অসমত ৰাজ্যসভাৰ উপ-নিৰ্বাচনত কোন হ’ব প্ৰাৰ্থী?

Поділитися
Вставка
  • Опубліковано 18 чер 2024
  • অসমত ৰাজ্যসভাৰ উপ-নিৰ্বাচনত কোন হ’ব প্ৰাৰ্থী?
    এখন আসনত চকু বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ
    অসমৰ পৰা প্ৰাৰ্থী হ’ব পাৰে অৰ্জুন মুণ্ডা অথবা স্মৃতি ইৰাণী
    ২য়খন আসনত প্ৰাৰ্থী হ’ব বিজেপিৰ এজন প্ৰাক্তন সাংসদ

КОМЕНТАРІ • 10

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 6 днів тому +2

    নিজ নিজ সমষ্টিত ভোটাৰে প্ৰত্যাখান কৰা বিজেপী নেতাক অসমৰ পৰা ৰাজ্যসভালৈ পঠিয়াব লগা হ'ল।অসমত নেতাৰ অভাৱ হ'ল নেকি?

  • @tapanchandrakalita6420
    @tapanchandrakalita6420 5 днів тому +2

    আন ৰাজ্যৰ পৰা অসমৰ নেতা ৰাজ্য সভালৈ নিৰ্বাচিত হোৱা নিজৰ আছেনে?

  • @janardanbora2803
    @janardanbora2803 9 днів тому +5

    স্মৃতি ৰাণীৰ বিজেপিৰ ইমান প্ৰিয় নে হয় হৰাৰ পিছতো বাৰে বাৰে মন্ত্ৰী পদ পায় থাকে বাকি বোৰে জিকিও পোৱা নাই আৰু তাইক যে অসমৰ পৰা পঠাব ওলাইছে কিয় অসমত নাই নেকি মানুহ

  • @RajibKashyap-yk8zc
    @RajibKashyap-yk8zc 10 днів тому +2

    Oxom t bht manuh ase

  • @EkramulHussain-er7lz
    @EkramulHussain-er7lz 4 дні тому

    😢😢😢😢

  • @pranjitroypranjitroy
    @pranjitroypranjitroy 10 днів тому +1

    এইখন চৰকাৰ এটো সময়ত মানুহৰ পৰিস্থিতিৰ বুজ ল'ব লাগে নে কোন কোৰ প্ৰাৰ্থী হ'ব মাথা মাৰিব লাগে। বান পানী মানুহৰ অবস্থা নাইকিয়া কৰিছে ।

  • @gh12138.
    @gh12138. 10 днів тому +2

    Mrinal saikia,prasanta phukan😂😂😂

  • @user-pq2fs1wz3h
    @user-pq2fs1wz3h 10 днів тому

    smriti irani k Assam r pora ticket di Assam r xonman naikia nokribo 😂