🚨 এইবাৰ চুমিৰ মুখত ক’লা ৰং সানিব স্বয়ং বিশালে! || Atanu Bhuyan || Satya

Поділитися
Вставка
  • Опубліковано 9 лис 2024

КОМЕНТАРІ • 235

  • @dipakbaruah8987
    @dipakbaruah8987 Місяць тому +107

    ভূঞা ছাৰ চুমীৰ বিষয়তো আপুনি সত্যৰ জৰিয়তে ভাল উপস্থাপন কৰিছে, ডাঙৰ ঘটনা হিচাপে । মোৰ অনুৰোধ সত্যৰ আধাৰত ৰিণিকি ভূঞা শৰ্মাৰ সম্পত্তিৰ অনুসন্ধান কৰে যেন । সাহসী বুলি আপোনাৰ অসমত এটা সুকীয়া নামো আছে । ধন্যবাদ ---

    • @hopunmorisika8180
      @hopunmorisika8180 Місяць тому +1

      একমত

    • @rajninjayt6691
      @rajninjayt6691 Місяць тому

      Sumik bad di ai2 topic louk amiu roi asu janibo

    • @PolarBear014
      @PolarBear014 Місяць тому +2

      Funding kr pra ahb hebr krle😂

    • @monmayurigogoi9000
      @monmayurigogoi9000 Місяць тому +1

      Yar emanu dom nai dipak. Aitue gethai gethai ajebaje news diya bahire eku najane

    • @pathorighat
      @pathorighat Місяць тому

      Ekmot...🙏

  • @educationsarma6175
    @educationsarma6175 Місяць тому +65

    কোনো কাৰণতে যাতে অপৰাধী সাৰি নাযায় । যদিহে তেনে হয় তেতিয়া হলে আইন ,আদালত কাৰোপ্ৰতিয়ে মানুহৰ বিশ্বাস নাথাকিব । প্ৰমাণিত হব আইন আদালত হৈছে কলা টকাৰ এখন বৃহৎ বজাৰ । গতিকে কোনেও কাহানিও ভয় নকৰি চুমী বিশালৰ দৰে বিলাসী জীৱন কটাৰ বিচাৰিব ।

  • @satyajitkumargogoi358
    @satyajitkumargogoi358 Місяць тому +15

    জোনমনী ৰাভাৰ প্ৰকৃত ৰহস্যই উৎঘাটন নহল ,সকলো ফুটুকাৰ ফেন হল,কেই কোটি মান টকাৰ খেলত।এই খন টো চুপাৰ বাম্পাৰ খেল,এই খেলৰ খেলুৱৈ বোৰ অতী পাকৈত গতিকে আমি ফলা-ফল গম পালোৱেই।মহোদয় ,এইবোৰ বাতৰি ককৈ নাথাকিৱ,শুনিবলৈ আমাৰ দৰকাৰ নাই,বিশাল-চুমী যদি প্ৰবঞ্চক হয়,ধ'ন জমা কৰা বোৰ মহা প্ৰৱঞ্চক।

  • @PANKAJMEDHIINDIA
    @PANKAJMEDHIINDIA Місяць тому +32

    অধিক লোভৰ বাবে বৰ্তমান কাৰাগাৰৰ আলহী । লোভ কিমান ভয়ানক হব পাৰে তাৰেই এটা উদাহৰণৰ ।

  • @bibhutigogoi4248
    @bibhutigogoi4248 Місяць тому +29

    যি কি নহওঁক শুদ্ধ বিচাৰ হ'ব লাগে, নহ'লে আইনৰ ওপৰত মানুহৰ আস্থা নোহোৱা হ'ব

  • @Anjan_Saikia505
    @Anjan_Saikia505 Місяць тому +20

    চুমীৰ বিষয়ে নিউজ কৰাৰ বাবে সমূলি বেয়া পোৱা নাই। কিন্তু অসমৰ অন্য বিষয়বোৰতো যদি এনেদৰেই মাত মাতি নিউজ কৰিলেহেঁতেন সুখী হʼলো হয়। মুঠতে আজিকালি মানুহৰ মুখাবোৰ সঁচাই নিখুঁত।

  • @ShiftDevice
    @ShiftDevice Місяць тому +45

    Sir you write down my words, Sumi will shift to Bengalore after this case is over. Because as far as I know, Sumi's husband's brother has bought that flat in Bengalore . Sumi knows that it is not possible to stay in Assam after the case is over, she is settling in Bengalore... Please enquiry about this

    • @rajdeepbhuyan898
      @rajdeepbhuyan898 Місяць тому +8

      Assamese people of banglore will not leave her there too. 😅

    • @Xxyyuh
      @Xxyyuh Місяць тому +4

      Bangalore Assam Association will catch her and deport back to Assam.Scammers are not entertained in our Silicon valley!!

    • @HeySantoshKumar
      @HeySantoshKumar Місяць тому

      Sumi brought @shiftdevice madarcood from shorts inside

    • @saratmalakar3045
      @saratmalakar3045 Місяць тому +1

      Tarkik's bro is not also an innocent...i knew him since college days..he was senior to me...

    • @ShiftDevice
      @ShiftDevice Місяць тому

      @@rajdeepbhuyan898 Brother, how many people from assam do you recognize in Bengalore? I guess you don't recognize the person in the building you live in.

  • @parbinsultana5644
    @parbinsultana5644 Місяць тому +10

    আপুনি কিয় চুমিৰ নামত ইমান পাগল হৈছে

  • @SuniteeAdhikary
    @SuniteeAdhikary Місяць тому +5

    Xotyor eta notun adhay tu Sai vl lagil, thank you Atonu da

  • @mitaligogoi2755
    @mitaligogoi2755 Місяць тому +8

    চুমীৰ statement ৰ ৰেকৰ্ডিং বিশালক দেখুওৱা কিবা যুক্তি আছেনে।

  • @Exxplore_the_NorthEast
    @Exxplore_the_NorthEast Місяць тому +29

    পিতা- পুত্ৰৰ একেখনেই ৰামায়ণ সদায় 😂 টপিক পাই গৈছে আৰু কোনে পায়

    • @pujasaha3922
      @pujasaha3922 Місяць тому +2

      Kam ni j aru .blg news bur kintu ndye .....okl sumi sumi aru sumi ....emn dangor mnuh jon hoi j ki odorkari news atat lgi ase

    • @Dipak__.
      @Dipak__. Місяць тому

      😂😂

    • @rupasaikia8568
      @rupasaikia8568 Місяць тому

      Apuni sumi k loi imm besta hoi porise kio, aru beleg topic nai nki

    • @prabalbharadwaj27
      @prabalbharadwaj27 Місяць тому +2

      Vale korise topic tu nuliyale case tu tol pori jabo.ari dibo nalage.

    • @bhabensaikia5028
      @bhabensaikia5028 Місяць тому

      ​@@rupasaikia8568চুমি বিশালাৰ কেছ ইমান সাধাৰণ নহয় ৷ এইটো ঠগ প্ৰবণ্চকৰ কেছ ৷ ইহঁতক উপযুক্ত শাস্তি দিব লাগে

  • @ParthaGoswami-c6v
    @ParthaGoswami-c6v Місяць тому +20

    সত্য আৰু শুদ্ধ বাতৰি দিব।

  • @jitubarman6162
    @jitubarman6162 Місяць тому +8

    সংবাদজগতৰ এটা বিষাক্ত কীটানু ৷

  • @RehanaSultana-h5c
    @RehanaSultana-h5c Місяць тому +9

    Now Government of Assam immediately handed over the money matters invested by Some Doctors, Singers and Others for Trading business to Income tax & Enforcement Directorate for details enquirey , whether the amount invested by them for Trading through Sumi Borah and Bishal Phukan are accounted or illegal? So Investigating Officer of Police of these cases now safely taken over the "Deed of Agreement" executed in between investors and Sumi Borah & Bishal Phukan and hand over the same to IT Department N ED for necessary investigation.

  • @abanirabha1427
    @abanirabha1427 Місяць тому +2

    বিশাল চুমিৰ বাহিৰে অন্য অপৰাধিও আছে । ইহঁতৰ দৰে যদি সিহতকো এনেকৈ জেৰা কৰিলে বা ধৰিলে হয় তেতিয়া বহুতো মানুহে ন্যায় পালে হয় । কিন্তু বহুতো অপৰাধিক মুকলি আকাশৰ তলত ঘূৰি আছে।

  • @jayadass2681
    @jayadass2681 Місяць тому +5

    খুব ভাল কথা। আমি জানিবলৈ আগ্ৰহেৰে বাট ছাই ৰ'ম।

  • @bijoyahazarika9909
    @bijoyahazarika9909 Місяць тому +7

    Mojja val khobor

  • @nazumfarha920
    @nazumfarha920 Місяць тому

    Ami akhabadi Satya channel r uporot. Otherwise other media platforms already forgot about this case.. Kindly update us regarding this case.. Because we really want to know how scams are going on without the knowledge of government..

  • @anantaboruah5492
    @anantaboruah5492 Місяць тому +2

    চূমীৰ বাবে কিতানু বিষাক্ত হৈ পৰিছে।

  • @purnimasaikiabora713
    @purnimasaikiabora713 Місяць тому +6

    Sir apuner ai hotya huniboloi baat sai thaku

  • @junaidahmed4693
    @junaidahmed4693 Місяць тому

    অধিক উচ্চাকাঙ্ক্ষী হোৱা বাবে আজি এই পৰ্যায় । সীমাৰ ভিতৰতে নিজক প্ৰতিষ্ঠা কৰিবলৈ শিকক তেতিয়া জীৱনটো আনন্দৰে ভূগিব।

  • @TonkeswerTamuli
    @TonkeswerTamuli Місяць тому

    ভাল লাগিছে

  • @jayantadutta1024
    @jayantadutta1024 Місяць тому +4

    Visal innocent main culprit SUMI😊

  • @nilamd676
    @nilamd676 Місяць тому +4

    Chakrapani Porashar da’r nam nolole j.. Bare bare koise j Parcelia company khulute aag xari doctors asile buli,areh medicine company hole doctors matiboi akou teuluke, heyehe goise.,tat doctor's r vul kot? Aru bare bare doctors-doctors koi j ase, Chakrapani dar nam nokoi kio? Promote tu korisil teu . Invitation dile jaboi no doctors,kune jane nu vitort ki ase .Not supporting anyone,but you should present everything correctly, accurately jodi truth kom buli kotha di ase.

  • @simantanath1411
    @simantanath1411 Місяць тому

    আপুনি এইকেইদিন যিমান চুমি বৰাৰ পিছত লাগি এটা এটা কৈ তথ্য ফাদিল কৰি অসমৰ ৰাইজৰ আগত দাঙি ধৰিছে ঠিক একেদৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্নীৰ নামত যি মাতি আছে, যত যিমান তেওঁ নিজৰ নামত মাতি কিনি সম্পত্তিৰ পাহাৰ গঢ়িছে আছে আপোনাৰ সত সাহস সেইবোৰ ৰাইজৰ আগত দাঙি ধৰিব লৈ। আছে আপোনাৰ দম। পাৰিব আপুনি ৰিনিকি ভূঞাক expose কৰিব। আপুনি হয়তো সেই খিনি অহা সাত জনমতো কৰাৰ দম নাই।
    বাদ দিয়ক হে ভূঞা ডাঙৰীয়া। আপোনাৰ এই সত্য চেনেল টোও নিৰপেক্ষ নহয়। এইয়া মই কৈছোঁ।
    বৰ ডাঙৰ লেকচাৰ মাৰি লাভ নাই।

  • @farm-07P
    @farm-07P Місяць тому +8

  • @HareswariRay
    @HareswariRay Місяць тому +7

    Oi bura modahi... Apuni emn sumi r pst lagi ase kio.... Bondho kor aru. Apunalukeo j kimn hoityo news bojay heitu raije Jane aru Buji paise... Apunalukeo dekh khn nosto kori ase news trend r lgt nhy. Doinondin ki ghotona hoi ase heibilak t mon kan di blg news o bojawok... Okol okol sumi nki topic.

  • @অঘাইতংপোৱালি

    টকা থাকিলে সকলো সত্যক অসত্য , সকলো অসত্যক সত্য কৰিব পাৰি আজিৰ দিনত....গতিকে ইহঁতৰ ভেকু-ভাওঁনাবোৰ চাই মিছাতে সময় নষ্ট কৰি লাভ নাই....ঘূৰ কলি যুগ হয়....কিবা কিবি ক'বলে মন যায়....কিন্তু আমিয়েই বৰ পিৰা পাৰি দিছো একাংশক...সেইয়ে কৈ মাতি আজিৰ দিনত লাভ নাই

  • @Simantadewri881
    @Simantadewri881 Місяць тому

    চব মামলা খটম হোৱা পাছত চুমি, বিশাল মিলি 31st ভাল ডাঙৰ খানা এটা খাৱ।😂

  • @MajibarRahmanMajibarRahm-do1jl
    @MajibarRahmanMajibarRahm-do1jl Місяць тому

    লাগি থাকক

  • @Amu7574
    @Amu7574 Місяць тому

    এই মানুহটোৰ মূৰত চুমি বৰাৰ বাহিৰে বেলেগ একো নাই এতিয়া৷ গৰমে ৰাইজৰ জীৱন স্তব্দ্ধ কৰি দিছে৷ তাৰ মাজতে এতিয়া গীবন অভৰাণ্যত তেল খনন আৰম্ভ হ’ব৷ বিলুপ্তপ্ৰায় হলৌ বান্দৰৰ বাবে বিপদ মাতি আনিব লগীয়া এনে খবৰ বোৰে এই মখাৰ বাতৰিত স্হান নাপায়৷ সেইকাৰণে ফপৰা চেনেল ছাবস্ক্ৰাইব কৰাৰ পৰা নিজকে আৰু আন দহজনক বচাব৷

  • @bankimsarma6359
    @bankimsarma6359 Місяць тому +1

    CBI enquiry lage aru sonkale Dipankar Burman k arrest kariba lage

  • @ajaiborbora5341
    @ajaiborbora5341 Місяць тому

    টি আৰ পিৰ বাবে ভাল বিষয়‌ এটা পালে। Private investigation agency এটাকে খুলক।

  • @mukuldas1121
    @mukuldas1121 Місяць тому +1

    Satya is great information

  • @rainbowofficial4479
    @rainbowofficial4479 Місяць тому +3

    আৰু বাতৰি নাই নেকি অসমৰ??? অকল চুমি-বিশাল, আমনি লাগি গৈছে ।

  • @RitrishnaGohain
    @RitrishnaGohain Місяць тому +2

    Tai nasib janile bulie kheikon pindhi deha jukari thakiblage ne.....

  • @sanjibnath7936
    @sanjibnath7936 Місяць тому

    এইটো topic লৈ আপুনি ভাল টকা ঘটিলে কিন্তু

  • @radhekrishna3450
    @radhekrishna3450 Місяць тому

    আপোনাৰ এই ক্ষেত্ৰত ভাল হৈছে কন্টেন পাইছে আৰু পূজা লৈ ভিদেও এইবোৰ ওপৰত বনাই থাকক,অসমৰ মূল কথা নকৰিব, জ্যেষ্ঠ সাংবাদিক হয় এই নিউজ টো বাতে পটি দি থাকে

  • @amu536
    @amu536 Місяць тому

    অ' ককাই অসমৰ আন সমস্যাও ভিডিঅ' এনেদৰে ঘনাই দিব দেই😊কেৱল চুমীক লৈয়ে নহয়।

  • @dipanjalimohanta4800
    @dipanjalimohanta4800 Місяць тому

    আমি নাটকখনৰ দাইলগ চাবলৈ সাজু হৈ আছো।

  • @simanta.sarma204
    @simanta.sarma204 Місяць тому +4

    দেশৰ আৰু বহুত দিব লগা খবৰ আছে , আপোনাৰ নিচিনা এজন senior সাংবাদিকে এইবোৰত কিয় ব্যস্ত হৈ আছে সেইটোহে সন্দেহজনক, নেপালত থকা বুলিও ভুৱা প্ৰচাৰ চলালে, হব দিয়ক মহোদয় junior বোৰক সুবিধা দিয়ক ।সিহঁতেও শাস্তি পাব লাগে বাৰু … but you are not fit for this type of news…

  • @pranabkalita4557
    @pranabkalita4557 Місяць тому

    এখেতৰ পৰকীয়া প্ৰেমৰ সাংবাদিকতা বহু পুৰণি ৷ তাহানিৰ সংঘমিত্ৰা খুৰীৰ দিনৰ পৰা।

  • @Mira1234-e9
    @Mira1234-e9 Місяць тому

    বস্তুৰ দাম ইমান বাঢ়িছে, স্মাৰ্ট মিটাৰ এইবোৰৰ বিষয়ে বনাব।

  • @satyenbarkataky1276
    @satyenbarkataky1276 Місяць тому

    Satyo program tu Sai moi bor val pau.Namaskar.

  • @ditimonigogoi6024
    @ditimonigogoi6024 Місяць тому

    আইনখন দুখীয়া মানুহৰ কাৰনে যেন হে লাগে। কাৰন টকা পইচা নেথাকে।

  • @OpenSecret77
    @OpenSecret77 Місяць тому

    গিবনৰ ওপৰত এটা news কৰিছেনে বাৰু আপুনি?? সকলো ৰাইজকে মচলা নালাগে বুইছে, বহুতে সঁচা অৰ্থত সত্য চাব বিচাৰে। আপুনি বহুত দায়িত্বশীল ব্যক্তি বুলি ভাবো, অকল এই ছোৱালী জনীৰ পোকৰত লাগি থাকিলে ভাল নেদেখি।

  • @hunmonidowarah3394
    @hunmonidowarah3394 Місяць тому +2

    Good 👍

  • @gsentertech8523
    @gsentertech8523 Місяць тому

    Atanu da... Apunar news bahut bhal lage pura sali jari thoytha ulai koi.. Kintu please tamul khai news nokoribo bahut kotha buji puat akhubidha hoi

  • @kumkumborah7233
    @kumkumborah7233 Місяць тому

    Good.

  • @shyamalsarmah5470
    @shyamalsarmah5470 Місяць тому

    I like yr news.

  • @jadavkonwar3626
    @jadavkonwar3626 Місяць тому

    finally gom palu 1.5 Futiyani suwalik ketiyao viswas nokoriba😂😂😂

  • @rupakkumarojah1343
    @rupakkumarojah1343 Місяць тому

    Bor dhuniya news di ase bhuyan dangariya apuni.

  • @puspadhardowarah1932
    @puspadhardowarah1932 21 день тому

    মথুৰা ৰজাৰ সা-সম্পত্তিৰ বিষয়ে একো মন্তব্য দিয়া দেখা নাপাও।

  • @ndutta1036
    @ndutta1036 Місяць тому +1

    এই বোৰ black money ৰ খেল,,,পৰ্দাৰ আৰঁত বেলেগ খেল চলি থাকে,,, এই গিতা এনেই ফচিলে,,লোভত

  • @BidyawatiDevi-u9j
    @BidyawatiDevi-u9j Місяць тому

    আপোনালোকেই মাতিব? দুদিনৰ পাছত studiot

  • @lolwa3786
    @lolwa3786 Місяць тому +1

    Paaduteu Sumi, Haaguteu Sumi

  • @MonalisaSaikia-n7n
    @MonalisaSaikia-n7n Місяць тому

    Bishal bula loratur eman dhunia mator goraki. Tar mogojutu bhal productive kamot use hole bhal lagil hoi. He is not a mature guy. Jak Tak gift di die tokabur uruale. Bhal guidance u napale sage he.

  • @sabitaborah8806
    @sabitaborah8806 Місяць тому

    Atunu bhuyai chumi borak college t thakute propose korisil. Chumie reject korisil. Etiya atunu bhuyai khub chumi chumi kori ase

  • @শংশাৰিকাগগৈ
    @শংশাৰিকাগগৈ Місяць тому

    তুৰ ছাগে প‌ইছাঁ খালে,,,, নহ'লে তুৰ চৰিত্ৰতু ভাল নহয়,,, ইমান চুমি চুমি কৰিআছ

  • @rishavsaikia9171
    @rishavsaikia9171 Місяць тому +4

    তুমিনো কি ইমান লোকৰ কথা খুচৰি ফুৰা
    পাৰা যদি ভাল বাতৰি দিয়া ভাল তথ্য দিয়া
    আজি বোলে দ্বীপেন বৰুৱাদেৱৰ ঘৰুৱা সংঘাত কাইলৈ চুমি বিশাল!

  • @Mohanmedhi-z5s
    @Mohanmedhi-z5s Місяць тому

    কলাধনৰ হিচাপ দি কোনে নিজৰ বিপদ চপাব?

  • @BKB-MIRTURE
    @BKB-MIRTURE Місяць тому +1

    Sir apuni neriba

  • @AbhijitChutia-n2u
    @AbhijitChutia-n2u Місяць тому

    এই চেনল টোৱে একো বাতৰি বিচাৰি নোপোৱা হল ,,TRP পাই আছে যে একেটা কথাই চেপেটা কৰি উলত পালত কৰি বাতৰি কৰি আছে ,,ভাল টকা কেইটামান ঘটিছে sumi ৰ নাম লৈ

  • @srspidy3105
    @srspidy3105 Місяць тому +1

    Aku Nohoy Khihotor

  • @haimyaadhikary7690
    @haimyaadhikary7690 Місяць тому

    Podcast bilakot dekhun tai nijai koisil je amar mon asil tat biya pota he bisarisil, atiya tair vashyo change hoi gol Bishalor he mon asil thappor logai dibo lage

  • @abdulhasib739
    @abdulhasib739 Місяць тому +3

    Apunar ki sumir bahire ki aru news nai nki

  • @radhekrishna3450
    @radhekrishna3450 Місяць тому

    Like diya boton tu on koribo tetia gm pabo axomr manuhe kiman val paai apunakk aru ki karnot.

  • @Dhruba142official
    @Dhruba142official Місяць тому

    Sikar ❤❤❤zg❤

  • @Ramenstudy
    @Ramenstudy Місяць тому

    Sumik loi shikar sabo jabo mon asil dada.parim ne

  • @dimpidevi965
    @dimpidevi965 Місяць тому

    Akdom vl nlga apunak aibr nws eri alp vl nws diok mnuhr kamot aha sumik bishale ki dsl kbo nlge.. Sbe jne aibr nws apuni aibr bad diok

  • @rijukalita5635
    @rijukalita5635 Місяць тому

    Good News

  • @Jugal1562
    @Jugal1562 Місяць тому +1

    Sapnanil r ki hol? Tar news dbo .

  • @digantadeka9735
    @digantadeka9735 Місяць тому

    Atanuda, mur mote aagor case buror dorei hbo. As a reasult aku nulai. Sob mili ase, geli ase. Emaanbur manuhor toka mari, jibon khekh kora ai bilakor action jene hbo lgsl nohol!

  • @rupnildutta8847
    @rupnildutta8847 Місяць тому +1

    Ata kotha k koi koi amoni logai dise.notun aku nai jodi 2 din maan aram korok

  • @ajantasaikia2738
    @ajantasaikia2738 Місяць тому

    Apuner hotyo batoribur xuni bor val lage. Muthor uporot dukhir uchit bisar hobo lage. Ami heiyai bisaru.

  • @PKVLOGS980
    @PKVLOGS980 Місяць тому +1

    Where is Dipankar barman???

  • @SukanyaRajkhowa-sz2sc
    @SukanyaRajkhowa-sz2sc Місяць тому

    😊😊

  • @KamalJyotiChetia-m3f
    @KamalJyotiChetia-m3f Місяць тому

    Akhomot etiya duijone smart manuh ase kitanu aru pütek .. baki bur burbok…

  • @manashnibir
    @manashnibir Місяць тому +1

    ❤❤❤

  • @bhaskardas2702
    @bhaskardas2702 Місяць тому +1

    Self redemption niki apunar ......for promoting sumi by your son

  • @mindrefreshing1800
    @mindrefreshing1800 Місяць тому

    Plz cover the next big scammer swapnil Das, why don't you cover his crime yet. Appreciate korisu, ai2 caser babe, but we are not updated about swapnil das

  • @jugendratanti632
    @jugendratanti632 Місяць тому

    Dada r aru sumi r kiba leng soli asile sage....dhoka puwar pst atiya dadai bodla loi ase😂

  • @GunindraDoley-e8q
    @GunindraDoley-e8q Місяць тому +10

    আপুনাৰ অলপো লাজ নাই নে😮 সদায় সদায় sumi ৰ লগতে লাগি থাকে যে 😂😂😂 বেলেগ containt দিব নোৱাৰা 😂 আৰু শুন আনৰ লগত বেছিকে লাগি থকাতকৈ নিজৰ ওপৰত গুৰুত্ব দিবা 😂😂😂😂

    • @fahnidanasrinhazarika9064
      @fahnidanasrinhazarika9064 Місяць тому +1

      emaan bur contained ase axom t bapek putak dutai okol sumi pisotei lagi ase

    • @mamonisarmah_45
      @mamonisarmah_45 Місяць тому

      Jihetu ajon hangbadik .

    • @Mumumou2006
      @Mumumou2006 Місяць тому

      ​@@fahnidanasrinhazarika9064 behen prothome likhibole xiki luwasun😂😂😂😂😂 content hota hein contain nohoi...aru matha nathakile kotha kobo nalage

    • @Mumumou2006
      @Mumumou2006 Місяць тому

      Teulukor laz he nai apunar je ako matha e nai xeitu gom paise ne nai ..... Ami hoisu ordinary people amar hatot xeitu power nathake je ami police k goi ba baa law and administrative k question koribo parim...but media hoise amar voice...teuluke Tani nodhorile pressure nidile case xomadhan nohobo aru criminal a xasti napabo...ei xamanyo kotha xar u mathat dhora nai neki?? Btw contain nohoi content buli koi...anor laz bisaribo jaute nije opoman r patro😂

  • @JunalibaruahJunalibaruah
    @JunalibaruahJunalibaruah Місяць тому

    Rinki bhuyan saramk o dhoribo lage

  • @PurnoSonowal
    @PurnoSonowal Місяць тому

    Apunar sumi lgt kiba personal dushoni ase nki 😂emn sumi pokorot pori ase j 😅😂

  • @NIRANTA01
    @NIRANTA01 Місяць тому

    Kotha eta buji npalu apunar eat a jh emn sumi sumi kioh? Amoni lagil goi ruh kimn kbo hoi sumi sumi buli kimn dele eat a tair kotha 😅

  • @mokibul2434
    @mokibul2434 Місяць тому

    Moi vabo amar axomt 90% manuh cm a ji akhn drama bnai dhuniya ke bujai kbo take bishak kri lbo, case dismiss hbo besi din baki nai aru

  • @bipuldas3455
    @bipuldas3455 Місяць тому

    এই তোৰ ওচৰত আন খবৰ নাই নেকি

  • @lakhyajeetborgohain1129
    @lakhyajeetborgohain1129 Місяць тому

    Bhuyan daa aru blg news nai ni..

  • @profitt8927
    @profitt8927 Місяць тому

    এক লাখ, দুই লাখ দৰমহা পোৱা মন্ত্ৰীমখাই কিদৰে কৌটিটকাৰ ওপৰত বহি নাচি আছে তাৰো তথ্য বিচাৰ কৰি দেখুৱাওকচোন।
    বাপেক পুতেক মিলি কি চুমিৰ নামত ভেল্কীবাজী কৰি আছে। ৰাজ্যত বেলেগ সমস্যা নাই হে যেন।
    Hopeless

  • @dipabhuyan3684
    @dipabhuyan3684 Місяць тому

    বাতৰি দিয়ে ভালেই চাইদত চুমি নতুৱা নাচ বোৰ দেখুৱাব নালাগে

  • @northeastmarijaan
    @northeastmarijaan Місяць тому +2

    আতুনো দা আপোনাৰ গা বেয়া নিকি মানে অলপ ভালকে থাকিব পেছাৰ ই্স্তক হব পাৰে পেছা চাই থাকিব আপোনাক দেখি অনুভব হৈছে ধন্যবাদ

    • @pinkiborah4734
      @pinkiborah4734 Місяць тому +1

      আপুনি ডক্তৰ নেকি। ডক্তৰ টু পেছৰ চাই কৈ । আপুনি সুন মানুহ mbl ত দেখিয়েই কবো পাৰে। পেচৰ বহিছে বুলি। আপোনাৰ গাত কিবা আচৰিত গুণ আছে।। নহলে আপুনি কিবা নিজেই মানসিক ৰোগত ভুগি আছে।। আপুনি এটা কাম কৰক ।।। আপুনি গৈ এজন ভাল। মানসিক চিকৎশক দেখাৱক গৈ।ভাল হব আপোনাৰ।।

    • @northeastmarijaan
      @northeastmarijaan Місяць тому

      @@pinkiborah4734 আপুনি কি ভাবি কৈছে নাজানো মই মানুজনৰ ভাল চিন্তা কৰি কৈছো কাৰন আছে এনেই আপোনাৰ দৰে মাজত জপিয়াই পৰা ঐভাশ নায় মহাসয় বাতৰ কছু গাত লগায় নলব তেউৰ ভিদিঅ সদায় ছাও

  • @ganeshyampegu8838
    @ganeshyampegu8838 Місяць тому

    Kiman % gauratee dibo paribo apuni?

  • @Lostsoul365-l3y
    @Lostsoul365-l3y Місяць тому

    Apuni Sumi r pisot kiyo iman lagi ase ? Trading t apunaru Toka fosi ase neki?apunar lorar podcast t je Sumi ahisil tetia kiba deal hoisil neki trading r..karon tetialeke Sumi tu agor Sumi hoi asil . Trading queen hua nasil.. khura mur hole apunar uporotu doubt hobo dhorise . Jenekehe Sumir pisot lagi ase no

  • @pratimarabha1292
    @pratimarabha1292 Місяць тому +2

    Moja

  • @srclasses7116
    @srclasses7116 Місяць тому +1

    Apunar channel r name Sumi channel kori diyok

  • @thelosthuman688
    @thelosthuman688 Місяць тому

    Sumi mukha pindha e kintu Pijush Hazarika dhora porar voyot a khon natok rosa hol....Bishal k police custody bisora tu eta part of the act...Bhal k saok Pijush Hazarika jorito asei babei a bur natok soli ase

  • @MiraGogoi-r8n
    @MiraGogoi-r8n Місяць тому

    Bishale gosot tuli guri katibo neki?

  • @mampideka16
    @mampideka16 Місяць тому

    Kapur khuli khuli dance saa tair rasta t atiya akou ay mor goromotu scruf khn loi ase beserii 😂😂laaj paiso atiya he

  • @Save_the_earth_0999
    @Save_the_earth_0999 Місяць тому +4

    Sumi kaiber bathroom gol heya video dia nai je 😢

    • @einercolt9970
      @einercolt9970 Місяць тому

      @@Save_the_earth_0999 e keidin maan pasot keibaar sumi e paad marile taaru hisab dibo., , eketa news hunai hunai manuhor kaan gelai dise