মন্ত্ৰী পীযুষ হাজৰিকাই পানীত চলোৱা দামী গাড়ীখন আচলতে কাৰ?

Поділитися
Вставка
  • Опубліковано 6 вер 2024
  • মন্ত্ৰী পীযুষ হাজৰিকাই পানীত চলোৱা দামী গাড়ীখন আচলতে কাৰ? কাৰ বিলাসী গাড়ীত বহি ফটো উঠিছিল পত্নী আইমী বৰুৱাই? উত্তৰ-পূবৰ সর্ববৃহৎ ঔষধ নির্মাণকাৰী প্ৰতিষ্ঠানটোৰ লগত কি সম্পর্ক পীযুষ হাজৰিকাই ব্যৱহাৰ কৰা গাড়ীখনৰ?
    (স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি -
    rzp.io/l/ZrpLs...)
    Visit: thecrosscurren...
    Follow Us
    Facebook: / thecrosscurrent
    Facebook: / thecrosscurrentassam
    UA-cam: / thecrosscurrentyoutube
    UA-cam: / @thecrosscurrentassam1928
    Instagram: / crosscu
    #piyushhazarika #BJPGovt #luxurycars #Assam #thecrosscurrent

КОМЕНТАРІ • 426

  • @jitendrabarman6577
    @jitendrabarman6577 2 роки тому +176

    জনসাধাৰণৰ সপোন পুৰণ কৰিবলৈ নহয় ঘৈণীয়েকহতৰ সপোন পুৰণ কৰিবলৈহে এইনিলাজ মহাপাপী সকল এতিয়া ব্যস্ত ৷

    • @monujmoran6985
      @monujmoran6985 2 роки тому

      Anekuwa ahupa montrir mukh saboloiu amoni loga hol

    • @pranjalsensua5001
      @pranjalsensua5001 2 роки тому +3

      Jai shree Ram he bulilu 😂

    • @prabhatchborah3751
      @prabhatchborah3751 2 роки тому +1

      তেনেকৈ ক'লে বৰদুখ লাগে দেই

  • @hemkantaborah7434
    @hemkantaborah7434 2 роки тому +53

    অসমৰ দৰিদ্ৰ ৰাইজৰ টকাৰে নিশ্চয় পিযুষে কিনা গাড়ী। ৰাইজৰ ৰোষৰ পৰা হাত সাৰিবলৈ লোকৰ নামত ৰেজিষ্ট্ৰেচন কৰি থৈছে।আনবোৰ চেনেলে এইবোৰ নেদেখে কাৰণ দুৰ্নীতিৰ টকাৰ ভাগ পায়।

  • @jalaluddinahmed9888
    @jalaluddinahmed9888 2 роки тому +31

    অন্ধভক্ত সকলে এইবোৰ দেখা নাপায় নে ।

  • @jintihazarika563
    @jintihazarika563 2 роки тому +12

    যুৱ কংগ্ৰেছী হৈ থাকোতে আৰু NSUI হৈ থাকোতে এইজনৰ বহু কীৰ্তি কাহিনী পেপাৰ ত পঢ়িব পাইছিলোঁ । এতিয়া আৰু কোনে পায় ? এইবোৰৰ কোনোদিনেই উত্তৰ নোলায় । কংগ্ৰেছ এইবোৰেই ডুবাই এতিয়া আকৌ বিজেপিটো সৰ্বেসৰ্বা হৈ পৰিছে ।

  • @sumantadey7718
    @sumantadey7718 2 роки тому +58

    এনে প্ৰশ্নৰ ওত্তৰ এটাই যে , নিৰ্বাচনত ৰাইজ মাৰ বান্ধি থিয় দিব লাগিব ! দূঃখৰ বিষয় এয়াই যে নিৰ্বাচনত ভোট দান কৰোতে আমি এইবোৰ প্ৰশ্ন পাহৰি যাও ।

    • @prabhatchborah3751
      @prabhatchborah3751 2 роки тому +3

      হিতাধিকাৰী প্ৰায় ৬০% মান আছে
      সেয়া ভোটেৰেই হৈ যায়গৈ সিহঁতক ।

    • @saynikahazarika7499
      @saynikahazarika7499 2 роки тому +1

      Right

    • @sumantadey7718
      @sumantadey7718 2 роки тому +2

      @@prabhatchborah3751 গণতান্থিক দেশৰ নাগৰিক হিচাপে এজন ভোটাৰে চৰকাৰৰ পৰা সাহায্য পোৱাটো অধিকাৰ ! কিন্তু নাগৰিকে সেই সাহায্যটো ভোটত পৰিনত কৰাটো ভূল কাম !

    • @prabhatchborah3751
      @prabhatchborah3751 2 роки тому +1

      @@sumantadey7718 শিক্ষা , চিকিৎসা আৰু ন্যায় ; এই তিনিটা সুবিধাৰ বাদে বাকী ভোটৰ বিনিময়ত দিয়া সুবিধা বিলাকে ৰাষ্ট্ৰক দুৰ্বল কৰে ।

    • @sumantadey7718
      @sumantadey7718 2 роки тому +1

      @@prabhatchborah3751 নিশ্চিতভাৱে ! গণতন্ত্ৰত সৰ্বোচ্চ ক্ষমতা এজন ভোটাৰক প্ৰদান কৰা হৈছে যাতে নিজৰ ভোটদানৰ যোগেদি সেই ক্ষমতা প্ৰয়োগ কৰিব পাৰে ! কিন্তু আজিৰ নাগৰিকে নিজেই নিজৰ সেই ক্ষমতাৰ অপব্যৱহাৰ কৰিছে ।

  • @theviralmadevideostvm5062
    @theviralmadevideostvm5062 2 роки тому +42

    The most unique channel.. Salute

  • @dhanmonikumar5268
    @dhanmonikumar5268 2 роки тому +10

    আপ আহি আছে,
    মই এজন BJP ৰ মানুহ আছিলোঁ, কিন্তু আপত যোগ দিবলৈ বাধ্য, তহতে অসম খন লুতি পুতি খাই শেষ কৰিবি নহলে, সেই কাৰণে সময় থাকোঁতে অসম খন বছোৱাই ভাল, টা তা বাই বাই B J P

    • @Warriror4789
      @Warriror4789 2 роки тому +3

      Bondhu moiu... Corruption hojom nuhua hoise

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 2 роки тому +15

    ৰাজকোষৰ ধন অপচয়।
    এফালে ৰাজ্য‌ই জনতাই আকাশ লংঘী দৰত দৈনন্দিন জীৱন যাপন কৰিচে।
    আনফালে ৰজাঘৰীয়াই বিলাসী গাড়ীৰ আমেজ লৈছে।এইয়া অসম।

  • @jagadishpatowarywelcometom4143
    @jagadishpatowarywelcometom4143 2 роки тому +31

    Moja news arrest karok atia Piyush hazarikak

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 2 роки тому +75

    মন্তীয়ে মহোদয়ে Gift পাইছে আকৌ এইবোৰ নিউজ অসমৰ বেলেগ চেনেলে কিয় বিচাৰি নাপাই । নে কৰাপচনৰ ভাগবোৰ তেওঁ লোকেও পায়।

  • @ayaanarhan395
    @ayaanarhan395 2 роки тому +7

    কি উত্তৰ দিব ।পিযুছ দা ৰাইজক দম দি কব পৰা নাই নেকি এনেই বস্তুৰ দাম হাগিবলৈ মুতিবলৈ টকা লৈছো নেকি আমি গাড়ী কিনিমেই ৰাইজৰ মূৰত মৰি কৈ দিয়ক টেটু ফালি সকলো মনে মনে থাকিব ।পাৰিলে গুৱাহাটীত ভাল মাটি আছে যদি আইমি বাইদেউ কো ইংৰাজী মেডিয়মৰ এখন বিদ্যালয় খুলি দিয়ক চান্স পাওতে নহলে পাছত পছতাই থাকিব ।দেখা নাই মামাই আগতে ভাত জোগাৰ কৰি লৈছে শিকক মামাৰ পৰা কিছুমান কথা ।

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p 2 роки тому +75

    অসম বিজেপি চৰকাৰৰ কেবিনেট মন্ত্ৰী হৈ যদি সম্পতি কৰিব নোৱাৰে তেন্তে কিহৰ মন্ত্ৰী...
    ৰাইজ যতে মৰে মৰক....

    • @prabhatchborah3751
      @prabhatchborah3751 2 роки тому +1

      এয়াও এক অপৰিবৰ্ত্তনীয় *পৰিবৰ্ত্তন*

  • @nirajmaheswari2346
    @nirajmaheswari2346 2 роки тому +36

    Where is now CBI and ED.... Will enquiry happen

  • @KrishnaAsom
    @KrishnaAsom 2 роки тому +54

    Salute to this channel.. fearless channel

  • @jeetbaruah2964
    @jeetbaruah2964 Рік тому +4

    উত্তৰ দিবলৈ সাহস হবনে, বহুত ওপৰৰ মাল কিন্তু

  • @ashique5195
    @ashique5195 2 роки тому +6

    Very good channel thanks for you important news open

  • @shweta4538
    @shweta4538 2 роки тому +84

    সোনকালেই ইয়াৰ উত্তৰ লাগে..

  • @mantukalita4915
    @mantukalita4915 2 роки тому +24

    পিছে ওপৰৰ মাল আৰু তেওঁৰো ওপৰৰ মালে কি কয় সেইটোহে নাজানলো । Cross Current য়ে বা আন কোনো তলৰ মালে ইয়াৰ ওপৰত RTI কৰা হ'লে ভাল আছিল ।

    • @ManojDas-fe9wp
      @ManojDas-fe9wp 2 роки тому

      Ha ha
      uporor mal, amy ki tolor mal nki 😂, tema gorom huwa kotha nokobi dai, Juwa Durga Puja r agot lock down evng olop cycle solaute 500 toka POLISE fine loi thoixe kintu☝️

    • @ashanali5899
      @ashanali5899 Рік тому

      Uparrar Mal

  • @Akash-hc5bl
    @Akash-hc5bl 2 роки тому +13

    this is only independent portal of assam

  • @gobinchandrakonwar6268
    @gobinchandrakonwar6268 2 роки тому +10

    পানীত চলাব পৰা গাড়ী যেতিয়া অহাৰবাৰ বানপানীত চলাই ৰাইজৰ বুজ ল'বলৈ যাব পাৰিব আৰু চিন্তা নাই ।

  • @imdadali9519
    @imdadali9519 2 роки тому +3

    ভাল লুটিছে।

  • @sauravkalita96
    @sauravkalita96 2 роки тому +5

    Bhal lagil....anekoi a thake jaate channel tu....BIKRI NUJUA JAATE !

  • @gautamnath1021
    @gautamnath1021 2 роки тому +2

    Unique news channel selute 👍👍👍baki bor kio bsri npi eibr news...Naa sb fiting

  • @arunkurmi93
    @arunkurmi93 2 роки тому +23

    মামা এইবোৰ কি শুনিছো

  • @babulali3856
    @babulali3856 2 роки тому +6

    কংগ্ৰেছৰ দিনতে তেও বৰঘৰ ভৰাই থৈছে তাৰপিছত দাদাৰ লগত আহি ইয়াতো ওপৰৰ মাল হৈগল । ওপৰৰ মাল এজনে ওপৰ লেবেলৰ গাড়ী এখনেতো লব তাতে কিয় চকু দিব লাগে আমিবোৰে ! ধেৎ নাপায় !!

  • @dalimdas3555
    @dalimdas3555 2 роки тому +2

    Salute for this news.. we are with you

  • @razeevsonu729
    @razeevsonu729 2 роки тому +14

    Bikhekh eku nai eu uprr maal nhoi jnu eur conection buru uprr heikrne imn uprr lvlr garikhn teuk bebohar krbo d thoise ako moromt...

  • @jyotiprakashboro3911
    @jyotiprakashboro3911 2 роки тому +7

    Agte Innova tar pst Fortuner tar pst Carnival atia drct top model Jeep Wrangler Rubicon...hosakoie unnati krse teu...Sarkare kintu aibur sabo lage...

  • @peopleforpeople6665
    @peopleforpeople6665 2 роки тому +2

    Salute honest news channel 👍

  • @gamingshorts7512
    @gamingshorts7512 2 роки тому +1

    Honest reporting

  • @user-km6nx1rx1j
    @user-km6nx1rx1j 10 місяців тому +1

    মামাৰ কৃপাত সকলো সম্ভৱ।।। মামা মামামাথুমামা।।।।

  • @lulalu6707
    @lulalu6707 Рік тому +2

    👍👍👍👍 মজা কৰছ কাৰেং নিউজ চেনেলটোৰ মূখ্য সম্পাদক 🌹

  • @aakgardening1078
    @aakgardening1078 2 роки тому +2

    Unique content.....baki news channel keita ghumai ase nki....todonto hbo lge

  • @VASTUGYANASSAMESE
    @VASTUGYANASSAMESE 2 роки тому +2

    Great news

  • @debasishdutta9310
    @debasishdutta9310 Рік тому +1

    Good news..

  • @samudradeka1830
    @samudradeka1830 2 роки тому +7

    ED আৰু CBI কত গল । বিশ্ব গুৰু জনে কেতিয়া দেখিব ।

  • @rgrg5472
    @rgrg5472 2 роки тому +27

    বন্ধু নে লগৰ বুলি কৈছে নহয়, তাকো হেনো অসমীয়া !😊 শ্ৰীবাস্তৱ অসমীয়া কোন জনগোষ্ঠীৰ সেইটোহে নাজানিছো- 😁

    • @geetashri9218
      @geetashri9218 2 роки тому +1

      😃

    • @hitbabu845
      @hitbabu845 2 роки тому

      AMR usar a hoi jeet Narayan bula Tu montrik kinibo pora toka ase Vai 😁

    • @prabhatchborah3751
      @prabhatchborah3751 2 роки тому

      আমাৰ মোমাইদেউৰ ডাঙৰ পুতেকৰ ভিনিহিয়েক

  • @apurbakalita111
    @apurbakalita111 2 роки тому +6

    তদন্ত হব লাগে মন্ত্ৰী ৰ উপৰত

  • @enassamese9582
    @enassamese9582 2 роки тому +3

    Brave covering

  • @Shyamb12
    @Shyamb12 2 роки тому +1

    right

  • @rojonsmorang8347
    @rojonsmorang8347 2 роки тому +1

    Good

  • @nurulhoquechoudhury4914
    @nurulhoquechoudhury4914 2 роки тому +3

    This Is Assam's Poltics. অন্ধভক্ত সকলে এয়া দেখি নাপায়।

  • @pankajtamuli8970
    @pankajtamuli8970 2 роки тому +14

    লৈ থাক আৰু দুখীয়াৰ তেজ চুহি চুহি , তহঁতেই জীৱন ভোগ কৰ আমাৰ দৰে দুখীয়াৰ এখাজ খালে এষাজ লৈ চিন্তা আৰু তহঁত দুখীয়াৰ দুখ কত বুজি পাবলৈ সামান্য জ্ঞান খিনি অভাৱ যে,

  • @gautamnath1021
    @gautamnath1021 2 роки тому +1

    Unique news selute 👍👍..baki br kio ebor news bsri npi sb fiting kri thwa axe jn paw

  • @amirkhan6955
    @amirkhan6955 2 роки тому +1

    To this chenel 🙏 👍

  • @hirakjyotinath276
    @hirakjyotinath276 2 роки тому +3

    Birthday gift......given by xyz

  • @mediguide_edutech
    @mediguide_edutech 2 роки тому +4

    Tenekua Jit narayan Jagiroad t bahut keita aase ....Rakesh Singh , Laxmi Prasad, binod Prasad ....sob pijush r hindibhasi friend and business partners.

  • @alwaysguide7722
    @alwaysguide7722 2 роки тому +1

    Absuatly really news,pl inquiry all of veiw

  • @mamoniauto
    @mamoniauto 2 роки тому +1

    Amphibious vehicle wow

  • @zippo7776
    @zippo7776 2 роки тому

    Salute for taking stand against those b.j.p goons

  • @dipulaxom
    @dipulaxom 2 роки тому +8

    বহুত ওপৰৰ মাল হয়😂

  • @dikshdiksh1305
    @dikshdiksh1305 2 роки тому +2

    Good news sb sor hoi

  • @arifsvlogs6908
    @arifsvlogs6908 2 роки тому +1

    The cross current jcb of new era news portal

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 2 роки тому +8

    জল সম্পদ মন্ত্ৰীক উভচৰ গাড়ী লাগিবই ।।আমি দেই পুৰি মৰাৰ কাম নাই ।।

  • @bhabeshroy6765
    @bhabeshroy6765 Рік тому +1

    Few people know the Dark side of politics,,, It's zero point one percent. 😭

  • @poragbora326
    @poragbora326 2 роки тому +1

    Bah montry bah🙏

  • @akashkalita8431
    @akashkalita8431 2 роки тому +1

    Please give your answer sr

  • @pankajchangmai6762
    @pankajchangmai6762 2 роки тому +1

    Bhal news disa

  • @AzizurRahman-qy4hw
    @AzizurRahman-qy4hw 2 роки тому +13

    Assamese people deserves this kinds of politician. I don't feel bad for him. People already knew but still they vote. Don't worry he will come again.

  • @chinmoy8051
    @chinmoy8051 2 роки тому +5

    Rubicon or Phantom kuneyu ekudaal koribo nuare Babacon

  • @kkkalita8076
    @kkkalita8076 2 роки тому

    Proud of this Channel. You R right

  • @supertrade6901
    @supertrade6901 2 роки тому

    Ai Channel2 Questions bur genuine

  • @musicx2521
    @musicx2521 2 роки тому +1

    Bhal news disa dei......

  • @krhazarika5280
    @krhazarika5280 2 роки тому +1

    একদম প্রথমতে ওপৰৰ মালৰ সমপতীৰ হিচাপ ৰাইজে লব লাগে | তাৰ পাছত আন অান মনত্রীৰ সমপতীৰ হিচাপ | Income কিমান ?
    তাৰ হিচাপ হব লাগে | Tax দি ছেনে নাই |

  • @bikash7392
    @bikash7392 2 роки тому +1

    Moja news , aibur hai asol news.

  • @motivationguruji2493
    @motivationguruji2493 2 роки тому +1

    My dream car jeep rubicon

  • @achujyakonowar8340
    @achujyakonowar8340 2 роки тому +1

    নজৰুল তুলচিক কৈ দিবা উত্তৰ লাগে 😀😀

  • @ritiksharma6031
    @ritiksharma6031 2 роки тому +3

    Very clever garikhon ase belegr namot eku case koribo nuware... Kiba ulale kobo moi ane kedin manor krne solai asu logor lorar gari.

  • @hell8569
    @hell8569 2 роки тому +4

    fortuner 50LAkhs..Amr mla Sir ghure...Aku case nai 15 lakhs barhile...Amr Rij R toka he

  • @gaoliavai4376
    @gaoliavai4376 2 роки тому

    Nice chanel

  • @debasishsharma5315
    @debasishsharma5315 2 роки тому +1

    Dee r.....mjahh.enjoy👍👍

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Рік тому

    Syndicate minister. Immediately inquiry korok.

  • @purnamjyotibaruah6254
    @purnamjyotibaruah6254 2 роки тому +11

    Zero tolerance against corruption 😁😁😁

  • @bubul5288
    @bubul5288 2 роки тому

    English porhute olop kasto hoise tumar .... kintu news live r pora katatu video tu Val hoise.

  • @phcsangram4634
    @phcsangram4634 2 роки тому

    Very good keep it up 👍

  • @deepkul1
    @deepkul1 2 роки тому +1

    😎 seitu aru kobo lage ne ...Bina kamot Bina profit t corporate and govt r majot blank paper o efal sifal nohoi ...eate eman dammi car ...oboisye statement dise ..banpani sabo he nie buli ,friendr car ,sobe sobore sob jaane,but vote paai a dekhun ,seitu he bipodjonok

  • @mizanoorhaque8601
    @mizanoorhaque8601 2 роки тому +2

    🙏 TO THIS CHANNEL

  • @tapankumarvlogs9570
    @tapankumarvlogs9570 2 роки тому +1

    এয়া একু নহয়। মাত্ৰ এয়া আৰম্ভণি হে ৰাইজে আৰু বহুত কিবা কিবি দেখিব।

  • @champaksingha5430
    @champaksingha5430 2 роки тому +1

    কি কাৰনত যে, এই মালটোক মানুহে ভোট দিয়ে । কৱ নোৱাৰি

  • @lankeswarboro7501
    @lankeswarboro7501 2 роки тому

    সৰিয়হ দুলিতে‌ অসমৰ ভুত ওলাইছে ।

  • @assamtravelbankimvlogs738
    @assamtravelbankimvlogs738 2 роки тому

    Salute

  • @wasimhazarika8602
    @wasimhazarika8602 2 роки тому +2

    Mama kot apuni bosai diyok uporor mal jonok, inquiry must be Or seize the car

  • @nitulnath6799
    @nitulnath6799 2 роки тому +1

    ভাল হিন্দী চিনেমাৰ কাহিনী এটা হব! এনেবোৰ news দেখিলে blood pressure high হৈ যায়। news টো english ত দিলে ভাল হব অন্তত অসমীয়া বিদ্যালয়ত নপঢ়া মন্ৰী, এ.মে.লে ৰ

  • @ajayaxom5077
    @ajayaxom5077 2 роки тому +1

    Amak question r answer lage 🙏

  • @greenvalley7892
    @greenvalley7892 2 роки тому +1

    Aikhon Jeep Wrangler hoi..On road 75lakhs man ahi jai...Kot paise emn toka...

  • @nilotpaldeka7847
    @nilotpaldeka7847 2 роки тому

    Krishna

  • @sdvlogers9405
    @sdvlogers9405 2 роки тому +1

    Habo pare amar nisina manuhar para luta paisa bilakedi enjoy kari ase.

  • @rajatbhuyan4242
    @rajatbhuyan4242 2 роки тому +2

    jenekoi soluwa dekhale south indian cinema jen he lagil

  • @kanakrabha3239
    @kanakrabha3239 2 роки тому +1

    আমাক উত্তৰ লাগিবই 😂😂😂

  • @paramanandabora1047
    @paramanandabora1047 5 місяців тому

    There must be scrutiny in the selection of ministers. Greedy and unworthy people mist not be selected for this important office

  • @nabadutta1583
    @nabadutta1583 2 роки тому +1

    News live kana hoisi atia dekha napai .... gift dise

  • @najibulhussain1198
    @najibulhussain1198 2 роки тому

    এয়া B J P নেতাৰ ৰাজহুৱা ধনৰে বিলাসীতা ৷

  • @sweetygaming.4135
    @sweetygaming.4135 2 роки тому +1

    70+ lakhs price Bubicon

  • @ultimadsongchannel6250
    @ultimadsongchannel6250 2 роки тому +1

    Besidin nai dubibo bjp. Congress or dorey.

  • @DeepankaKalita
    @DeepankaKalita 2 роки тому

    আৰু আমিবোৰে মাথা মাৰি আছো মিঠাতেল এক লিটাৰ কেনেকৈ কিনো , bike ত তেল এক লিটাৰ কেনেকৈ ভৰাও!!!! এতিয়া নতুনকৈ চিন্তা আহিছে electricity ৰ bill কেনেকৈ পৰিশোধ কৰোঁ । আৰু ৰজা ঘূৰি আছে বিলাসী বাহনত। চৰকাৰী চাকৰি কৰাবোৰৰ বোলে মাহেকত ২০০-৩০০ টকাকৈ বাঢ়ে । নতুন Statics মতে মহাশয়ে কয় আমাৰ । ভাল দিনবোৰ ঘূৰি আহিছে দিয়ক। হিচাপ নিকাচ বোৰ আৰু ৪ বছৰলৈ সামৰি থলো ।

  • @debojitsaikia142
    @debojitsaikia142 2 роки тому +1

    আমাৰ মহান মন্ত্রী 🙂

  • @mirroroo7
    @mirroroo7 2 роки тому +3

    I think...may be this news channel may suffer any consequences....

  • @arpangogoi2167
    @arpangogoi2167 2 роки тому

    A mojja 👍upara ml2 zindabad 😄😅

  • @munmundeoriassam5384
    @munmundeoriassam5384 2 роки тому +1

    Private car rental hoi ne ki

  • @venomxgaming100
    @venomxgaming100 2 роки тому

    ৰাইজ পাহৰি নাযাব মাল একেখিনি, মাত্ৰ বটল নতুন।🤑🤑🤑 ab k bar BJP Sarkar