সম্পন্ন হ'ল মৰণোত্তৰ পৰীক্ষা, সমগ্ৰ ঘটনাকলৈ দণ্ডাধীশৰ মন্তব্য ।

Поділитися
Вставка
  • Опубліковано 4 жов 2024
  • সম্পন্ন হ'ল মৰণোত্তৰ পৰীক্ষা, সমগ্ৰ ঘটনাকলৈ দণ্ডাধীশৰ মন্তব্য । শৰীৰত কিছু আঘাতৰ চিন স্পষ্ট ।

КОМЕНТАРІ • 25

  • @bantidas2403
    @bantidas2403 3 місяці тому +11

    এই ক্ষেত্ৰত একো নকাও হৃদয় কান্দিছে এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @MonjulaDevi-du4te
    @MonjulaDevi-du4te 3 місяці тому +6

    পানীৰ প্ৰৱল সোঁতত উটি যাওঁতে অত ত'ত খুন্দা খাই দেহত আঘাত লগাতো স্বাভাবিক।
    যিকিনহওক অবিনাশৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ কামনা কৰিছোঁ।

  • @assamesemixvideo1313
    @assamesemixvideo1313 3 місяці тому +6

    Bahut dukh loga ghatona 😢😢😢

  • @ultimatecreation....
    @ultimatecreation.... 3 місяці тому +10

    সমগ্ৰ ৰাইজক কন্দোৱাই গৈছে ,
    মানি লৈছো ৷ কিন্তু কথা হ’ল যোৱা ৫/৬দিন লৈকে ল’ৰাজনক উদ্ধাৰ কৰিবলৈ কোনো নোলাল নে ? নে চবেই ভিদিও কৰিব আহে ৷ চৰকাৰ খনক কয় থাকিতো কামেই নাই আৰু এই মানুহ সোপাইয়ো ফ্ৰি চাউল খাই খাই মানসিকতা , মানৱিয়তা, সব মানে গোটেই মাথাতো ঘূলা কণি সদৃশ হেৰুৱাইছে ৷৷
    ধিকককক
    ধিকককক
    নিপাত যাওক ৷
    এশ এবুৰি কামনা কৰিছো ৷

  • @SusmitaSarma-g6y
    @SusmitaSarma-g6y 3 місяці тому +2

    Moi u class t pysu tewk ..bht santo aru omaik acl...tewr aatmai siro santi laav korok....om santi 🙏

  • @PalashHazarika-dm4qg
    @PalashHazarika-dm4qg 3 місяці тому

    Ji Jone heruwaise teu he bujibo.hontan heruwa bedona kiman.....rip....,

  • @rajudas4428
    @rajudas4428 3 місяці тому +2

    Bohut dux lagil

  • @gitashreedas5803
    @gitashreedas5803 3 місяці тому +2

    Ru ene ghotona nhouk,hey Vogowan ,Abinash r atmai siro Shanti luv krok🙏🙏🙏

  • @NirabGogoi-kn2pr
    @NirabGogoi-kn2pr 3 місяці тому +3

    Guwahatir nola nordoma hokolu thick koribor hol jate punor dunai anekua mormantrik ghotona noghote abinashor atmai siro hanti lav korok Rip 😢

  • @minakshinath8463
    @minakshinath8463 3 місяці тому +2

    xoxai bohut dukh loga ghatana aru karu logot jAte anekua nhoi

  • @HariprasadDas-hm7nd
    @HariprasadDas-hm7nd 3 місяці тому

    Ki kom

  • @Anowarhussain-gz5ry
    @Anowarhussain-gz5ry 3 місяці тому

    Developement hoisee eibor hoboi

  • @harishdeka2675
    @harishdeka2675 3 місяці тому +1

    😱😱😱😱😱 OMG 😟😟😟😟😟😟😟😳😳😳😳😟😟😟😟😟😟😟

  • @Garrison923
    @Garrison923 3 місяці тому

    Mla minister cm r relative r enkwa ghotona hb lgh ..pori pori haw dxh

  • @ranjandasvarious....7424
    @ranjandasvarious....7424 3 місяці тому

    😢😢😢

  • @Anowarhussain-gz5ry
    @Anowarhussain-gz5ry 3 місяці тому

    News besi hol

  • @RiturajChetia-h3v
    @RiturajChetia-h3v 3 місяці тому

    Kotha koiso ha poisa khai sob manage koro toi kun fale magistrate ha usort ah tr mukhot mutim

  • @_Pratap-Gour77
    @_Pratap-Gour77 3 місяці тому

    Tar mane dalit kala ase?

  • @bantidas2403
    @bantidas2403 3 місяці тому

    😢 এই ক্ষেত্ৰত এই সকলোও কৰ্ম সকলোও সিদ্ধান্ত পালন কৰিব লাগিব নালা ঠেক হ'লেও বহাল কৰিব লাগিব এই ক্ষেত্ৰত দয়া নাই ক্ষমা নাই এই আৰু অণুৰোধ থাকিল নালা সৰু হৈছে ভাঙি দিয়ক নালা বহাল কৰক কাৰণ এটাই বিলডিঙ বনাৱ কিন্তু পানি জোৱা নালাৰ কথা ভাবক জদি নাভাবে নালা বহল কৰক সকলোও ক্ষেত্ৰত সকলোও ভাঙি দিয়ক আৰু আমাক অসমৰ অসমীয়া ৰাইজৰ জনতা সদস্য মানে গুৱাহাটী মহানগৰত নালেৰ ক্ষেত্ৰত বহাল কৰাৰ ক্ষেত্ৰত কোনেও জেন মাট মাতিব নৰে নহ'লে পানি ঘৰৰ পৰা ওলোৱা বন্ধ কৰি দিয়ক এই ক্ষেত্ৰত এটা শব্দ কলে দাইৰেগ জেল দিয়ক এই আৰু অণুৰোধ থাকিল নহ'লে এই জে সন্তান ধুকালে এই মৃত্যু হোৱা আত্ম টো ঘুৰাই লাগিব অসমৰ অসম চৰকাৰক এই আৰু অণুৰোধ থাকিল জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ এই আৰু অণুৰোধ থাকিল সন্তান হৈছে অসম অসমীয়া ৰাইজৰ জনতা সদস্য সকলোও ধৰ্ম প্ৰাণ ৰাইজৰ জনতা সদস্য সকলোৰে হয় এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @preetihazarika3397
    @preetihazarika3397 3 місяці тому +1

    সমগ্ৰ ৰাজ্যক কন্দুৱা মানে, আমি দেখোন গমেই নাপাওঁ

    • @assamesemixvideo1313
      @assamesemixvideo1313 3 місяці тому

      @@preetihazarika3397 atiya to news sai gom pale ghatona2

    • @suravi23
      @suravi23 3 місяці тому

      Apuni gom poa nai Mane case hoa nai naki

    • @sibaninath8483
      @sibaninath8483 3 місяці тому

      Apuni najane buliei belege gom napabo neki??nasale keneke gom pabo..tv news khulibo nuari UA-cam Facebook sobote tulpar lagi ase emn ata dukh loga ghotona..

    • @MonjulaDevi-du4te
      @MonjulaDevi-du4te 3 місяці тому

      ইমান এটা হৃদয় বিদাৰক ঘটনাৰ বাতৰি শুনি ভেঙুচালি কৰিব যে পাৰিছে মানিচো কিন্তু। সৃষ্টি কৰ্তাই সৃষ্টিৰ সময়ত হৃদয় বোলা বস্তুটো দিবলৈ পাহৰিলে ।

    • @minjuarasultana1136
      @minjuarasultana1136 3 місяці тому

      Ki Kom vakhay naii eman okomano tuuuuu 😭😭😭😭😭😭😭🙏🙏🙏🙏aji 3 Deney saisu ketia pabo ketia pabo uffff ki je hoi golll 😭😭😭😭😭🙏🙏🙏