Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
সৰ্বাক ধুৱাৰ বাবে নিউজ ২৪ ৰ ৰাজেন গোহাঁই বিৰোধী বাতৰি...🤔🤔🤔🤔 কিন্তু ৰাজেন গোহাঁই ৰ কথাও ওলাই কৰিব পৰা নহয়....😮😮😮 পুৰণা কংগ্ৰেছী, পুৰণা অগপক নু সকলো কিয় এৰি দিব পুৰনি বিজেপিএ....??? 🤔🤔🤔 এই বহিৰাগত বিজেপি সকলে নিজৰ গাত এবাৰ চিকুতি চোৱা উচিত....🙂🙂🙂
নেতা বোৰ এনেকুৱা ই অকল নিজক লাগে। কালিলৈ বুঢ়া কালত হিমান্ত আৰু সৰ্বা ও এনেকুৱা ই হব। 😂
ৰাজেন গোঁহাই ডাঙৰীয়া, আমিও আপোনাৰ নেতৃত্বত বিজেপি কৰিছিলোঁ। কিন্তু আপুনি নাভাবিবো যে আপোনাৰ ব্যক্তিগত স্বাৰ্থত গৈ আমিও দলৰ বিৰুদ্ধে যাম বুলি। আমি আপোনাৰ কথাত উটি ফাহি নাজাও। দলৰ জ্যেষ্ঠ নেতা হিচাপে আপোনাক সন্মান কৰি থাকিলো বুলিয়েই যে আপোনাৰ দল বিৰোধী কথাত জপিয়াই পৰিম সেইটো কেতিয়াও নাভাবিব। যদি ভাবিছে তেন্তে আপুনি মুৰ্খৰ স্বৰ্গত বাস কৰিছে।
Minister hoi thakute BJP val asil... sharthopor
সাংবাদিক জনৰ ইমান গাত কিয় লাগিছে সেইটো হে আচৰিত??
Rajen Gohain thik koise .
একো নাই,বয়স হলে মতিভ্ৰম হয়।এইটোক লৈ বাতৰি কৰাৰ প্ৰয়োজন নাই বুলি ভাবো।
Modahi Rajen ..maiki paagol.. call record viral huwar pisot o laz nai
News poha jon kar pora kiman toka loi news krise baru?
Eman done Val asil, ticket nupuar babei anebur.... Heii
ৰাজেন গোঁহাইয়ে ক্ষমতাৰ বাবেই কৰিছে সেইটো সকলোৱে ভালকৈ জানে পিছে মামা আৰু বিজেপি দলৰ বিৰুদ্ধে ক'লে এই চেনেলটোৰ সাংবাদিক সকলে ও নিজৰ চৰিত্ৰ দেখাই দিয়ে, এইবোৰ কথা নকলে আজি ৰাজেন গোঁহাইয়ো ভাল ভাল
বুৰাই লোভ এৰাই নাই ,নতুনত্বৰ সন্ধানত নাই কেৱলমাত্ৰ নিজৰেই নেতৃত্ব লাগে,হেৰ ককাই হৰিনাম লৱৰ হল জিননে চৰকাৰী চাকৰিটো এটা বযস নিৰ্ধাৰিত থাকে ,
❤
তেওঁ পুৰণা পুৰণা বুলি বহুত কৈ থাকে কিন্তু কেইবাৰ তেওঁ চৰকাৰ গঠন কৰিব পাৰিছিল সেইটো হে ডাঙৰ কথা।
Tohoti poisa Khali no 😅
এইজনক আৰু কি লাগে।
Bjp channel dre he lgise dei
Aitu ata faltu lubia manuh rajen guhai
Bura hoise
Kam nai Rajen r
মধাৰী কতাথ লাভ নাই
Provo kak nu koba bura sob eke aru😂
Uliai diwk aijonok bjp pora