নাৰাজ অখিল গগৈ, নিমাত ভূপেন বৰা। আগবাঢ়ি আহিছে সাংসদ গৌৰৱ গগৈ
Вставка
- Опубліковано 5 вер 2024
- নাৰাজ অখিলক মনাবলৈ আগবাঢ়ি আহিছে সাংসদ গৌৰৱ গগৈ। অখিল-লুৰীণক আশ্বাস দি গৌৰৱৰ মন্তব্য, 'আমি একেলগে কেক কাটিম। আলোচনা হ’ব, পথ ওলাব। সকলো বিৰোধীৰ লক্ষ্য এটাই'
#nbnews #nbnewsdigital #AkhilGogoi #lurinjyotigogoi #Congress #assampolitics #GauravGogoi
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
অখিল গগৈক কোনে বুজাব তেওঁ যি বুজে ফেভিকলৰ নিচিনা। এইবাৰ অখিল হাৰিব।
অখিলে যি কয়,, সঁচা কয়,,,, সঁচা ক'লে গাত লাগে,,,, অকলেই যদি খেলে কিহৰ ঐক্যমঞ্চ,,,, সেই কাৰণেই পতন হৈছিল কঙগ্ৰেচৰ,,,, আৰু হ'ব।।
Moja
Azi loike roha tull bondho koribo nuwarile
অন্য দলৰ সহায় বিছাৰিলে নিজৰ শক্তিৰ লোপ পাব্ই । বেলেগৰ দলৰ উপৰত ভৰষাৰ কৰাৰ দলৰ নিজৰ মত থাকিব নোৱাৰে । যদি বিৰোধীৰ ইমানেই ভয় তেতিয়া এটাৰ দল হৈ ইলেকচন খেলিলে হল । ভাগে ভাগে দল খোলা কোনো কাৰণ থাকিব নেলাগে ।
সকলো জহনামে জাবি।
Gourav, Akhil, aru Lurin Gogoi Tinijonei amar priyo.
Aaru tinijon mili nathakile bjp'k horuwabo nuwaribo 26't..
Asha koru tini jon eke loge thaki raijor kaam koratu bisaru..🙏🙏🙏
কথা বোৰ শুনিলে ই পাগল হোৱা যেন লাগে
Moja
চেৰমান আলিৰ কথা শুদ্ধ চেৰমান আলি জিন্দাবাদ
সকলো বিৰোধী দল একলগ হোৱা উচিত। মে' দিয়াৰ আগতে যিকোনো কথা। কৈ শত্ৰুক লাই নিদিয়াৰ ভাল।
कांग्रेस🎉❤
গৌৰৱ গগৈৰ কথাবোৰ ভাল লাগে
অখিল নহলে গোটেই সো হাৰিব ।যোৱা বাৰ 3 টা চিত অ কাৰণেই জিকিলে নহলে ভুলটো নিজিকে
অকলে খেল অ ককাই,,,, উপ নিৰ্বাচন নহয়,,২০২৬ লৈ সাজু হোৱা,,
ভূপেন বৰা অহংকাৰী ৷
অখিল গগৈ 😂😂😂
এইবোৰ কৰিলে Bjp জিকিব চিয়ৰ
You are grat Gogoi dangoria
ভূপেন বৰা ডাঙৰীয়াই অকলে খেলিব খুজিছে নে সমষ্টি কেইটা দানত দিব বিচাৰিছে।
ভূপেন বৰা ডাঙৰীয়া ১৯৩২ চনৰ ২৪ চেপ্তম্বৰ পোণা পেক্ট পঢ়িলেহে জানিব ৰাজনীতি বিষয়ে ।
YouarerightAkhilda
অকলে,খেলিলে,হাৰিব
Akhil Right
ভুপেন আৰু অখিল,লুৰিণৰ এই বিলাক পৰিভ্ৰমী নাটক।ভিতৰী মিলি আছে।
পাঁচ টিতে খেলোক ছয়টিতে জিতিবে।
Sundor padakhep
Akhil Gogoi ❤❤❤❤
অখিল গগৈৰ অসংহাৰ বেছি হৈছে । যেনেতেন এখন চিটো পাইছিল তাকো এৰুৱাব 2026ত
❤tapen... Fi5
Very good Sir:
2026ot jodi biporit pariye akeloge nohoy,tenehole jitibo noware.karon
jowabar mp electionot biporit partiye akeloge howar karore raije vote dise.
Good... Akhal
এটা সমষ্টিত ১৫ লাখ ভোট লৈ জয় হৈ আহি অহাংকাৰ হৈছে, ৰাখিব নালাগে মিএতা
অখিলৰ সাহসী সিদ্ধান্ত । আদৰণি জনাইছোঁ ।
অখিল গগৈ 2026 চনত উফৰাই দিব তপন কুমাৰ গগৈ দেৱে ,।
ভূপেন বৰা ডাঙৰীয়া আপোনাৰ অহংকাৰী মনোভাব ত্যাগ কৰি ঐক্য মঞ্চৰ লগত আলোচনা কৰি ৰণলৈ আগ বাঢ়ক নহলে নিজৰ ভৰিত নিজে কুঠাৰ মৰা নিচিনা হ'ব ।অহা ২৬ ৰ নিৰ্বাচনত অখিল লুৰিনক অসমত ভালপোৱা বহুত লোক আছে গতিকে অৱশেষত আপোনালোক আত্মঘাতী দৰে পৰাজয় হোৱাতো নিচ্ছিত।
ভূপেন বৰা এজন অ-পৰিপক নেতা
atia palene sat...!
Gourav Gogoi right
Akhil a bohut bokeo
Jati hoi mat mate sai babehe val eyak🙏
Bhupen bora e nijoke hudhi sai se ne...
Akhil is not important
Bhupen... Go. Bacch
কোনো কাম নাই, fixing rate মিলা নাই।
Divait hai khalile aponi haribo
তিনি মুৰ্তি
Miteingt muk matibar harkalu tiyag karile i n d ia labh hoba nohole bj p?
অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছৰ হৈ ইমান কষ্ট কৰি যি কেইটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীক জিকাইছিল, সঁচাকৈয়ে তেখেতে সীমাহীন ধন্যবাদৰ পাত্ৰ । গতিকে কংগ্ৰেছ দলে উপ নিৰ্বাচনৰ বাবে I.N.D.I.A. গঠবন্ধনৰ সকলো দলৰ লগত আলোচনা মৰ্মে পদক্ষেপ গ্ৰহণ কৰা উচিত ।
Akhil Uddin kamm naii tor 😅😅
Akole khelile bhal, he has now more acceptance ...
টুপি পিনধাব শিয়াল কংগ্রেচে তোক।
Dada k val pau
But rokiboul hussain r kiba kibi fadil korim buli koi azir pora 10yes manot news viral hoisil...
Dada apuni kuntu andulot complete korilye Razohuwa korok sooon
Kio jany mur poha huna besi nai but suwali ejoni ase ..
Apunaluke ji bur kori ase moi ghore mati besi bwleg kirobat jabo paru neki sai asu ...
Apunaluk sob ek pator pitha ..
Najanu amar middle class family bure kio vute diye
After elections akol bpl bure profit & baki hy profile buror
Bupen bra bjpr ajent neki ami drib nuharu
Congress stand alone thakok
Akal.gogoe.kam.nay
Main kotha jodi akhilr organisation ase tetia domvali valdore marok ru jodi nai ene tetu fali lve nai
Gourav Gogoi 's policy is the best.
অখিল তোৰ দলত মানুহ কেইটা আছে হিচাব এটা দিয়ক। কংগ্রেসৰ বোকোচাত উঠি ডাঙৰ ডাঙৰ কথা কৈ লাভ নহব। ৰাইজ নোহোৱা ৰাইজৰ দল। ফুটনি বেচি।
Congress sudhar jao...abhibi time' h......