VODCASTত কণ্ঠশিল্পী কমলিকা কাশ্যপ ll শৈশৱ, জীৱনৰ লক্ষ্য ll বিহুগীতৰ চৰ্চা ll মাতৃ ভিটালী দাসক স্মৰণ

Поділитися
Вставка
  • Опубліковано 6 бер 2024
  • 🔹VODCAST-ৰ এইবাৰৰ অতিথি উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপ
    🔹মাতৃ ভিটালী দাসে কিয় স্কেল ভাঙি যোৱাকৈ পিটিছিল কমলিকাক?
    🔹কাকো প্ৰকাশ নকৰা কমলিকাৰ সপোন কি?
    🔹কমলিকাৰ জীৱনৰ লক্ষ্য কি?
    🔹মাতৃ অবিহনে প্ৰথম গানটো ৰেকৰ্ডিং কৰোতে কেনেকুৱা অনুভৱ হৈছিল কমলিকাৰ?
    #nbnews #nbnewsdigital #NBPodcast #nbvodcast #vodcast #assamesevodcast #kamalikakashyap #singers #assamesesinger #bhitalidas #bhitalidasdaughter
  • Розваги

КОМЕНТАРІ • 45

  • @gm5020
    @gm5020 2 місяці тому +2

    So sweet....agbarhi jua Kamalika...God bless you.

  • @mousumidas8463
    @mousumidas8463 Місяць тому

    কি সুন্দৰ !!!!
    কমলিকা তোমালৈ বহুত মৰম ।

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 4 місяці тому +1

    তোমাৰ কণ্ঠতো দেখোন যাদু আছে। বহুত বহুত শুভকামনা প্ৰেৰণ কৰিলো আগুৱাই জোৱাৰ বাবে ঈশবৰ ওচৰত প্ৰাৰ্থনা জনালোঁ প্ৰভুই কৃপা কৰক।।❤❤🎉❤❤

  • @daa4448
    @daa4448 2 місяці тому +1

    Love you komolika 😘😘😘 bht mrm loga

  • @TaruPhukan
    @TaruPhukan 4 місяці тому +3

    অফুৰন্ত মৰম ও শুভকামনা কমালিকা মাজনী ❤❤

  • @kanitakalita4320
    @kanitakalita4320 4 місяці тому +3

    Iman dhuniya prakit abihur sure tumer ganat paiso

  • @rashmiborah1103
    @rashmiborah1103 3 місяці тому +1

    বৰ সুন্দৰ আশীৰ্বাদ থাকিল আগুৱাই যোৱা ❤️❤️❤️❤️

  • @dipamanidas1258
    @dipamanidas1258 4 місяці тому +9

    Kamalika mor hodai prito❤ aru tair sintadhara bor bohut bhl lge matured hoi❤❤

  • @dipanjolidihinginya4265
    @dipanjolidihinginya4265 4 місяці тому +1

    তোমালৈ বহুত মৰম আৰু আশীৰ্বাদত থাকিল। আগবাঢ়ি যোৱা সততাৰে।

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 4 місяці тому +1

    বহাগৰ বাবে অসমৰ ৰাইজে তোমাৰ উপষ্ঠিতিয়ে তোমাৰ মাৰ কমিযোৱা অভাৱ তুমি বহুত খিনি আতৰাৱ পাৰিৱা বুলি গণ্য আৰু আশা ৰাখিলোঁ ও তোমালৈ মোৰ আৰ্শীষ প্ৰেৰণ কৰা হল।।❤🎉❤শুভ সন্ধ্যা।।

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 4 місяці тому

    কমলিকা তোমালৈ মোৰ হৃদয়ৰ অন্তকৰনেৰে শুভাশীষ প্ৰেৰণ কৰিলো ভবিষ্যতে নিজস্বতা ৰাখি জাতীয় জীৱনৰ লগতে মানৱজাতিৰ মঙ্গলৰ অৰ্থে মনস্থ কৰিহে কাম আৰম্ভ কৰিয়েই আগবাঢ়ি যোৱাৰ চেষ্টা অব্যাহত ৰাখিৱা।। তোমাৰ কণ্ঠ মাৰ লগত বহুত মিল আছে ।। শুভ কামনা থাকিব সদায়ে।। সুপ্ৰভাত।।❤❤🎉

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 4 місяці тому +1

    তোমাৰ কণ্ঠ সচাকৈ সুন্দৰ আৰু বয়সতকৈ তুমি আমাক প্ৰকৃততে বহুতো গভীৰতালৈ সোমাই মন্তব্য কৰি তোমাৰ লগত সমবয়সৰ ল'ৰা ছোৱালীৰ ও আমাৰ দৰে ব্যক্তিৰো। হৃদয় স্পৰ্শ কৰিব পৰাকৈ ভাৱিগুনী কৰা সাহসী মন্তব্য বুলিয়েই মই মান্যতা প্ৰদান কৰিছে বুলি গণ্য কৰো।। মোক যদি চিনীপোৱাত কঠিন হ'লে শেৱালী মহাজন তৰালী দাস আদিৰ পৰা কিছু আভাস পাবলৈ সক্ষম বাবা ।।❤❤❤ তোমাৰ মামাৰ পৰিচয়ে লৱ পৰা ৩০ জানুৱাৰী তাৰিখে দৌল গোবিন্দ আৰু দীৰ্ঘেশবৰী মন্দিৰত যোৱা হৈছিল। নাজানো তুমি ক'ত আছা ।।❤❤❤

  • @brojengogoi5057
    @brojengogoi5057 4 місяці тому +2

    বহুত সম্ভাবপূণ শিল্পী ভাল লাগিল

  • @rijumonidutta3606
    @rijumonidutta3606 4 місяці тому +2

    Komolika loi bohut morom aru Ashirbad thakil.

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 3 місяці тому

    কামলিকা তোমাৰ এই সাক্ষাৎকাৰ আজি তৃতীয় চতুৰ্থ বাৰ মান শুনি আছোঁ বাবে।। পুনৰ আকৌ নতুন ৰূপত সজাই সাক্ষাৎকাৰ এটা আগবঢ়ালে নিশ্চয় ভাল লাগিৱ।। তোমাৰ মাক ভালপাইছিলো একমাত্ৰ বন্ধু বান্ধবীৰ সম্বন্ধে মোৰ ভাল পোৱা এগৰাকী ছোৱালী তোমাৰ মাৰ বান্ধবী আছিল সেই সূত্ৰে তোমাৰ ককাইও বহুত মৰম কৰিছিল মামাহতে বিহুৰ গীতৰ বাবে নাচনী নচোৱা কাৰনেও যি অভিজ্ঞতা অভাৱ আছিল আদিও তাহানিৰ দিনত সুৰাৰ দুই এটা গীত লৈছিল বাকী তুমি আগতে দিয়া নামৰ উপৰিও অভয়পু নামঘৰৰ নিকটৱৰ্তী মল্লিকা বৰা শিলসাঁকোৰ নৱনিতা চাং কাকতিৰ পৰাও আৰু ককা দেউতাৰ পৰা বুজি লৱা।।

  • @gitikadowerahdutta6602
    @gitikadowerahdutta6602 4 місяці тому

    Bohut..bohut...morom...disu tumak..Kamalika❤

  • @jagadishsarma
    @jagadishsarma 4 місяці тому +1

    Beautiful voice sis and good thinking I proud of you she is a new singer...

  • @dashamisarma8331
    @dashamisarma8331 3 місяці тому

    Bahut bhal lagil ....kamalika iman bhal suali....

  • @user-ci2iq2bh1n
    @user-ci2iq2bh1n 2 місяці тому

    God is good kamalika

  • @aniladas1589
    @aniladas1589 4 місяці тому +1

    Kamalika , you are so sweet and cute . I love you.

  • @supriyasutradhar3858
    @supriyasutradhar3858 4 місяці тому +3

  • @paparigogoi2961
    @paparigogoi2961 3 місяці тому

    ইমান মিল ❤

  • @techgame206
    @techgame206 3 місяці тому

    ❤❤❤

  • @tinumaisaikia1694
    @tinumaisaikia1694 3 місяці тому

    তোমাৰ কণ্ঠ সঁচাই সুন্দৰ❤❤❤

  • @js-iu4pi
    @js-iu4pi 4 місяці тому +8

    Aiijoni o......khub val pau tumar maa k...tekhetor bihu huni ami motolia hou.m.tumar voice tu baa r dore same... please future gaan gabo neriba...val k lagi thaka...val dore success hoba tumi

  • @bhaskarjyotikumar8349
    @bhaskarjyotikumar8349 4 місяці тому +1

    Best of luck❤

  • @menokapayingpayun2462
    @menokapayingpayun2462 4 місяці тому +1

    ❤❤❤❤❤❤

  • @User-hp7ev9dr5n
    @User-hp7ev9dr5n 4 місяці тому +1

    😍😍😍😍

  • @lakhyajitsaikia7577
    @lakhyajitsaikia7577 3 місяці тому

    Tumi aguwai juwa🎉🎉

  • @rahulamin273
    @rahulamin273 4 місяці тому +1

    Apunar val howk anagoto vobissot

  • @BikashDas-zf8tv
    @BikashDas-zf8tv 10 днів тому

    Hari nam ki gaise behh❤❤🎉

  • @rabidas7380
    @rabidas7380 3 місяці тому

    Moja lagese 😢😢

  • @bhargabmedhi1032
    @bhargabmedhi1032 3 місяці тому

    Keep it up 👍 ❤

  • @user-mj8ck8xj4z
    @user-mj8ck8xj4z 3 місяці тому

    God bless you ma ,

  • @sanjaydulakhakhoria2904
    @sanjaydulakhakhoria2904 4 місяці тому

    কমলিকা তুমি আগুৱাই যোৱা...

  • @kalpanakataky9092
    @kalpanakataky9092 4 місяці тому

    বহুত মৰম কমলিকালৈ

  • @user-op1zs1qu4u
    @user-op1zs1qu4u 4 місяці тому +2

    Dada nest zubben gargk matebo .

  • @nazmabegum2984
    @nazmabegum2984 3 місяці тому

    Vitali ba amar major pora heraisile aru akou ami xei Vitali bak Jen akou ghurai paisu ami komolika tumi aguwai juwa.

  • @user-uv8qp3tp4n
    @user-uv8qp3tp4n 4 місяці тому

    Sister. Tumi. Aguwai. Youwa 33:49 33:51 33:53 😊

  • @BudhiChamuah
    @BudhiChamuah 3 місяці тому

    Mur mon vari gol katha kuwa hoili bar mnhuagrahi kamalika akhuj dukhus koi agbahi kuwa tareyai kamana karilu

  • @santunath815
    @santunath815 3 місяці тому

    কালিকা তুমি আগুৱাই যোৱা

  • @subudhdehingia8420
    @subudhdehingia8420 2 місяці тому

    Pp000

  • @pallabibaruah8160
    @pallabibaruah8160 3 місяці тому

    ❤❤❤

  • @user-mk3du4kf6k
    @user-mk3du4kf6k 3 місяці тому

    ❤❤❤