CCTV কেমেৰা লগাব লগীয়া হ'ল। সোণৰ অসম প্ৰজেক্টৰ ১১নম্বৰ ঘৰখন সম্পূৰ্ণ কৰা হ'ল

Поділитися
Вставка
  • Опубліковано 1 жов 2024

КОМЕНТАРІ • 1,5 тис.

  • @xopunvlog1852
    @xopunvlog1852 3 місяці тому +147

    আপোনাক জন্ম দিয়া মা ৰূপী ভগৱান গৰাকী লৈ মোৰ ফালৰপৰা ধন্যবাদ 😢😢🙏🙏🙏

  • @mitalinath6601
    @mitalinath6601 3 місяці тому +26

    প্ৰজেক্টটোৰ লগত জড়িত প্ৰতিগৰাকী মহান ব্যক্তিলৈ 🙏🙏🙏

  • @arindamlahon
    @arindamlahon 3 місяці тому +108

    উৎপল দা, নিবিৰ দা, সময় দা। আপোনালোক আচল মানুহ। আমাক আৰু এনেকুৱা মানুহ লাগে।

    • @luhitbori5917
      @luhitbori5917 3 місяці тому +1

      ইমান পাচা ক'ত পাছা ভাইতি কেতিয়া মোক তোমাৰ নবেম্বৰত দিবা মই বহুত সুবিধা হয় আছোঁ

  • @Rekhasvlog1515
    @Rekhasvlog1515 3 місяці тому +32

    উৎপল দা🙏নিবিৰ দা🙏 সময় দা🙏 আপোনালোকৰ সকলো লৈ ধন্যবাদ 🙏 আপোনালোকৰ ভবিষ্যত উজ্বল কামনা কৰু🙏💐

  • @jmind1171
    @jmind1171 3 місяці тому +157

    ভগৱানে আপোনাক আৰু শক্তি দিয়ক আপুনি যাতে এনেকুৱা ভাল ভাল কাম বোৰ কৰি যাব পাৰে, 🙏 আপুনি সঁচাকৈ এজন মহান ব্যক্তি ঈশ্বৰে আপোনাক সদায় ভালে ৰাখক... 🙏

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc 3 місяці тому +23

    এই প্ৰজেক্টৰ লগত জড়িত সকলো লৈকে বহুত বহুত ধন্যবাদ। ভগৱানে সদায় ভালে ৰাখক, ভাল কাম কৰি যাবৰ বাবে 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻❤️❤️❤️❤️❤️

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 3 місяці тому

      ভগৱানে তোমালোকক মানৱ সেৱাৰ বাবেই পঠাইছে ।আগুৱাই যোৱা আমি তোমালোকৰ লগত আছো।এটা কথা ,নেতা পালি নেতা সকলে এনেকোৱা গৃহহীন পৰিয়াল বিলাক নেদেখে নেকি ।

  • @godgaming636
    @godgaming636 3 місяці тому +57

    কবলৈ ভাষা নাই। বহুত মৰম থাকিল আৰু আগুৱাই যোৱা🙏🙏

  • @mohimvlogs9605
    @mohimvlogs9605 3 місяці тому +20

    তোমাৰ নিচিনা এজন সময় গগৈ কেতিয়াও নোলায় আৰু নিস্বাৰ্থ ভাৱে সহায় কৰি অহা এজনেই সময় গগৈ গগৈ proud fill কৰো 🥰🤗

  • @pubaligogoiofficial4412
    @pubaligogoiofficial4412 3 місяці тому +35

    Homoi ye manuh hok homoi bur dekhuwai dise ... Vogobane tumr lgt hodai ase .....tumk ketiya bipodhot nepelai .....❤

  • @NNG-SINGER
    @NNG-SINGER 3 місяці тому +13

    মাইনা নিবিড় উৎপল আৰুসময় সকলোকেআশীবৰ্বাদ কৰিছো ।❤❤❤❤❤❤❤

  • @dipakgogoi7283
    @dipakgogoi7283 3 місяці тому +32

    সময় তুমাক ভগৱানে আশীবাদ কৰক আৰু সদাই আগবাহী যোৱা কুশলে থাকা 🙏🙏🙏

  • @priyojonorbandhun
    @priyojonorbandhun 3 місяці тому +11

    🙏🙏🙏🙏🙏🙏🙏প্ৰথমে সকলোলৈকে।ভাষাৰে বুজাব নোঁৱাৰো।তোমালোকৰ এই কৰ্মই উঠি অহা নতুন প্ৰজন্মৰ বাবে এক সুন্দৰ আৰ্হি।🎉🎉🎉❤❤❤

  • @sushmitagogoi7955
    @sushmitagogoi7955 3 місяці тому +25

    Tumak vogobane hodai kukhole rakhok ru aguwai juwa❤️❤️

  • @pabitraborah632
    @pabitraborah632 3 місяці тому +10

    কবলৈ ভাষা নাই, বহুত বহুত মৰম আৰু আশীৰ্বাদ তোমালৈ ❤️❤️❤️

  • @manjudaschoudhury2224
    @manjudaschoudhury2224 3 місяці тому +35

    তোমাৰ লগতে সকলো লৈ ধন্যবাদ থাকিল ❤❤

  • @kborah6263
    @kborah6263 Місяць тому +1

    উৎপল বৰা ডাঙৰীয়া আৰু নীবিৰ কাশ্যপ ডাঙৰীয়া আপোনালোক দুয়োকে বহুত বহুত ধন্যবাদ লগতে প্ৰজেক্টটোত থকা সকলুলৈকে বহুত বহুত ধন্যবাদ জনালো ।

  • @Mamonigogoi-l6c
    @Mamonigogoi-l6c 3 місяці тому +76

    ঠাণ্ডা দিনৰ বাবে ডাঠ কম্বল দুখন দিলে ভাল হব সময় ৷ তিনি মাহৰ পাচত দিলেও হব অৱশ্যে গৰমৰ দিন নহয় এতিয়া ৷ বৰষুণ দিলে ঠাণ্ডা লাগিব ৰাকেশৰ তেজ কম যে ৷ লৰাটো জীয়াই থাকক আশীৰ্বাদ কৰিছো কৃষ্ণ কৃষ্ণ!❤❤❤❤❤

  • @MunmiBora-lm4fu
    @MunmiBora-lm4fu 3 місяці тому +7

    তুমি দুখীয়াৰ কাৰণে এক কথাত কব গলে ভগৱান।বাকী আগ বাঁহী যোৱা বহুত বহুত শুভেচ্ছা থাকিল❤❤

  • @JintuDoley-b6l
    @JintuDoley-b6l 3 місяці тому +40

    আৰু আগ বাঢ়ি যোৱা দাদা 🎉

  • @chandramaikonwar7744
    @chandramaikonwar7744 3 місяці тому +6

    এনে মহান কাম কৰিবলৈ ভগৱানে তোমাক সদায় কুশলে ৰাখক।

  • @MrinalSenswa
    @MrinalSenswa 3 місяці тому +99

    Homoy da ❤❤❤❤❤❤

    • @AnkurCreations-yl3tt
      @AnkurCreations-yl3tt 3 місяці тому +4

      Oi goru homoy nhoi utpal 😂

    • @MrinalSenswa
      @MrinalSenswa 3 місяці тому

      @@AnkurCreations-yl3tt Toi goru

    • @lakhindratairai5278
      @lakhindratairai5278 3 місяці тому +4

      ভগৱানে সদায় কুশলে ৰাখক সময় ❤❤❤

    • @rupalidoley4704
      @rupalidoley4704 3 місяці тому

      Tumi bhout bhal Kam korisa ❤ ❤❤❤❤

  • @rekhaneog1101
    @rekhaneog1101 3 місяці тому +8

    তোমাক আচলতে ধন্যবাদ দিবলৈও মোৰ ভাষা নাই ভাল কৰি ৰাখক তোমাক তাকে কামনা কৰিলো, 🙏

  • @bipulborah2193
    @bipulborah2193 3 місяці тому +17

    দুয়ো জনলৈ অশেষ ধন্যবাদ থাকিল। এনেদৰে আগোৱাই যোৱা।

  • @Protimchelleng5938
    @Protimchelleng5938 3 місяці тому +3

    সময় দাদা ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @PobinGogoi-f8s
    @PobinGogoi-f8s 3 місяці тому +20

    সময় দা আপোনাৰ কামবোৰ বহুত ভাল লাগিছে।

  • @PronotiMohon
    @PronotiMohon 3 місяці тому +8

    তোমাক কি বুলি কম ভাৱি পোৱা নাই সময় ।তুমি অনন্য ।তোমাক হাজাৰ🙏🙏🙏

  • @Realfoolscopy-9
    @Realfoolscopy-9 3 місяці тому +25

    আৰু আগ বাহি যোৱা দাদা তোমাৰ ভিদেও চাই বহুত ভাল লাগে যই আই অসম ♥️♥️

  • @prasantalightandsound9684
    @prasantalightandsound9684 3 місяці тому +1

    আপোনাক ভগৱানে আৰু সাহক দিয়ক ।দুখীয়া মানুহৰ আৰু সহায় কৰি যোৱক🙏🙏

  • @darshuvlog7241
    @darshuvlog7241 3 місяці тому +12

    আনক সহায় কৰিবৰ বাবে এখন বহল হৃদয় থাকিব লাগে যিটো তোমাৰ আছে❤ বহুতৰে সপোনৰ ঘৰখন তৈয়াৰ কৰি গৈ আছা ❤ ভগৱানে তোমাক শক্তি দিয়ক ভালে থাকা তুমি, নিৰুগী হোৱা তুমি ❤, তুমি ভালে থাকিলেহে এনেদৰে সপোন পূৰণ হব , বহুতৰে ভৱিষ্যত উজ্জ্বল হব ❤️💕💗 মানুহৰ ৰূপত এই বুলে ভগৱান আহে, যাৰ কোনো নাই তাৰ লগত তুমি আছা ❤️ বহুত মৰম তোমালৈ ❤। কিছুমানে মানুহৰ ৰূপ লৈ দানৱৰ কাম, আনক সমালোচনা কৰি এই সময় পাৰ কৰি আছে, আনফালে তুমি 🥺🙏🙏🙏💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓

  • @educationidea
    @educationidea 3 місяці тому +1

    You are great keep going 👍 Kunu UA-camr r vlog nasau kintu tumar video notification palei sau.

  • @shahnazalimir686
    @shahnazalimir686 3 місяці тому +16

    Heartfelt thanks to Mr. Nibir and Mr. Utpal🙏

  • @madhushmitamedhi1592
    @madhushmitamedhi1592 3 місяці тому +2

    নিবিৰ দাদা আৰু উৎপল দাৰ দৰে সকলো হব চেষ্টা কৰাই তেওঁলোকৰ সৰ্থকতা, আহক আমি সকলো তেওঁলোকৰ দৰে হওঁ 🙏🙏 বহুত ধন্যবাদ 🙏🙏

  • @nitubarua3352
    @nitubarua3352 3 місяці тому +18

    বহুত ভাল লাগিল ৰাকেশ ৰ বাবে ইমান খিনি কৰি দিয়াৰ বাবে ,God bless you Beta❤

  • @dutta22
    @dutta22 3 місяці тому +6

    *সময় আগুৱাই যোৱা এনেকৈয়ে❤ জয় বাবা অগ্নিনাভ*

  • @lipimanidas7088
    @lipimanidas7088 3 місяці тому +11

    আপুনি যি মহান কাম কৰি আছে তাৰ বাবে ধন্যবাদ শব্দটো বহুত সৰু, তথাপিও মোৰ ফালৰ পৰা আপোনাক অশেষ ধন্যবাদ।

  • @akashkoch7594
    @akashkoch7594 3 місяці тому +1

    thank you dada aji he daka palu Rakesh sor video tu mor district kokrajhar eman sai taku apunar video moi kintu Rabha manu dwi 😂😂❤😊❤

  • @rijubharali8409
    @rijubharali8409 3 місяці тому +9

    সুন্দৰ খুউব ভাল কাম কৰিছা। ভগৱান তোমাৰ সহায় হওক আৰু আগুৱাই যোৱা।

  • @abhijitrabha5715
    @abhijitrabha5715 3 місяці тому +1

    Samoyi tumi manu ne Devota selut tumar osinaki ba Kamala baksa patla Ananda bazar tumak bohut2dhain abad

  • @PulenRoy-kc5vn
    @PulenRoy-kc5vn 3 місяці тому +7

    সচাকৈ আপুনি আমাৰ বাবে মহান ব্যক্তি 🙏 🙏 ইশ্বৰে আপোনাক সদায় ভালে ৰাখক 🙏....

  • @JotinDoley-ip2kn
    @JotinDoley-ip2kn 3 місяці тому +1

    আপোনাক,লাগিৱ অসমত,❤❤

  • @munmiborpatragohain4710
    @munmiborpatragohain4710 3 місяці тому +13

    আপোনালোকৰ তিনিওজনলৈ বহুত বহুত মৰম থাকিল, ভগৱানে সদায় ভালে ৰাখক 🙏

  • @mujibursamidrohman9330
    @mujibursamidrohman9330 3 місяці тому +2

    আপোনালোক সকলোলৈ ধন্যবাদ এনেদৰে সঁচাই ভাল পদক্ষেপ লোঁৱা বাবে

  • @anupamkalita2619
    @anupamkalita2619 3 місяці тому +6

    আপোনাৰ দৰে সকলো youtuber hole kotha a nasil ভাল লাগে আপোনাক আমাৰ গাঁৱত বহুত দুখীয়া মানুহ আছে আজিলৈকে চৰকাৰী সুবিধা পোৱা নাই

  • @SainiKashyap-u4x
    @SainiKashyap-u4x 3 місяці тому +1

    Dada apuni vgban mur krne 🥺 akha koru ketiaba Muru olp poisa houk moi o apunar Nsina Hbo bisaru 🙏

  • @RunjunGogoi-td5pm
    @RunjunGogoi-td5pm 3 місяці тому +7

    Homoy tumak vogobane aaru hahokh diyk tumi kukhole thaka vogobanor usorot parthona jonalu 🙏🙏🙏

  • @gubinvlog8543
    @gubinvlog8543 3 місяці тому

    Dhanyawad Homoy Nibir Da aru Utpal Da.Mohan Kam korisa tumaluke👃👃👃👃👏👏👏👏👏

  • @rupakgogoi4023
    @rupakgogoi4023 3 місяці тому +7

    অতি গুৰুত্বপূৰ্ণ কাম কৰিছা।
    Keep going Brother
    Hat's off you✨👏

  • @nirusaikia7631
    @nirusaikia7631 3 місяці тому +1

    ভাষা নাই
    আগুৱাই যোৱা সময়, ভগৱান সহায় আছে 🙏 🙏

  • @raj.q.gaming1688
    @raj.q.gaming1688 3 місяці тому +29

    Like please ❤

  • @DhonSarma-e2x
    @DhonSarma-e2x 3 місяці тому +3

    ভগৱানে, আপোনাক, আশিবাদ,কৰক আগবাঢ়ি যায়

  • @বৈকুণ্ঠদাস
    @বৈকুণ্ঠদাস 3 місяці тому +6

    আগুৱাই যোৱা, বহুত বহুত ধন্যবাদ আৰু শুভকামনা তোমালৈ, ভগৱানে মঙ্গল কৰক তোমাক🙏🙏

  • @Kumoijyoti-kumoi-assam
    @Kumoijyoti-kumoi-assam 3 місяці тому +1

    Dada bohut val lage love u❤❤❤😊😊😊😊

  • @DEVAR270
    @DEVAR270 3 місяці тому +4

    Thumbnail t jeneke hahi ase teneke jen apuni xodai hahi thake iyak e kamona korilo❤️😊

  • @rajeshdoley1517
    @rajeshdoley1517 3 місяці тому

    वाल्ल लगील अपुनार भिडियो तु

  • @HumenKhanikar
    @HumenKhanikar 3 місяці тому +6

    ৰজাৰ খনৰ খোবোয়া এটা লগাই দিব লাগিছিল দাদা মানে আৰু ভাল হ'ল সেতেন ❤❤

  • @jugeswarmili9366
    @jugeswarmili9366 3 місяці тому +1

    Dada aru moi tumak ki Kom aru

  • @hemantakumarborooah1104
    @hemantakumarborooah1104 3 місяці тому +6

    ভতিজা ,ভগৱানে তোমাৰ মঙ্গল কৰক ৷ তাতোকৈ কবলৈ আৰু মোৰ ভাষা নাই ৷ ❤❤❤❤❤❤

  • @MintuMintubaishya-sv6ep
    @MintuMintubaishya-sv6ep 3 місяці тому

    ৰাকেশলৈ শুভেচ্ছা, নতুন জীৱন সুখৰ হওঁক। ধন্যবাদ সকলোকেই 🙏💚🙏

  • @userjayamili
    @userjayamili 3 місяці тому +5

    You are my favourite youtuber ❤❤❤ love from Gogamukh....

  • @Barunjyoti111
    @Barunjyoti111 3 місяці тому +1

    Dada tumar ghor khon dekhabo sun

  • @supriyabora8943
    @supriyabora8943 3 місяці тому +7

    ভালে ৰাখক ভগৱানে সময় তোমাক ❤🙏🏻

  • @smritirekhagogoiborah1851
    @smritirekhagogoiborah1851 3 місяці тому

    তোমাৰ ভিদিঅ বিলাক চালে চকুৰ পানী ওলাই যায়,ঈশ্বৰে শক্তি, সামৰ্থ,সাহস সকলো দিয়ক

  • @tarangakonwar98
    @tarangakonwar98 3 місяці тому +14

    Thank you নিবিৰ দাদা ,উৎপল দাদা, সময় দাদা❤❤❤❤❤❤❤❤

  • @NamitaSarkarBonia-st5tv
    @NamitaSarkarBonia-st5tv 3 місяці тому

    Bohut bohut val Kam korise apuni vogobanor dore Kam korise apuni ❤❤❤❤❤❤❤❤❤❤❤

  • @MunmiPhukon-dk4lo
    @MunmiPhukon-dk4lo 3 місяці тому +5

    Homoy da tumk vogoban valae rakha🙏🔥❤️

  • @NiruBhatta-t1s
    @NiruBhatta-t1s 3 місяці тому

    Homoy. Utpal, Nibir, agbari joya bopaihot Esware tumalokak xahok aru Shakti diyak.Mahi

  • @achintyaborah7037
    @achintyaborah7037 3 місяці тому +19

    তুমি এনেদৰে কাম কৰি যাবলে ভগৱানে আশীৰ্বাদ কৰক ❤❤❤।

  • @MonujDas-yn2zs
    @MonujDas-yn2zs 3 місяці тому

    Axomot Bht youtuber ase kintu sobe nijor karone kore kintu apuni jiman khini pare lukor karone kore apuni aneke aguyai goi thakok❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @ranjandeka2017
    @ranjandeka2017 3 місяці тому +12

    Utpal da aru Nibir da k amar falor porau u dhoinobad

  • @assameserovoiceofficial1499
    @assameserovoiceofficial1499 3 місяці тому +1

    Homoy da aru moi ajon andha manuh

  • @user-piyush8011
    @user-piyush8011 3 місяці тому +5

    Apuni mohan dada

  • @NIRODAMAHAPURUKSHIA
    @NIRODAMAHAPURUKSHIA 3 місяці тому

    ৰাকেশ ৰ ঘৰটো বহুত ভাল লাগিছে এটা Remp ৰ ব্যৱস্থা কৰিলে ভাল আছিল ৰাকেশ ৰ ঘৰৰ ভেঁটি টো ওখ হোৱা ৰকাৰণে। কৈছো

  • @Polashneog
    @Polashneog 3 місяці тому +5

    স্বয়ং ভগৱানক সকলোৱে আশীৰ্বাদ কৰক ❤❤

  • @MAJONIBARUAH1
    @MAJONIBARUAH1 3 місяці тому

    Bht bht val Kam krisa tmi ...ru aguai jwa val val Kam koriboloi ....god bless you 🙏❤️😊

  • @ChandiMona7920
    @ChandiMona7920 3 місяці тому +1

    Homoi dar video nusuwar agot like korib mon jai😊

  • @AbinashNarah-qe6ct
    @AbinashNarah-qe6ct 3 місяці тому

    Love from dhemaji আগবাঢ়ি যোৱা আৰু দাদা

  • @manashibora-gk5fe
    @manashibora-gk5fe 3 місяці тому +1

    তুমি দুখিয়া মানুহৰ কাৰণে যিখিনি সহায় কৰিছা কোনো youtuberoke কৰা দেখা নাই । তোমাক ভগৱানে আৰু শক্তি দিয়ক । ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে যে বেলেগৰ নিচিনা কি খাইছো ক'ত গৈছো video নেদেখাই অসমৰ দুখিয়া মানুহৰ কাৰণে দিনে ৰাতিয়েই চিন্তা কৰি থাকা তোমাক বহুত বহুত ধন্যবাদ সময় । তোমাক এজন ভাল youtuber হিছাপে আমি আগলৈয়ো এনেকৈ চাই থাকিব বিচাৰোঁ।

  • @chitraliphukan1352
    @chitraliphukan1352 3 місяці тому +1

    সময় ❤️❤️❤️

  • @SouravRajkhowa-sn3ei
    @SouravRajkhowa-sn3ei 3 місяці тому +1

    Nibir Da ❤

  • @priyamhazarika6970
    @priyamhazarika6970 3 місяці тому

    বহত UA-camr আছে ,, সময় দাৰ দৰে আন কোনো এজন নোলাব

  • @assamboy2162
    @assamboy2162 3 місяці тому

    Homoy daaa apuni himn vl moi apunk but gourob kru. Ru agoley heneke aguwai jb lge ❤️❤️❣️

  • @TakarDaw
    @TakarDaw 3 місяці тому

    Video টো চাই ভাল লাগিল দাদা❤ love from majuli ❤❤❤

  • @NarahAao
    @NarahAao 3 місяці тому +1

    ❤❤❤❤😊😊

  • @DhiramoniDas-j4c
    @DhiramoniDas-j4c 3 місяці тому

    Aponar logote nibir dadaloiu bohut bohut morom thakil .arru aguwai jawok❤❤❤❤❤

  • @pujahazarika2268
    @pujahazarika2268 3 місяці тому

    Dada amr ajon horu lora bortoman caner rug bugi ase,,,tipment karone bhutu toka poisa goise,,,apuni pare jodi alp help koribo paribo nki pls dada Ripley dibo pls,,lora jon 9 yers man hobo,,,dada pls Ripley diba

  • @PuneswarDawo
    @PuneswarDawo 3 місяці тому

    Dada jiman Kita ghor aji loike bonale project hunor axomr Dara hei ghor kikhonoloi Abar goi pine akow dekhabo sun poristhiti Bilak atiya kenekuwa ❤❤

  • @bubudiganth2009
    @bubudiganth2009 3 місяці тому

    নিবিৰ দা , উৎপল দা আৰু সময়লৈ বহুত বহুত ধন্যবাদ থাকিল

  • @__nihar__kalita
    @__nihar__kalita 3 місяці тому

    UA-cam ৰ চাব লগীয়া video ❤ । আপোনাৰ dirghayu কামনা কৰিলো ❤ ।

  • @ParagjyotiGogoi-og3pk
    @ParagjyotiGogoi-og3pk 3 місяці тому

    Thanks to NIBIR DAA,HOMOY DAA,UTPAL DAA🎉

  • @ParagjyotiGogoi-og3pk
    @ParagjyotiGogoi-og3pk 3 місяці тому

    Thanks to NIBIR DAA,HOMOY DAA,UTPAL DAA🎉

  • @sanjibkashyapsasamesesong8397
    @sanjibkashyapsasamesesong8397 3 місяці тому +1

    Moja homoy daa❤

  • @BhupaliDutta-b9v
    @BhupaliDutta-b9v 3 місяці тому +1

    আপোনাক কি বুলি ধন্যবাদ দিম, ভাষা নাই, আপোনাক অন্তৰৰ পৰা চেলুট ❤

  • @enaranisarmah6656
    @enaranisarmah6656 3 місяці тому

    Bohut bohut dhanyabad jnaisu dada apunak..vgbne xdai apunak vle rakhok❤

  • @kunjalataborah8486
    @kunjalataborah8486 3 місяці тому

    তোমাৰ মাক মোৰ শতকোটি প্ৰণাম জনাইছো সময় গোসাঁই...🙏🙏🙏❤❤

  • @HopunShorts
    @HopunShorts 3 місяці тому +1

    Homoy da❤❤❤

  • @riyanvlog123
    @riyanvlog123 3 місяці тому

    apunak bhouth bhouth doynobad gyapon korisu dada .apunar familyku isware kukole rake tare kamona korilu. love from dhakuakhana.

  • @ThetigerfromAssam01
    @ThetigerfromAssam01 3 місяці тому

    Excellent❤❤❤❤ Homoy da apunak log puwa issa love from Khowang, Dibrugarh,Assam

  • @aijingkyochakhap959
    @aijingkyochakhap959 3 місяці тому

    Project tu help kora hokolu byoktiloi mur kritogyota gyapon korilu....

  • @PriyankaSonowal-rd7hz
    @PriyankaSonowal-rd7hz 3 місяці тому

    Homoya da apunar video jugedi moi ata comment korisu.jody bhul hoi khoma koribo.apuni bohut besi val val video bonai.mur bohut akha ase ata UA-cam channel khuli ba fecbook pize khuli video bonai manuhok hohai aru morom di jam buli.jikunu ata hlp koribole hodai poisa poujon kintu mur Sola poth tenei beya husbanda km kore jodiu Sola poth nohoi tate accident kokaltu kosto pai kam kora jur nupua hol.plz apuni mur nijor dada hoi muk vonti buli akuali loi hlp kore jen.jate monor akha bur kosto kori purabo bisaru.apuni jodi hosai sobore dukh buje tenta sau apunar opeikhaloi.

  • @upasana_gondhia_official
    @upasana_gondhia_official 3 місяці тому

    Homoy da hosai bhogoban.hokolut koi blg loratu.gd bless u love u form jorhat.❤