Guwahati News: কেনেকৈ প্ৰটেক গ্ৰুপে পালে ২২ মহলীয়া অট্টালিকা নিৰ্মাণৰ অনুমতি?

Поділитися
Вставка
  • Опубліковано 24 лис 2024

КОМЕНТАРІ • 128

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 3 місяці тому +31

    যদুকুল ধ্বংস হোৱাৰ দৰে অসমীয়া জাতি এদিন ধ্বংস হৈ যাব যেন অনুভৱ হৈছে।।😢😢😢

  • @sonowalguwahativlog5320
    @sonowalguwahativlog5320 3 місяці тому +24

    CM টো Change হব লাগে,এইটো CM অসম বিকি দিব

  • @sunilsingha1991
    @sunilsingha1991 3 місяці тому +25

    HBS & Company

  • @success2089
    @success2089 3 місяці тому +26

    সিংঘল বোলা টোক পানীত উটুৱাই দিয়ক

  • @hemantasaikia9348
    @hemantasaikia9348 3 місяці тому +25

    HBS........ গৌৰৱ গগৈ আহি আছে ২০২৬ চনত

  • @nayancreation8894
    @nayancreation8894 3 місяці тому +9

    Government change hole Protech Group r anekua building vanga dekha pam buli aasha rakhilu

  • @DilipChakraborty-j6b
    @DilipChakraborty-j6b 3 місяці тому +20

    সেই কাৰণে খুৰা ভোট টো দিওঁতে অন্ধ ভক্তৰ দৰে নিদিব আৰু যি জন নেতাক ভোট দিয়ক যি জন নেতাই ৰাইজৰ সুক দুখ বুজি পায় , মিচলীয়া নেতাক ভোট নিদিব

  • @MusarafHussain-gd5ui
    @MusarafHussain-gd5ui 3 місяці тому +16

    এতিয়াও সময় আছে ৰাইজ সজাগ হওক, নহলে এনেকুৱা অট্টালিকাৰে ভৰি পৰিব ।

  • @debenkonwar8367
    @debenkonwar8367 3 місяці тому +12

    এতিয়াহে আচল কথাটো লৈ আহিছে ।

  • @Abduljalil-yv8qx
    @Abduljalil-yv8qx 3 місяці тому +8

    আপোনালোক কব পাৰিব, কিন্তু একো কৰিব নোৱাৰে।

  • @sadeksaikia8168
    @sadeksaikia8168 3 місяці тому +9

    সিংঘল হৈছে আচল খিলঞ্জীয়া। ৰাইজৰ আশীৰ্বাদ পাইছে। ভৱিষ্যতে ও পাই থাকিব চিন্তা নাই।

  • @babuluzir6497
    @babuluzir6497 3 місяці тому +1

    কিছু বছৰ পিছত শিলসাঁকো ত দেখা যাব তেনেকুৱা বিল্ডিং মোৰ মনত ভাৱ হৈছে

  • @TonmoyDekaMUNU
    @TonmoyDekaMUNU 3 місяці тому +4

    This is called power of media
    Media enekuai hobo lge❤

  • @bimansaikia4305
    @bimansaikia4305 3 місяці тому +11

    তিনি মহলীয়া ঘৰ এটা সাজিলে ৰাষ্টাৰ পৰা আইন মতে ১২ বা ১৬ ফুট হ'ব লাগে।কাৰণ ১৯৫০ চনৰ দৰে ভূমিকম্প হ'লে এই ঘৰৰ তিনি মহলৰ পৰাই ১২ বা ১৬ দুৰত ইটাৰ টুকুৰা পৰিব । তেনে স্থলত ২০ মহলীয়া ঘৰ টোৰ পৰা কিমান দুৰত ইটা বা প্ৰকাৰ টুকুৰা পৰিব ভাবি চাব হে অসমৰ বৰ মুৰিয়া সকল। অন্যায়ৰ এটা সীমা আছে । এই অন্যায়ে সকলো সীমা চেৰাই গৈছে। ওপৰত বিচাৰ প্ৰতি এজন আছে ।কথাতো পাহৰি নাজাব।

  • @Rahul-e2x7z
    @Rahul-e2x7z 3 місяці тому +1

    বিৰোধী চৰকাৰ লাগে এতিয়া নহ'লে অসম খন খেখ কৰিলে নেটা মন্ত্ৰীয়ে বেছি, বেছি খেখ কৰিলে

  • @nikhilphukan8279
    @nikhilphukan8279 3 місяці тому +10

    গুৱাহাটী মহানগৰত ডাঙৰ ডাঙৰ অট্টালিকাবোৰে বানপানী হোৱাত সহায় কৰিছে ।

  • @rushanburagohain6803
    @rushanburagohain6803 3 місяці тому +3

    হে গুৱাহাটীবাসী বাৰে2 আপোনালোকে অন্ধভক্ত হৈ ভোট দি জিকাই আছে।কি কৰিব এতিয়া.......?

  • @kinaramdas5198
    @kinaramdas5198 3 місяці тому +7

    মামাৰ আশীৰ্বাদত অসম ধ্বংশ দিশে গতি কৰিছে গতিকে অসমীয়া বুলি কৈ থাকিলে নহব অসম অনাঅসমীয়াৰ পৰা ৰক্ষা কৰিবৈ ওলাই আহিব লাগিব।

    • @m.g.4289
      @m.g.4289 3 місяці тому +2

      হৈছে অসমীয়াই নিজৰ কফিনত শেষ গজাল মাৰি ললেই, আজিকালি অসমীয়া মানুহে নিজৰ মাটি অনাঅসমীয়া মানুহৰ হাতত গতাই দিলেই কেটামান বেছি টকা লোভত.

  • @Tarunchdeka-cb4go
    @Tarunchdeka-cb4go 3 місяці тому +1

    অনিল নগৰ , নবীন নগৰ গুৱাহাটীত লগত কামাখ্যা ৰে'ল ষ্টেচন দক্ষিণ ফালে জলাশয়ত পুতিলৈ বহু দানাল হ'ল,পানী যোৱাৰ পথ নাই,জিএম ডিএ ব্যৱসায় কৰিলে, ৰাইজক পানীত ডুবাইছে

  • @nayan.j
    @nayan.j 3 місяці тому +4

    সিংঘালৰ পুতেক ”ফ্লাড জিহাদী“

  • @SangitaboruahSangitaboruah-j9l
    @SangitaboruahSangitaboruah-j9l 3 місяці тому +11

    বিজেপি চৰকাৰে অনা অসমীয়াক অসমখন বিক্রি শেষ কৰিলে।গতিকে অসমৰ সকলো ৰাইজে বিজেপি ক বিদায় দি ২০২৬ ত গৌৰৱ গগৈ নেতৃত্ব অসমত কংগ্রেছৰ চৰকাৰ হোৱাটো বিচাৰো।

  • @Rahul-e2x7z
    @Rahul-e2x7z 3 місяці тому

    গৌৰৱ গগৈ দাঙৰিয়াক মুখ্য মন্ত্ৰী হিচাপে বিচাৰোঁ অসম খন খেখ কৰিলে নেটা মন্ত্ৰীয়ে নহ'লে অসম বচাৱ পাৰিব গৌৰৱ গগৈ দাঙৰিয়াহে বিৰোধিৰ চৰকাৰ বহুত দৰকাৰ অসমত

  • @Harikrishna63G
    @Harikrishna63G 3 місяці тому +4

    LAND আৰু PERMISSION দিওঁ টা জন আন কোনো নহয় বৰং , আমাৰ 👉SO-CALLED👈 ভদ্ৰ, সুবিধাবাদী চৰিত্ৰৰ 😜ASSAMESE😜
    বোৰ.... বা বা চাবছ 👍👍👍👍

  • @gunajitkalita6674
    @gunajitkalita6674 3 місяці тому +4

    Aru vote diyk...you people deserve that

  • @KrishnaKingkarMajumdar
    @KrishnaKingkarMajumdar 3 місяці тому +4

    আৰে অলগদ্ধ হত এইখিনিও নাজানা নেকি চৰকাৰ যাৰ বল তাৰ, ৰাইজে ভোট দি গঠন কৰা চৰকাৰক আকৌ ৰাইজে প্ৰশ্ন কৰি গালি পাৰে বাহ বাহ 😮

  • @manjubarman1855
    @manjubarman1855 3 місяці тому +3

    নিৰ্বাচনক গুৰুত্ব নিদিয়াৰ ফল।

  • @rajendradatta-z1n
    @rajendradatta-z1n 3 місяці тому +1

    Conflict of interest. তেওঁ নিজে builder হৈ কেনেকৈ গুৱাহাটীৰ মিনিষ্টাৰ হব পাৰে। He should resign.

  • @umeshhandique6856
    @umeshhandique6856 3 місяці тому

    General knowledge অসমৰ কেৱল তিনি জন মান মন্ত্ৰীৰহে আছে।বাকী মন্ত্ৰী,বিধায়ক তথা অসমৰ জনসাধাৰনৰ general knowledge nil.গতিকে এই তিনি জন মান মন্ত্ৰীৰ মতেহে আমি চলি থাকিব লাগিব।এয়াই পৰিবৰ্তন।অশান্তিৰ অসম এতিয়া।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 3 місяці тому

    সম্পূৰ্ণ সচা কথাই কৈছে সন্মানীয় দেউতা আৰু ককাইদেউৰ বয়সৰ ব্যক্তি কেইজনে।

  • @sodeshray2396
    @sodeshray2396 3 місяці тому

    এই অট্টালিকাত অসমীয়া মানুহয়ে থাকিব নোৱাৰে গতিকে থাকিব বহিৰাগত মানুহবোৰ অসমীয়াৰ দাদা গিৰী নচলিব জয় আই অসম 😊😊😊

  • @moksoodahmedlaskar6735
    @moksoodahmedlaskar6735 3 місяці тому +2

    ND 24.... jindabad

  • @debendrakumarnath9286
    @debendrakumarnath9286 3 місяці тому

    ৰাইজক আবেদন কৰক যাতে তেওঁলোকে Protech Tarun Nagar ত কোনো flat বুক নকৰে।পিছত প্ৰস্তাব লাগিব।এই ঠাই ইমান ওখ building ৰ বাবে উপযুক্ত নহয়।

  • @bishnuprasaddeka8800
    @bishnuprasaddeka8800 3 місяці тому +6

    Bihar r Dada giri.

  • @ranjit19656
    @ranjit19656 3 місяці тому

    এই মহল টো Takurkuchi ত হব লাগিছিল

  • @budheswarnath6516
    @budheswarnath6516 3 місяці тому

    অশোক সিংঘলক ভোট দিয়ে কিয় অসমীয়া মানুহে , ... হাতৰ কোঠাৰ ভৰিত মাৰি লয় কিয় ৰাইজ খনে ???

  • @sachikalita5996
    @sachikalita5996 3 місяці тому

    Suprim court case koribo Lage

  • @sashibhatta5198
    @sashibhatta5198 3 місяці тому +2

    যাৰ ঘৰত বৃহস্পতি পোন,
    তাৰ ঘৰত নবয় কোন !

  • @ranjit19656
    @ranjit19656 3 місяці тому

    Booking কৰা মানুহবোৰ ইমান পইচা কৰ পৰা পালে তদন্ত হব লাগে

  • @pranjalsaikia7163
    @pranjalsaikia7163 3 місяці тому +2

    Vangi pelab lage building tu 🙏🏾🙏🏾🙏🏾

  • @satyendradeka6343
    @satyendradeka6343 3 місяці тому

    পৰিৱৰ্তনৰ নামত ধোৱা ধোৱা

  • @borahnibir
    @borahnibir 3 місяці тому +1

    Himontoi nijor purbopurukh hokole jenekoi daan paisil.... Henekoi akhom khn daanotnpuwa buli vhabise

  • @khirodadas-rt9fe
    @khirodadas-rt9fe 3 місяці тому

    Vot doute। ভাবিব লাগে

  • @ranjit19656
    @ranjit19656 3 місяці тому

    নাম হব লগে কি ?

  • @Hemantaraj45
    @Hemantaraj45 3 місяці тому +3

    22 moholiya ottalika??? ami dekhu 3 moholiya ei napao...hokolu khubidha thoka pisotu

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 3 місяці тому +1

    আছুৰ নেতাসকল কি গল

  • @SatymevaJayate007
    @SatymevaJayate007 3 місяці тому

    এনেবোৰ অট্টালিকা ভয়াবহ ৷

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 3 місяці тому

    চিঙঘল অঁকলে নহয় এওৰ লগত পাটনাৰ আছে ইআক

  • @hirakkalita2588
    @hirakkalita2588 3 місяці тому

    Kenkoi permission dile gmc,gmda kun kun jotito hoi ase enquiry hobo lage

  • @stp100
    @stp100 3 місяці тому +3

    Personal Powerhouse personal bridge ki capacity SALUTE #ND24

  • @SanjayKumar-td9um
    @SanjayKumar-td9um 3 місяці тому

    এই সিংঘল বোলা বস্তুটো কৰ পৰা আহিল ৷ অসমতটো এনেকুৱা মানুহ নাই ৷ ভাৰতৰ কোনোবা ৰাজ্যত অসমীয়া কনোবা মানুহ এম এল এ আছে নে?

  • @KhanindraTalukdar-e6h
    @KhanindraTalukdar-e6h 3 місяці тому

    চিঙা ফাটা চেন্দে পেলায় নিদিব ২৬ৰ নিৰ্বাচনৰ সময়ত কামত লাগিব।

  • @jarnali4613
    @jarnali4613 3 місяці тому +5

    Karnataka t cm a mati lole karane ji punishment hobo same punishment amar assam tu hobo lage buli janata jagibo hole

  • @deadlydrax2711
    @deadlydrax2711 3 місяці тому

    Vote for vikash of MLA minister.

  • @rupamnath3961
    @rupamnath3961 3 місяці тому

    High court should order to demolish this illegally constructed building ♦️♦️

  • @user-bhaiti123
    @user-bhaiti123 3 місяці тому +2

    Local nagrik lastor tu😂😂

  • @lachitgogoi5082
    @lachitgogoi5082 3 місяці тому +3

    Bulldoger solabo lage.

  • @satyendradeka6343
    @satyendradeka6343 3 місяці тому

    নিউজ লাইভৰ কেমেৰাই ঢুকি নেপাই নেকি ?

  • @pranjalgogoi1138
    @pranjalgogoi1138 3 місяці тому

    চৰকাৰ সলনি হওক এইবোৰৰ তদন্ত কৰি ছিল কৰক

  • @AnupamaDas-h3h
    @AnupamaDas-h3h 3 місяці тому

    Axomiai axomor satru nohole silhakut dhangha nokori anil nagarat 25 tola building r permission napale hoi

  • @chinmay7537
    @chinmay7537 3 місяці тому +3

    Pratek jihad aytu 😂😂😂

  • @manjubarman1855
    @manjubarman1855 3 місяці тому +1

    ইয়াতেই জন্ম তাৰ সি অসমীয়া কব নাজানে।

  • @riturajgogoi8760
    @riturajgogoi8760 3 місяці тому +1

    Hahaa....atia rastat ahi protest korise....kintu paar hoi juwa Loksabha election kak vote disil.....vote dia time aibur kotha kiyo nabhabilei....

  • @srutiboro367
    @srutiboro367 3 місяці тому +1

    Memma

  • @user-wj1z
    @user-wj1z 3 місяці тому

    Ha ha ha ha ha ha ha vote di

  • @BitopiBaruah
    @BitopiBaruah 3 місяці тому

    Businessman (Protech) SLOGAN says " Let's give some trouble or SUFFERING to Assamese PEOPLE.........

  • @samiranthakuria36
    @samiranthakuria36 3 місяці тому

    Jagrata hauke

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 3 місяці тому +5

    ২ মানুহ জনে কথা কব নাজানে নেকি ? পিটনি পুতি ইমান ডাঙৰ বিলডিং বনাইছে আৰু তেওঁ কৈছে তাত কব লগা বোলে একো নাই।😂

  • @mukshedullah6863
    @mukshedullah6863 3 місяці тому

    Bulldozer kot etiya????????

  • @user-wj1z
    @user-wj1z 3 місяці тому

    Noro higho sab jabo

  • @jonasarmabarua3835
    @jonasarmabarua3835 3 місяці тому +2

    Atiya CM kot gl ki kobo bhabi aase sage faltu kotha

  • @RohitGupta-f4v8k
    @RohitGupta-f4v8k 3 місяці тому

    Use twitter to complain to them by tagging their accounts. UA-cam comments do no help.

  • @rafalemosey7021
    @rafalemosey7021 3 місяці тому +10

    Bepari Bania burok Asaamor pora bahir koribo lage...BJP aru Himanta eta dalal...e Assamot baniak business established koribole help kore...😶😶

    • @hemantarongchon-bw2gr
      @hemantarongchon-bw2gr 3 місяці тому

      Aru dvlp minister bania he .amar assamese bur ki hol..

    • @aliciadawns8535
      @aliciadawns8535 2 дні тому

      BJP k bhot di power dibo pisot dekhun tetufali siyori pratibad koribo ,eibur kenekua kotha.

  • @hemantarongchon-bw2gr
    @hemantarongchon-bw2gr 3 місяці тому

    Guwahatir dvlp minister maruwari he .assamse bur nuhuwa hol nki. ? Kiman 😢😢😢dukhor kotha.

  • @mendisbapu8450
    @mendisbapu8450 3 місяці тому

    Xsai be road closed krise

  • @pranjalsaikia7163
    @pranjalsaikia7163 3 місяці тому +4

    Singal r dore Ana Axomiya minister ajon kio pati lage Axomiya manuh nai neki

    • @chinmay7537
      @chinmay7537 3 місяці тому

      Axomiya manhui Hindu bosabo vote dise 😂😂😂

    • @jadav5123
      @jadav5123 3 місяці тому

      Right cmt sir .

  • @digantadeka7201
    @digantadeka7201 3 місяці тому

    Singholk saloni koribo lage

  • @pradipkumarhazarika4307
    @pradipkumarhazarika4307 3 місяці тому

    Worthless Ministers of GMDA, past and present.

  • @infinitelove7439
    @infinitelove7439 3 місяці тому

    Tako najana mamai order Disa ako😂😂😂

  • @bajrapaniofficial2576
    @bajrapaniofficial2576 3 місяці тому

    Booking cancel kori dilu

  • @dilipmahanta7020
    @dilipmahanta7020 3 місяці тому

    Apuni aru mor nichina manohe bhot de tekhetak minister bonaise

  • @kklofficial7436
    @kklofficial7436 3 місяці тому

    Men mal tu hoise Mama tatke bepari dokait kunu ny.

  • @ashokhazarika2700
    @ashokhazarika2700 3 місяці тому

    Singhal tu ETA bhoo Mafia etiya Assam cabinet minister.... Bohut laaz loga kotha

  • @ArBisGHY
    @ArBisGHY 3 місяці тому

    Currently Protech is buying the lands in Deepor Beel, 100bigha+ already purchasedl...Guwahati...stay alert😂

  • @pankajaxom8521
    @pankajaxom8521 3 місяці тому

    Jetiale CM Himanta thakibo tatile Ashok Singhal Aru Dhanuka r dore Bonia a Asom Sakhon koribo.....

  • @gautambarman3484
    @gautambarman3484 3 місяці тому

    Aku nai Kongho mama ase logot

  • @NEKSCNEKSC
    @NEKSCNEKSC 3 місяці тому

    Commission Jihad soli aase.... sob manage hoi jai....

  • @zamba313
    @zamba313 3 місяці тому

    2026 loike jagok.

  • @digantadeka7201
    @digantadeka7201 3 місяці тому

    Jhra mnty

  • @rafalemosey7021
    @rafalemosey7021 3 місяці тому +3

    Whoever is going to buy flats there would have serious consequences from local public and court...so don't go there to buy flats...😶😶

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf 3 місяці тому

    Ene boniaI Axom ses korib

  • @kulaburagohain9329
    @kulaburagohain9329 3 місяці тому

    VhumimampaAhokDekhajabo

  • @dhrubajyotisarma9035
    @dhrubajyotisarma9035 3 місяці тому

    Kihor dangar manuh he,high court kori diyok

  • @jadav5123
    @jadav5123 3 місяці тому

    Ona oxomiak kio montri bonabo baise .

  • @AbinashDas-d8t
    @AbinashDas-d8t 3 місяці тому

    Permission Kune dia hai2 najane,,, direct dhorokge ne dom nai

  • @shahiduliislam6828
    @shahiduliislam6828 3 місяці тому

    Flat guwhati borbad koresa

  • @dharmendradas4956
    @dharmendradas4956 3 місяці тому

    Protech group murdabad.

  • @dhrubajyotisarma9035
    @dhrubajyotisarma9035 3 місяці тому

    Dhurandhar manti,dekhiajulit taam matu kinise,sela samundar bore asomiya k chiniye napai

  • @nayanjitdas3375
    @nayanjitdas3375 3 місяці тому

    Okoni again In action 😂😂😂😂 .. zooroad t Tyre jolai protest korute hua accident r pasot .. police r kub
    Khai bohudin polai aasil teo...😂😂😂

  • @gh12138.
    @gh12138. 3 місяці тому

    Bjp bussiness sob egla😢😢😢😢😢
    Bjp kam hindu muslim kora aru deshok luta😢😢😢😢😢

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 3 місяці тому

    BJP Sarkar khane Pani 60 Kori se