সোঁৱৰণীৰ জলঙাৰে… Kuwaritol High School Theme Song 2023

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • সোঁৱৰণীৰ জলঙাৰে… Kuwaritol Higher Secondary School platinum jubilee Theme Song 2023
    সোঁৱৰণীৰ জলঙাৰে… কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শীৰ্ষক গীত, ২০২৩
    গীতৰ কথা- তপন শইকীয়া
    সুৰ/সংগীত- যোগেন বৰদলৈ
    কণ্ঠশিল্পী- অনন্যা বৰা, নীল পৱন বৰা
    আপোনাৰ ভাল মানেই আমাৰো ভাল। ধন্যবাদ!
    ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। বেয়া লাগিলেও ক'ব।
    Please do Watch, Share & Subscribe to this Channel...
    xuwaranir jolongare...
    Lyrics- Tapan Saikia
    Tume/ music- Jogen Bordoloi
    Singer- Ananya Bora, Nil Paban Borah
    Guitar- Mojibul Haque
    Flute- Bhargav jyoti Saikia
    Accompanist- Ajit Borah, Arun Bora, Ganesh Thakur (kedar)
    Mix & Master/ Music Arranger- Kongkong jyoti Saikia (kk)
    Recorded at Studio Fabricate BY kk
    #assam
    #assamese
    #newsong
    #assamesesong
    #assamsong
    #song
    #assamesevideo
    #assamesevlog
    #assamvlog
    #assamesenews
    #assamesepoem
    #assamnews
    #pratidintime

КОМЕНТАРІ • 36

  • @drpranjitpranbarua5215
    @drpranjitpranbarua5215 9 місяців тому +2

    Video graphics খিনিত সন্তুষ্ট নহয়।
    প্ৰতিস্থাপক প্ৰধান শিক্ষক আৰু ৩৫ বছৰ কাল প্ৰধান শিক্ষক হিচাপে স্কুলৰ উৎকৰ্ষ সাধন কৰা মোৰ দেউতা স্বৰ্গীয় গজেন্দ্ৰ নাথ বৰুৱাৰ স্থিৰ চিত্ৰ এখনৰ প্ৰয়োজন আছিল।

    • @TapanSaikia
      @TapanSaikia  9 місяців тому

      আপুনি ভালদৰে চোৱা নাই চাগে মহাশয়।

    • @drpranjitpranbarua5215
      @drpranjitpranbarua5215 9 місяців тому

      ভালকৈয়ে চাইছোঁ। কিন্ত যি ধৰণে এজন প্ৰতিস্থাপক শিক্ষাবিদৰ থাকিব লাগিছিল তেনেদৰে নাই। এইয়া পৰিতাপৰ কথা। পইত্ৰিছ (৩৫) বছৰ কাল কম নহয়। সেই সময় খিনিৰ মৰ্য্যদা কিমান, সহজেই অনুমান কৰিব পৰা যায়।

    • @TapanSaikia
      @TapanSaikia  9 місяців тому +1

      আপোনাৰ আৱেগৰ প্ৰতি সন্মান জনাই ভিডিঅ'টো পুনৰ সঠিক ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰা হ'ব। অৱশ্যে এই ক্ষেত্ৰত উদযাপন সমিতি অথবা বিদ্যালয় কৰ্তৃপক্ষৰ তিলমানো অৱহেলা নাই। এয়া আমাৰ ব্যক্তিগত প্ৰয়াসহে। আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ।

    • @drpranjitpranbarua5215
      @drpranjitpranbarua5215 9 місяців тому +2

      ধন্যবাদ।

  • @politicalscienceacademy2772
    @politicalscienceacademy2772 9 місяців тому +4

    সোণোৱালী দিনবোৰ স্মৃতিৰ বুকুত🥰

  • @ManasJyotiBaruah-n4z
    @ManasJyotiBaruah-n4z 9 місяців тому +3

    Beautiful ❤

  • @mundeswarsahani5500
    @mundeswarsahani5500 9 місяців тому +3

  • @parashmoniborahofficial7126
    @parashmoniborahofficial7126 9 місяців тому +4

    বহুত সুন্দৰ হৈছে❤

  • @PragyanMahanta
    @PragyanMahanta 5 місяців тому +1

    জীৱনৰ মধুৰ সময়খিনি য'ত পাৰ হৈছিল।।

  • @litonborah5541
    @litonborah5541 9 місяців тому +1

    Ananya borah 🔥🔥🔥🔥🔥

  • @samiranbhuyan6443
    @samiranbhuyan6443 9 місяців тому +1

    মোৰ অতিকৈ আপোন বিদ্যালয় খনত পাৰ কৰি অহা দিনলৈ বৰ মনত পৰিছে,,, গীত টি শুনি বৰ ভাল লাগিল।

  • @jayantagoswami4149
    @jayantagoswami4149 9 місяців тому +2

    সুন্দৰ 😍

  • @kashmiriborah8783
    @kashmiriborah8783 9 місяців тому +1

    bor xundor hoisa.

  • @bastab406
    @bastab406 9 місяців тому +2

    বুকুৰ এটা কোনত সেই মৰম আৰু হাঁহি ধেমালী বোৰ সোমাই থাকে হৃদয়ৰ কোনত

  • @boykunal
    @boykunal 9 місяців тому +3

    Mojja nil Paban Da

  • @tutumoniborah8096
    @tutumoniborah8096 9 місяців тому +4

    বুকুৰ আপোন স্কুলখনকলৈ লিখা গীতটো শুনি সেই তাহানিৰ দিনবোৰ সজীৱ হৈ উঠিল।জয়তু কুৱৰীটোল হাইস্কুল।

  • @PDMUSICPRODUCTION
    @PDMUSICPRODUCTION 9 місяців тому +2

    Xunilu val lagise xundor ajit da ku dekhilu dhuniya hahire bojai ase school khonar logot jorito xokoluke xuvesa jonalu 🎉🎈🎈🎈👍😊🙏

  • @bhaswatimahanta1737
    @bhaswatimahanta1737 9 місяців тому +2

    ছেয়াৰ কৰিছোঁ ফেচবুকত।

  • @bhaswatimahanta1737
    @bhaswatimahanta1737 9 місяців тому +2

    সিৰাই সিৰাই শিহৰণ বৈ গ'ল।কুঁৱৰীটোল হাইস্কুল প্ৰাণৰো প্ৰাণৰ।

  • @phanibhusanchetri896
    @phanibhusanchetri896 9 місяців тому +2

    Mesmerizing....nostalgic....🙏🙏🙏....rejuvenate the vibes of our day's...
    "Thee a fairy memory of my day's in school comes in my dream N nurses with soft hand about it's existence forever"...
    Great culminating effort of everyone...Thanks from bottom of my heart...🙏🙏🙏

  • @bhaskarsaikia9125
    @bhaskarsaikia9125 9 місяців тому +3

    আমাৰ স্কুল... প্ৰানৰ স্কুল...

  • @nabajyotiborah8462
    @nabajyotiborah8462 9 місяців тому +2

    অতি সুন্দৰ..।

  • @khagenozah8838
    @khagenozah8838 9 місяців тому +3

    Feeling proud to be part of the school since 1996 to 2002

  • @fdentertainment3758
    @fdentertainment3758 9 місяців тому +2

    সুন্দৰ 👏👏 আমাৰ মৰমৰ বিদ্যালয়

  • @bhrigukalita6479
    @bhrigukalita6479 9 місяців тому +2

    সুন্দৰ

  • @praballaskar8825
    @praballaskar8825 9 місяців тому +2

    ❤❤

  • @nilpabancreation.7880
    @nilpabancreation.7880 9 місяців тому +2

    গৌৰৱেৰে কওঁ জ্ঞান-বট বৃক্ষ কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ বিদ্যালয়। জয়তু কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়। KHSS❤

  • @ARS_RAJDEEP77
    @ARS_RAJDEEP77 9 місяців тому +1

    ❤️

  • @The_Mario11
    @The_Mario11 9 місяців тому +2

    Dhuniya ❤❤

  • @luckybordoloi8256
    @luckybordoloi8256 9 місяців тому +1

    ❤🥲

  • @armymotivation1122
    @armymotivation1122 9 місяців тому +2

    ❤❤❤❤❤❤

  • @LIVEGAMER01
    @LIVEGAMER01 9 місяців тому +2