এখন সমাজ চলিবলৈ হ'লে সেই সমাজৰ লগত জড়িত সভ্য সকলৰ ত্যাগৰ মনো ভাব থাকিব লাগিব। বুজাবুজি আৰু এৰা ধৰাৰ মাজেৰে ইতিবাচক চিন্তাৰে সমাজ খনক আগবঢ়ায় নিব পাৰিলেহে সমাজ খন মজবুত হৈ থাকিব। এজন ব্যক্তি এখন সমাজ নহয়,বহু ব্যক্তিৰ সন্মিলিত ঐক্য বলেৰেহে লক্ষ্য আৰু উদ্দেশ্যত সফল হব পাৰে।
কংগ্ৰেছ কৰিছোঁ ১৯৯২ পৰা,অভিজ্ঞতাৰ পৰা কৈছোঁ ,অসমত কংগ্ৰেছৰ ভোট স্থানান্তৰ হ'ব ,যদিহে কংগ্ৰেছে ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ লগত মিত্ৰতা কৰে।
অসমত কেজৰিৱাল হৈ থিয় দিব অখিল আৰু লোড়িন।
সাৱধান।
নিজৰ ভিতৰতে খোৱা কামোৰা কৰি বিজেপীক সহাঁয় কৰা হে হব'।সকলো একলগ হৈ বিজেপীক হৰুৱাব লাগে এটাই সাৰ্থ ৰাখিব লাগে।
এখন সমাজ চলিবলৈ হ'লে সেই সমাজৰ লগত জড়িত সভ্য সকলৰ ত্যাগৰ মনো ভাব থাকিব লাগিব। বুজাবুজি আৰু এৰা ধৰাৰ মাজেৰে ইতিবাচক চিন্তাৰে সমাজ খনক আগবঢ়ায় নিব পাৰিলেহে সমাজ খন মজবুত হৈ থাকিব। এজন ব্যক্তি এখন সমাজ নহয়,বহু ব্যক্তিৰ সন্মিলিত ঐক্য বলেৰেহে লক্ষ্য আৰু উদ্দেশ্যত সফল হব পাৰে।
এইবাৰো বিজপিক আতঁৰাব নোৱাৰিব যেন লাগে। মুখ্যমন্ত্ৰী হোৱাৰ সপোনত বিভোৰ নেকি সকলোকেইটা দলৰ মুৰব্বী ।আমি ৰাইজে আশা ৰাখিব পাৰিমনে এওঁলোকৰ ওপৰত।এতিয়াই এনেকুৱা, চৰকাৰ গঠনৰ সুবিধা পালেও খোৱা কামোৰা কৰি থাকব যেন লাগে।
অখিলক বাদ বিৰোধী এক হ'ব লাগে। কাৰণ অখিলে বিজেপিৰ ভোট বেংকত আঘাত হানিবলৈ যোৱা নাই, কংগ্ৰেছৰ ভোট বেংকত হে আঘাত হানিবলৈ গৈছে। গতিকে অখিলে বিজেপিৰ কথা মতে কাম কৰি আছে।মন কৰক অখিলে কোনখিনি ভোটাৰক লক্ষ্য কৰি লৈছে, কংগ্ৰেছৰ ভোটাৰক নহয় জানো? গতিকে তাৰ লগত মিত্ৰতা কিয় কৰিব লাগে?
Ajokaminsitassalorinjababolaga
Ajo
Ajpkamanakhonassabiadhansovatjanobalagaaksomorjanatakjanabolaga
Lorinjotimordabadobachiporcaninassan
Thankyou
কংগ্ৰেছ ত্যাগ নকৰিলে লুৰিণে আগবাহিব নোৱাৰে।মোৰ ব্যক্তিগত আহ্বান ৰাইজৰ দল আৰু জাতীয় পৰিষদ একলগ হওক।
অহংকাৰী কংগ্ৰেছ আৰী বিজেপিৰ এজেণ্ট লুৰিণজ্যোতি গগৈৰ লগত ত্যাগ কৰি ৰাইজৰ দল অখিল গগৈয়ে ১২৬ সমষ্টিতে প্ৰাৰ্থী দি নিৰ্বাচনত অবতীৰ্ণ হওক ।অখিল গগৈ ৰাইজৰ দলক বাদ দি অহংকাৰী কংগ্ৰেছ আৰু বিছেপিৰ এজেণ্ট লুৰিণজ্যোতি গগৈয়ে এনেও চৰকাৰ গঠন কৰিব নোৱাৰে ।২৬ নহলেও ৩১ ত এদিন অসমীয়াই বিজেপি কংগ্ৰৃছ লুৰিণক বৰ্জন কৰি অখিল গগৈ ৰাইজৰ দলক আকোৱালী লব চৰকাৰত বহুৱাব ।
আমি কংগ্রেচৰ মানু ইমান বছৰে ভোত দি আহিছোঁ অসিলৰ সহায় নললে কংগ্ৰেছৰ ৫০ বছৰৰ পিচতো চৰকাৰ কৰিব নোৱাৰে
লুৰিণজ্যোতি গগৈ সঁচাকৈ যদি অসমৰ জাতীয়তাবাদী নেতা হয় তেন্তে অসমৰ ৰাইজে কিয় মানি নলয় । অসমৰ ৰাইজে লুৰিণজ্যোতি গগৈক এবাৰ নহয় দুবাৰকৈ নেতা হিচাপে মানি নোলোৱাৰ প্ৰমাণ দি দিলে তেখেত যে জাতীয়তাবাদী নেতা নহয় বুলি তাতনো আৰু প্ৰমাণ লাগে।
লোৰিন আপোনি কমেতিয়া কংগ্ৰেছত যোগ দিব ৷
Akhil gogoi ডাঙৰীয়াৰ অবিহনে ২০২৬ ত অসমত বিৰোধীৰ আসনৰ সংখ্যা হব ডাঙৰ তিনিটা শূন্য।
লুৰিনজ্যোতি গগৈ জিন্দাবাদ৷
লুৰিনৰ সিদ্ধান্ত শুদ্ধ।
ভাষন দি থকাতকৈ হাতে কামে লাগক । ২৬ লৈ বহুদিন নাই । নহলে বিজেপিৰ লগত ঘোটে ঘোটে পানী খাব ।
তোমালোকে যিহেতু এটা এটা দলৰ মূল নেতা কি সিদ্ধান্ত ললে তোমালোকৰ বিৰোধী ক হৰোৱাব পাৰিবা সেইটো বুজি পোৱাৰ মানসিকতা আছে বুলি ভাবিছোঁ ।
বিৰোধীৰ কাম নাই নিজৰ মাজতে খোৱাৰ কামুৱা লাগি নিজৰ চৰিত্ৰ উলিয়াই পেলাইছে ।
লুৰিণৰ কোনো ভৱিষ্যৎ নাই।
লুৰিণৰ অহংকাৰ বহুত।
লুৰিন ডাঙৰীয়াও ছাত্ৰ সন্থাৰ পৰা আহি জাতীয়তাবাদী যেতিয়া অতুলবৰাৰ নিচিনা জাতীয়তাবাদী হলে গোৱা বোৱা বোৰ অসমীয়া জাতিৰ বাবে খোলাকটি তাল। অৱশ্যে একেটা মঞ্চৰ পৰা অহা নহব বুলিও কব নোৱাৰি।
Lourinjyoti gogoi ...Akhil gogoi....ata agreement korak raijor logat...mor MLA/MP r darmaha akhomor dukhiya raijok..70 percent dim....pensionr 82 percent dim
..tar majot rastar kam...MLA..Fund...aibilak...raijok rajahuwa karibo lagibo. Fly over ...bridge...haru hura gaon kam...local manuhe pabo
অখিল দাক ভাল লাগে নিজৰ ভৰিৰ ওপৰত ঠিয় হ'ব চেষ্টা কৰিছে কিন্তু লুৰিণা দাই আৰু কংগ্ৰেছৰ নেঙুৰত ধৰাৰ বাবে খাটনি পাতি আছে .....
লুৰিণ গুটি আকৌ হাৰিব
Ajp কিমান শক্তি আছে নু। ইহঁত খুব অহংকাৰী CAA আন্দোলনতে লগ নহল এতিয়া এইবোৰ লাভ নাই
Politics t seat jikatu a hokti nhoi seat birudhik jikai niatu ata hokti
Anekua kishdi khale seral dharibo pare raiej mur biyotigot motamot,
কংগ্ৰেছৰ পকেটত লোৰিন ,,,,
Kam Ni akhil Gogoi r😅
Akhil.gogoi.k.doliay.palai.diok..canrarach.pora.kan.nai.okhil.gogoi
L n j jam niaa
00 AJP
Ajp 0 MLA
Pagol hol sob
Akhil ------100%
Hei BJP ke vote Diya hb aibar L Gogoi nhb