হঠাৎ কৰ্কট ৰোগত আক্ৰান্ত বুলি চিহ্নিত হ’লে আপুনি কি কৰিব?

Поділитися
Вставка
  • Опубліковано 28 січ 2025
  • বিশ্বৰ এক নীৰৱ ঘাতক হিচাপে চিহ্নিত হৈছে কৰ্কট ৰোগ
    কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰতিবছৰে মৃত্যু হয় প্ৰায় ১ কোটি লোকৰ
    মৃত্যু হোৱা প্ৰতি ৬জন লোকৰ এজনেই কৰ্কট ৰোগী
    বিশ্বৰ আটাইতকৈ বৃহৎ স্বাস্থ্য সমস্যা হিচাপে চিহ্নিত কৰ্কট ৰোগ
    কোন, কেতিয়া কৰ্কট ৰোগত আক্ৰান্ত হ’ব তাৰ পূৰ্বানুমানত হয় অসুবিধা
    দেখাত স্বাস্থ্যৱান লোক এজনো হ’ব পাৰে কৰ্কট ৰোগত আক্ৰান্ত
    হঠাৎ কৰ্কট ৰোগত আক্ৰান্ত বুলি চিহ্নিত হ’লে আপুনি কি কৰিব?
    বিশ্বৰ মহিলাসকলো ব্যাপক হাৰত আক্ৰান্ত হৈছে কৰ্কট ৰোগত
    মহিলাসকলৰ বাবে ঘাতক হিচাপে চিহ্নিত হৈছে ‘বক্ষৰ কৰ্কট ৰোগ’
    মহিলাৰ ক্ষেত্ৰত জটিল সমস্যা হিচাপে চিহ্নিত হৈছে জৰায়ুমুখৰ কৰ্কট
    কৰ্কট ৰোগাক্ৰান্ত বুলি চিহ্নিত হ’লে আপুনি কি কৰিব?
    কৰ্কট ৰোগৰ পূৰ্বানুমান আপুনি কেনেকৈ কৰিব?
    কৰ্কট ৰোগত আক্ৰান্ত হ’লে আপুনি প্ৰথমে কি কৰিব লাগিব?
    দেশৰ অগ্ৰণী অনক’লজিষ্ট ডাঃ তপন শইকীয়া আছে আজিৰ ‘দৰবাৰ’ত
    মুম্বাইৰ প্ৰখ্যাত যশলোক হাস্পতালৰ চিকিত্সক তেওঁ
    ৪টা দশকৰো অধিক কাল অগণন কৰ্কট ৰোগীক চিকিত্সা কৰিছে তেওঁ
    ডাঃ শইকীয়াই আজি জনাব কৰ্কট ৰোগৰ চিকিত্সাৰ সবিশেষ
    কৰ্কট ৰোগ চিনাক্তৰ বাবে আছে ডাঃ অঞ্জনা ফুকন মেম’ৰিয়েল ফাউণ্ডেশ্যন
    ASMI আঁচনিৰে মহিলাসকলক কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়া হৈছে
    জৰায়ুমুখত হোৱা কৰ্কট ৰোগ কেনেকৈ পূৰ্বে চিনাক্ত কৰিব পাৰি?
    বক্ষৰ কৰ্কট ৰোগত আক্ৰান্ত হ’লে আপুনি কি কৰিব লাগিব?
    ASMIৰ জৰিয়তে উপকৃত হৈছে অগণন সাধাৰণ মহিলা
    ASMIৰ বিষয়ে সবিশেষ জনাব প্ৰকল্প সমন্বয়ক ৰণ বৰুৱাই
    ষ্টুডিঅ’ত আছে ইম্ফলৰ এগৰাকী প্ৰসিদ্ধ চিকিত্সক ধাবালি সিং
    ASMI আঁচনিত সহায় কৰিছে বিশিষ্ট চিকিত্সক ডাঃ ধাবালি সিঙে
    অসমত মহিলা কৰ্কট ৰোগীৰ সমস্যাৰ জটিলতা কিমান?
    এই বিষয়ে জনাব বিশিষ্ট অনক’লজিষ্ট ডাঃ দেৱব্ৰত বৰ্মনে
    ডাঃ বৰ্মন বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ স্ত্ৰীৰোগ বিশেষজ্ঞ
    ‘দৰবাৰ’ত আজি কৰ্কট ৰোগৰ চিনাক্তকৰণ সন্দৰ্ভত বিশেষ আলোচনা
    কনছাল্টিং এডিটৰ প্ৰণয় বৰদলৈৰ সৈতে ‘NK দৰবাৰ’

КОМЕНТАРІ • 80

  • @hemchhandique1380
    @hemchhandique1380 Рік тому +9

    টকশ্ব'টি বহুত উপকাৰী। আটাইকেইগৰাকী বৰণ্য চিকিৎসকলৈ আন্তৰিক অভিনন্দন।❤❤

  • @bijuborah6220
    @bijuborah6220 Рік тому +4

    প্ৰথমে শইকীয়া ছাৰক শ্ৰদ্ধা জনাইছো। ছাৰ আপোনাৰ কথাখিনি বৰ ভাল লাগিল। আপোনাৰ কথাবোৰে সমাজৰ প্ৰতি নতুন চিন্তাৰ উদ্ৰেক কৰে।

  • @bandanadas5386
    @bandanadas5386 Рік тому +7

    আপোনালোকক কি বুলি ধন্যবাদ জনাম ছাৰ, এই আচমী আঁচনি বহুত ভাল‌ কাম কৰিছে, প্ৰত্যেক জিলাৰ লৈ প্ৰেৰণ কৰক ছাৰ, এই মাৰাত্মক ৰোগৰ পৰা বচাওক।

    • @sarajudevi1616
      @sarajudevi1616 Рік тому

      বহুত ভাল লাগিল,॥

  • @jantihira9356
    @jantihira9356 Рік тому +15

    কিন্তু কথা খিনি বৰ সুন্দৰ লাগিল.. কিন্তু কি কম ..কৰুণা বেজি লোৱাৰ পাছত বহুতৰে ভেৰাইটিছ ৰকমৰ বেমাৰ হ'ব ধৰিছে।

  • @abdullotif5291
    @abdullotif5291 Рік тому +6

    বৰ সুন্দৰ আলোচনা বহুত ভাল লাগিছে।

  • @nipujiyanshentertainment6397
    @nipujiyanshentertainment6397 Рік тому +2

    Bhagabane kukhale rakhak Axom saurav Tapan sir r lagate gotei kaijon bhagaban rupi doctor k 🙏🙏

  • @SalahuddinAhmed-zv5fo
    @SalahuddinAhmed-zv5fo 7 місяців тому +1

    Bhal lagil. Bohut kotha janib parilu.

  • @pallabitakakotyshah1496
    @pallabitakakotyshah1496 Рік тому +2

    বৰ সুন্দৰ আলোচনা, তপন শইকীয়া চাৰলৈ নমস্কাৰ 🙏 জনালো | চাৰ মোৰ বাবে ভগৱান |

  • @manibankalitanath3648
    @manibankalitanath3648 Рік тому +3

    আচমী আচনি এটি মহান অনুষ্টান জানিব পাৰিলোঁ। এই অনুষ্ঠানৰ লগত জড়িত আটাইলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভকামনা জনালোঁ।
    অসমৰ সকলো জিলা সকলো ঠাইলৈ আচমী আহক । আমিওঁ আশা কৰোঁ নিশ্চয় এই জটিল ৰোগটো শৰীৰত হোৱা নোহোৱাটো চিনাক্ত কৰাৰ । 🙏

  • @atikulislam6579
    @atikulislam6579 Рік тому +2

    এক গুৰুত্বপূৰ্ণ আলোচনা। Dr. Tapan Saikia ছাৰ অক Mumbai ত লগ পাইছো দেউতাক লৈ যোৱাৰ সময়ত দেউতাক ।

  • @babluali7478
    @babluali7478 Рік тому +2

    After Allah I believe only Dr. Tapan saikia sir . God bless you sir🙏

  • @prafullabailung3423
    @prafullabailung3423 Рік тому +2

    Excellent Program

  • @Rengonikalita801
    @Rengonikalita801 Рік тому

    Bahut val lagil .jito prosess loise bahut val hoise.

  • @technologymodernindia9859
    @technologymodernindia9859 Рік тому

    Khub sundor discussion asomi ashoni janibo parilu sakolute projujya korok

  • @beautidevi7783
    @beautidevi7783 Рік тому +1

    Bohut val lagil. .
    Bohut xikilu. .
    Bt oxomot porikhya korar camp patok. ..karon Bohut manuhr early dhora noporar folot mrityu hobo loga hoise ..

  • @archanabhattacharjee498
    @archanabhattacharjee498 Рік тому +4

    এজন মানুহক কি পৰীক্ষা কৰি কেঞ্চাৰ আছেনে নাই জানিব পৰা যাব? যদি জানিবলৈ ইচ্ছা হয় আমাৰ কি পৰীক্ষা কৰাব লাগিব?

  • @bontigogoi8505
    @bontigogoi8505 Рік тому +2

    Very good discussion

  • @Gangutri
    @Gangutri Рік тому

    Respectively sir our Lakhimpur t awareness r proyojon.anedore talk saw dekhuwar babe aami hukhi .

  • @exoticgamer7125
    @exoticgamer7125 Рік тому

    Hon,ble Dr.saikia sir,as cancer patnt I met u at Mumbai and as per yr advise came to meet Dr. Goswami,then taken tretment there ,now I'm cured,I wish yr good future sir.

  • @monjumonibordoloi2608
    @monjumonibordoloi2608 Рік тому +2

    চিনাক্তকৰণত কাৰ কাষ চাপিব লাগিব ৷ আচমা বুলি কোৱা শুণিলো .... ক’ত আছে জানিলে উপকৃত হ’ম ৷

  • @novagamings9499
    @novagamings9499 Рік тому +3

    বৰ সুন্দৰ আলোচনা। উপকৃত হলো।

  • @niharikasatmah6614
    @niharikasatmah6614 Рік тому +2

    Very excellent program

  • @AshokUrang-qm3rk
    @AshokUrang-qm3rk Рік тому +2

    Thank you sir.

  • @bhanukalita8161
    @bhanukalita8161 Рік тому

    Top video.Thanks everybody sir.

  • @dr.pradipkumarsaikia6748
    @dr.pradipkumarsaikia6748 Рік тому +4

    Respected Dr. Tapan Saikia Sir, I found God within him 🙏🙏🙏. You stay happy and healthy Sir 🙏🙏🙏.

  • @bandanadas5386
    @bandanadas5386 Рік тому +2

    Tapan saikia sir, always happy healthy and God bless you.apunar moi bhagban🤔 manisu🙏

  • @MoromiGogoi-yt9hn
    @MoromiGogoi-yt9hn Рік тому

    Val lagise kotha bur Jani sir

  • @BeenaSarm
    @BeenaSarm Рік тому

    Bor xundor . upokrito holu bohut.

  • @nilutpalhazarika4391
    @nilutpalhazarika4391 Рік тому +1

    Val lagel sir. Sorkarau aei bekho vabebo laga.

  • @chitralekhagogoi7936
    @chitralekhagogoi7936 Рік тому

    Thank you Doctor s

  • @faridabegum3766
    @faridabegum3766 Рік тому

    Good step🙏🙏🙏

  • @KaSiYali
    @KaSiYali Рік тому +1

    Thank you

  • @rombharombha9122
    @rombharombha9122 Рік тому

    Tq sir🙏🙏🙏🙏

  • @Second_hand_used_car_sale
    @Second_hand_used_car_sale Рік тому

    Mumbai log pai silu Dr Tapan Sakia sir ok very helpful person

  • @MayushHazarika
    @MayushHazarika 9 днів тому

    God protect allof us

  • @nirupamastime7043
    @nirupamastime7043 Рік тому +2

    Vl lagil

  • @ProChefPantry
    @ProChefPantry Рік тому

    sir bohut val

  • @digantasarma894
    @digantasarma894 10 місяців тому

    চাৰ দৰং জিলাৰ ৰঙামাটি আৰু পাথৰিঘাট অঞ্চলত বহুত কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে , ধপাত গুটখা নোখোৱা মানুহৰো বহুতৰ কেঞ্চাৰ হৈছে, ইয়াৰ কাৰণ ভুগৰ্ভৰ আৰ্ছেনিক যুক্ত পানী সেৱনৰ ফলত হৈছে উপায়ো নাই সেই পানী খাব লগা হৈছে , পানীত আৰ্ছেনিক নোহোৱা কৰিব পৰা উপাই দিবচোন

  • @ashim3328
    @ashim3328 Рік тому +1

    মানুহক মানসিক ৰোগী বনাব এনেকুৱা আলোচনাই

  • @rantutalukdar756
    @rantutalukdar756 Рік тому +1

    Good video

  • @AsmaBegum-ql8og
    @AsmaBegum-ql8og Рік тому

    Very nice program

  • @AshwineeKonwar
    @AshwineeKonwar Рік тому +2

    Thank you doctors.

  • @rombharombha9122
    @rombharombha9122 Рік тому

    Mur 4month hol sir bukur bikh besi bikh nohoi huiporake kin2 anytime bikhai thake ki korile val hbo janu 😭 Bohut dukhiya karone ajiloi bikh hoi asu doctor dekhuwabo poranai😭

  • @prakashsarma5550
    @prakashsarma5550 Рік тому +1

    You all Dr r living God. I con you

  • @gitagoyari3373
    @gitagoyari3373 8 місяців тому

    Tapon Saikia sir chamber address to dibo neki assamot kot rugi sai parila jonabosu 🙏🙏🙏🙏

  • @Innovative-Rini
    @Innovative-Rini Рік тому

    These doctors from Barooah Cancer hospital are the most unprofessional, have no empathy or sense of responsibility for patients. I have seen this when I was treating my aunt. She had a wonderful treatment in Pune but since we moved to this irresponsible hospital she is called almost 10 times for a single chemo, no sense of urgency, does the test multiple times, and this doctor accepts that chemo has to be on time and what are they doing in their hospital. They don't have trained professional I belive.

  • @bhabeshpatowary3512
    @bhabeshpatowary3512 Рік тому

    Val lagil

  • @kasturisupriyamix9507
    @kasturisupriyamix9507 Рік тому +1

    Tapon saikia sir chamber address to dibo neki assamot kot rogi sai kunu loke jane jodi parile jonabosu🙏

  • @rombharombha9122
    @rombharombha9122 Рік тому

    Sir district district kot ahi censor sekab koraboloi request kirisu please ami holu dukhiya manuh so bohutei proyujon apunaluke nije ahi sekab kora2 🙏🙏🙏🙏🙏

  • @asadrahman.3486
    @asadrahman.3486 Рік тому

    Khub bhal kotha koise apuni sir

  • @RubiDas-r8x
    @RubiDas-r8x 7 місяців тому

    Saikia sir kon medical t bohe

  • @Nidhijyoti564
    @Nidhijyoti564 Рік тому +1

    Video sai val lagil

  • @padumkakati2938
    @padumkakati2938 Рік тому

    প্ৰচাৰ হে আৰু বেমাৰ টো ভাল নহয় কেৱল টকাহে ন।

  • @jyotibhuyan163
    @jyotibhuyan163 Рік тому

    Etu bemar ejanor pora aan ejanaloi biyope (transfer) hoi neki Sir?

  • @nakadas3120
    @nakadas3120 Рік тому

    Nice

  • @monimabharali2521
    @monimabharali2521 Рік тому

    Guwahati r kun jegat pam asmi jonabosun

  • @nasreenakhter2590
    @nasreenakhter2590 Рік тому

    Sir , Dhubri District ASMI achoni ebar loi ahok .

  • @padumkakati2938
    @padumkakati2938 Рік тому

    ডাক্তৰ কলে pektrich হে কৰে।

  • @RubiDas-r8x
    @RubiDas-r8x 8 місяців тому

    Saikia sirk kon medical t log pam

  • @anupamakalita7337
    @anupamakalita7337 9 місяців тому

    বঙাইগাঁৱত কৰিব পাৰিব নেকি কেম?

  • @nishabharali7565
    @nishabharali7565 Рік тому

    ASMI ৰ কেম্প নলবাৰীত হ'ব নে ?

  • @nipendas3954
    @nipendas3954 Рік тому

    Sar.prte.kon.distekot.12.mht.abar.tast.camp.korebo.para.jay.neke.

  • @mitalipaul3984
    @mitalipaul3984 Рік тому +15

    Jibolak manuh dukhiya treatment korar poisa nai kemo diyatu duror kotha khei poriyaltu to chinta kori kori mori jabo tatkoi tu nojonakoi thaki Vaal

  • @shaktiranidas
    @shaktiranidas Рік тому

    Bahut taka kharch hoi dukhiya Luke paicha babe test karib o nuware

  • @bedonadas4833
    @bedonadas4833 Рік тому

    Amar dore,Dukhiya, buror babe,Ai bur Shai aku lov nai,nojonai bhal,,Shale,manohik durbolhe hoy

  • @nikumonibaruah5381
    @nikumonibaruah5381 7 місяців тому

    সজাগতাদৰকাৰ

  • @pranamikadas7648
    @pranamikadas7648 Рік тому

    অনুষ্ঠান টো বৰ ভাল লাগিল।

    • @j.saikia
      @j.saikia Рік тому

      এই মেডিকেলটু কত আছে মই বহুত দিনৰ পৰা এনে মেডিকেল বিচাৰি আছু। পাৰিলে জনাব চুন। বহুত মানুহ অপকৃিত হব।

  • @Habizul
    @Habizul Рік тому

    Cancer treatment kam nai

  • @anitakalita570
    @anitakalita570 Рік тому

    Bemar tu bong kho gt hoy neki