Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
ভাল লাগিল
val lagil
Excellent brother 👏
Thank you
দাদা দশিন মুখী ঘৰৰ দোকান কোন দিশত হব লাগে জনাব ছোন ?
Ki kole moi Buji nplu
আমাৰ দোকান দক্ষিণ মুখি দোকান। গাওঁৰ পূৰনা দোকান আছিল গেলমাল ৰ।ভাল চলিছিল।কিন্তু এতিয়া দোকানত বস্তু আনিবলৈ পইচা নিমিলে। এতিয়ালৈ হাজাৰ টকা এটাও নোপোৱা হৈছোঁ।আৰু গ্ৰাহক প্ৰাই কমিছে। বাকী গ্ৰাহকো ভাগি গৈছে আৰু বাকী পইচা আজি দিম কালি দিম কৈ পিছুৱাই বেলেগ দোকান অত খাই। কি হৈছে একো ধৰিব পৰা নাই। সদায় গ্ৰাহকক নাই নাই কৈ থাকিব লাগে বস্তু।দোকান অ পৰা পোৱা পইছাই দোকানৰ বস্তু এ অনা যাই তথাপিও দোকানৰ পৰা এক টকা লাভ টো নহয় তাৰ পিছতো বাহিৰা টকা যোগ কৰি হে বস্তু আনিব লাগে।।উপাই দিব
নতুন কৈ দোকান খুলিছো, একেবাৰে বিক্ৰী নহয়,কি কৰিলে বিক্ৰী হ'ব জনাব চোন
ভাড়া ঘৰৰ বিষয়ে বঅস্তু jonab চোন
দাদা মোৰ দোকানখন পূব দিশত আছে ৷ বিত্রী কম হয় উপায় এটা দিব চোন ৷
Sir moi silair kam ghorote koru silair castomar borabor karone ki koribo lagibo...
দোকানত ৱালত কি ৰং কৰিব লগে ? মোৰ দোকান খন উত্তৰ মুখি হয়। Shatar কি ৰং কৰিব লগে
মানুহে কয় উত্তৰ দিশত পূজা নকৰে কিন্তু আপুনি কৈছে
উত্তৰ দিশলৈ মূৰ কৰি পূজা কৰিব পাৰে। ভাৰতত বহুতো তেনেকুৱা মন্দিৰ আছে যত উত্তৰ ফালে মুখ কৰি পূজা কৰা হয়
kio nokoribo.mohadevk puja koru ami
গাড়ীত বাস্তু প্ৰয়োগ কৰিব পাৰি নেকি, জনাবচোন
গাড়ীত বাস্তু প্ৰয়োগ নহয়।
dokanghor koniya hole ki opay
Mur dukan khon dokhin muakoi ase moi dokhin muakoi bohu bhal ne beya jonabo aru case box tu posim phale mur kori thua ase bau hate pub dikhot
Cashbox Dakhin pub t rakhibo aru parile bohute pub ba Uttar mua ke bohibole sesta karibo
@@AssameseVastu thanks
আপোনাৰ নম্বৰটো দিব
Murat ukoni egal hua dekhile ki hoi
Moi valdore buja ni... Apuni hopunot dekha katha koise ne ?
সপোনত ওকণী দেখাতো বা কোনো কীত পতঙ্গ দেখাতো এটা অশুভ সপোন। সপোনত ওকণী দেখিলে আহিব লগা দিনত আপোনাৰ কোনো সমস্যা আহিব পাৰে। শত্ৰুৱে আপোনাক বিপদত পেলাব। সেইবাবে শত্ৰু পৰা সাৱধান হৈ থকা ভাল। আৰু সকলো কাম সচেতন হৈ কৰিবলৈ যত্ন কৰক।

মানুহে কয়
উত্তৰ দিশত পূজা নকৰে কিন্তু আপুনি কৈছে