আবেগিক হৈ পৰিল মৰ্জুন মৰাণ ১ নং তেজী গাঁওবাসীৰ মৰম Morjun moran

Поділитися
Вставка
  • Опубліковано 10 лют 2025
  • আবেগিক হৈ পৰিল মৰ্জুন মৰাণ ১ নং তেজী গাঁওবাসীৰ মৰম
    Morjun Moran

КОМЕНТАРІ • 13

  • @jayaborah2926
    @jayaborah2926 8 годин тому +2

    মজুনৰ আবেগৰ চকুৰ পানীয়ে হয়তো বহুতৰে চকু হেমেকি উঠিছে। সুমন আৰু ধ্ৰুৱজ্যোতি লৈ ধন্যবাদ থাকিল। যি কেইজন লোকৰ বাবে মজুন এখূজ আগুৱাই যোৱাত সহায়ক হ'ল।

  • @dipakkrdasdaskrdipak4941
    @dipakkrdasdaskrdipak4941 Годину тому

    শদিয়াৰ সকলো ৰাইজক প্ৰনাম জনাই অনুৰুধ কৰিছো মৰ্জুন মৰানৰনিছিনাঅৰু জদি কোনো ব্যেক্তি অছে তেও লোকক বিশ্বৰ দৰ্বাৰৰলৈ ওলিয়াই পথিয়াওক আৰু তেওলোকক সহায়ৰ হাত আগ বঢ়াওক কাৰন অসম ৰাইজে ৰাজীব শদিয়াক চিনি পোৱাত বহুত পলম হল। জয় আই অসম।✊✊✊✊✊🎉🎉🎉🎉🎉🎉 🙏🙏🙏🙏🙏🙏🙏

  • @Jaduram-o7p
    @Jaduram-o7p 7 годин тому +1

    তুমি আগুৱাই যোৱা। জনতাৰ শিল্পী হোৱা । তোমাৰ মাজত যাতে ৰাইজে ৰাজীব শদিয়াক বিচাৰি পায়। ভগবানৰ ওচৰত প্ৰাথনা কৰিছো তোমাক আগুৱাই যাবলৈ শক্তি দিয়ক। আশাকৰোঁ তুমি ৰাইজৰ মৰম বুটলি জনতাৰ শিল্পী হৈ জিলিকি উঠা।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 годин тому +1

    অতি সহজ সৰল আৰু অনন্য ব্যতিক্ৰমী ব্যক্তিত্বৰ অধিকাৰী মৰজুন। তেওঁক আমি সকলোৱে আগুৱাই নিব লাগিব সঙ্গীতৰ যাত্ৰা পথত। ভগৱানে সহায় কৰক তাৰেই আন্তৰিক কামনা কৰিলো। এই যাত্ৰা আলোকৰ যাত্ৰা হওক।

  • @ArunKonch-ur4zh
    @ArunKonch-ur4zh 2 години тому

    মৰ্জুণ মৰানৰ সঙ্গীত যাত্ৰালৈ শুভেচ্ছা জনালোঁ ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 годин тому +1

    তুমি আগুৱাই যোৱা মজুন। তোমাৰ মাজত অনাগত ভৱিষ্যত দিনবোৰত আন এগৰাকী ৰাজীৱ শদিয়াক চাব বিছাৰো আমি। তোমাৰ এই যাত্ৰা এক ব্যতিক্ৰমী, অনন্য আৰু আলোকৰ যাত্ৰা হওক। অসমৰ সংগীতৰ পৃথিৱীত এক দিগন্তৰ সুচনা হওক।

  • @dhanishmoran9470
    @dhanishmoran9470 19 годин тому +3

    Suman jit agowai loi jowa moi dhanish da❤❤❤

  • @arupjyotimoran6485
    @arupjyotimoran6485 6 годин тому +2

    দাদা আপুনি আগুৱাই জক

  • @krishnagogoi1657
    @krishnagogoi1657 Годину тому

    মৰজুন মৰাণ তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ |

  • @TiduDohutia-l2w
    @TiduDohutia-l2w 9 годин тому +1

    মজুন মৰানক আবেগীক হোৱা কাৰনে মোৰ চকু পানি ৰখাব নোৱাৰিলো অ মই কাকপথাৰৰ হয়

  • @dibyajitboruah1147
    @dibyajitboruah1147 6 годин тому

    আগ,বাহি, জুৱা,ককাই, আপুনি,ৰাজিব, ককাইদেউ, নিচিনা,হব,লাগিব,তিৰে, কামনা

  • @lakhyajitmoran6368
    @lakhyajitmoran6368 8 годин тому +1

    ❤❤❤❤❤

  • @mohonmoran9029
    @mohonmoran9029 20 годин тому +1

    Kio ka ndiso