আপোনালোকৰ অভূতপূৰ্ব সঁহাৰিত পুনৰ এটি গান মৰ্জুন মৰাণৰ কণ্ঠত । ৰাজীৱ শদিয়া vs মৰ্জুন মৰাণ COVER SONG
Вставка
- Опубліковано 7 лют 2025
- মৰ্জুন মৰাণৰ কণ্ঠত গণশিল্পী ৰাজীৱ শদিয়াৰ কভাৰ গীত ।।
ইতিমধ্যেই জনপ্ৰিয়তা অৰ্জন লাভ কৰা মৰ্জুন মৰাণৰ কণ্ঠত শুনকচোন ।। #তেজত_উঠিছে_পিৰপিৰণি
#tejot_uthise_pirpironi
ভাল লাগিলে like share আৰু subscribe কৰিবলৈ নাপাহৰিব ।
কেনে লাগিল comment কৰিবলৈ নাপাহৰিব ।
@Drutasangbadদ্ৰুতসংবাদ
আপোনাৰ প্ৰিয় সংবাদ মাধ্যম এইয়াই নহয়নে ?
অধিক তথ্যৰ বাবে এতিয়াই যোগাযোগ কৰক 👇👇
ৰাজা গগৈ -6003878767
নিৰূপম বড়া -8403077043
অতি সুন্দৰ প্ৰদৰ্শন
ধণ্যবাদ জনালোঁ । আগুৱাই দিবৰ বাবে share কৰি দিব
মজা মজা, দ্বিতীয় জন ৰাজীৱ শদিয়া , মৰ্জুন মৰাণ লৈ ধন্যবাদ জনালোঁ।
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে 🙏🙏
ৰাজীৱ দা দৰে একে কণ্ঠ সুন্দৰ ৷ জয় আই অসম ৷
ধণ্যবাদ মন্তব্যৰ বাবে । যদি ভাল লাগিলে তেনে আনে পোৱাকৈ share কৰি দিব
একে চোন কণ্ঠ ৰাজীৱ শদিয়া আমাৰ মাজত জীয়াই থাকিব
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে 🙏🙏
অতি সুন্দৰ 🙏
ধণ্যবাদ, যদি ভাল লাগিলে share কৰি দিব
Go ahead
ধণ্যবাদ ,share কৰি দিব
বহুত সুন্দৰ
অশেষ ধন্যবাদ জনালোঁ মন্তব্যৰ বাবে, এনে প্ৰতিভা আগবঢ়াই আনিবলৈ share নকৰাকৈ নাথাকিব
আগুৱাই যোৱা ককাই
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে,ভাল লাগিলে আগুৱাই যোৱাৰ বাবে share কৰি দিব
অতি সুনদৰ
অশেষ ধন্যবাদ জনালোঁ মন্তব্যৰ বাবে,যদি ভাল পালে তেনে এনে এজন প্ৰতিভাক সকলোৱে আদৰি লব পৰাকৈ share কৰি দিব ।
যি কম সঁচা কম--------------
বাঃ বাঃ বাঃ মজু'ন মৰাণ তুমি ৰাজীৱ শদিয়াৰ দ্বিতীয় সংস্কৰণ । এনেকৈ কিংবদন্তী শিল্পী ৰাজীৱ শদিয়াৰ গান বোৰ গাই যাবা । ধন্যবাদ বহুত বহুত ধন্যবাদ তোমালোক আতাইলৈকে ।
@@taradoi7957 অশেষ ধন্যবাদ জনালোঁ ককাইদেউ ।
ভাল লাগিল সুন্দৰ হৈছে ❤❤
ধণ্যবাদ আপোনালৈ এই মন্তব্যৰ বাবে । যদি ভাল পালে সকলোৱে পোৱাকৈ share কৰি দিয়ক ।
অতি সুন্দৰ হৈছে
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে 🙏🙏
সুন্দৰ ।আগুৱাই যাওক 😂শুভেচ্ছা থাকিল ।জয় আই অসম ।বন্দে মাতাৰাম🙏
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে 🙏🙏
জীয়া ৰাখা❤
ধণ্যবাদ জনালোঁ
Mojaaaa
ধন্যবাদ জনালোঁ ,যদি ভাল পালে আনে চাব পৰাকৈ share কৰিবলৈ নাপাহৰিব
Very good song ❤❤
অশেষ ধন্যবাদ জনালোঁ মন্তব্যৰ বাবে,যদি ভাল পালে তেনে এনে এজন প্ৰতিভাক সকলোৱে আদৰি লব পৰাকৈ share কৰি দিব ।
Hundar
মন্তব্যৰ বাবে অশেষ ধন্যবাদ জনালোঁ ।ভাল লগিছে যদি আগবঢ়াই নিয়াৰ বাবে share কৰি দিব ।
Happy republic day so beautiful song dada
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে 🙏🙏
Moja lagise tumi aguyi juwa
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে । আগবঢ়াই নিবলৈ share কৰি দিয়ক
God bless you
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে 🙏🙏
It's awesome voice ... Rajib dar dorei hur
ধণ্যবাদ জনালোঁ আপোনাক
❤❤❤Nice voice❤❤❤❤
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে 🙏🙏
Nice voice
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে 🙏🙏
Moja .
ধণ্যবাদ জনালোঁ
Very good 👍👍👍
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে । আগবঢ়াই নিবলৈ share কৰি দিয়ক
Superb
ধণ্যবাদ মন্তব্যৰ বাবে
Nice brother 🎉❤🎉❤❤
ধণ্যবাদ, তেখেতক আগবঢ়াই দিয়াৰ বাবে share এটা কৰি দিব
xundor Xundor ❤
ধণ্যবাদ জনালোঁ
🎉❤welcome
Anekoya protiva lage ❤
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে । মৰ্জুনক আগবঢ়াই নিবলৈ share কৰি দিয়ক
@Drutasangbadদ্ৰুতসংবাদ okay 👍
❤❤❤❤❤❤❤👌👌👌👌👌
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে 🙏🙏
👍💥💥💥
@@champakdas443 অশেষ ধন্যবাদ জনালোঁ মন্তব্যৰ বাবে
Aaguai jua bhaiti❤
Moja hokolu e share kori diok❤❤❤❤
ধণ্যবাদ জনালোঁ
❤❤
ধন্যবাদ জনালোঁ
Hemeki uthise xyon nohoy,mon bhulke nagabo rajibdadai beapabo.
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে 🙏🙏
Original gaan tu abar huni luwa kio nijor mote koisa😂
সঁচা কথা কৈছে
👌❤❤❤
অশেষ ধন্যবাদ জনালোঁ । তেখেতক আগবঢ়াই নিয়াৰ বাবে share কৰি দিব
🙏🙏🙏
অশেষ ধন্যবাদ জনালোঁ
🎉❤🎉❤🎉❤🎉❤🎉❤🎉❤
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে 🙏🙏
MP3 bonabasun ❤❤❤
নিশ্চিত ভাবে । পৰিকল্পনা আছে
Thank you ❤❤❤❤
@@DonKelar123 অশেষ ধন্যবাদ জনালোঁ মন্তব্যৰ বাবে
Bukar. Padum. Hasakoi
@@DhamenBoruah-s5x অশেষ ধন্যবাদ জনালোঁ মন্তব্যৰ বাবে
Copyright strike mari dim dada beya napabo...... channel uri jabo video delete korok.......
প্ৰথমে শুভ সন্ধিয়া জনাইছোঁ তোমাক ।
মূল কথা video তো কেৱল মোৰ তাত upload হোৱা নাই । ভালেসংখ্যক chennel ত upload হৈ আছে । চোৱা ভাই, তুমি copyright claim কৰা , পইচা দি দিম ।
পইচা ডাঙৰ কথা নহয় , ল'ৰাটোৱে এখন মঞ্চ পোৱাটো ডাঙৰ কথা।
সকলো বস্তুত পইচা ডাঙৰ নহয় আমাৰ বাবে।
আৰু দ্বিতীয়তে ,আমি সৰ্বতোপ্ৰকাৰে মৰ্জুন ক আগবঢ়াই নিয়াটো আমাৰ নৈতিক দায়িত্ব । ৰাজীৱ কাইৰ লগত তোমাৰ কি কেনেকুৱা সম্পৰ্ক নাজানো । কিন্তু এটা সময়ত মই কেইবাটাও অনুষ্ঠান তেখেতৰ লগত কৰিছোঁ ।যথেষ্ট ঘনিষ্ঠতা আছিল । তেখেতক আমাৰ মাজত জীয়াই ৰাখিবলৈ আমি চেষ্টা সকলোৱে আগবঢ়াইছোঁ । ইয়াত যদি কিবাকৈ তোমাৰ চেষ্টাক আঘাত সনাৰ অনুভৱ হৈছে তেনে জনাই দিবা কমেণ্ট তে । কথা হম ।ধণ্যবাদ ।।
Video tu delete Kori diok dada. E bor dangor youtuber😂😂 GYATI HINGKHOK
@Userj-p6x you are right
@Userj-p6x তেখেতক বুজাবলৈ মোৰ মন্তব্যটো যথেষ্ট হব বুলি ভাবো । তাৰ পাছত মোক strike মৰাটো তেখেতৰ কথা । অৱশ্যে তেওঁ বুজি পাইছে বুলি মোৰ অনুভৱ হৈছে ।
Very good 👍👍👍
ধণ্যবাদ জনালোঁ । ভাল লাগিলে share কৰি দিব
Niswai👍
🙏🙏
ধণ্যবাদ মন্তব্যৰ বাবে
❤❤❤
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে । আগবঢ়াই নিবলৈ share কৰি দিয়ক
Nice voice
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে 🙏🙏
👍💥💥💥
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে 🙏🙏
Thank you ❤❤❤❤
ধণ্যবাদ জনালোঁ মন্তব্যৰ বাবে 🙏🙏
❤️❤️❤️
ধণ্যবাদ জনালোঁ,যদি ভাল লাগিলে share কৰি দিব
❤❤❤
ধণ্যবাদ জনালোঁ ।