পানী লাও গছত কি কৰিলে অতি মাত্ৰা পানী লাও আহিব। আৰু (2G)কাটিং কৰাৰ পদ্ধতি r s kisihi assam

Поділитися
Вставка
  • Опубліковано 18 вер 2024
  • পানী লাও গছত কি কৰিলে অতি মাত্ৰা পানী লাও আহিব। আৰু (2G)কাটিং কৰাৰ পদ্ধতি r s kisihi assam

КОМЕНТАРІ • 10

  • @jilidas3221
    @jilidas3221 6 місяців тому

    ভাল লাগিল বহুত ভিডিঅ টো চাই। এটা কথা কৈ দিবা পটাচ সাৰ লাউ গছত দিয়া উপকাৰীতা কি। জনাবাচোন।

  • @mohanpawe7283
    @mohanpawe7283 6 місяців тому +1

    Thi g katiang kenekoi kore dekhuwa

  • @SunilPatar-qb6yy
    @SunilPatar-qb6yy 3 місяці тому +1

    ইয়াত থিবোৰ বস্তু ব্যৱহাৰ কৰা হৈছে মানুহৰ খোৱাৰ উপযুগী নহয় কাৰণ এই বোৰ খাদ ) ব্যৱহাৰ কৰিলে ক্ষতি কৰিব দেহৰ

  • @dibakarchoudhury.546
    @dibakarchoudhury.546 2 роки тому +2

    অসমত থাকি অসমীয়া ভাষা ভালদৰে কবলৈ শিকিবি। বাংলা ভাষা মিহলি অসমীয়া কথা আমি বুজি নেপাও।

  • @maamaa2809
    @maamaa2809 2 роки тому +1

    সৰু লাউত বেজী ও মৰা হয়নে?

    • @rskisihiassam6931
      @rskisihiassam6931  2 роки тому +1

      আমি বেজী না মাৰু আমি অকল কাটিং হে কৰু ইয়াৰ পিছত 3G কাটিং কৰিম চাই ল'ব

  • @harenbaruah9575
    @harenbaruah9575 2 роки тому +1

    পাগল , একেটা কথাকে বাৰে বাৰে কৈ থাক কিয় ।তোক ওচৰত পোৱা হ'লে চৰ মাৰি দিলোহেতেন।