🚨টেলিভিছন চেনেলৰ বাবে চুমিক নিয়া হৈছিল জিমখানা ক্লাবলৈ! || Atanu Bhuyan || Satya

Поділитися
Вставка
  • Опубліковано 5 лис 2024

КОМЕНТАРІ • 405

  • @MoonMoran-jh7jb
    @MoonMoran-jh7jb Місяць тому +129

    Junmani ৰাভাৰ মৃত্যু কেনেকৈ হল একো খবৰ নোহোৱা হল এইটো তেনেকুৱাই হব 100%

  • @পাপৰিগগৈ
    @পাপৰিগগৈ Місяць тому +40

    অতদিনে তাৰমানে পুলিছেই ৰক্ষণাবেক্ষণ দি লোকোৱাই ৰাখিছিল । সেয়েহে পুলিছ প্ৰশাসন নিমাত হৈ আছে ।

  • @hemkantaborah7434
    @hemkantaborah7434 Місяць тому +38

    অসমৰ মাইকী কালপ্ৰিট/ অপৰাধীবোৰ জেৰা কৰিবলৈ কঠোৰ মাইকী পুলিচ বিষয়াৰ প্ৰয়োজন, অসমৰ মাইকী পুলিচ অফিচাৰ নাইবা পুৰুষ পুলিচ বিষযাবোৰ অৰ্কমণ্য হোৱাৰ বাবে বন্দনা কলিতা, দৰ্শনা ভৰালীৰ, চুমি বড়াৰ পৰা এটাও সঁচা কথা উলিয়াব নোৱাৰিলে। এনে অপৰাধীক জেৰা কৰোতে পিতন দিয়াৰ প্ৰয়োজন।

  • @ankurok1969
    @ankurok1969 Місяць тому +22

    Atanu da continue this news forget about stupid people's comments don't pay heed to them. Karon ei news tu bojale june beya pai hihot hoise ataitke corruption kora Axomor manuh. Teulukok guli marok laav nai apuni bas Sumi aru Tarkik ok eri nidibo

  • @Jaihanuman-k9b
    @Jaihanuman-k9b Місяць тому +20

    Right কথা কৈছে,👌👌👌

  • @manabmohan6894
    @manabmohan6894 Місяць тому +13

    যি কেইজন পুলিচে সুবিধা কৰি দিলে সেই কেইজনক আইনৰ আউতালৈ আনিব লাগে । হয় নে নহয় ক অতুন দা

  • @AnupamBara-be9pu
    @AnupamBara-be9pu Місяць тому +11

    পাৰে যদি অসম চৰকাৰ আৰু পুলিচে ব্যৱস্থা লওক। চিবিআই ক দি কোনো লাভ নাই, চিবিআই ক দিলে জোনমনি ৰাভাৰ কেচ টোৰ নিচিনা হ'ব।

  • @reemagogoi7865
    @reemagogoi7865 Місяць тому +34

    ছাৰ সত্য সদায় জয়....

  • @ParthaGoswami-c6v
    @ParthaGoswami-c6v Місяць тому +36

    এই অপৰাধী দুজনৰ ক্ষেত্ৰত কিছু আচৰিত কথা যেনে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধিক্ষক জনে অপৰাধী দুজন ডিব্ৰুগড় সদৰ থানাৰ ভিতৰত থকাৰ পিছত নাজানে গ্ৰেপ্তাৰ কৰা হৈছে নে আত্মসমৰ্পণ কৰিছে। মুঠৰ ওপৰত ঘটনাৰ তদন্ত অসম পুলিচৰ পৰা C.B.I.ক দিলেহে সচা তদন্ত হব।

    • @DevikaGogoi-f1n
      @DevikaGogoi-f1n Місяць тому

      সুন্দৰী চুমি চুৰুণীয়ে বিচাৰিলে সেই সাংবাদিক জনে আৰু শিয়াল ৰূপী পুলিচৰ মানুহকেইজনে নিজৰ মূৰ কেইটা পাটি দিব তাই খোজ কাঢ়িবলৈ।

    • @nikumanirajbongshi90
      @nikumanirajbongshi90 Місяць тому +1

      Jiman Cid todonta holeo akei hobo.. anekuwa odahoron bahut aase. Keidin man aagot junmani rava r todonta Cid a korisile. Kinto niyai napale😭

  • @shyamalsarmah5470
    @shyamalsarmah5470 Місяць тому

    Sumir news di thokar babe bohut bohut thank u . Pl continue for next 30 days .Both the Bhuyans love Sumi.

  • @sunishakalita53
    @sunishakalita53 Місяць тому +1

    Thank you CM sir. ❤❤Thank you Atanu da. Enekoie lagi thakok. Ami support koru aponak.

  • @ManojSharma-kc1qi
    @ManojSharma-kc1qi Місяць тому +17

    CBI enquiry hole bhal

  • @AnubhabBorah-x6p
    @AnubhabBorah-x6p Місяць тому +27

    আৰক্ষীৰ গাত কিয় দোষ নাই? এটা চেনেলে কেনেকৈ আৰক্ষীক interfere কৰিব পাৰে ?

    • @MammaToy
      @MammaToy Місяць тому +1

      ঠিক কৈছে।

  • @ajaiborbora5341
    @ajaiborbora5341 Місяць тому +3

    দীক্ষুৰ ঘৰৰ পৰা অপৰাধী ডিব্ৰুগড় পালেহি আৰক্ষীয়ে গোন্ধেই নাপালে।

  • @AditiBanerjee-dd4dw
    @AditiBanerjee-dd4dw Місяць тому +21

    Autanu Sir.. hei criminel buror mukha bur kulok..❤❤

  • @anjaligogoikonwar9024
    @anjaligogoikonwar9024 Місяць тому +15

    পুলিচে আচলতে মামাৰ কথা নুশুনেই

  • @sukanyadas8233
    @sukanyadas8233 Місяць тому +1

    "Aree ee toh jail ot thakibo lage ee knke interview di asee" Mama apuni rock🤘🤘🤘🤘

  • @DipikaSonowal-ys8xp
    @DipikaSonowal-ys8xp Місяць тому +11

    Moja, ehotey sob police lgt Pack hoi ase..

  • @rishi5906
    @rishi5906 Місяць тому +2

    Satya is now my favorite news channel ❤

  • @avinashsharma8366
    @avinashsharma8366 Місяць тому +6

    Bhal lagise de court proceeding sai

  • @shivamenterprises961
    @shivamenterprises961 Місяць тому +21

    CBI ৰ তদন্ত হব লাগে

  • @krishabraham6329
    @krishabraham6329 Місяць тому +10

    CBI enquiry must b

  • @AnupamBara-be9pu
    @AnupamBara-be9pu Місяць тому +3

    যদি পাৰে মুখ্য মন্ত্ৰীয়ে কথাবোৰ গুৰুত্ব দিয়ক। পুলিচে নোৱাৰে।

  • @balighatnazira4250
    @balighatnazira4250 Місяць тому +6

    কোনে লুকুৱাই ৰাখিছিল সেইটো ক'লে গোটেই অসমবাসীয়ে ভাল পালেহেতেন ।

  • @শংশাৰিকাগগৈ
    @শংশাৰিকাগগৈ Місяць тому

    অধিক শিক্ষা থাকিলে এনেকোৱা সাংবাদিক হয় ধন্যবাদ

  • @himanibanikya8168
    @himanibanikya8168 Місяць тому +13

    এই বাৰ চুমিয়ে বি জে পিক নাশ কৰিলে

  • @himanibanikya8168
    @himanibanikya8168 Місяць тому +17

    মন্ত্ৰী মোহোদয় আপোনাৰ চৰকাৰ গল

    • @nibirxarmah9427
      @nibirxarmah9427 Місяць тому +4

      খংগ্ৰেছ নাহে টেনচন নলব😂

  • @NirantaMoran-jv4nd
    @NirantaMoran-jv4nd Місяць тому +2

    বাৰু এইটো বুজি পোৱা গ'ল, কিন্তু জোনমনী ৰাভাৰ হৈ অসমৰ ৰাইজক কি ক'ব মহাশয়? আপোনি Documented কৰক, অসমৰ জনগণ সদাই আপোনাৰ লগত আছে আৰু থাকিব।

  • @dhansirivlogs1427
    @dhansirivlogs1427 Місяць тому +1

    অসমীয়াত যে কথা এশাৰী আছিল, গালো বালো খুলাকতি তাল

  • @RatulKonwar-jr6uv
    @RatulKonwar-jr6uv Місяць тому +3

    ইয়াটো মামাৰ হাত আছে, যেতিয়া লৈকে চুমি বৰা জেলত নাজাই তেতিয়া লৈকে মামাৰ হাত আছে

  • @Ccc47373
    @Ccc47373 Місяць тому +10

    Must be investigated immediately

    • @vishaldeka9579
      @vishaldeka9579 Місяць тому

      Interview tu kot pam

    • @Ccc47373
      @Ccc47373 Місяць тому

      @@vishaldeka9579 jitu channel kotha kua hyse. Htu chanelte pabo

  • @NKMedia-d6k
    @NKMedia-d6k Місяць тому +3

    অতনু ভুঞা ডাঙৰীয়া
    চুমিৰ বিষয়ে ইমানখিনি খবৰ ৰাইজক জনালে
    কিন্তু
    কোন কলিতা?
    কোন সাংবাদিক?
    কোন চেনেল?
    নাম কেইটা ৰাজহুৱা কিয় নকৰিলে বুজি নাপালো৷

  • @bjgogoi5519
    @bjgogoi5519 Місяць тому +5

    কলিতা ৰ সম্পূৰ্ণ নামটো আপুনিও জানে যেন লাগিছে কিন্তু আপুনি প্ৰকাশ কৰা নাই

  • @minatideka3234
    @minatideka3234 Місяць тому +6

    Powerfull. Men kalita

  • @pabandeori7696
    @pabandeori7696 Місяць тому +3

    চুমি আৰু তার্কিকে যদি জেইলৰ ভিতৰতে বাসুদেৱ আৰু দৈৱকীৰ নিচিনা কৈ কৃষ্ণক জন্ম দি মামাক মাৰি দিয়ে তেতিয়া কি হ'ব মই বহুত চিন্তনীয় এই বিষয়টোক লয়🤔🤔

  • @proyamdowarah733
    @proyamdowarah733 Місяць тому

    এই তিনিজন খাটি অহমীয়া জাতীয়তাবাদী একেলগে। এওঁলোকে এতিয়া সময় হৈছে নামাজ পঢ়িবলৈ যোৱাৰ ।

  • @biswajitbaruah5072
    @biswajitbaruah5072 Місяць тому +2

    Surrender Korei diyar karone Channel tuk dhonyobad dilu

  • @hemkantaborah7434
    @hemkantaborah7434 Місяць тому +12

    কলিতাৰ নামটো কিয় প্ৰকাশ কৰা হোৱা নাই?

  • @harmohonbarman7461
    @harmohonbarman7461 Місяць тому

    সাংবাদিক জনজহে" মাষ্টাৰ মাইণ্ড,লগতে সেই কলিতা বোলা জন-------

  • @tarundas8552
    @tarundas8552 Місяць тому

    আৰক্ষীৰ মতে সাংবাদিক চলে নে সাংবাদিকৰ মতে আৰক্ষী চলে।

  • @manojtalukdar6647
    @manojtalukdar6647 Місяць тому +1

    সাংবাদিকক সাক্ষাৎকাৰ ল'বলৈ দিয়া আৰক্ষী বা আৰক্ষী সকল অপৰাধী হয় নে নহয় ⁉️⁉️⁉️💯💯💯

  • @UshaDevi-x6o
    @UshaDevi-x6o Місяць тому +3

    Thank. You. C. M. Sir.

  • @nayanfreedom6622
    @nayanfreedom6622 Місяць тому +12

    Kun hoi hero hira lal kalita??

  • @hiranmayedeka2520
    @hiranmayedeka2520 Місяць тому +2

    অসমত বিজেপিৰ চৰকাৰৰ বিৰোধী মাএ দুই জন হে আছে। ৰুণযোতী আৰু অজিত ভুঞা।অসমৰ জনতাৰ অতিমৰমৰ মুখ্য মন্ত্ৰী কিবা এটা কলে ৰুণযোতী আৰু অজিত ভুঞা গা কিয় জলে । হিমন্ত বিশ্ব শৰ্মা অসমৰ খিলঞ্জীয়াৰ জনতাৰ শক্তি মান মন্ত্ৰী। হিন্দু হৈ হিন্দুক বিৰোধ কৰিব নেপায়। ৰুণযোতী এবাৰো জিটিব পৰা নাই কথাবোৰ ডাঙৰ ডাঙৰ বতাহত লাগি থকা। অজিত ভুঞা সাংবাদিকতা কৰি থকা ভাল আছিল। ৰুণযোতীক আৰু অজিত ভুঞাক মানুহে ভাল নেপায়। ফেল কৰা মাণুহৰ ভেলু নেথেকে।

  • @KankanaBorgohain
    @KankanaBorgohain Місяць тому +131

    Podcast😂😂 lua kotha u koise CM e... Apunar lora aboyab bhuyan e u loisile podcast

    • @lunakumarkakati8958
      @lunakumarkakati8958 Місяць тому +15

      Abayab bhuwai i akal sumi r a podcast loise nki???? Notun ke interview luatu he problem.....

    • @KankanaBorgohain
      @KankanaBorgohain Місяць тому +7

      @@lunakumarkakati8958 notun ke interview television channel e he loise heitu kotha CM e koisei logote agote UA-cam channelt biyar Interview Podcast lua r kotha u koise

    • @HikujyotiRay-ui8up
      @HikujyotiRay-ui8up Місяць тому

      Hy hy iyeat lora 2 jorito asa saga ...usit Toronto kribo lga.... promotion krisa....

    • @sibsundardas6739
      @sibsundardas6739 Місяць тому +2

      Bhai kar tat comment korise jano nai riniki pehiyak hoi aboyab or 😂

    • @RajGogoiShorts
      @RajGogoiShorts Місяць тому +3

      Oi goru aji loika school hoi paiso ne 😂😂😂 abhoya bhuyan a agote podcast loisela he jona nsina aaivur hbo buli 😂 matha ni tur❤

  • @poripikusonowal930
    @poripikusonowal930 Місяць тому

    এনেকৈ যদি ৰেপ কৰা বোৰক দৰিলে হয় আজিৰ দিনত নাৰিয়ে স্বাধীন মতে ঘূৰি ফুৰিব পাৰিল হয় । এইবোৰক ধৰি কঠোৰ Hasti দিয়ক 🙏

  • @MonishaGohain-g8h
    @MonishaGohain-g8h Місяць тому +2

    Right,cm sir.pĺase action.why vip aatitha????

  • @trishnabaruah
    @trishnabaruah Місяць тому +9

    right kotha koise cm sr

  • @axomiyalorarcinema
    @axomiyalorarcinema Місяць тому +2

    চুমিৰ টকা খিনি সহজতে লোকোৱাব পৰাকৈ এজনেই মানুহ থাকিব , যি UBIৰ manager হ'ব লাগিব .... কোনোবা কলিতা । 😅 বেছি নকওঁ, বাকীখিনি আপুনি নিজেই বিচাৰি লওঁক ।....

  • @SunsunTai-kn3jb
    @SunsunTai-kn3jb Місяць тому

    Thanks CM sir ❤

  • @dharmendradas4956
    @dharmendradas4956 Місяць тому +7

    Sumi, Police friend, friend.

    • @dolisriroy9741
      @dolisriroy9741 Місяць тому +1

      Sumi,police,politician,actor,singer,journalist all are freinds
      Aibar reasoning t ahibo circle je ahe 😂

  • @hirokgogoi7012
    @hirokgogoi7012 Місяць тому +2

    Jiten kalita

  • @UshaDevi-x6o
    @UshaDevi-x6o Місяць тому +4

    Ajit. Sir. Right.

  • @Rubulgogoi209
    @Rubulgogoi209 Місяць тому +2

    কোটি টকাৰ কথা । সকলোৰে ভৰি পিছল খাব । এই তিনিটাৰ আচলতে বেংকত থকাৰ উপৰিও গুপ্ত ঠাইত বহু শ শ কোটি টকা এতিয়াও আছে । সেইবাবে বহু মানুহ পিছল খাইছে ।

  • @19tunku
    @19tunku Місяць тому

    এই কলিতা বোলা জন ডিব্ৰগড়ৰৰ over bridge ৰ তলত wine shop থকা জন যেন পাইছোঁ।

  • @adityapanging-we3ou
    @adityapanging-we3ou Місяць тому +4

    #Atanu Bhuyang
    sir, Sumi Borah r logt apuni lagi thakute jabo.. Sumi Borah aru bishal phukone poisa luthise jodiu dhoni sokolr porai luthise efale smart metere dukhiya r toka luthise, sumi borah r lgt lagi thokatky smart meter r lgt news krok..

  • @dharitri27
    @dharitri27 Місяць тому +2

    Right ✅️ sir 👍

  • @AshimKhanikar
    @AshimKhanikar Місяць тому +1

    CCTV camera Val katha ata kale saba lagisil bahut manuh ulaba tat 👍👍

  • @monojhazarika2821
    @monojhazarika2821 Місяць тому +12

    Channelor mote police utha boha kore nki???? Shame shame.

  • @shakship3103
    @shakship3103 Місяць тому +1

    Aitu case r eku nhoi karon kesu khaandute saanp ulabo...Assam r nisina ekhon state jot state r manuh bur andhabhakt durbol protest koribo bhoi kore pressure groups bur poisa dekhile pisoli jaai, montri bidhayok tu docait e police mantri r jepot enekua stolot eku nhoi raaiz hozaag hbo laagibo.

  • @babycar2957
    @babycar2957 Місяць тому

    হেমন্তই ভাবিছে মোতকৈ পইছা খোৱা ওপৰৰ মাল অসমত কৌৰ পৰা তপকিল।আৰু আপোনী চিঞৰী আছে কিবা এটা পোৱাৰ আশাত

  • @JonaliPegu-b5w
    @JonaliPegu-b5w Місяць тому

    অতনু দা, চুমি-টুমিৰ বাতৰি বাদ দি সোণাপুৰ বাতৰি কৰক।

  • @prasantakashyap6257
    @prasantakashyap6257 Місяць тому

    আপুনি ডিঙি ফুলাই কিয় কৈছিল যে নেপালত সুমি আছে বুলি,কৈ জনসাধাৰণক মিছা কৈছিল আপুনি

  • @jyotiprasadmusicalvlogs7749
    @jyotiprasadmusicalvlogs7749 Місяць тому

    আপুনি ঘণ্টা একেটা কথাকে 10 মিনিট মান পগাই আছে। ধুই আমনি লাগিছে

  • @AdityadaimaryDaimary
    @AdityadaimaryDaimary Місяць тому

    Mama jindabad

  • @rajbmedhi1954
    @rajbmedhi1954 Місяць тому +1

    I love NKTV CHANNEL 😅😅

  • @nibirxarmah9427
    @nibirxarmah9427 Місяць тому +1

    মামাই আগতেই কৈছিল পইছা শেষ হ'লে নিজে ওলাব

  • @PronotiMohon
    @PronotiMohon Місяць тому

    চুমী চুমী চুমী টি ভি মোবাইল চাবই নোৱাৰি । যদি চুমীৰ কোনো ভূলেই নাই অপৰাধেই নাই তেন্তে আপোন গৌৰৱীজনীয়ে এতিয়া মুখ লুকুৱাই ফুৰিছে কিয় ???

  • @Lil___JOY___
    @Lil___JOY___ Місяць тому +5

    Atanu daar poisa mara gol😂😂😂

  • @TridipSaikia-od3ko
    @TridipSaikia-od3ko Місяць тому

    আপোনা লোকৰ বেলেগ কাম নাই নেকি অকল এই তেজ খোৱা কইতাৰ কতা কৈ আছে.

  • @ritakalita6139
    @ritakalita6139 Місяць тому

    সাধাৰণ মানুহে জিলাপীৰ পাক বুজি নাপায় ,

  • @ranjitsenapati1908
    @ranjitsenapati1908 Місяць тому

    বেচিকে নকও মামাই পুলিচক বেচি ওপৰত ওথাইছে ।

  • @ratneswartamuli4215
    @ratneswartamuli4215 Місяць тому +2

    বহুত হল, আৰু দৰকাৰ নাই এইবোৰ বাতৰি ।

  • @joyshreeburagohain9433
    @joyshreeburagohain9433 Місяць тому +1

    Mama is right

  • @hridoygogoi5278
    @hridoygogoi5278 Місяць тому +19

    Hai channel tu NKTV

    • @KankanaBorgohain
      @KankanaBorgohain Місяць тому +2

      ​@@BishopSaikiaeku proof nuhuake kio beleg r naam loise?

  • @Jintuaxomm
    @Jintuaxomm Місяць тому +3

    Ajit bhuyar kelenkarir ki hol ?

  • @rituborah4966
    @rituborah4966 Місяць тому +1

    মামাক পুলিচে পা তাই দেয়া নি সোণ কিও Sumi logt প্ৰেম হৈছে নেকি পুলিচ অৰ

  • @Assamcore-c6y
    @Assamcore-c6y Місяць тому

    Right koise sir🎉

  • @JayantaNath-t5v
    @JayantaNath-t5v Місяць тому

    মুঠতে সব তৰকাৰী
    শেষত যে চেলোমনিবদতি হৱ সেইতো সচা ৷

  • @lukamitraghain-bw3tp
    @lukamitraghain-bw3tp Місяць тому

    পইচা দিলে চবৰ মোখ বন্ধ হ'ব CBI ও একো পাতা নাপায় সাধাৰণ মানুহে কেনেকুৱা কৰা হলে তু বাচি দিলে হলে ইমান VIP tritment দিয়াৰ কাৰণ কি জেলত ভৰাই না এইবোৰ লিলিমায় কেলে মানে🤬🤬🤬🤬🤬🤬

  • @MoonMohan-j2p
    @MoonMohan-j2p Місяць тому +4

    অতনুভূঞাই,সচাকথা,কোৱাৰ বাবেই,, অপ্ৰিয় নেকি?

  • @starprinters3810
    @starprinters3810 Місяць тому +4

    CM sir, Take action against Dibrugar SP

  • @dhrishnita3646
    @dhrishnita3646 Місяць тому

    Now make a law, every accused will be first bring to hotel or lodge for refreshments and then bring to police station. Maintain equality.

  • @Peopleentertainmentchannel5111
    @Peopleentertainmentchannel5111 Місяць тому +1

    YBY trading r pora online trader Swapnalil Das r loi divert korile.Tar pisot Sumi Tarik.Aku etiya Das hongbadik.....Hokolu birudhi aru sorkor mili Ase..Ki hol APDCL meter?Mami mamar hompoti?Marwari ona Asomiya homoshya homu ...?

  • @kamaldutta-g4v
    @kamaldutta-g4v Місяць тому

    চাংবাদিক জনৰ নামটো নকয় কিয়??? অযথা বকি লাভ নাই

  • @aswinimajumder1553
    @aswinimajumder1553 Місяць тому +1

    সাংবাদিক জন আকৌ জনৈক হল গৈ,? নাম লব নোৱাৰি নেকি? পতি, উপপতিৰ নাম কেনেকৈ সব পাৰিছিল?

  • @user-ed5sw6hk4s
    @user-ed5sw6hk4s Місяць тому

    মামা আপুনি নিজৰ মতে কামবোৰ কৰক , দেখিব সকলো সমাধান হৈ যাব । সাংবাদিক কিছুমানো কিন্তু ভাল নহয় দেই মামা ।

  • @dipuchetia1837
    @dipuchetia1837 Місяць тому +2

    MAMA JIDABAD
    13:05

  • @prabinbasumatary
    @prabinbasumatary Місяць тому

    CBI enquiry kribo Ari dibo lage

  • @ParthapratimDas-uq5fo
    @ParthapratimDas-uq5fo Місяць тому

    Dada apuni har namanibo. Blg kunu nai Jodi puhoroli anibo pare tetiya he apunar channel r nam2 khxa bli vabim.. jar khadi hoi xeyai xotyo..

  • @soniasarkar1431
    @soniasarkar1431 Місяць тому +5

    Apunak dhonyobad

    • @soniasarkar1431
      @soniasarkar1431 Місяць тому

      Moi bhabu chief minister. e ai sumi r khetrot akdom nyai bisar koribo nohole ane kolonkit naribure bohut lai pabo

  • @starprinters3810
    @starprinters3810 Місяць тому

    CM Sir ,Sumi Case handover to CBI

  • @majanikalita6025
    @majanikalita6025 Місяць тому

    এই কলিতা জন কোন ? তেওঁৰ নামতো কৈ দিব লাগে। সকলো ওলাই পৰিব তেতিয়া।

  • @AnjanaBuragohain-g1y
    @AnjanaBuragohain-g1y Місяць тому

    আপুনি কিয় ইমান কৈ চমীৰপাছত লাগি আছে ভগৱানে নকৰক আপোনাৰ কোনোবা সম্বন্ধীয় মানুহৰ এনেকুৱা ঘটনা ঘটে তেতিয়া আপুনি কি কৰিব

  • @ParamaBorah-x6o
    @ParamaBorah-x6o Місяць тому +1

    জেথেৰি বইনাই মিলি মজ্জা,,, কৰি আছে, income একে ঘৰত জাই যে।

  • @AkhilKalita-do7uy
    @AkhilKalita-do7uy Місяць тому +1

    Dipankar Barmanak paharile neki. Mota ankar dhan ji sakale biniyog karisil sei sakalar nam rajahua korak.

  • @LipikaDas-e7u
    @LipikaDas-e7u Місяць тому

    আপোনাৰ লৰাই লোৱা interview এটা ত sumi e বিয়া নিজৰ টকাৰে পাতিছে কৈছিল। তাইৰ নিজৰ পইচাৰে পতা বুলি কৈছিল। Sumi aru Tarkik r সপোন আছিল।এতিয়া কৈছে বিশাল ৰ সপোন আছিল তেনেকৈ বিয়া পতা। মিছা কথা কৈ তাই বহুত বেয়া ছোৱালী তাই অনুতপ্ত এতিয়াও হোৱা নাই তাই। ভুল কৰা পাছতো।

  • @monujsonowal6620
    @monujsonowal6620 Місяць тому +2

    😂😂😂 কোনো ডঙৰ চুৰৰ শস্তি নহয় ... 100% খাতাং😢

  • @ApurbaApurba352
    @ApurbaApurba352 Місяць тому

    Right

  • @bishalsarma5306
    @bishalsarma5306 Місяць тому

    দিন দিনে বেছি critical হৈ পৰিছে কেচ টো