মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই
Вставка
- Опубліковано 28 вер 2024
- ৰাজ্যত উপ-নির্বাচন অনুষ্ঠিত নহ’বও পাৰে বুলি মন্তব্য কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক উভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাৰ দাবী- পৰাজয়ৰ আশংকাত উপ-নির্বাচন অনুষ্ঠিত কৰাত বাধা দিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। বিপৰীতে ভূপেন বৰাৰ মন্তব্য- উপ-নির্বাচন হ’বই। উপ-নির্বাচন পাতিবলৈ বাধ্য কৰাব কংগ্ৰেছে।
#pratidintime #assam #assamnews #himantabiswasarma #bhupenborah
উপ নিৰ্বাচিত নহয় মুখ্যমন্ত্ৰী দায়িত্ব বাহিল। নিৰ্বাচন আগত ৰাষ্টাই পদুলিয়ে নাচিবলৈ সময় নাই।
Good 👍
প্ৰতিদিন টাইম চেনেলতো কংগ্ৰেছৰ নেকি বিজেপি কত হাৰিব আজিৰ দিনত আগতে 9 খন আছিল এতিয়া 11 খন পালে কত বেয়া হল।আৰু ভূপেন বৰা নিজে কিমান বাৰ হাৰিছে নিজৰে চাগে মনত নাই।
Kot beya hol apuni mama k hudibo sn ...
As aSpeaker he should takes awell steap
Election patib nalage,,,karon raijor poisa pani pani hoi jai
কিয় নাপাতিব... দেশ সংবিধানৰ মতেই চলিব।
Tarun payeng Bjp tahotr vikkhari abostha kariboloi goi asey.
Matah gu bora ni
Ki koribi toi election naptile
Oe burbok election pati lave nae toi jikibo nuwaro
Jopiye jopiye hath sapori Kune mare gom pai nohoi
Mamai gom paise haribo buli
Lukoloi buli xul puti nije more futi🤣🤣🤣
Congress Zindbaid
himanto dangrir koth mote nirbason ho bo neki anekuya kotha agot ketioy huna nasilu
By election hobo lage
Cong ❤ jidabad
😂😂😂
Hobo lgbo
😂😂😂😂😂
Congress zindabad
all seats bjp win
Himanta Bishwa Sharma Ganatantrat biswakhi nahoy. Himanta Bishwa sharma Hitlari(Rojar) sason t biswakhi. Kheibabe upa nirbasion nepatu buli koise.
Bjp চৰকাৰে ৰজা হাখন চলাইচে