Nam khar.val lagil ai karone vowantor gun nam .kintu ..diha namot khul badya nagara taal bahi aadi ha thakibo lage electrical instrument ketiyao praug karibi nalage its okay .aru dharm iyo xaj poridha karibo lage xakoluwe .apunaluk mamonir sage .ujanit ane nohabo sampurna dharmio xajot hoba lagibo tetiyahe one point hobo.
বহুত বহুত ধুনীয়া সুমধুৰ সুৰৰ কণ্ঠ লগতে তেওঁ কথা কোৱা শৈলীও অতি মনোমোহা। কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤
বহুত সুন্দৰ কণ্ঠ আৰু আগুৱাই যোৱা কৃষ্ণ কৃষ্ণ
কণ্ঠ বহুত সুন্দৰ ❤ আগুৱাই যোৱা।
অপূৰ্ব. .....👌👌👌💕❤️💕❤️🙏
অতি সুন্দৰ ভাল লাগিছে দিয়া 😊😊
সুন্দৰ কণ্ঠৰ লগতে আধ্যাতমিকতা আছে নাম ভাগত।দলটিলৈ শতকূটি প্ৰনাম
কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻 সুন্দৰ পৰিবেশন , জয় গুৰু শংকৰ
মন ভৰি গল বহুত ধুনীয়া ❤🙏🏻
Starting and to last is very good. Performence god bless your. Groups
প্রভু বা বাপ বুলি কব | সুন্দৰ কন্ঠ | সুন্দৰ পৰিৱেশন | বহুত ভাল লাগিল | দিহা নামৰ দল টি কৰ হয় কব নেকি? দল টিৰ প্রতি জন সদস্য সদস্যা উজ্বল ভৱিষ্যত কামনা কৰিলোঁ | কৃষ্ণ কৃষ্ণ | জয় গুৰু শংকৰ |
@@krishnagogoi1657 ধৰমতুল শান্তিপূৰ(মৰিগাঁও)
Bhut Val lagil ❤❤❤❤❤
সুন্দৰ হৈছে।
অতি সুন্দৰ প্ৰদৰ্শন কি কম আৰু
অতি সুন্দৰ কন্ঠ ❤ বাদ্যৰ সুন্দৰ সংমিশ্ৰণ বুলিব পাৰি ❤ আগুৱাই যোৱা।
Bohut val lagile ❤❤❤❤
Xundar ❤❤❤❤❤
বহূত বহূত ভাল লাগিছে ❤
Bahut bahut val tumar matu❤❤❤❤❤❤❤
Birat val lagil. Hundor kontho. Hundor bojaise tim hundor val lagil. Thenkyou
Bhut val lagile huni
Bahi bojuwa ❤
কন্ঠ অতি সুন্দৰ, কিন্ত দিহানাম বুলিলে এটা কথা জানিব যে দিহানামত সুৰ-সমলয় নেথাকে। প্ৰকৃত দিহানামৰ ঘোষা, সুৰ, নামৰ ঠাচ, সুৰৰ ঠাচ আদি
বুজিলে আৰু ধুনীয়া হ'ব ।
Bohut VaL Lagise ❤
Om bhagavte vasudeva namah 💅💅💅💐💐🌺🌸🏵️🌺🙏🙏🙏🌹🌹🌹
কৃষ্ণ কৃষ্ণ 🙏🙏 ভন্তী ❤❤❤
Bohut val lagil dai
Very very nice.
Awesome voice, stay blessed❤
শুনি কিবা ভাল লাগে
বৰ সুন্দৰ লাগিল দেই ধন্যবাদ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ
Dhuniya kontho
সুন্দৰ কণ্ঠ।
গুরু জনাই দি থৈ যোবা পরম মঙ্গলময় এই হরি নাম ভাগি উপস্থাপন করোতে সদায় কত এই এক ঈশ্বরর নাম লোবা হৈছে সেই কথাটি গুরুত্ব দিবা বুলি সেবা ধরা হৈছে।
Good Hima ba. Basanta Rajbongsi. Bongaigoan .
❤ Beautiful baa.
6:22 pratham armbhanitua bhal lagil kantha xundar
পৰ্ভু নকবচোন😢 ইমান সুন্দৰ কণ্ঠ❤🎉
Krishna porbhu ❤❤❤
ভাষা নাই 🙏
Bhout Val lagil
It's really my heart,❤ you are 🎉🎉🎉. bhagavanar kipa ase
Maja😢
Krisna.porbhu.nahai.prabhu
ভাল লাগিল স
সুন্দৰ
Krishna Krishna Krishna ❤❤❤
😊🙏🙏🙏😊
Krishna
Nice👍🙏🙏🙏
উচ্চাৰণ ভূল হৈছে প্ৰৰভু নহয় প্ৰভু হ'ব লাগে। সুন্দৰ হৈছে।
Hundar hur❤❤❤
Br.....hundr......konth...dei.....🙏🙏🙏🙏
পৰভু নহয় আমি জনা মতে প্ৰভু হে হ'ব লাগে নেকি?
কৃষ্ণ কৃষ্ণ🙏🙏
পৰভু নহয় দেই,প্ৰভু হে
Tumak luke okl point dhotibo aha kela tumi guwa sun ane koi
Hoy dia tumi anekoi gab pariba spiling bhul hle kheitu nam nohol ne
মজা
Good job
Bahut, khundar, krishnakrishna, joy, guru, khangkar,
Nice ❤🎉
বহুত বহুত ধন্যবাদ তোমালৈ নগাঁও কোন জগা
Mojaa
Val lagil
Moja
Noce
Vl lagil xuni dhuniya konthaa tomr ghar to kot asile
তোমাৰ নাম বহুত ভাল লাগে
অলপ অনুশীলন কৰিবা। বাকী ভাল হৈছে। ❤
O, hari, o, raam,,,, krishna,,, krishna, ❤❤❤❤❤, khudar,
G00d
Naam bur khuni bohut val lage
Nice
❤❤
ধন্যবাদ ❤❤❤😅😅😅😅😅
Nice your voice
Duniya lagesex🙏🙏🙏🙏🙏🙏
HIMA BAIDEU , KANTHO HUNDOR .
VERY NICE
God blace you
🙏🙏🙏
🙏🙏🙏🙏🙏🙏
কি হৰি নাম।ইমান দীঘলীয়া কঞ্চাৰ
Shivratri guru jonar Naam poribekhon koribo napai nahoy Krishna Krishna
Duhniya hoisa
🙏
Khundar
কন্ঠ বহুত শুৱলা।। music ৰ যদি অকণমান eco টো কমাই দিলে আৰু ভাল লাগিব ।।।
Kirsno kirsno kirsno
Nam khar.val lagil ai karone vowantor gun nam .kintu ..diha namot khul badya nagara taal bahi aadi ha thakibo lage electrical instrument ketiyao praug karibi nalage its okay .aru dharm iyo xaj poridha karibo lage xakoluwe .apunaluk mamonir sage .ujanit ane nohabo sampurna dharmio xajot hoba lagibo tetiyahe one point hobo.
ক্ষমা প্ৰাৰ্থনা নিবিচাৰে । ক্ষমা প্ৰাৰ্থনা কৰেহে । ক্ষমা প্ৰাৰ্থনা বিচৰা মানে ৰাইজখনে তোমাৰ ওচৰত ক্ষমা বিচৰাহে হয় । সুৰে স্ংস্কাৰে নহয় , সুৰে সঞ্চাৰে বুলিহে কব লাগে । অসমীয়া হৈ নিজ মাতৃভাষা ভালকৈ কব জানিব লাগে । আজি কালিৰ অসমীয়া শিক্ষিত ল'ৰা ছোৱালী অধিকাংশৰে নিজ ভাষাৰ শব্দবোৰ ক'ত কেনেকৈ প্ৰয়োগ কৰি কথা ক'ব লাগে , সেই জ্ঞান নথকাটো জাতিৰ বাৱে দুৰ্ভাগ্য জনক কথা ।
TMk nam Aru tmk val lage
Lishita rupat diba dey tara Tari diba
প্ৰভু বুলিহে উচ্চাৰণ কৰিব লাগে | পৰভু নহয় |
Srimanta sankara aagote nagai
ভাল হৈছে , কিন্তু কিছুমান শব্দৰ উচ্চাৰণ ভুলকৈ কৰিছা। দিহানাম পৰিবেশন কৰোঁতে পোচাক ৰংচঙীয়া নহৈ শুভ্ৰ হ'লে সোণত সুৱগা চৰে। কৃষ্ণ
Sundar Hoise but Music Besi hoise Jen Lagil
ভালেই লাগিল,কিন্তু উচ্চাৰণত এটা দুটা ভূল হৈ আছে ।আগবাঢ়ি যোৱা ।
কণ্ঠ বৰ সুন্দৰ, ভাল লাগিছে, কিন্তু চৰ্চাৰ প্ৰয়োজন আছে। কিছুমান শব্দ ভূল হৈছে।
Namati garaki hat chapari nai neki ? and speaker Tu stand nai neki ?
দিহানামৰ শিল্পীৰ পোছাক মাৰ্জিত নহয় যে ।
Kantak nmbar
হিমা ঘৰৰ কত জনাব চোন
শান্তিপূৰ ধৰমতুল
Tumaka Pujibar Puspa
Phul nakoi puspa kole aru bhaal hol hoi,armbhoni taal dighal hoise