa tulashir pat Moina Kolija...donation loi Udaipur at goishil...

  • @HeeramoniHazarika
    @HeeramoniHazarika 2 дні тому

    তোমাৰ ভোগ উকলিল তোমাৰ উচ্চ অভিলাশ আৰু লোভৰ মনটোৰ বাবেই তুমি তোমাৰে নিভাৰ শত্ৰু | যিমান ত আছিলা সিমানতে ৰব লাগিছিল এতিয়া উপলব্ধি কৰা আমাৰ দৰে সহজ সৰলকৈ থকাই কিমান ভগৱান প্রদত্ত | এতিয়া তোমাৰ পঞ্চ ইন্দ্রিয়ৰ প্রতিটো কামৰ মূল্যায়ণ কৰা লগতে মনটোক | জীৱন জীয়া বলে আমাক প্রকৃততে কিমান খিনিৰ প্রয়োজন তুমি যিমান গোটালা বা কৰিলা আনৰ দৃষ্টিত ভূল নেকি? নে তোমাৰ সংগ দুখ নে তোমাৰ গৈ থকা পথটো ভূল আছিল অনুশোচনা কৰা অহংকাৰী নহবা

  • @radhika-rk6ni2bw8u
    @radhika-rk6ni2bw8u 5 днів тому +5

    Poisa bur saage ktba puti thoi ahil😢😢Xei karone media r xomukhot ahibo parise

  • @sultanahmed799
    @sultanahmed799 4 дні тому +1

    ইমান নিলাজ । এনেকৈ কৈছে যেন তাইৰ দোষ নাই বেছেৰি 😢 destination wedding হে পাতে কেল্লা, বিয়া পাট যদি নিজৰ টকাৰে পাতিব লাগিছিল । ৰাইজৰ টকাৰে নহয়,কি ইংলিছ কি স্মাৰ্টনেছ ৱাহ

  • @mamonisaikia39
    @mamonisaikia39 5 днів тому +11

    কেতিয়াও চুমিৰ নাম শুনা নাছিলো। নাচ বাগৰ কথা

  • @anjanborman3847
    @anjanborman3847 5 днів тому +2

    Xahohx aru dhoijoi tumak jiai thokar prenrona dibo God bless you

  • @prakashs-ge2gm
    @prakashs-ge2gm 5 днів тому +7

    Eman free li kotha bur koi se.. eman pek kori thoi dise ne.. police ok.. tar aku dukh nai kar agot koi ase aibur kotha maksai bonori..🤬🤬🤬🤬🤬🤬🤬

  • @mrmasukaff100k
    @mrmasukaff100k 5 днів тому +2

    Mosti lagise dei Avhenoi tu

  • @binodsaikia9144
    @binodsaikia9144 5 днів тому +16

    পাণীত থকা ঘৰিয়াল আৰু চুমি চুমা একেই কথা

  • @rupacookingdanceandvlog3385
    @rupacookingdanceandvlog3385 5 днів тому +2

    ৰাইজে তোক চুৰুনী বুলি গম পালে কোনখন আইনে তোক বচাব পাৰে আমিও চাম

    • @MunuBlock
      @MunuBlock 5 днів тому

      Basi jabo advocate e court t sob misa proof kori dibo,police e etiyau eku kobo para nai tarkarone, sob kina besa ses

    • @ManojDas-fe9wp
      @ManojDas-fe9wp 5 днів тому

      😂😂😂

  • @pankajbarman1056
    @pankajbarman1056 5 днів тому +7

    Acting val korib pare next bollywood jab paribi

    • @MonDeuri-bh9fp
      @MonDeuri-bh9fp 5 днів тому +1

      @@pankajbarman1056 bollywood no hoi holiwood hoi

    • @pankajbarman1056
      @pankajbarman1056 5 днів тому

      @@MonDeuri-bh9fp ha ha......thik koisa

    • @MonDeuri-bh9fp
      @MonDeuri-bh9fp 5 днів тому

      @@pankajbarman1056 sumi borah Toka besi holei ki hobo nu dibrugarh no1 doni Rd hoi

    • @pankajbarman1056
      @pankajbarman1056 5 днів тому

      @@MonDeuri-bh9fp ki kowa nejanu de

  • @user-uq4pm4te1c
    @user-uq4pm4te1c 4 дні тому +1

    কঠোৰ শাস্তি দিয়ক এই চুৰনিক

  • @user-nn8in6gf5k
    @user-nn8in6gf5k 5 днів тому +4

    অ চুমি ইমান ঠাণ্ডা লাগিছেনে, কম্বল এখন লৈ যাব লাগিছিল, ইমান সৰু চাদৰখন --------

  • @9667-j4f
    @9667-j4f 4 дні тому +1

    Destination jail. জেইচি কৰনি এইচি ভৰনি৷

  • @kamalboruah5431
    @kamalboruah5431 5 днів тому +4

    আইনক মেনেছ কৰি ললে এই

  • @RekhaHira-w9p
    @RekhaHira-w9p 4 дні тому +2

    Tur laj laga nai
    Tak je saru lara buli kuoaw ,,
    Kiman manhuk lagwt karil
    See see,😂😂😂😂😂

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 5 днів тому +4

    কোনে তহঁতৰ হৈ ষ্টেণ্ড লৈ মৰিব... দিক্ষুৰ ঘৰত অলপমান কটাই এ সিহঁতক লটি ঘটি কৰিলি...

  • @GyanJyotiSohoriya
    @GyanJyotiSohoriya 4 дні тому +1

    Who is sumi? Jodi pare kiba positive news diok... Nohole magic show publishe korok. At least mor baby tooe bhal pabo. Ru nohole kailor pora apunalokok avoid korim. I ll tik on Don't recommend this channel

  • @Deep_jyoti_kalita954
    @Deep_jyoti_kalita954 3 дні тому +3

    Beseri Joni o.....😢😢😢
    🥺🥺🥺🥺
    Xosake xubidha luar xomoyot sob ahe aru bipodor xomoyot kunu nathake kakhot😢 🥺

  • @AnkurDas-p5v
    @AnkurDas-p5v 4 дні тому +1

    ভুত,জলকিযা,গহি,দিযক,মৰমৰ, চুমি, বাইদেউ 😂😂😂😂

  • @sweety_123
    @sweety_123 5 днів тому +3

    Okonmani okonmani koi Bishal ke okole fosai ase 😆

  • @ujonirgitashree8043
    @ujonirgitashree8043 5 днів тому +2

    বাচি যাবি টকাই মেনেজ কৰিলিয়েই আৰু কি ঘৰিয়াল চকু পানী টুকি দেখাইচ’ । কাম দিব তোক টকা ঢালি দিবি আকৌ কিন্তু অসমবাসীয়ে তোক বিৰ্সজন দিলে

  • @Lashmi-g4i
    @Lashmi-g4i 5 днів тому +4

    Biya pota prove asa tur aru ki drama kori aso . Bohut experience hol tur crime kora

  • @miduldutta8798
    @miduldutta8798 2 дні тому

    জহৰ খাই দে চৰমৰ বিষয় কেলা এক টকা মানুহ নহয় ,
    লেবেল কোটি টকা জহৰ খাই মৰি যা ,
    কিয় জীয়াই আছ তই বাপেৰৰ মোৰটো সৰু ল'ৰা তোৰ পৈয়ে হয় সেইটো,
    এই জনি কথা সোন গো খাতি এই জনিক গো খোৱাই দে

  • @lukamitraghain-bw3tp
    @lukamitraghain-bw3tp 5 днів тому +16

    মানুহৰ টকা খোৱা আগতে ভাবিব লাগিছিল😏 তেতিয়া পোৰা মৌজাত Dubaiত লাখ লাখ টকীয়া hotal ত গৈ enjoy কৰি আছিল দামি বিয়া পাতিছিল Ambani নিচিনা return gift 🤣আৰু কʼত কি কি সেই তেতিয়া ভাবিব লাগিছিল 🥱এতিয়া এইবোৰ নাতক কৰি একো লাভ নাই 😂😂🙏🏻 এতিয়া আইন দিব return gift 🎁 😆

  • @artsunboxing
    @artsunboxing 4 дні тому +1

    Mediak faltu koi basibo khujise😢

  • @muhitsharmah259
    @muhitsharmah259 5 днів тому +3

    Sumia bule biyer pisot kabol kam kam kamai kori goishil.
    Atia posno hai kuntu kam ba korisil tai

  • @dicosdip452
    @dicosdip452 5 днів тому +2

    Amare Axomiya suwali nijor buli khyoma koribo Lage ...bahirakhini jodi koribo pare tumi kiyo nuwariba ..eku nai diya .

  • @DazekumarRabha
    @DazekumarRabha 5 днів тому +3

    Kole hobo amar Dibrugarh fale ahi goise Tinsukia

  • @viralassam1439
    @viralassam1439 4 дні тому +1

    Deeplina a koise 😅

  • @DhunuGogoi-ug7tf
    @DhunuGogoi-ug7tf 5 днів тому +4

    বিশালৰ চেকেণ্ড মাইকী তয় কেলা

  • @janakikalita
    @janakikalita 4 дні тому

    মামাই কৈছিল চুমিৰ যেতিয়া হাতত পইচা নোহোৱ হ'ব আৰু বাগৰি পৰিব তেতিয়া নিজে নিজে আৰক্ষীৰ কাষ চাপিব সেইটোৱেই হ'ল

  • @SumiDeori-x1t
    @SumiDeori-x1t 5 днів тому +4

    News bure sumi bak mari pelabo,, proof pale he karibo lage eman bur kio eman besi 😢

  • @jatinsagar2294
    @jatinsagar2294 3 дні тому

    Mojja hi ....mojja

  • @bipulkalita9799
    @bipulkalita9799 5 днів тому +4

    আনক চেচ কৰিচ কেলা

  • @nayandax8467
    @nayandax8467 4 дні тому

    চুমী বাইদেউৰ ভয় লাগিছে ইয়াত আকৌ ভয় খোৱাৰ প্ৰয়োজন কি জেলৰ ভাতহে খাব লাগিব

  • @Deepslearning
    @Deepslearning 5 днів тому +9

    3 crore o freet paisil..biya paariba buli Bishal a anei freet disil saage na..bhul karise buli maaf laage bule eyat..anekoi luti aibur kaboloi o laaj nai ehatar xi xi..jibant Val kaam karile maanuhe Val kabo..poisa maarile Kune Val paabo..jadi Bishal a poisa disil tetiai janabo laagisil Bishal a poisa kot pai buli..laagile nijar gharar kol gasar talat paatili hoi..

  • @artsunboxing
    @artsunboxing 4 дні тому +1

    Moina o acting hbo o moina atya polai polai kio asila thn media tu bisaribo …..

  • @mitalitalukdar1757
    @mitalitalukdar1757 5 днів тому +5

    এতিয়া কান্দি দেখুওৱাই লাভ নাই যিটো কৰিছাঁ সঁচা কথা কবলৈ কিয় লাজ কৰিছাঁ আৰু এটা কথা এতিয়া চু সব দোষ বিশাল ক দেছি চুমি তাই যদি অকো নাজানে কিয় ইমান দিন পলাই আছিল আনৰ পৰা লুতি নি বিদেশ ভ্ৰমণ কৰিছিল আৰু এটা কথা কলি যি সৱ আইনে প্ৰশাসনে তক বিচৰা নি বুলি কিবল মিডিয়া হে বিছাৰে নেকি তই যদি আইন খন ক পইচা দিচা তোৰ হৈ কব দে আমাক কিবল্ nay loge তোৰ চুকু পানী চাব আমি ৰয় থকা নাই কেৱল যিমান মানুহ পৰা লুটি চা সব ঘূৰাই দিয়া যে কটো ধনী পৰিয়াল এ উদয়পুৰত বিয়া পাতিব পৰা নাই তই কৈ দিনৰ অভিনেত্ৰী এ বাল 😂 doimond পিন্ধিচা

  • @digantavlogs46ride6
    @digantavlogs46ride6 4 дні тому

    Dhokhiyar poisa khai.. pit voril..😂😂😂😂🎉🎉😊😊😅😅❤❤❤

  • @PurnimaChutia-u3x
    @PurnimaChutia-u3x 5 днів тому +5

    Dibrugarh t sumik bihu prgmt namatibo pai kintu amar eyrloi dubar ahil oo..dikshu logot ahisil 2023 sont ahisil ru aibar ahise...akou anibo lagibo jodi ha jelor pora ulai ahibo pare😂

  • @akhir4949
    @akhir4949 5 днів тому +3

    Vip Re..dy no 1 of Assam......balegor poisa die Dubai jai huboloi sala.....

    • @MonDeuri-bh9fp
      @MonDeuri-bh9fp 5 днів тому

      @@akhir4949 sumi video lagibo nki

    • @jazzjeer
      @jazzjeer 4 дні тому

      ​@@MonDeuri-bh9fpki video bro?

    • @jazzjeer
      @jazzjeer 4 дні тому

      Tumi knk gom pala hoi dubai tai hubole jai buli????

  • @Lakhimaiboruah-zt6ox
    @Lakhimaiboruah-zt6ox День тому

    Wo swali Joni xukai kginai gol o😢😢😂😂😂😂😂😂😂😂😂😂

  • @purabpayengofficial3322
    @purabpayengofficial3322 5 днів тому +140

    Acting nhoi hytu hoxa koise Sumi ba you tuber hokolu a dur dur jegat Jai .sumi ba Innocent hoi ami hodai asu Sumi ba lgt ❤❤

    • @Learning_971
      @Learning_971 5 днів тому +27

      Ball de

    • @sumitasarkar7052
      @sumitasarkar7052 5 днів тому

      Media e manuh mari o pelabo paro karon jiman kara nai tat ke basi e koi anai banai mobile khuli le khali sumi and sumi baki xhini e ki ki kara nai nai teoluk kolo e gol. Ji e basi dhukh kore teoluk naikiya hoi aru ji e dukh kam kore teoluk k ke basi ke dhore media aru annano manuh kisuman e.

    • @Shreeb17
      @Shreeb17 5 днів тому +35

      😂😂😂চুম খাই থাক যা তাৰ পিঠা খন

    • @theunemployedboy2534
      @theunemployedboy2534 5 днів тому

      Toi ata গন্ধ মূৰ্খ

    • @Nilomoni10
      @Nilomoni10 5 днів тому +20

      Destination wedding pate tai ....suroni

  • @bharatibarkataki7592
    @bharatibarkataki7592 3 дні тому

    ভাল কাম কৰিলে নিশ্চয় কোনোবাই থিয় দিলে হেঁতেন ৷

  • @Kailash__cs_rank_push
    @Kailash__cs_rank_push 5 днів тому +5

    😢😂😂😂