Morome Siyorise , New Assamese Short Film 2022,
Вставка
- Опубліковано 16 жов 2024
- Morome Siyorise, New Assamese Short Film
Links :- jobsassam.info/
Get all Assam Government Jobs Notifications here for all qualifications like 10th, 12th, technical and Any Degree etc. and latest Job updates
সঁচাই খুব ভাল লাগিল ... কি যে মৰমৰ বান্ধোন এই ককা আৰু নাতিনীৰ মাজত❤️ আৰু ইমান কম বয়সতে সৰু মাইনা জনীয়ে ইমান নিঃস্বাৰ্থ ভাৱে অভিনয় কৰিছে .. আচৰিত✨✨ এই অকণমানি জনীক আগৱাই যাবলৈ সকলোৱে যেন আশীৰ্বাদ কৰে💕 বহুত বহুত মৰম যাছিলোঁ 🥀❤️💖
সচা কিন্তু
সচাকৈ বহুত ভাল লাগিল অভিনয় কাহিনী ভাল হৈছে।
ধন্যবাদ। Please share
Hundor hoise obhinoy hokolure ...okon mani jonik aguai jwat jate hubidha die 💓
Many many thanks for watching. কণমানি জনীয়ে কৰা আন বহুতো ছবি আছে । ছবিকেইখনৰ নাম লিখি দিলোঁ ----- ত্যাগ, মায়া, দেউতা, তোমাৰ বাবে, দহন, জীৱনৰ ৰঙ, দহন, মা তুমি আহিবানে, সাঁকো,শিকলি, মহীয়সী চাবচোন ।আমি দৰঙৰ ।
Eman dhunia avinoy aponaloke xadai anekoy agbarhi jwa bhut val lagel prele anekoa video aru de thakiba
Thank you for watching. Please subscribe and share
TQ rupam . U r right disition..
Bohut vl lgil sai ❤️🙏☺️
Thank you Mompy. আমাৰ শেহতীয়াকৈ দিয়া ছবি নাহৰ, নয়নতৰা চাবাচোন।
বেছিকৈ সৰু মাইনাজনীক ভাল লাগিছে কাৰণ ইমান সৰু বয়সত তাই ইমান সূন্দৰ অভিনয় কৰিছে আৰু নাতকখন একেবেৰে নিজৰ ঘৰখনৰ দৰে লাগিছে বহুত ভাল হৈছে সকলোৰে অভিনয়
Thank you Jitul. সৰু মই না জনী আমাৰ সকলোৰে মৰমৰ। তাইক আশীৰ্বাদ দিবা যাতে তাই আগুৱাই যাব পাৰে। সৰু মই না জনীয়ে কৰা আন বহুতো ছবি আছে , তাৰ ভিতৰত ত্যাগ সাঁকো, মা তুমি আহিবানে, জীৱনৰ ৰঙ, দহন, দূৰে-দূৰে ওচৰতে স মায়া, দেউতা
Good 😮😢🎉😂❤
মল্লিকা বা🙏🙏🌼ফালি দিছা,😁
সুন্দৰ মনোমোহা অভিনয় কৰিছে বহুত ভাল লাগিছে দে ধন্যবাদ জ্ঞাপন কৰিছোঁ
ধন্যবাদ Susil. Plz share.
Bht xundor ovinoy
Thank you Kailash. আমাৰ শেহতীয়াকৈ দিয়া ছবি ত্যাগ, মায়া, দেউতা, সাঁকো, মা তুমি আহিবানে, জীৱনৰ ৰঙ, দহন, ফাঁচী, বদনামী ছোৱালী, শিকলি চাইচানে। যদি সময় পোৱা চাবাচোন ।
ভাল লাগিল,সকলোৰে অভিনয় ভাল হৈছে।
অভিনয় সকলোৰে ভাল লাগিল চাই
Thank you Sampita, plz share.
Oh hvy
Thank you Ranjit . please enjoy ত্যাগ, মায়া, দেউতা তোমাৰ বাবে, দহন----------
Obhinoi vl lagil sai
সকলোৰে অভিনয় বহুত ভাল হৈছে. সচাকৈ বহুত ভাল লাগিল 🥰🥰
Thank you Nalbarl's girl . Please subscribe and share and enjoy another videos
মইনাৰ অভিনয়ে পুনৰ চকুলো বোৱালে। আগবাঢ়ি যোৱা মাইনা, অভিনয় জগতৰ এটি উজ্জ্বল নক্ষত্ৰ হোৱা।
ককা আৰু মইনা ৰ অভিনয় চাই বহুত দুখ লাগিল 😭😭😭😭😭😭😭😭😭😭
ধন্যবাদ ABO AJ Deka. Please enjoy another video
Moinai 😘😘😘val acting kore..........bki pranjal da r acting o hundor ..........vl lgl sai
Thank you Himanjali . Please share
Ok sir
Val lagil
সকলোৰে অভিনয় নিখুঁত। বহুত ভাল লাগিল।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো তোমাৰ বহুমূলীয়া মন্তব্যৰ বাবে।আমি অনুপ্ৰাণিত হৈছো।(অভিনেতা/পৰিচালক)
jhg
Bhut val lagil ❤️❤️
Thank you . Please subscribe and share
সৰু ছোৱালী জনীক Nice
Sai bohut val lage apuna lukor vidio bur 🌹🥀❤️
Dhuniya hyse
Vall lagise sai 🥰🥰🥰
Thank you so much.Plz share.
@@apsdarrang4974 ok👍
Bahut Val lagise panjal dada
Thank you. Plz share.
Mojaaaa
Thank you Majulian Jiyari. Please enjoy our another videos like ----- ত্যাগ, মায়া, দেউতা, সাঁকো, মা তুমি আহিবানে, জীৱনৰ ৰঙ, দহন, ফাঁচী ইত্যাদি
জীতেন দা, আপোনাৰ লগতে আটাইকেইজনৰ অভিনয়ে আপ্লুত কৰিলে। সুন্দৰ।
Thank you Bhuban . জিতেন ডেকা এজন ব্যক্তি নহয়, এটি সত্বা , যাৰ দেহত প্ৰবাহিত হৈ আছে সঙ্গীতৰ ধাৰা আৰু আপোচ বিহীন অক্লান্ত ৰণুৱা ( পৰেশ বৰা )
সকলোৰে অভিনয় খুব সুন্দৰ হৈছে ❤️ ভাল লাগিল কাহিনীটো চাই ।
ধন্যবাদ নিতুমনি ।সময় অমূল্য ধন । তেনেকুৱা অমূল্য ধন কেই খৰচ কৰি তুমি আমাৰ video বিলাক enjoy কৰিছা । তাৰ কাৰণে তোমাক কি বুলি অভিনন্দন জ্ঞাপন কৰিম , ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ । কিন্তু এটা কথা ঠিক যে আমাৰ video বিলাকৰ জৰিয়তে কিবা এটা বাৰ্তা সমাজলৈ প্ৰেৰণ কৰাৰ চেষ্টা কৰিছোঁ । সময় পালে " ৰাজ পথৰ ভিক্ষাৰী" খন চাবা ।
@@apsdarrang4974 মোক অভিনন্দন জ্ঞাপন কৰিব নালাগে দাদা.... আপোনালোক যেন আৰু আগুৱাই যাই আৰু আপোনালোকৰ প্ৰচেস্তা যেন সফল হৈয় মই ভগৱানৰ ওপৰত তাৰে কামনা কৰিছোঁ আৰু আশা কৰু আগলৈও এনেকোৱা কাহিনী চাব পাম বুলি ।
@@apsdarrang4974 "মই ৰাজ পথৰ ভিক্ষাৰী" চাইছো আৰু Comment কৰিছোঁ
Bhut vll lagil.
Dada.short film.khn.sai bohot.val.lagise
ধন্যবাদ ময়ূৰী । Please share
সুন্দৰ👍
Shoru moynajoni imn dhuniya ke ovbinoy kore Sai thakibo mon jay
ধন্যবাদ পাপৰি । তোমালোকৰ মৰম তাইৰ প্ৰগতিৰ আধাৰ , তোমালোকৰ শুভেচ্ছা মই না জনীৰ আৰোহণৰ এখিলা সেউজীয়া পাত ।তাইক তোমালোকে মৰম কৰিলে তাই নিশ্চয় আমাৰ সকলোৰে বাবে সম্পদ হৈ পৰিব । নহয়নে পাপৰি ।
সুন্দৰ অভিনয় সকলোৰে ❣
Thank you Bhargab . please share
সকলো ভিডিও ভাল লাগে ।NICE 👍👍👍❤❤❤
Val lagil sai
সুন্দৰ অভিনয়। সকলোৱে দীৰ্ঘায়ো কামনা কৰিলো।
ধন্যবাদ Majani. Plz share.
Majja
Baahuuut dhhuuniiiaa❤
Thank you very much.Your precious comment is a great blessing to us.(Director/actor)
Mallika dhunia ..
Konmani joni acting 👍
কণমানি জনী তোমালোকৰেই আশীৰ্বাদৰ ফল । সিহঁতৰ অভিভাৱক অকল মাক-দেউতাকেই নহয়, তোমালোকো , তাইক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তোমাকো সম্পূৰ্ণ কৰ্তৃত্ব দিলোঁ, বিশেষকৈ অভিনয়ৰ ক্ষেত্ৰত । তাই কৰা কেইখনমান উল্লেখযোগ্য চিনেমা হ'ল---সাকো, তোমাৰ বাবে, দহন, দূৰে-দূৰে ওচৰতে, মায়া, দেউতা, জীৱনৰ ৰঙ, কলীয়া ডাৱৰ,মা তুমি আহিবানে,অবুজ মনৰ পৰিণতি
@@apsdarrang4974 sir apunar film bur val lage
সচাঁ মৰম
ধন্যবাদ মাহফুজ, plz share..
Little girl is good acting ❤❤❤
Thank you. কণমানি মইনা জনীয়ে শেহতীয়াকৈ বহুকেইখন ছবিত অভিনয় কৰিছে। সেই কেইখন হ'ল ---- বোৱাৰী, মাছ মৰীয়াৰ ছোৱালী, প্ৰেম এনেকুৱাই, ইপাৰে সিপাৰে, জাৰজ, পথ ইত্যাদি। Please enjoy.
Nice videos ba sipajhar ro pora morom jisoso
কাহিনীতো মোৰ লগত মিলিছে,সছা কথা 😭😭😭
Thank you Dhurba. Please share and subscribe
Mojja
Nice
Xondor avenoi awsame
Thank you so much. Plz share.
Ok , plz support my channel
All are fine acting. 👍👍👍 Keep it up
beautiful video 🙏
Nice👍
Very nice
Thank you
Buyarijini,homondi,anekua,mahilak,Val,nalage
Plz share.
Very nice video ❤❤❤❤❤❤❤
😘
Mojaaa sir I'm gitartha
😍😍😍
Mur hobdo nai kobole...😅😂😂
👌🏻👌🏻
Thank you Do The Dance . Please share among your friends cercle
Little girl is good acting 🥰❤❤❤❤😘
Thank you cute Assam . Please share
Good
Aps darrang r প্রতেক টো video val lage
Mauja Dada val Lage video to sai 😍😍
Please more channel 2 subscribe Kori Diba...
🙏🙏🙏
Thank you for watching. আমাৰ শেহতীয়াকৈ দিয়া ছবি বোৱাৰী খন চাবাচোন। । তোমাৰ channel টো subscribe কৰি দিলোঁ।
ঐ শব্দটো কম কৈ কবা মইনা আৰু ভাল হব 😊
ধন্যবাদ মিনাক্ষী । তুমি কোৱাৰ দৰে আন কেইজনমানেও কৈছে, তাৰ পিছত আমি সঙশোধন কৰিছোঁ । তাৰ পিছত ৰিলিজ দিয়া ছবি ত্যাগ, মায়া, দেউতা, তোমাৰ বাবে, দহন, বদনামী ছোৱালী, শিকলি, মহীয়সী চাবাচোন। Comment ৰ বাবে বহুত বহুত ধন্যবাদ । তোমালোকৰ আশীৰ্বাদৰ ফলস্বৰূপে মই নাই এদিন সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰিব বুলি আশা কৰিলো।
@@apsdarrang4974 আপোনালোকৰ ভাল হক ✨😇
@@apsdarrang4974 মই আপোনালোকৰ সকলো short film চাও সেইবাবে কলো বেয়া নাপাব।।
মুখৰ ভাজ ইমান দিবই লাগে নেকি?
🤟🤟🤟
😭😭😭😭😭
❤❤😢
Sad mood
Maina mak Juni jurkhini Juni goti dakhebro sarbro Mon najai
Hoi,Koribo tenebor mak or suvo sinta udoi haok.
দাদা আপোনালোকৰ ভিডিও আৰু পাম নে নতুন কৈ।।
Channel তো subscribe কৰি ললে পাই থাকিব ইতিমধ্যে এইখনৰ পিছত বহু কেইখন short film দিয়া হৈছে
আপোনালোকৰ নামবাৰ টো পামনে
A
UANM❤
Tu
Johori jonik kla Mari pla oooooo
Acting bhul lge buratu😊
সৰু ছোৱালী জনীক Nice
Val lagil
Nice
Thank you for watching . আজি এখন নতুন চুটি ছবি ৰিলিজ দিয়া হৈছে। ছবিখনৰ নাম -------- মদাৰৰ ফুল।